৫০ পইচা টো যোগ দিয়া কাৰন হ'ল,, কোনো গ্ৰাহকে ৫০ পইচা টো নিদিয়ে তাৰ ঠাইত ১ টকা দিব ,, কিয়নো এজনৰ কাৰনে ৫০ পইচা দিয়া টো একো কথাই নহয়,, তেনেকৈ এদিনত যদি ১ লাখ গ্ৰাহকে যদি ১ টকা কৈ দিয়ে কিমান টকা লাভ হ'ব,,, যিটো টকা কথা ভবাই নাই,,, যদি এক কৌটি গ্ৰাহকৰ পৰা কিমান টকা আহিব ,,,, গতিকে ইটো এটা না বিক্ৰী না জমা,,,ফকটত টকা যাব