Exclusive interview on Prag News: Paresh Baruah speaks on killings reported in ULFA-I camp

  Рет қаралды 203,343

Prag News

Prag News

Күн бұрын

Exclusive interview on Prag News: Paresh Baruah speaks on killings reported in ULFA-I camp
Watch the full clip to know more about this story.
#pragnews #pareshbaruah #ulfai #deaths #assam
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 150
@asomiaasom6008
@asomiaasom6008 10 ай бұрын
আলফাৰ ক্ষতি কৰিব যোৱা আলফাক মাৰিব যোৱা আলফাক ধ্বংস কৰিব যোৱা সেনা আৰক্ষী চৰকাৰৰ চোৰাংচোৱাক আলফাই হত্যা নকৰি পান তামোল শৰাই গামোছা পিন্ধাই ৰাখি আলফাই নিজৰ ধ্বংস মুৰ পাতি লবনে ?অপৰাধ কৰিলে হত্যা কৰিবই ।ক্ষতি কৰা অপৰাধ নকৰিলে কোনেও কাকো হত্যা নকৰে ।আলফা চৰকাৰৰ মাজত আলোচআা কৰি সংঘাট সমাধান কৰক ।এটা কথা সত্য ভাৰত চৰকাৰৰ অসম অসমীয়াক কৰা অন্যায় প্ৰতাৰণা প্ৰবঞ্চনা নকৰিলে ,অসম অসমীয়াক ধ্বংস কৰাৰ কুটিল নিকৃষ্ট ষড়যন্ত্ৰ নকৰাহেতেন আলফাৰ জন্ম নহলহেতেন ।আলফাৰ জন্মৰ দায়ী ভাঐত চৰকাৰ ।
@tecnogaming-he9uq
@tecnogaming-he9uq 10 ай бұрын
@ghanashyamdas7438
@ghanashyamdas7438 10 ай бұрын
Right
@PriyankuDutta-xd9ov
@PriyankuDutta-xd9ov 8 ай бұрын
100%hosa koisa
@HemantaNath-nh9gc
@HemantaNath-nh9gc 4 ай бұрын
1951 LAGE CITGEN SIPE😮
@pratapmedhi8161
@pratapmedhi8161 10 ай бұрын
কোনোবাই আলফাৰ ক্ষতি কৰিব বিচাৰিলে আলফাই কি মুৰত তুলি লব নেকি ? অসমীয়াৰ তেজ থকা লোকে কেতিয়া অসমৰ তথা অসমীয়াৰ বেয়া হোৱাতো নিবিচাৰে কিছুমানে চৰকাৰী টকাৰ লোভত পৰি চোৰাং চোৱা গিৰি কৰিলে তো আলফাই মাৰিব
@KalpajyotidasRahul-bl6gl
@KalpajyotidasRahul-bl6gl 6 ай бұрын
জয় আই অসম আলাফাৰ বাবে অসমীয়া সংস্কৃতি জিয়াই আছে
@borahgameingyt
@borahgameingyt 10 ай бұрын
অনা অসমীয়াক খেদিব লাগে নহলে অসম ধংশ হব অসম নহয় অনা অসম হ'বলৈ বেছি দিন নালাগে জয় আই অসম ✊✊
@asmitgogoi8739
@asmitgogoi8739 8 ай бұрын
Axomiya thakibo ne nathake najanu kintu eman hohoje ami har namanu heitu khatang....lachit aru teur logot mili juj diya hokolor bolidanok eman hohoje pahori jabo nuari....ami ek hom aru jujim....জই আই অসম
@user-pr3wm8ph4s
@user-pr3wm8ph4s 9 ай бұрын
উভতি অহা কেইটাৰ একো অৰ্থ নাই। বুলেট কামুৰি শপত লৈ যদি পলাই তাক কাপুৰুষ বুলি কয়। পৰেশ বৰুৱা ডাঙৰীয়াই স্পষ্টকৈ কোৱাৰ পিছতো সাংঘাতিক কেইজনে লাগি থাকে। অসমত আলফাক দমন কৰিব নোৱাৰে। সংগঠনটোৰ লগত অসমীয়াৰ আৱেগ জড়িত হৈ আছে। বহিৰাগত শীৰ্ষ পুলিচ বিষয়া কেইটাৰ অতপালি ৰোধ কৰিবলৈ অসমত আলফা দৰকাৰ আছে। সংগ্রাম কৰিবলৈ গৈ ভাত বিচৰা জধামূৰ্খ কেইটাক গুলীয়াই দিব লাগে। ফুচুলাই আলফালৈ নিয়াৰ প্রমাণ আছে নে ? মুখত ভালকৈ অসমীয়া নুফুতে চুতমাৰানি কথা ক'ব আহে। আৰে ভাই , পাহাৰ এৰিয়াত থকাবোৰে পানী অনা খৰি কটা এইখিনি কৰিব লাগিবই। খাদ্য সংকট বুলি কোৱা কেইজনক উঠাই লৈ যাওঁক। নিজৰ চকুৰে দেখিলে বিশ্বাস কৰিব। বিনা কাৰণত মৃত্যুদণ্ড নিদিয়ে। কাৰণ , আলফাত সহজে যোগদান কৰিব নোৱাৰে। কোনো সংগঠনে সতীৰ্থ কমি যোৱাটো নিবিচাৰে।
@jitendrakumarchoudhury1224
@jitendrakumarchoudhury1224 10 ай бұрын
ধন্যবাদ
@NayanjyotiNayanjyotinirm-fd7ex
@NayanjyotiNayanjyotinirm-fd7ex 10 ай бұрын
আমাৰ লগতো কথা হব লাগে । জয় আই অসম
@pinkubordoloi4156
@pinkubordoloi4156 10 ай бұрын
Right sir & you are great sir.
@jitudeka8959
@jitudeka8959 10 ай бұрын
প্ৰফুল্ল মহন্ত আপুনি আকৌ ডেকা জীৱন ঘূৰাই পালে ।
@SumonBaruah-bb2pu
@SumonBaruah-bb2pu 5 ай бұрын
😂😂😂
@mahendradas6626
@mahendradas6626 10 ай бұрын
আই অসমীৰ সেউজীয়া প্ৰকৃতি আৰু লোভনীয় প্ৰাকৃতিক সম্পদেই অসম তথা অসমীয়াৰ কাল, এতিয়া কিন্তু অৰ্থনৈতিক আন্দোলনৰ হে অতিব প্ৰয়োজন কিন্তু পোন প্ৰথমে অসমীয়া নিজৰ মাজত কেকোৰাৰ চৰিত্ৰটো এৰিব লাগিব
@gaurangahazarika2750
@gaurangahazarika2750 10 ай бұрын
Val lagile huni..👍👍 Hundor uposthapon 👍
@films1750
@films1750 7 ай бұрын
We are Assamese the indigenous people of Assam always love Parash Baruah ❤ Jaai Aai Assam ❤❤❤
@Nishan45274
@Nishan45274 10 ай бұрын
Apunar suwalir soritoy letera asile baideu,paresh boruahk dukh di lav nai
@Karmabir1215-1
@Karmabir1215-1 10 ай бұрын
Jai aai Assam mama ❤️
@jatindeka6784
@jatindeka6784 10 ай бұрын
অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ সমস্যা থকা লৈকে আলফাৰ প্ৰাসংগিকতা অটুত থাকিব! CAA ৰ দৰে অসম ধ্বংসই কাম ভাৰত চৰকাৰে কৰি থাকিলে আলফাৰ শক্তি বাঢিবই ;দৈনিক অসমৰ বুদ্ধিয়ক জন ভাৰত চৰকাৰৰ পদলেহনকাৰি🙏 জয় আই অসম🙏
@nilimadas7783
@nilimadas7783 8 ай бұрын
Pp
@DebojitkrboraBora
@DebojitkrboraBora 10 ай бұрын
।। মাননীয় পৰেশ দা তোমাক জনালোঁ মই সম্ভাষণ।।সমিতিৰ সংবিধানৰ উদ্ধত কোনো হব নোৱাৰে।।এতিয়া মেডিয়াই সেই দুখ নুবুজে।।07/04/1989নাপাহৰো।।
@user-np9bb9lp3w
@user-np9bb9lp3w 9 ай бұрын
পৰেশ বৰুৱাৰ জই আই অসম
@moramibora2082
@moramibora2082 3 ай бұрын
Poras sir number tu pam naki
@putulchgayan
@putulchgayan 16 күн бұрын
🎉🎉🎉​@@moramibora2082
@vaskargohain9231
@vaskargohain9231 10 ай бұрын
News Anchor jonok change korok. Prosno huduboloi tekhetor Guts Nai 🙏🙏🙏
@medinitalukdar4873
@medinitalukdar4873 10 ай бұрын
বিপ্লবৰ বিষয়ে জ্ঞান নাথাকিলে আলফা ত যাৱ নালাগে ।
@adnanarafat191
@adnanarafat191 7 ай бұрын
ulfa swadhin zindabad❤❤i support ulfa
@pranjalgam4027
@pranjalgam4027 10 ай бұрын
তীৰ্থভ্ৰমণ কৰক। অন্তত: পাপ বোৰ মুক্ত নহলেও মনটো জন্তুৰ পৰা মানুহ লৈ ৰূপান্তৰ হ'ব।
@banajitkalita5642
@banajitkalita5642 10 ай бұрын
Jai ai asom.sanor asom desh.jai ai asom
@arundeori8142
@arundeori8142 10 ай бұрын
Jai aai axhom
@user-xv6wc8ph3x
@user-xv6wc8ph3x 10 ай бұрын
Jay ai akhom
@kaustavsarmah5351
@kaustavsarmah5351 10 ай бұрын
আইন কঠোৰ নহ'লে সেইখন আইন থকা-নথকা একেই। ভাৰতৰ আইনে দোষীক ইমানেই সুৰুঙা দিছে যে এনে লাগে অপৰাধীয়েহে ভুক্তভোগীক আইনৰ যোগেদি আৰু এসেকা দিছে । ন্যায় পক্ৰিয়া ইমানেই ঢিলা আৰু লেহেমীয়া কেচ খেলি খেলি ভুক্তভোগী ভাগৰুৱা হৈ যায়গৈ কিন্তু যিনিকি অপৰাধী ধৰ্ষণকাৰী, হত্যাকাৰী হ'লেও দুমাহতে বেইল পাই দ্বিতীয় ঘটনাও সংঘটিত কৰে তথাপিও মুক্তভাৱেই ঘুৰি ফুৰে । গতিকে আইন কঠোৰ বুলি ইমান আচৰিত হোৱাৰ একো কথা নাই, যিবোৰ দেশৰ আইন কঠোৰ তাত অপৰাধ প্ৰায় শূণ্য আৰু আমাৰ দেশত যদি ন্যায় ব্যৱস্থা বৰ্তমানৰ দৰেই হৈ থাকে কিছু বছৰ পিছত ন্যায়ালয়খন অপৰাধীয়ে চলোৱাটো প্ৰায় খাতাং। গতিকে ন্যায় ব্যৱস্থাটো কঠোৰ কৰিবলৈ সকলোৱে চৰকাৰক হেচা প্ৰয়োগ কৰা উচিত 🙏🏼
@techmack7852
@techmack7852 10 ай бұрын
Buha Bagh. Puterok jongolat narakhi Kiya bidekhot pohib dise ??? Asssam r tezal dekak Mari hekh kriso . Afale buha Bagh tahoti mariso , afale Army a marise . Jongolat thaki manuh Mari Mari ki Val Kam kri asu buli vabise neki ???? . Bahh 😀 TV. Live ahib laj loga nai dat nakiya buha Bagh. Media bilaku Kom nahoy Kiya aibilak live anib lage ????
@mainaborah6592
@mainaborah6592 10 ай бұрын
Teu g korise assamr bbe korise
@OneplusBoy-dr6lz
@OneplusBoy-dr6lz 10 ай бұрын
Kun ai2 bidekhi
@sanjibbaruahsanjibbaruah7627
@sanjibbaruahsanjibbaruah7627 10 ай бұрын
Pores boruah eta faltu manuh.
@aminrahul1977
@aminrahul1977 10 ай бұрын
👍🙏
@jk8686
@jk8686 9 ай бұрын
আপোনাৰ কথা খিনি শুনি এনেকুৱা লাগিল যেন লৰা জনক আলহী ঘৰত এসাঁজ খাবলৈ পঠাইছিল।
@TimePass-qo7ch
@TimePass-qo7ch 10 ай бұрын
Eku vaal kaam kora ni dei
@gfhxgzfgdgccxgh1795
@gfhxgzfgdgccxgh1795 10 ай бұрын
How can there be two cut off year for NRC in India, 1971& 1948.Because Assam is not outside India.
@maheshboro9454
@maheshboro9454 10 ай бұрын
Ulfa a boma dile manuh nomore NDFB a boma diathe gonesh gaurit manuh morisil
@cooloil2863
@cooloil2863 10 ай бұрын
Ulfar rule y val. Kiba ata baya kam kari dhora parisy just guliyai marisy. Kintu amar yeat sun manuh bilaky baya kam kori o ako shasti napai guri fura.
@kdstudioaxom
@kdstudioaxom 10 ай бұрын
মই যাম বুলি ভাবিছোঁ নিব নেকি
@rangreang1811
@rangreang1811 4 ай бұрын
No
@topon.dutta.3248
@topon.dutta.3248 10 ай бұрын
G00d
@gfhxgzfgdgccxgh1795
@gfhxgzfgdgccxgh1795 10 ай бұрын
NRC PIL for updation in Assam is already in the supreme Court of India based on 1951,by Matiur Rahaman, Assam Sanmilita Sabha.
@luchaking5863
@luchaking5863 9 ай бұрын
Eman dangor honghstha 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳 INDIAN ARMY ⟬⟭💜 ⟬⟭💜 Akhomor pora khedibo paribo janu????? Nd AFGHANISTAN🇦🇫🇦🇫🇦🇫 jenedore Taliwane Swadhin korile baaaa 🎉🎉🎉 jidore saport pale nijor talibane!!!!!!!!! But aamar AKHOMOR manuhe nijor Akhom khon Swadin karone ULFA saport koribo janu????? 😮😮😮😮
@user-ln8ri9bz7q
@user-ln8ri9bz7q 10 ай бұрын
Ulfa xongothonor jitu aiein, xeituk xomorthon koru, kionu joghoinya bektixomuhor mitruyei sreyo.
@dipankarboruah2189
@dipankarboruah2189 10 ай бұрын
Namoni subonsiri prokolpo vngi diok boruah dangria
@DebojitkrboraBora
@DebojitkrboraBora 10 ай бұрын
।। অৱশ্যে যি কোনো সমিতিৰ সদস্যই সমিতিৰ সংবিধানৰ নীতি নিয়ম উলঙ্ঘা কৰিবও নালাগে।।
@axomdekhorlora7890
@axomdekhorlora7890 10 ай бұрын
ULFA জিন্দা বাদ
@amlanjr.1190
@amlanjr.1190 10 ай бұрын
Balor anchor question krebo njne
@user-uy1bz5yf6i
@user-uy1bz5yf6i 8 ай бұрын
Jai Ai Axom ✊🏽
@buhumhazowary6437
@buhumhazowary6437 9 ай бұрын
Alfa join hom mui contact powa nai bortoman
@santacloud91
@santacloud91 Ай бұрын
Agot spelling thik kor😂
@greentomato2638
@greentomato2638 10 ай бұрын
Topar anchoring tu belegok dib lagisl.. Very sensitive tropic
@harikantagogoi2607
@harikantagogoi2607 10 ай бұрын
Hosakoi axomot ki nahoi..... Oil ,Tea ,peddy aru naturally axomor nisina state aru Pura India tt nai...... but Selfish neta rr babei aaji axomor ei doorawastha.... news channel aru Baddhijibi hakale aalisana kari thake...but Sarkar aru axomor shamsha netai axomia jaati rr karane aku nabhabe.... jaar karane aaji axom bohiragata rr hatat bikri goise,, onagata homoiyat axomia rr chin- saab hekh haba like Silchar rr nisina ,,tejaal axomia lora rr mreetyou hoise,, ...hosakoi bahut dookhjanak...
@DBbora-fv5kb
@DBbora-fv5kb Ай бұрын
Ulfai anekuwa alusna nokre.karon sariufale bondhukr majot humuwai Kora alumna kratuk ki bujai jnabsun raij
@gajendragogoi1903
@gajendragogoi1903 10 ай бұрын
Medya voi khai hasa kotha kabalo keron medya is job
@Infentry_soldier
@Infentry_soldier 8 ай бұрын
Joi Aai Asom
@sibuboruah6240
@sibuboruah6240 10 ай бұрын
আলফাৰ সংগঠনত থকা বহু বিয়াক্তি বহু বছৰ ধৰি আছে, কিন্তু বহু বছৰ থকা পাছত নিজ ঘৰলৈ উভতি ইটছা কৰে । আলফাৰ সংবিধানত কি ঋতাই মেন নাই নেকি ??? যদি থাকিল হয় কিয় পলাব ???? আমি আলফাৰ সংগঠন বুলিহে জানো কিন্তু আলফা ছাধিন বুলি নাভাবো
@karunakoch2247
@karunakoch2247 9 ай бұрын
Axomiyer SB harami sarthopr
@angsumanraja3368
@angsumanraja3368 10 ай бұрын
আজি ছল্লিশটা বছৰে হেজাৰ হেজাৰ অসমীয়া ল'ৰাৰ মুৰ খালে এতিয়া এটা কথা স্পষ্টকৈ কওঁকচোন যে- আপুনি বুঢ়া হ'ল, ইহকাল পৰিত্যাগ কৰিবলৈ সন্মুখত কেইটামান দিন বাকী। আপোনাৰ মৃত্যুৰ পিছত আপোনাৰ সন্তানে আলফাৰ দ্বায়িত্ব ল'ব নে? মোৰ বোধেৰে লাহবিলাহত বিদেশত পঢ়া ল'ৰা এটাই কেতিয়াও এইবোৰ পাগলামী নকৰে, আৰু যদি উদাহৰণ স্বৰূপে ধৰি লও যে দায়িত্ব লয় তেন্তে তেওঁ কি ভাষাৰে আলফা সদস্যসকলক পৰিচালনা কৰিব? তেওঁৰ অসমীয়া হিচাপে অসমীয়া ভাষা, সংস্কৃতিৰ আবেগ বুজি পাবনে?
@mukulbaruah1833
@mukulbaruah1833 10 ай бұрын
Apuni Bamun niki?
@digantadeka7201
@digantadeka7201 10 ай бұрын
Laora coment tor eto😂😂😂😂
@HemantaNath-nh9gc
@HemantaNath-nh9gc 4 ай бұрын
Hemanta Nath pora abedan😢
@HemantaNath-nh9gc
@HemantaNath-nh9gc 4 ай бұрын
Jai ai assom❤
@jharnadevi5217
@jharnadevi5217 8 ай бұрын
Ki Songs Bidan Arthur Niy 12:22
@BitupanSaikia-vb7bz
@BitupanSaikia-vb7bz 18 күн бұрын
অসমীয়াৰ তেজ নেথাকিলে আলফাত যাব নেলাগে
@etusitunortheast2014
@etusitunortheast2014 10 ай бұрын
Lough and cry all sre not good
@raktimborthakur1726
@raktimborthakur1726 10 ай бұрын
Apuni baru Prafulla Mahantar, ombubashi melat herai juwa putro sontan neki ?
@hemkantaborah7434
@hemkantaborah7434 10 ай бұрын
LTTE সংগঠনৰ সদস্যবোৰে মৰি গ'লেও সংগঠনৰ ভিতৰৰ কথাবোৰ বাহিৰ নকৰে। কিন্তু কিছুমান সংগঠনৰ বিশ্বাসঘাটক সদস্যই সংগঠনৰ পৰা বাহিৰলৈ আহি বা পুলিচৰ হাতত ধৰা পৰিলেই ভিতৰৰ সকলো কথা কৈ দিয়ে।
@user-hd8bh2yp2k
@user-hd8bh2yp2k 6 ай бұрын
Film
@etusitunortheast2014
@etusitunortheast2014 10 ай бұрын
Swabolombi mane?
@NituChangmai-ml5uq
@NituChangmai-ml5uq 6 ай бұрын
Atmoyhatya kora nai Oo Aaita..
@xtoni7080
@xtoni7080 10 ай бұрын
Aji emn bosore ako bl koribo nuarila odorkari kla ULFA
@jyotiprovachangmai6385
@jyotiprovachangmai6385 10 ай бұрын
Hu
@user-yy2il8uj4e
@user-yy2il8uj4e 10 ай бұрын
Program tu aru olp time dib lagisil
@RijumoniMoran-dl9zn
@RijumoniMoran-dl9zn 10 ай бұрын
Ulfa a jdi ji kei ta dabi loi homgam kriase hei dabi keita jdi Sorkare lgt alusna kri hmadan hoi tetiya ulfatr vokta bhut ulab
@user-mk4pe4id7l
@user-mk4pe4id7l 10 ай бұрын
Ulfa ketiao ganabissinna hoa nai
@jogennath7095
@jogennath7095 10 ай бұрын
Barua sir ankua boxer lora bor moribo loga hol assam kan koi rokha hobo
@DebojitkrboraBora
@DebojitkrboraBora 10 ай бұрын
।।ওলাই আহা ফটুৱা সদস্যক কেন্দ্ৰীয় নেত্ৰীত্ব‌‌‌ লোভ খোৱা নেতাৰ মন্তব্য নলব।।
@user-mk4pe4id7l
@user-mk4pe4id7l 10 ай бұрын
Ulfa jindabad ,
@sushillahon2786
@sushillahon2786 10 ай бұрын
শাবিত থাকি, বিদেশত থাকি সংগঠন নহয় অকল অসমিয়াক মাৰিছে অসমিয়া মৰিছে।অসমৰ সমশ্য অসমৰ আমুলা আৰু নেতেহকল। 44:11
@user-vs3te3js1s
@user-vs3te3js1s 10 ай бұрын
2004 bomb bloost monot asene nai kio jeloloi voroanai
@dipakbhuyan629
@dipakbhuyan629 10 ай бұрын
আপোনাৰ কথাৰ দাম নাই ।
@TimePass-qo7ch
@TimePass-qo7ch 10 ай бұрын
Indian Army zindaabaad
@supritigogoi8738
@supritigogoi8738 8 ай бұрын
Hon gram koribo goi bilakhitar akha kore... Goisil kio tene,
@rajenkurmi-pl5uz
@rajenkurmi-pl5uz 8 ай бұрын
Poresh Boruah ,jimanei nokouk kiyo, Aji okhomot jimankhini sulfa hoise hokolukhini teure sresti.
@itworld007
@itworld007 10 ай бұрын
Zamal khan da ketya axom.t ghuri ahibo
@bridharabha4677
@bridharabha4677 10 ай бұрын
Maubadh aru eshtalinbadh grohon koribo diyok poresh buak buruak 😃😃😃😃
@Kumar00199
@Kumar00199 10 ай бұрын
Indian army zindabad, Bharat mata ki jai jai hind 🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
@bidyutbikashtalukdar8675
@bidyutbikashtalukdar8675 8 ай бұрын
Bongali bhag kela sudurvai
@mridulkumarborah4181
@mridulkumarborah4181 9 ай бұрын
Sarajantra Kari aparadhi, ghaisipa,birinar Moran.
@ndutta1036
@ndutta1036 10 ай бұрын
এই জহামাল দুটাক নো studio ত বহোৱাব লাগে নি,,,,
@Sanjaydas-lg7lz
@Sanjaydas-lg7lz 10 ай бұрын
😂😂
@Nishan45274
@Nishan45274 10 ай бұрын
"Kiman man biplobi neta ase?" 😂😂,Burbok bonabo ahe topa uncle a
@urbabasumatary653
@urbabasumatary653 8 ай бұрын
Til Ase sar
@karunakoch2247
@karunakoch2247 9 ай бұрын
Axomiya hol axomor mul dhonkor karon
@gyandeepboruah4316
@gyandeepboruah4316 10 ай бұрын
Kunu alusona nhoi..,
@user-rq4sf9oq8z
@user-rq4sf9oq8z 10 ай бұрын
Assamor swadhinota bisari juwa lora suwali bilake nijor byoktigot swadhinotakon o heruwai pelai gotike ULFA r proti muh bhongo hoi. Abegot hidhanto loi jugdan kore. Ajikali lora suwali mak bapeke bahut morom t dangor kore. Hokolu deka gabhoru k anurudh korisu dekh matri kotha bhoba t koi jonma dattri mattri r kotha ebar bhabok.
@GobinDas-pk9rt
@GobinDas-pk9rt 3 ай бұрын
Moi jam alpha
@santacloud91
@santacloud91 Ай бұрын
Spelling thik kor Rutherford bhoot ahi tuk Rati pitibo noholey.
@jayantadas7287
@jayantadas7287 9 ай бұрын
এইকেইটা ছালফা । মাল খোৱা ।।
@NituChangmai-ml5uq
@NituChangmai-ml5uq 6 ай бұрын
Kun Jiten Choudhury??Nam najano
@sontoobora8369
@sontoobora8369 10 ай бұрын
Ghrle ahok dabgoria
@UmeshBarman-tr5mv
@UmeshBarman-tr5mv 4 ай бұрын
Paresh fada spini asomar c m sthana h b dharmar oparot kiman parsent bishas ase ji heti year agat mook kena nato aponar tak so dekhi so .teti yo dekhi baloi powa goodil saye he punar bar sudhilo. Gatike aponar para janiba bisariso.
@user-je3nz9zz9c
@user-je3nz9zz9c 9 ай бұрын
Tat goi bohi khab goisil naki
@majidulmajidul4320
@majidulmajidul4320 10 ай бұрын
Apuni ejon terrace
@greentomato2638
@greentomato2638 10 ай бұрын
Topai kan khon becikoi lari ase 😂😂😂😂
@prasantakonwar458
@prasantakonwar458 10 ай бұрын
Asue Ghanta kriba, sab taka khua hakua, 20 kuti man taka pale bhirti barkha 2019 man buliu kaba pare, aku bharkha nai.
@sunitdas8544
@sunitdas8544 10 ай бұрын
Faltu sudurvai ulfa...paresh boruah tuk pale gosoki petu uliam..sudurvai maksudu
@YourAnkur
@YourAnkur 10 ай бұрын
Nsg pothabo lage ULFA khotom hoi jbo... INDIAN ARMY jindabad ❤
@mantudeka7369
@mantudeka7369 10 ай бұрын
চাৰ 71 কৰি দিয়ক .আৰু গুলিয়াগুলি নকৰিব .
@prasonnanath3259
@prasonnanath3259 8 ай бұрын
😅 20:23
@ansulabrahma6730
@ansulabrahma6730 10 ай бұрын
bura guru logot haal mara najai arw pareshborua logot ahom sadin nohoi, baalor ki hongbidan alfar aru anekoaa bhua party logot konio lora jaabo naalage dwi bhai, sobe befar banijeo koribo, alfa r majot
@mukulbaruah1833
@mukulbaruah1833 10 ай бұрын
NDFB Bhal ne Beaa.
@99hotoi
@99hotoi 10 ай бұрын
​@@mukulbaruah1833 NDFB atiya nai, sob surrender hoi gol
@Nishan45274
@Nishan45274 10 ай бұрын
Likhibo najanile nilikhibi,valke poha Huna kori lo tarpisot likhibi,anei artho naikia hobdo nilikhibi
@ansulabrahma6730
@ansulabrahma6730 10 ай бұрын
sudur bhai tumar akomia basa nopora aru lika ke paru, toi ki baal para, nijor maal he koora jane tohote
@ritupanhazarika4055
@ritupanhazarika4055 10 ай бұрын
কুকুৰ পৰেশ বৰুৱা
@bkp9774
@bkp9774 10 ай бұрын
এই বুঢ়া শগুন পৰেশ টোক কিয় মতিব লাগে। আলফা এটিয়া অসমীয়া সমাজত অপ্ৰা সংগিক , মূৰত মাল নাইকীয়া কেইটামান আছে আৰু।
@sidharthatamuli1561
@sidharthatamuli1561 10 ай бұрын
Poresh borua bura hob pare.ulfa bura huwa nai ......... ......,......................
@mukulbaruah1833
@mukulbaruah1833 10 ай бұрын
Ulafai kebol tahot 2% west uressian bidekhik narok pothale Axomia jati khurakhit habo, belegkoi swadhin naholeu hol. Tahot manab jatir satru.
@mukulbaruah1833
@mukulbaruah1833 10 ай бұрын
All Bamun Burha khagun.
@tiwavlogerboy1362
@tiwavlogerboy1362 10 ай бұрын
Mak.....
@tiwavlogerboy1362
@tiwavlogerboy1362 10 ай бұрын
Jh.. Toi
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 46 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Cute kitty gadgets 💛
00:24
TheSoul Music Family
Рет қаралды 21 МЛН
Zubeen-Paresh Barua
2:45
News18 Assam/Northeast
Рет қаралды 51 М.
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 46 МЛН