হাছিনাক আশ্ৰয়যি, সাহস ৫৭খন মুছলিম ৰাষ্ট্ৰই নকৰিলে, সেই সাহস ভাৰতে কৰিলে| Watch

  Рет қаралды 218,929

Prag News

Prag News

Күн бұрын

হাছিনাক আশ্ৰয়যি, সাহস ৫৭খন মুছলিম ৰাষ্ট্ৰই নকৰিলে, সেই সাহস ভাৰতে কৰিলে| Watch
Watch the full clip to know more about this story.
#pragnews #sheikhahasina #bangladeshviolence #sheikhhasinaresign #bangladesh #pragfocus
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер: 315
@RamenDas-f7u
@RamenDas-f7u Ай бұрын
আমাৰ ভাৰতৰ নিছিনা কোনো দেশৰেই নাগৰিক মৰমিয়াল হ'ব নোৱাৰে।জয় ভাৰত🇮🇳
@avimanassam2027
@avimanassam2027 Ай бұрын
কথাটো হয় আৰু CAA মানে এটিয়া হে বুজিব অন্ধ বত্ত লোকে বঙালী আহিবলৈ সাজু অসমলৈ
@srorifulislam1887
@srorifulislam1887 Ай бұрын
ভুল। গাধই গাধক চিনি পায়
@rumidutta9531
@rumidutta9531 Ай бұрын
পৃথিৱীৰ চকুত এগৰাকী নাৰীৰ প্ৰতি নিৰাপত্তা ও সম্মান দিয়ে ভাৰতেও আচলতে। এইয়া প্ৰকৃততে ভাৰতীয় চৰিত্ৰ হয়।
@ranjankurmi4771
@ranjankurmi4771 Ай бұрын
যিখন দেশত মাতৃৰ পূজা কৰা হয় সেই দেশে নাৰিক ‌সহায় কৰাৰ পৰা কেতিয়াও আতৰি নাথাকে
@dr.lakshmikalita8857
@dr.lakshmikalita8857 Ай бұрын
ভাৰত মহান। বিশাল ভাৰতবৰ্ষৰ হিন্দু সনাতন সভ্যতা চিৰকাল থাকিব, যি ধৰ্মীয় সভ্যতা অগণন ঋষি মুণিৰ গভীৰ তপস্যাত লব্ধ। সি সেউতীৰ দৰে পূব আকাশত চিৰকাল জিলিকি থাকিব। মহানতা আৰু মহানুভৱতাৰ গুণেৰে সকলোকে জয় কৰিব ভাৰতে ।❤❤
@ramench.saikia8470
@ramench.saikia8470 Ай бұрын
মোৰ ভাৰত মহান
@user-rz3cy3fs4m
@user-rz3cy3fs4m Ай бұрын
এদিন আমাক যে বিপদত পেলাব , সেই কথা ল'ৰা ছোৱালী নথকা‌তোৱে কি বুজি পাব । CAA আইন এনেই গৃহীত কৰা নাই ।
@tarangaduarah5378
@tarangaduarah5378 Ай бұрын
U r not right
@VolaNath-jb6ys
@VolaNath-jb6ys Ай бұрын
@@user-rz3cy3fs4m caa হৈছে বাংলাদেশী সুৰক্ষা আইন !!!
@lazyprincess8649
@lazyprincess8649 Ай бұрын
​@@tarangaduarah5378apuni kouksun right ki..?
@mukuldewraja6588
@mukuldewraja6588 Ай бұрын
Ora Indirectly kotha nokoba.. topic 2 bujisu kintu kotha directly koba jak ji kuwa.
@realhero5657
@realhero5657 Ай бұрын
​@@VolaNath-jb6ys100%Right
@parthapratimgogoi5045
@parthapratimgogoi5045 Ай бұрын
মণিপুৰ ৰ কথাও এনেকৈ চিন্তা কৰা হলে ভাল লাগিল হয়
@saratkalita6468
@saratkalita6468 Ай бұрын
ki sinta koreb lagy monipur monipur koia thakiba ny beleg kamtu mon bida dada
@user-kz9qi6sy1u
@user-kz9qi6sy1u Ай бұрын
Tur baperor murt2 koribo lage​@@saratkalita6468
@lazyprincess8649
@lazyprincess8649 Ай бұрын
​@@saratkalita6468 thikei koise...Manipurt k Bangladesh besi apun nohhhhh
@realhero5657
@realhero5657 Ай бұрын
​@@saratkalita6468হাছিনা আহিছে বৰ'লাটোৰ লগতে বিয়াখন পাতি দে 😅😅
@Tridipneog-vh1xj
@Tridipneog-vh1xj Ай бұрын
​@@saratkalita6468tumiu beleg kamot dhiyan diya nomota bhokotor nicina hokam khai lav nai .adin dhora poriba.
@pkplusaxom3164
@pkplusaxom3164 Ай бұрын
এয়া আমাৰ ধৰ্ম বা সংস্কৃতি,,,,আতুৰ জনক আশ্ৰয় ,,,ক্ষুধাতুৰ জনক জল ,,,ভোকতুৰ জনক অন্ন ,,,,প্ৰদান কৰা ,,,,,,তেওঁ লাগিলে যি নহওক যি ধৰ্মৰে নহওক কিয়,,,, ধন্য ধন্য ভাৰতবৰ্ষ,,,,,❤❤❤❤
@jeutiraj7232
@jeutiraj7232 Ай бұрын
সচায় ভাৰত মহান, ভাৰত ব্যতিক্রম। বেলেগতকৈ বহুত বেলেগ।
@abilashdas9263
@abilashdas9263 Ай бұрын
অতিথি দেৱ ভৱ এয়াই ভাৰতীয় সংস্কৃতি ❤❤
@pallabsonowal8912
@pallabsonowal8912 Ай бұрын
Ummm tuk valk kom ne beyak kom toi ko
@amaldasofficial
@amaldasofficial Ай бұрын
থাকিবলৈ দিয়াতো ভাল হৱানাই
@HahirSolere
@HahirSolere Ай бұрын
ভাৰতৰ উন্নতি সেইকাৰণে হোৱা নাই। দয়ালু যে বেছি।
@chabinnath3435
@chabinnath3435 28 күн бұрын
১০০% ।বিশ্বত শান্তি স্থাপন কৰিব পাৰিব এক মাত্ৰ ভাৰতে।ভাৰতক লৈ মই বহুত গৌৱব কৰোঁ।চেলুট ভাৰত।
@arjunghosh7958
@arjunghosh7958 Ай бұрын
I love my India
@MagneticShock-me5kk
@MagneticShock-me5kk Ай бұрын
বাংলাদেশ স্বাধীন হৈছিল একমাত্ৰ ভাৰতৰ বাবে। আৰু তাত ইছলামীক কত্তৰ পন্থী মুছলমান আৰু গনতান্ত্ৰীক মুছলমান দুটা ভাগত বিভক্ত।শেখ হাচিনা গনতন্ত্ৰ পন্থী আৰু বাকী ইছলামীক পন্থী। মই মোদী ডাঙৰীয়াৰ অৰ্থনৈতিক আৰু ধৰ্মীয় নীতিৰ বিৰোধী, কিন্তু শেখ হাচিনাক ঠাই দিয়া কামটো উচিত কৰিলে বুলি ভাৱো।ডালাই লামাকো ভাৰতেই আশ্ৰয় দি আছে।
@ChitraNath-qz1db
@ChitraNath-qz1db Ай бұрын
ভাৰতৰ দৰে উদাৰ তা আন কাৰোৰে নাই |
@biswnathchoudhury5975
@biswnathchoudhury5975 Ай бұрын
@AssameseLyricalVideo
@AssameseLyricalVideo Ай бұрын
বাংলাদেশৰ জনতা আন্দলন কৰি চৰকাৰক হৰুৱাই success হৈছে। কিন্তু আমাৰ ইণ্ডিয়া CAA আন্দোলন কৰিও success হব নোৱাৰিলে। ব্যৰ্থ আমাৰ জনতা
@saifuldarrang6646
@saifuldarrang6646 Ай бұрын
আমাৰ ভাৰত মহান।ভাৰতীয় হিচাপে সদায় গৌৰৱ কৰো।
@pradipkumardutta3575
@pradipkumardutta3575 Ай бұрын
আমাৰ ভাৰত মহান ।মানৱতা মানুহৰ মাজত থাকিব লাগে ।পশ্চিমীয়া দেশ বিলাকে কিয় যুদ্ধ কৰি অপৰাধীক ধৰিব নিবিচাৰে ।সাধাৰণ মানুহৰ কেতিয়া সুখী হৈ উথিব ।মোৰ প্ৰশ্ন থাকিল---।
@livelihood7681
@livelihood7681 Ай бұрын
Jetia manuhe manuh hoboloi hikhibo...tetia manuh burr xukhi hobo ....aji kali jati ,dhormo r rajneeti r bade hoi aase nu ki beleg ...eku nai..sobote eyai e soli aase....manuh hokolu Homan buli jetia protyeke bhabibo lobo tetia sob thik hobo....bhogobane soboke ekei tej mongoh dise....manuhe okol Jati dhormo bhag kori eiburr oxanti kori furise....be human 1st then everything will be alright..❤❤
@kishortalukdar7003
@kishortalukdar7003 Ай бұрын
Dhunia hoise
@jayantakumardas2607
@jayantakumardas2607 Ай бұрын
সেই ফল ভাৰতেই পাব
@dhirudas7196
@dhirudas7196 Ай бұрын
Ako কৰিব নোৱাৰে,,,
@Pinuri2222
@Pinuri2222 Ай бұрын
​@VolaNathjb6ys 😂🤣👌
@montudutta7017
@montudutta7017 Ай бұрын
তহঁতৰ দৰে ঘৰ বিভিষণ থাকিলে সকলো সম্ভব 👍👍
@montudutta7017
@montudutta7017 Ай бұрын
​@@VolaNath-jb6ysঅসমীয়া হৈ অসমৰ সন্মানটো ৰাখিবি 🙏 এজন জেষ্ঠ নাগৰিকৰ কথা কেনেকৈ কব লাগে বা Comment লিখিব লাগে নাজান যদি মা-দেউতাৰ পৰা শিকি লবি 👍 অৱশ্যে মা-দেউতাও যদি তেনেকুৱাই তেনেহ'লে উপায় নাই 🙏 কাৰণ টেঙা আমৰ পুলি টেঙায়েই হব👍👍👍
@krishnokachari7913
@krishnokachari7913 Ай бұрын
​@@VolaNath-jb6ysSuda Sudi koribo 😅😅😅
@sbsubhash8959
@sbsubhash8959 Ай бұрын
ৰজাই ৰজাৰ দুখ বুজিব পৰাতো ৰাজকীয় চিন্তা। তেখেতৰ প্ৰাপ্ত ৰাজকীয় সন্মান ভাৰতে নিশ্চয় দিব ৷
@ngiphewmanhai7372
@ngiphewmanhai7372 Ай бұрын
মুছলিম হৈয়ো ইছলামিক দেশত যাবলৈ ভয়, ইছলামিক দেশত মৌলবাদী শক্তি বোৰেহে দেশ চলায়, তাত কোনো দয়া মমতা ন্যায় মানৱীয়তাৰ স্থান নেথাকে, সেই উদাহৰন বাংলাদেশৰ লোকে দেখাই শুনাই দিলে
@basantanath2647
@basantanath2647 28 күн бұрын
জয় ভাৰত মাতা।
@AbinashChDeb-gj9pp
@AbinashChDeb-gj9pp Ай бұрын
Many thanks
@user-zv7jp3vo4h
@user-zv7jp3vo4h Ай бұрын
এয়া সনাতনী মহানুভবতা
@realhero5657
@realhero5657 Ай бұрын
অন্ধ ভক্ত যে 😅😅
@kissmita
@kissmita 25 күн бұрын
India is great. We are proud of as an Indian
@bishalsarma5306
@bishalsarma5306 Ай бұрын
57 খন দেশ কত গল 😂
@AhmedAli-n4m
@AhmedAli-n4m Ай бұрын
Right
@user-mo9wi4gc4m
@user-mo9wi4gc4m Ай бұрын
ASSAM first ,,
@InterMiamiTV
@InterMiamiTV Ай бұрын
Good news
@jahirulislam4311
@jahirulislam4311 Ай бұрын
বাংলাদেশ স্বাধীনতাৰ সময়ত স্বেখ মুজিবুৰ ৰহমানক ভাৰতে জান প্ৰাণ আৰু সম্পদ দি সহায় কৰিছিল । এতিয়া বিপদৰ সময়তো স্বেখ মুজিবুৰ ৰহমানৰ ছোৱালী স্বেখ হাচিনাক সহায় কৰিছে এয়া হৈছে ভাৰতৰ নেতা সকলৰ মানৱতা ।
@HemantaDuwara
@HemantaDuwara Ай бұрын
❤❤❤
@dijuhandique253
@dijuhandique253 Ай бұрын
Good
@sacreativeandcrazy953
@sacreativeandcrazy953 Ай бұрын
We are brave and tolerate country
@DipokKumarrobidas-qq5hl
@DipokKumarrobidas-qq5hl Ай бұрын
JOY HIND
@mukundabarman5062
@mukundabarman5062 Ай бұрын
আপৰাধীয়ে অপৰাধীক আকৱালী নলৈ কোনে ল'ব ।
@amarendradoley9341
@amarendradoley9341 Ай бұрын
Axomiyar uprot he problem hbo indian hokolor aku nhoi... Ahok bangladeshi ahok😊
@livelihood7681
@livelihood7681 Ай бұрын
Axomia ki Indian nhoi neki ??? Waah aaji he gomm palu ..manuh buror mindset kenekua hoi goise aaji kali....manuh houk aagote tar pisot baki ji Hoi ,hoi thakibo....manuhor nisina sinta korok....ataotkoi dangor dhormo manobota....heiya e nai aji amar majot ..
@amarendradoley9341
@amarendradoley9341 Ай бұрын
​@@livelihood7681Assamese ketiyau indian nhoi. Aibar budget ot assam ok ki dile bru. Mentally Indian buli accept nokorake okol mukhere kole jnu hbo. Apuni hopunot jiyai asa. Real life ot ahol
@GayatriDeviSharma-zk9kq
@GayatriDeviSharma-zk9kq Ай бұрын
​@@amarendradoley9341 Prothomote 90 Lakhs Bengali Muslims k amar Oxom r pora bahiroloi uliabo lage Karan Assam t Banglabhakhi aru Hindi-bhakhi lok r sankhya besi hoi goise,anekua hoi thakile amar Oxomiya bhakha bilupta hoi jabo adin
@lalitabodomazumdar7827
@lalitabodomazumdar7827 Ай бұрын
জয় ভাৰত মাতা জী জয় মোডী জি জয় সনাতন ধৰ্ম চিৰ সত্য সনাতন ধৰ্ম গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে থাকিব জয় হব অসুৰ দানৱ বিলাকৰ পৰা ❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉
@rohitnath8717
@rohitnath8717 28 күн бұрын
I love my india ❤
@sanatanrajbongshi1981
@sanatanrajbongshi1981 Ай бұрын
বাংলাদেশী ভাৰতত প্ৰবেশ নিষেধ ⚔️
@ZakirHussain-we5lr
@ZakirHussain-we5lr 27 күн бұрын
Thank s India
@user-ez2co4nn8z
@user-ez2co4nn8z Ай бұрын
Bhart mohan desh❤❤❤❤❤
@abdulalim_36
@abdulalim_36 Ай бұрын
monipur r karone alop kobine
@kalpanaishere
@kalpanaishere Ай бұрын
I am also agree ❤🎉 👍🏻👍🏻
@basisthaacharya6590
@basisthaacharya6590 Ай бұрын
এয়াই সনাতন সংস্কৃতিৰ মানৱীয় দান। বিশ্বত বেছি ভাগ দেশেই দান দিব নোৱাৰে, সিহঁতে লব জানে। একমাত্ৰ সনাতন সংস্কৃতিয়েহে দান দিব পাৰে। আশ্ৰয় দান, জীৱন দান। ইয়াতকৈ আৰু কি ডাঙৰ দান হব পাৰে বাৰু?
@UdayMoran-uf5um
@UdayMoran-uf5um 29 күн бұрын
কিয়নো নৰেন্দ্ৰ মোদী অবিবাহিত ্্্্্্্্্্্
@rangiarlara5542
@rangiarlara5542 Ай бұрын
মেৰা ভাৰত মহান
@debajitrajkonwar8698
@debajitrajkonwar8698 Ай бұрын
এইবোৰ বাবাৰ নাটক ৰাইজে ভালকৈ বুজিছে ভন্টী। ।
@DigantaDeka-p4h
@DigantaDeka-p4h 23 күн бұрын
Hei karone ami proud feel koru because we are Indian is the best. Jai hind.jai sree Ram❤
@rahitonnarzary6491
@rahitonnarzary6491 Ай бұрын
এয়াই ৰাজনীতি, হিন্দু মুছলমানৰ
@tridipborgohain3618
@tridipborgohain3618 Ай бұрын
আমিও কঠোৰ হবৰ হ'ল
@narjiblogyoutubechannel7748
@narjiblogyoutubechannel7748 Ай бұрын
Peace india
@RanjanDas-bi8rq
@RanjanDas-bi8rq Ай бұрын
, we proud as a indian
@HemantaDuwara
@HemantaDuwara Ай бұрын
Great my Indian people's ❤❤.
@karunamohandutta2399
@karunamohandutta2399 Ай бұрын
অভয় দানম হি শ্ৰেষ্ঠ দানম
@bnjn5135
@bnjn5135 26 күн бұрын
শেখ হাছিনা পলাই আহিল হিন্দু সকলক মুছলিম ৰাক্ষসৰ হাতত মাৰবাৰ কাৰণে ।
@unofficialtopic9129
@unofficialtopic9129 Ай бұрын
বাহি‌ কৰি‌ দিয়ক‌ গেদি জনিক
@bhesojbaruah6265
@bhesojbaruah6265 Ай бұрын
ভূপেনদাৰ জয় জয় নৱজাত বাংলাদেশ গীতটি এবাৰ গুণগুণাই লওঁচোন আহক............
@anukulrabha5766
@anukulrabha5766 Ай бұрын
সেই বাংলাদেশেই এতিয়া ভূপেন হাজৰিকাৰ কলিজা খায় ।
@keshabrabha6442
@keshabrabha6442 Ай бұрын
যি বাংলাদেশ গঠন হোৱাত ভাৰত গুৰুত্বপূৰ্ন ভুমিকা পালন কৰিছিল আৰু সেই বাংলাদেশেই বৰ্তমান সময়ত ভাৰতক ঘৃনাৰ চায়, কিন্তু তথাপিও বৰ্তমান ভাৰতে বাংলাদেশৰ প্ৰতি ইমান দৰদ কিঅ!!! বাংলাদেশীক টো সদায়েই ৰঙা দলিচা পাৰি থৈছেই, আৰু এতিয়া প্ৰধানমন্ত্ৰী গৰাকীকো আশ্ৰয় কিঅ দিছে!!! মই সৰু মানুহ সৰু মাঠা এইবোৰ বুজি নাপাম দে, এইবোৰ ভাবি মাঠা গৰম কৰি লাভ নাই। ধু...ৰ...
@kalyankalitahub3704
@kalyankalitahub3704 Ай бұрын
❤😂 correct 💯, same with you....
@utpalgoswami1990
@utpalgoswami1990 Ай бұрын
সাহস নহয়, যদি ভাবো যৌথভাবে কৰা বেবসায় আছে "আদানিৰ" লগত আমাৰ সচৰাচৰ মিছা কৈ ফুৰা মহাৰজা "মুদি ডাঙৰীয়াৰ" ? ইলেকট্ৰনিক, ইলেকট্ৰিকেল, বন্ধৰ, কপাহ আদিৰ তেন্তে ?
@user-jv3mr3yg4n
@user-jv3mr3yg4n 26 күн бұрын
Maksudu,baperor setdal bokiso.
@gfgamar1235
@gfgamar1235 Ай бұрын
Good idea of Bharatborso.
@barnalibora7974
@barnalibora7974 Ай бұрын
Manuhor mrom Buji pua amar India.bhart mata ❤
@hirokjyotiborah5966
@hirokjyotiborah5966 29 күн бұрын
মিঞাৰ বাদে সকলো দয়ালু, মৰমিয়াল
@santanudas4889
@santanudas4889 Ай бұрын
আজি ভালকে গম পাইছো যে "কা" কিয় লাগে। এইবাবে লাগে।
@bhupensonowal-en9lo
@bhupensonowal-en9lo Ай бұрын
India PM jindabad 👃
@asen5299
@asen5299 Ай бұрын
মোদীয়ে অসমলৈ পঠিয়ায় দিব,তাৰ বেলেগ কাম নাই,
@AhighlightVideos
@AhighlightVideos 27 күн бұрын
Mera bharat mahan hai 😊😊😊
@krishnakantanath4699
@krishnakantanath4699 Ай бұрын
সাৱধান হব বেইমানী মুছলমান 🙏🙏🙏
@nabanath100
@nabanath100 Ай бұрын
I am a proud of Indian
@bkp9774
@bkp9774 Ай бұрын
কলৈ যাই যাওঁক, সোনকালেই ভাৰতৰ পৰা মিয়া জনীক খেদক।
@realhero5657
@realhero5657 Ай бұрын
Right
@AfghxXhhc
@AfghxXhhc Ай бұрын
Right❤❤
@user-zj3ni2bf4w
@user-zj3ni2bf4w Ай бұрын
Goo
@anuwarhussain6701
@anuwarhussain6701 Ай бұрын
Joi hind
@MatuDas-ho8dd
@MatuDas-ho8dd 29 күн бұрын
হাচিনীক গাত দিলে কি হব মোদিৰ সেইতু কথা বাংলাদেশৰ ৰাইজে হে জানে কি কাম কৰিছে চেক হাচিনাই
@AbinashChDeb-gj9pp
@AbinashChDeb-gj9pp Ай бұрын
Narendra Modi jindabad. He is the most holy person of the world. The people of the world will choice him as a actual human being.
@Monoranjan-sf2tc
@Monoranjan-sf2tc Ай бұрын
বীৰে জানে বীৰৰ দুখ।
@uzzaldutta7960
@uzzaldutta7960 Ай бұрын
ৰাজনীতি 👍👍👍👍👍
@manoveeborpuzari8656
@manoveeborpuzari8656 Ай бұрын
ভাল আদৰ্শ ( অতিথি দেৱ ভৱ )
@realhero5657
@realhero5657 Ай бұрын
এতিয়াহে হিন্দু মুছলিম ভাই ভাই 😅😅
@7gc970
@7gc970 Ай бұрын
ভাৰতৰ পদক্ষেপ সকলোৱেই সলাগ লব লাগিব । মোডীৰ ডাঙৰীয়াই সাহসী কতাক চেলোট দিব লাগিব সকলোৱেই ।
@______________Ss23
@______________Ss23 Ай бұрын
হিন্দু ধৰ্মৰ কথাত বিজেপি কংগ্ৰেছ ক নানিলেই ভাল । আমি হিন্দু মানুহ বোৰ জাগিব হল ।
@riturajphukan2218
@riturajphukan2218 Ай бұрын
What about CAA
@digantachangmai2286
@digantachangmai2286 Ай бұрын
বৰ ভাল কাম কৰা নাই ।
@manojnewar2796
@manojnewar2796 Ай бұрын
Jai bharat mata
@TarunChDeka-cb4go
@TarunChDeka-cb4go Ай бұрын
যি সাহসেৰে ভাৰতে হাচিনাক ৰক্ষা কৰিলে, কিন্তু তাত থকা হিন্দু নাগৰিক সকল হিংসাৰ বলি হৈছে, বাংলা দেশৰ পৰা পলাই আহি আমাৰ দেশত সোমাল, কিন্তু মুছলমান দেশ, ইংলেণ্ড, যুক্তৰাজ্যৰ, ফ্ৰান্স এই আশ্ৰয় নিদিলে, বৰ্ত্তমান বাংলা দেশৰ অগ্নি গৰ্ভা ৰূপে পাকিস্তানৰ, চীন দেশৰ সহায়ক হব
@4u206
@4u206 Ай бұрын
দেশ শেষ । দেশ ৰসাতলে ।
@NUR-HUSSAIN.SHAIKH_
@NUR-HUSSAIN.SHAIKH_ Ай бұрын
I love india
@NittanandaBiswas-oq2sl
@NittanandaBiswas-oq2sl Ай бұрын
Bharat Mata ki Jai
@user-et5tq1em6o
@user-et5tq1em6o Ай бұрын
বাংলাদেশৰ সমস্যাক লৈ আমাৰ কেন্দ্ৰীয় চৰকাৰ যিমান উদ্দীগ্ন তাৰ ১% ও চিন্তা যদি মণিপুৰক লৈ কৰিলে হয়৷
@Runjunmoni
@Runjunmoni Ай бұрын
Great PM Modi❤❤❤🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
@Rahmani_24
@Rahmani_24 Ай бұрын
এজন ডিক্টেটৰে আন এজন টিক্টৰক স্হান দিবই। ইয়াত আচৰিত হবলগীয়া একো‌ নাই।
@realhero5657
@realhero5657 Ай бұрын
Right
@TCF573
@TCF573 Ай бұрын
Very good kolu dei
@TCF573
@TCF573 Ай бұрын
Eyar mojja Bharote pabo. Aru ata kotha Hasina jiman otyasari hakhon solaisile thik modi r logot hompurna mil ase. Tai Mojibur Rohmanor jiyek hobo pare kintu tai Akonayokottabad solaisil dekhot.. Kunubai Taik homalusona korilei jailot bhorai thik modi r dore.. Heye masala pale. Gotike taik Asroy diyatu kunu gourov r kam nohoi borong bipodhe.. World r kunu dekhein taik patta diya nai . Heye Amar otyasari hakhokbure hikhya luwa bhal . Hasinar dore kundina dokha hobo kuneu kobo nuware Atya taik rakhi bipodhe sopai loise
@MonowaraKhatun-y2v
@MonowaraKhatun-y2v Ай бұрын
Modi is best PM hamari garb hein
@aminrahul1977
@aminrahul1977 Ай бұрын
JAI HIND VANDEMATRAM BHARAT MATA KI JAI
@realhero5657
@realhero5657 Ай бұрын
কংগ্ৰেছ চৰকাৰে আশ্ৰয় দিয়া হ'লে অন্ধ ভক্তবোৰে যে কি কি ক'লে হয় প্ৰতিবাদও কৰিলে হয় ছাগে । এতিয়া মিয়া পাকিস্থানী নেদেখে 😅😅
@TCF573
@TCF573 Ай бұрын
Akdom thik ji modiye aji 10 bosore hindu mooslim korutei din gol atya pise aijoik kelei rakhise ..??? Aneye. Miya moosolman bulile hatjap mare aijonik rokhat kintu Ondhoprani bur nimat ... Besara hot. !! Posa saul khai mogoj khottom hol .
@TCF573
@TCF573 Ай бұрын
Very good
@user-ut7fe4uu1f
@user-ut7fe4uu1f Ай бұрын
এই পৃথিৱীৰ খনত একমাত্ৰ হিন্দু ৰাষ্ট্ৰ ভাৰত আৰু নেপাল, বিপদৰ সময়ত বাংলা দেশৰ হিন্দু সকলক ৰক্ষাৰ নকৰিলে কোনে ৰক্ষা কৰিব। কোনো এখন মুছলমান দেশত সৰু এটা কথা পালেই , সকলো মুছলমান দেশেই এক গোত হয় সেই দেশ খনৰ ওপৰত হস্তক্ষেপ কৰিব বিচাৰে । আমি কিয়‌ নোৱাৰো, আমি মৰি যোৱাই ভাল । আমাৰ হিন্দু জাতী তো কোনএকতা নাই ❤❤
@nazrulhoque2473
@nazrulhoque2473 Ай бұрын
পিছত গৈ তেওঁৰ বংশ নানিলেহে ৰক্ষা বাঙালীৰ বিড়ি,তিৰি আৰু বাৰি কত কেতিয়া কেনেকৈ হৈ যায় কোনেও নাজানে
@user-fx4lb9mn1s
@user-fx4lb9mn1s Ай бұрын
এক অপৰাধিক আশ্ৰয় দি কি মহৎ কাম কৰিলে ? শতজনৰ প্ৰাণ লৈ আহিছে। আপোনালোকে পৰিবেশন কৰিছে যেন অন্যায়ৰ বিৰুদ্ধে যুদ্ধ কৰি আহিছে । নৰ হত্যা কৰিহে আহিছে । এজন ডকাইটে গণ সংহাৰ কৰাৰ পাছত গণৰোষত পৰি পলায়ন কৰিছে । এই হত্যাকাৰীক আশ্ৰয় প্ৰদান কৰি কিহৰ নৈতিকতা দেখুৱাইছে । গণতান্ত্ৰিক আন্দোলনৰ ওপৰত দমন আৰু যেতিয়া নিৰীহৰ প্ৰাণ লৈছিল তেতিয়া এই অপৰাধিৰ আশ্ৰয় দাতাই তেতিয়া কিয় কুম্ভকৰ্ণৰ নিদ্ৰাত মগ্ন আছিল ? কাৰ পক্ষত থিয় দিছে ভাৰত চৰকাৰ ? আপোনাৰ কোনোবাক হত্যা কৰি যোৱাজনক যিজনে আশ্ৰয় প্ৰদান কৰিব তেওঁক আপুনি কবনেকি আশ্ৰয় প্ৰদান কৰি আশ্ৰয় দাতাই মহৎ কাম কৰিছে বুলি ? ভাৱক কথাবোৰ মহৎ কাক কয় ? ইয়াত সাহসৰ কথা নহয় নৈতিকতাৰ কথা ।
@niranjanmandal5441
@niranjanmandal5441 Ай бұрын
Hindu First
@JahidulIslam-uo7hd
@JahidulIslam-uo7hd Ай бұрын
ন হ য়
@nripendrakumarbhagawati9935
@nripendrakumarbhagawati9935 Ай бұрын
There is no religion other than mankind and humanity.
@bhaskarnarzary9123
@bhaskarnarzary9123 Ай бұрын
ভাল পদোকেপ ।
Whoa
01:00
Justin Flom
Рет қаралды 56 МЛН
Throwing Swords From My Blue Cybertruck
00:32
Mini Katana
Рет қаралды 11 МЛН
Bend The Impossible Bar Win $1,000
00:57
Stokes Twins
Рет қаралды 43 МЛН
Incredible Dog Rescues Kittens from Bus - Inspiring Story #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 37 МЛН
Drissa Meminta:décortique le discours du président Assimi Goita
57:58
#urgent: Général Issa Le voyage du Président Poutine en Mongoli
1:38:53
Whoa
01:00
Justin Flom
Рет қаралды 56 МЛН