KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞাৰ ‘প্ৰাইম এট নাইট’ত জ্ঞানদীপ হাজৰিকা
27:14
Panbazar Policeৰ বৰ্বৰতাক লৈ লজ্জিত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়'লেট বৰুৱাই কি ক'লে ? N18V
15:46
World’s strongest WOMAN vs regular GIRLS
00:56
Haunted House 😰😨 LeoNata family #shorts
00:37
Real Man relocate to Remote Controlled Car 👨🏻➡️🚙🕹️ #builderc
00:24
😮 Прикол с динозавром пошёл не по плану! | Новостничок
00:16
যাৰ কাৰণে অত্যাচাৰী পুলিচ বিষয়াই শাস্তি পালে ;যাৰ কাৰণে জ্ঞানদ্বীপ ন্যায় পোৱাৰ পথত
Рет қаралды 70,932
Facebook
Twitter
Жүктеу
1
Жазылу 2,2 МЛН
Prag News
Күн бұрын
Пікірлер: 438
@AtulGogoi-k7n
23 сағат бұрын
ভিডিঅ' কৰা বাইদেউ আপোনালৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ, আপোনাৰ সাহসীকতাক চেলুইট জনালোঁ , ভগৱানে আপোনাক কোশলে ৰাখক,
@jugendrachungkrang746
22 сағат бұрын
আপোনাৰ সাহসীকতাক Salute বাইদেউ।।।। আপোনাক ভগৱানে কুশলে ৰাখক।।।।।
@kapilsfact446
22 сағат бұрын
ৰাক্ষসৰ অন্যায়ৰ বিষয়ে প্ৰচাৰ আৰু প্ৰতিবাদ কৰা সাহসী মহিলা গৰাকীক বহুত বহুত ধন্যবাদ।
@cgohain7304
23 сағат бұрын
মুলাগাভৰু বাইদেউ 🙏🙏🙏
@PakhilaNath-k5p
23 сағат бұрын
ধন্যবাদ বাইদেউ আপোনাক 🎉🎉🎉
@dilipdeka3355
22 сағат бұрын
আপোনাক ধন্যবাদ জনালো লগতে সেই মহাপাপী পুলিচ জনক নিলম্বন নহয় চিধাচিধি বৰ্খাস্ত কৰক তেতিয়া তাৰ লৰাৰো এদিন তেনেকুৱা হোওক তাৰে কামোনা কৰিলো নেদেখা জনৰ ওচৰত।
@BinodPathak-dv9zj
21 сағат бұрын
এনেকুৱা অত্যাচাৰি পুলিচক কেৱল নিলম্বনেই উপযুক্ত শাস্তি প্ৰদান হয়নে?, লগে লগেই বৰ্খাস্ত কৰিব লাগিছিল।
@bidyaburagohain6504
19 сағат бұрын
মহিলা গৰাকীক অশেষ ধন্যবাদ জনাইছো । লগতে অলপ সাৱধানে থাকিব , সেই ৰক্ষকৰুপী দানৱে কি বা ভাবি আছে ।
@DipakGogoi-uz2ir
22 сағат бұрын
ধন্যবাদ বাইদেউ।
@AlauddinAhmed-wv7wm
11 сағат бұрын
সচাঁকৈ ধন্যবাদৰ পাত্ৰ এইগাৰাকী বাইডেউ,এগৰাকী সাহসী আৰু সচেতন ব্যক্তি,যাৰবাবে এজন সুশিক্ষিত তথা মেধাবী ছাত্ৰৰজনৰ লগতে অসমৰ জনতাই ন্যায় পাবলৈ সক্ষম হ'ল ।
@swapnaligogoi2235
17 сағат бұрын
সাহসী বাইদেউ গৰাকীক আন্তৰিক ধন্যবাদ জনালোঁ। ভগৱানে আপোনাক সদায় কুশলে ৰাখক।🙏
@NabanitanathNabanitanath
18 сағат бұрын
আপোনাক অশেষ ধন্যবাদ বাইদেউ🙏
@UjjalDas-ld7yk
22 сағат бұрын
ধন্যবাদ বাইদেউ
@rekibuddinfaruquee7276
22 сағат бұрын
ধন্যবাদ বাইদেউ 😊
@jadavchandranath7072
21 сағат бұрын
ভাইৰেল কৰা মহিলা গৰাকী লৈ বহুত বহুত ধন্যবাদ
@mgnkl
22 сағат бұрын
Salute Khurideu , apuni eta danobok naki logai dile, Raijor karone iman kuneu risk noloi ajir dinot
@mamonichetia306
21 сағат бұрын
বাইদেউ গৰাকী য়ে বহুত ভাল কৰিছে।
@milihazarika7731
8 сағат бұрын
ধন্য ভিডিঅ' কৰা বাইদেউ 👌
@AkashPegu-ml5oh
21 сағат бұрын
আপোনাৰ সাহসীকতাক Salute
@sinubordoloi5563
20 сағат бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ 🙏
@dhanjitpathak5589
4 сағат бұрын
সঁচাকৈ বহুত বহুত ধন্যবাদ জনালো আপোনাক 👍👍👍❤❤️🙏🙏
@LuhitDihingia-bn6ys
21 сағат бұрын
" অতিদৰ্পে হতা লংকা ' , এয়াজানো তাৰেই পৰিনতি নহয় ৰাইজ ? সাহসী মহিলা গৰাকীলৈ শতকোতি ধন্যবাদ ।
@mindrefresh715
6 сағат бұрын
এই পুলিচ বিষয়াজনক পুলিচ বিভাগৰ পৰাই বিদায় দিয়ক নহলে ভৱিষ্যতে পুলিচ বিভাগৰেই হব মূৰ কামুৰনি। মুকলিকৈ প্ৰাণে মৰাৰ ভাৱুকি দিছে। ভিডিও কৰাৰ জনক ধন্যবাদ। মামা এনে পুলিচ বিষয়া আমাক নালাগে।
@AnantaSaikia-xq8xu
5 сағат бұрын
আপোনালৈ বহুত বহুত ধন্যবাদ জনালোঁ !
@anupkrdas6798
22 сағат бұрын
এই ভাস্কৰ বড়া জনৰ দম নাই চোৰ ডকাইট , উগ্ৰপন্থীক মাৰিবলৈ । সাধাৰন খাতি খোৱা নিৰ্বলি লৰাজনক মাৰিবলৈ পাৰিলে । কাপুৰুষ ভাস্কৰ বড়া
@Priyangshu_nath___6
12 сағат бұрын
Bhaskar nhoi bhargav
@JurimoniPatarkonwar
6 сағат бұрын
Oi eyak kashmer pothai de sotal bagh tuk
@ritumonirajbongshi108
21 сағат бұрын
ধন্যবাদ জনালো বাইদেউ আপোনাক
@Chandra-v8p
8 сағат бұрын
আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সমাজৰ হিতাৰ্থে কৰা কামৰ বাবে।
@satishdeka3132
9 сағат бұрын
বাইদেউ ধন্যবাদ আপোনালৈ
@bapuldoley2030
4 сағат бұрын
বাইদেউ গৰাখিলৈ বহুত বহুত ধন্যবাদ।
@DhantiHazarika-f6i
3 сағат бұрын
বহুত, বহুত ধন্যবাদ আপোনাক বাইদেউ 🤝🤝👊👊👊👊
@mukshedullah6863
9 сағат бұрын
হাজাৰ বাৰ চেলুত জনালো দেই, সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱালে বাইদেৱে।
@anisurrahman3280
8 сағат бұрын
❤ দন্যবাদ ভাই দেউ❤
@98-PANKA
20 сағат бұрын
বহুত বহুত ধন্যবাদ বাইদেউ 🎉🎉🎉
@dr.pradipmahanta6445
18 сағат бұрын
বহুত বহুত ধন্যবাদ। দম্ভ, অহঙ্কাৰ পতনৰ মুল
@dipakkalita1356
20 сағат бұрын
অত্যাচাৰী পুলিচৰ বিৰুধ্যে প্ৰতিবাদ আৰম্ভ কৰিব লাগে লগতে মুখ্যমন্ত্ৰীৰ মহোদয়ৰ সহায় লওক।
@debajanibaruah3105
6 сағат бұрын
সচা মই এদিন এজন উদত্ত মানুহৰ হাতত মাৰ খাব লগিয়া হৈছিল ।কিন্তু ভগৱান সহায় মুুৰৰ ওপৰত চি চি কেমেৰা আছিল আৰু মোৰ মোৱাইলেৰে মাৰিব আহোতে ভিদীও কৰি ৰাখিচিলো ।তেতিয়া আকৌ পুলিচৰ সহায় লও ।তথাপিও উদত্ত ভন্দ জনে ভয় নেখালে ।এতিয়া তাৰ ওপৰত কেচ চলি আছে ।সকলোৱে এতিয়া সজাগ হবৰ হল ।প্ৰমান সহিতে ধৰিব ।
@RiznurRahman
21 сағат бұрын
Suspended nohoi TERMINATE koribo lage 😢
@seemaborah101
4 сағат бұрын
বহুত বহুত ধন্যবাদ বাইদেউ ।
@MukulDas-l2m
16 сағат бұрын
সকলো মানুহ আপোনাৰ দৰে হওঁক সৎ আৰু সাহসী ... lllllমানুহে মানুহৰ বাবে llll আজি কাৰোবাৰ কাৰণে কালৈ আপোনাৰ কাৰণেও পৰ্যাপ্ত উপকাৰী হব |
@aparnaborah7412
22 сағат бұрын
Apunak bhut bhut dhonyobad baideu🙏🙏🙏
@mouchumibaruah9486
21 сағат бұрын
আপোনাক বহুত বহুত ধন্যবাদ জনালো ।
@diptitamuli6923
22 сағат бұрын
Bohut bohut dhonyabad baideu aapunaloi
@ViewsOnJobs
10 сағат бұрын
Baideu aponak Thank U jonaisu, From London
@RamenDas-g5t
21 сағат бұрын
Thank you mam
@dilipsarma5671
8 минут бұрын
আপোনাৰ সাহসিকতাক চেলুট জনালো বাইদেউ |
@jubisharmatalukdar5348
6 сағат бұрын
Bohut dhonyobaad baideu.Apuni aru bohu Gyandeepok bosale
@UrmilaBorah-ck1pd
21 сағат бұрын
আপোনাৰ অন্ত ৰ কোমলতা আছে তাৰ পৰা বুজা গ'ল এইয়া ই ধৰ্ম আনক দুখ দিয়াতো অধম আপুনি আজি অসমৰ ৰাইজৰ পৰা বহুত আশীৰ্বাদ পালে ছবি খন দেখা পাই বৰ বেয়া লাগিছিল কাৰো লগত যেন এনে নহয়
@RunumiDeka-r1m
5 сағат бұрын
প্ৰণীতা তোমাক অশেষ ধন্যবাদ
@ashishdas9636
20 сағат бұрын
Ma'am you have exposed the real picture of police in Assam . Salutes to you for your courage.
@biki4859
7 сағат бұрын
মানুহে মানুহৰ বাবে। বাইদেউ জনীয়ে প্ৰমান কৰি দিলে।🙏🙏🙏
@girinkalita7134
23 сағат бұрын
হৰ হৰ মহাদেৱ 🔱🙏🔱
@PranamitaGogoi-sq8ot
20 сағат бұрын
বহুত বহুত ধন্যবাদ জনালোঁ
@mamonichetia306
21 сағат бұрын
এইজনৰ ক্ষমতাই মুৰত ধৰিছে।
@jinadas-b4o
3 сағат бұрын
তোমাক বহুত বহুত ধন্যবাদ সাহসী তুমি
@HimakhiPathak
10 сағат бұрын
Salute baidu আপোনাক
@RanjanBorah-w3k
16 сағат бұрын
পুলিচ গিৰি দেখুৱাইছে আপোনক বাইদেউ ধন্যবাদ এনেকুৱা বহুত আছে পুলিচ হল বুলি নি দোষী মানুহৰ ওপৰত অত্যাচাৰ কিহৰ ডকাইট নেকি সি মুখ্যমন্ত্রী মহোদয় আপুনি ব্যবস্থা গ্ৰহন কৰক এনেকুৱা পুলিচ বিষয়া প্ৰয়োজন নাই নিজে মাতাল হৈ আছে, বেলেগক কি সুৰক্ষা কৰিব সি
@jollybaruahmishra4289
16 сағат бұрын
বহুত ভাল কাম কৰিলে বাইদেউ গৰাকীয়ে। বহুত বহুত ধন্যবাদ বাইদেউ
@scout8417
10 сағат бұрын
ভাৰ্গব দায়ী নে,ভাগবক সাৰ পানী দি এনে কৰ্ম কৰিবলৈ উৎসাহ দি থকা বিষয়া সকলো দায়ী।ভাৰ্গবৰ পূৰ্বৰ ভিদিও চাই এনে অনুভৱ হয়, বিশেষ কৈ গোৱালপাৰাৰ হেই কছাৰী যুৱক জনৰ ঘটনাটো।
@nilimakhatun7951
22 сағат бұрын
Thankyou
@dhurbajyotikachari4589
8 сағат бұрын
Hosai baideo k bht bht dhanyabad
@RamenDas-g5t
21 сағат бұрын
Public sai thakibo nalage.....loge lage dhoribo lage polick
@dhirenboruah4665
8 сағат бұрын
বাইদেউ আপোনাক বহুত বহুত ধন্যবাদ
@runubarman3428
18 сағат бұрын
নতুন অসমৰ মুলা গাভৰু ।দুৰৰ পৰা চেলুট।
@dipaksonowal7166
22 сағат бұрын
ধন্যবাদ
@himabora6036
21 сағат бұрын
Hats off..... Madam👏👏 Great inspiration for us
@mousm6612
4 сағат бұрын
Apunak bahut bahut dhoinyobad baidew..apunar karonei aji bhargab borborah r prokrito choritro buji pale
@rurallifene4766
10 сағат бұрын
বাইদেউৰ সাহসীকতাত শলাগ লৈছো ।
@rebasaikia7452
6 сағат бұрын
বাইদেউ,আপোনাক ধন্যবাদ,
@j.devnath3002
17 сағат бұрын
বৰ উচিত কাম কৰিলে । ধন্যবাদ। ।
@RAJA-qs4ss
23 сағат бұрын
Thik karise aapuni baideu ...salute
@sewalimohannath3204
19 сағат бұрын
কোনে কয় লাচিত কোনে মূলা নাই বহুত বহুত ধন্যবাদ বাইদেও।আছে হেনদাঙ লোৱা নাই ললে হেনদাঙ ৰক্ষা নাই।
@ranudevimorang9103
19 сағат бұрын
Very very salut.
@rahulali2081
19 сағат бұрын
এনেকুৱা পুলিচ নালাগে আমাক
@ProbinHazarika-t5r
10 сағат бұрын
ফিল্ম ত এনেকোৱা পুলিচ বোৰক দেখা পোৱা যায়। কিন্তু শেষত গোৰ , চৰ , লাঠি, চো ছৰাই টানি লৈ যোৱা দেখা পোৱা যায়।
@SahilKhan-u8h1t
16 сағат бұрын
বাইদেউ, আপুনি ধুনীয়া কাম কৰছে 🙏🏻🙏🏻 প্রণাম কৰিছো আপোনাক । মই কথা এটা কম যেতিয়া লৈ ভাৰতৰ ল সুধৰণি নহয় তেতিয়া লৈ এনেকুৱা আগলৈ হৈ থাকিৱ ,, কাৰণ আইনৰ সুৰুঙা দি আকৌ কেইদিনমান পিছত দিউটি কৰিৱ,, মোৰ কথা লগে লগে চাকৰিৰ পৰা খেদি দিৱ লাগে চিৰকাললৈ তেতিয়া বেলেগ এ তেনেকুৱা কাম কৰাৰ আগত ১০ বাৰ ভাবিৱ, ইংৰাজ গল ল ১৯৪৭ চনতে ল চলি আছে ইংৰাজৰে সেইকাৰণে সাহস পাই সেইকাৰণে মই এটা পগলা কাৰণ ১৫০ কোটি জনসাধাৰণ মাজত এনেকুৱা এজন মানুহ নাই যিয়ে নেকি জাতি ধম্ বিচাৰ নকৰি কেৱল মানৱতাৰ খাতিৰত ভাল ল এখন লিখিৱ সেইখিনি কাম কোনো চকৰাৰে নকৰে কাৰণ কৰিলে ৰাইজনীতিত কেনেকৈ নিজৰ লৰা , ছোৱালীক বহুৱাব 😂😂
@dilipgogoi7284
20 сағат бұрын
সাহসী মহিলা গৰাকীক Salute
@kimjennie5870
21 сағат бұрын
কোটি কোটি চেলুট মোৰ বাইদেউলৈ
@PRATIVADEKA-ko7sl
22 сағат бұрын
Thank you baideo
@debennath5548
19 сағат бұрын
Suspension in service is normal process not punishment. The police official should have been arrested for taking law in his own hand.
@dharmendrakaman1859
23 сағат бұрын
Assam police হায় হায়
@amitmukharjee6907
21 сағат бұрын
Thanks a lot to the madam
@dipalisonowal8842
18 сағат бұрын
Thankyou Sister
@INDRAJITSARMA-cj6mt
8 сағат бұрын
Bahut bahut dhanyawad baideo aponar dare sokolo mahila olai ahak
@nilishaika5262
Сағат бұрын
Baideu. Apunaloi. Akhek. Dhonyobad
@satyatech7303
21 сағат бұрын
Thanks for this brave women❤
@Tapashrajbangshi-c6m
19 сағат бұрын
Apunak bohut bohut dhannyabad ma'am.... apunar aei tu kam dekhi bohut val lagise salute jonaisu apunak... vale thakok xadai apuni....
@pd5182
7 сағат бұрын
এওঁ ভগৱান 🙏
@DhirajPurabi
7 сағат бұрын
কিছুমান পুলিচ এনেকুৱায়ে,, মই ও এদিন এনে পুলিচৰ সাধাৰণ বলি হ'ব লগা হৈছিলো,, ইহঁতে সাধাৰণ কৰি কোৱা
@janardonbora2795
19 сағат бұрын
Great🙏
@aboro1274
17 сағат бұрын
Thank you so much maam for taking the video of this goon!
@nomaldas364
Сағат бұрын
আপোনাক অখেক ধন্যবাদ বাইদেউ
@MAhmed-d2s
16 сағат бұрын
Video recording ba Thank you ❤
@daisykalita2666
22 сағат бұрын
Baidew apunak bohut bohut thanks ,salute 🙏🙏🙏🙏🙏👍👌❤️
@mintumonidaskonwar2609
19 сағат бұрын
Bohut val kam korle baidew.ami hokoluke nivoye aag bahi jab lage
@ranugogoi2241
20 сағат бұрын
Bohut bohut dhonyabad baideo
@rimpigogoi1682
19 сағат бұрын
Very good
@molinadas9009
3 сағат бұрын
Bahut bahut thanks...vonijiniloi...Aamar falor pora Dibrugarh..pora..❤
@iftikaraliahmed3389
21 сағат бұрын
Thank u my dear ba .You are very bold women. You are great for youth......
@basisthaacharya6590
2 сағат бұрын
মুৰত গধুৰ হেলমেট, পিঠিত ডেলিভাৰী দিবলৈ অনা সামগ্ৰীৰ বোজা, তাৰোপৰি নিজৰ মাতৃ আৰু ভনীয়েকৰ দায়িত্বৰ বোজা। তাতে আকৌ ঋষিৰ শাপৰ দৰে তপত ধানৰ ভাপৰ দৰে বৰ্বৰতা ভৰা থাপৰ, সচাকৈয়ে বহুত সহিব লগীয়া হৈছে পিতৃহাৰা যুৱক জনে।
@akankalita5111
20 сағат бұрын
সচাকৈ সকলোৱে এনেকুৱা হ'ব লাগে আমাৰ কিছুমান আকৌ অন্যায়ৰ বিৰুদ্ধে মাতা জনকো ইতিকিঙ কৰে ,চেলুট জনাইছো
27:14
কাৰ্যবাহী সম্পাদক দেৱজিত ভূঞাৰ ‘প্ৰাইম এট নাইট’ত জ্ঞানদীপ হাজৰিকা
Prag News
Рет қаралды 28 М.
15:46
Panbazar Policeৰ বৰ্বৰতাক লৈ লজ্জিত অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়'লেট বৰুৱাই কি ক'লে ? N18V
News18 Assam/Northeast
Рет қаралды 9 М.
00:56
World’s strongest WOMAN vs regular GIRLS
A4
Рет қаралды 42 МЛН
00:37
Haunted House 😰😨 LeoNata family #shorts
LeoNata Family
Рет қаралды 14 МЛН
00:24
Real Man relocate to Remote Controlled Car 👨🏻➡️🚙🕹️ #builderc
Construction Site
Рет қаралды 25 МЛН
00:16
😮 Прикол с динозавром пошёл не по плану! | Новостничок
НОВОСТНИЧОК
Рет қаралды 11 МЛН
15:33
খাকী পোচাক পিন্ধি কেৱল পুলিচগিৰি কৰিছিল নেকি ভাৰ্গৱ বৰবৰাই?
DY365
Рет қаралды 37 М.
23:41
Assamese News | OC ভাৰ্গৱ বৰবৰাৰ বৰ্বৰতাক লৈ সৰৱ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভায়’লেট বৰুৱা
News18 Assam/Northeast
Рет қаралды 2 М.
6:03
জ্ঞানদ্বীপে কৈ গ’ল; শিক্ষিত অসমীয়া যুৱকে বিচাৰ নকৰে কামৰ সৰু-বৰ
Prag News
Рет қаралды 55 М.
9:26
আৰক্ষীৰ গুণ্ডাগিৰিক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া
Prag News
Рет қаралды 1,6 М.
13:49
Советский мультфильм про нашу жизнь !
Дедушка Аргентинца
Рет қаралды 6 МЛН
9:42
Mouin Rabbani on What Really Happened in Amsterdam Between Israeli Soccer Fans & Local Residents
Democracy Now!
Рет қаралды 421 М.
2:54
মই কাকো কষ্ট নাই, কাজিয়া, অপৰাধৰ ৰেকৰ্ড নাই
NKTV PLUS
Рет қаралды 46 М.
13:36
ডেমকেয়াৰ আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে এজাহাৰ।
DY365
Рет қаралды 6 М.
29:09
Pakistan Crisis Explained
Nitish Rajput
Рет қаралды 9 МЛН
4:03
খালিস্তানীৰ দখললৈ কানাডা ; যিকোনো মুহূৰ্তত বিপদ দেশ প্ৰধানৰ
Prag News
Рет қаралды 6 М.
00:56
World’s strongest WOMAN vs regular GIRLS
A4
Рет қаралды 42 МЛН