Praneshwari || Pran Deep || Nilakshi Neog || Sunit Gogoi || Pranoy Dutta || Sachin Baruah || 2025

  Рет қаралды 421,592

PRAN DEEP MUSICAL

PRAN DEEP MUSICAL

Күн бұрын

Пікірлер: 1 600
@PRANDEEPMUSICAL
@PRANDEEPMUSICAL 2 күн бұрын
"প্ৰাণেশ্বৰী" কেৱল এটা গান নহয়, "প্ৰাণেশ্বৰী" মোৰ হৃদয়ৰ সুকোমল গুণগুণনিবোৰৰ সুৰীয়া প্ৰাণ ! বিগত বছৰকেইটাত আপোনালোকে দিয়া মৰম আৰু আশীৰ্বাদবোৰৰ এক সুৰীয়া প্ৰতিদান ! ইংৰাজী নতুন বছৰৰ প্ৰাকক্ষণত আগৰদৰেই মৰম পাম বুলি আশাৰে আগবঢ়াই দিলো- নিজৰ কৰি ল'ব দেই 🙏🙏
@dhantidasofficial6252
@dhantidasofficial6252 2 күн бұрын
Bhai jui❤🤝
@rantudas8297
@rantudas8297 2 күн бұрын
Jui Kokaii
@ikcreative954
@ikcreative954 2 күн бұрын
সুৱাদ হৈছে ককাই❤
@Bituchutiaofficial
@Bituchutiaofficial 2 күн бұрын
অসমৰ চাৰিওফালে আজিৰ পৰা প্ৰাণেশ্বৰী ❤ 😍
@tarunboruah9515
@tarunboruah9515 2 күн бұрын
Ai2 ha val nalagil hit hoi nhy najanu ru. natun or ji flavour d ahesaa blagburat aitut napalu
@DeeprajBorah-h3u
@DeeprajBorah-h3u 2 күн бұрын
এইবাৰ যুদ্ধ খন অলপ বেছিয়েই মৰম লগা হৈছে❤ ভেলা ঘৰ হিলি থাকিব এই গানৰ যোৰত
@Arijitshingfnapge
@Arijitshingfnapge Күн бұрын
Shribanee baishya another new song kzbin.info/www/bejne/apzSio2qmLijisUsi=q8yDWHDd0p-5iqC4
@palashjyotibora2175
@palashjyotibora2175 Күн бұрын
অ’ হ’... অ’ হ’...❤❤ আপোনাৰ দৰদী কণ্ঠ আৰু শোনিত গগৈৰ সুৱদি সুৰীয়া শব্দ৷ আপোনাৰ অনুৰাগী সকললৈ ইয়াতকৈ আৰু কি লাগিছে সুন্দৰ উপহাৰ!! গীতটিয়ে নিশ্চিতভাৱে সকলোৰে হৃদয় চুই যাব৷ অশেষ ধন্যবাদ আৰু নৱবৰ্ষৰ আন্তৰিক ওলগ জনালো৷
@babulmajuli2009
@babulmajuli2009 5 сағат бұрын
শুভেচ্ছা থাকিল সুন্দৰ হৈছে প্ৰানেশ্বৰী
@GITABaruah-t6h
@GITABaruah-t6h Күн бұрын
যুদ্ধ গানটো সকলোতকৈ উপৰত❤❤❤🎉🎉🎉🎉
@Arijitshingfnapge
@Arijitshingfnapge Күн бұрын
Her another new song kzbin.info/www/bejne/apzSio2qmLijisUsi=q8yDWHDd0p-5iqC4
@Arijitshingfnapge
@Arijitshingfnapge Күн бұрын
Shribanee baishya another new song
@pallabxhutia
@pallabxhutia 11 сағат бұрын
Koneng mein
@mrinmoyrva5210
@mrinmoyrva5210 18 сағат бұрын
Praneswari juni xosakei buhut dhuniya.. Eman din kot je lukuwai asile
@souravjyotiphukan9349
@souravjyotiphukan9349 2 күн бұрын
প্ৰাণ দীপ দা' বহু অপেক্ষা শেষত finally আজি আমাৰ মাজলৈ (প্ৰাণেশ্বৰী)আহি পালে বহুত আশাৰে ৰৈ আছিলো গীতটি আগবঢ়াই দিয়া বাবে অশেষ ধন্যবাদ' তোমালৈ বুলি নতুন বছৰৰ আন্তৰিক শুভেচ্ছা' অভিনন্দন জ্ঞাপন কৰিলো অনাগত দিনৰ নতুন এক যাত্ৰা আশাৰ ৰেঙনি লৈ নতুন উদ্যমেৰে আৰু ভাল ভাল কাম কৰি যোৱা'' এইবাৰ মাঘৰ বিহুত তোমাৰ গীত বাজিব মুঠতে প্ৰাণ দীপ দা জুই '' জয় আই অসম ''
@Arijitshingfnapge
@Arijitshingfnapge Күн бұрын
Shribanee baishya another new song kzbin.info/www/bejne/apzSio2qmLijisUsi=q8yDWHDd0p-5iqC4
@SarujanDass
@SarujanDass Күн бұрын
সুন্দৰ দাদা.......প্ৰাণেশ্বৰীয়ে প্ৰান চুই গল 🔥🔥🔥🔥❤️❤️❤️❤️😘😘😘
@prantikapriyam2461
@prantikapriyam2461 Күн бұрын
বৰ সুন্দৰ হৈছে দেই প্ৰাণদীপ দা! বহুত বহুত শুভেচ্ছা জনালোঁ। - প্ৰান্তিকা প্ৰিয়ম
@beautymaya034
@beautymaya034 Күн бұрын
Shribanee baa bahut besi morom❤️val lagile tomak dekhi🤗 agbahri jua aru agoloike💐
@ritukalita8
@ritukalita8 2 күн бұрын
সংগীতৰ বজাৰত দাদা এজন বিখ্যাত সুৰৰ ব্যৱসায়ি শ্ৰোতাসকলে কৃপা কৰি নিজৰ উপৰত ধ্যান দিব, এই বিৰহী কণ্ঠৰ নিচাই হৃদয়ত এক প্রচণ্ড ঝংকাৰৰ সৃষ্টি কৰাৰ আশংকা দেখা গৈছে❤(bihut aibar praneshwari) ❤
@sujitbora6425
@sujitbora6425 Күн бұрын
এইবাৰ মাঘ বিহু আৰু নতুন বছৰত বাজিব ভালকৈ....শুভেচ্ছা থাকিল, হায়দৰাবাদৰ পৰা....
@PranabMedhi-i6m
@PranabMedhi-i6m Күн бұрын
Pran da dhuniya lagixe .... Dhuniya bohut dhuniya ... Love from Bongaigaon❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@Lakhyajit_daS
@Lakhyajit_daS 6 сағат бұрын
প্ৰণয় দাই সংগীত বহুত ধুনিয়া কৰিলে ❤
@montuborah5689
@montuborah5689 Күн бұрын
I really appreciate the actor, bhut besi bhal acting korise expressions ❤️
@MainaBora-zo2ey
@MainaBora-zo2ey Күн бұрын
কোনে কোনে প্ৰাণ দ্বীপ দাৰ পৰা যুদ্ধ গানটোৰ নিচিনা গান আৰু আশা কৰা লাইক কৰা 🎉🎉🎉🎉🎉🎉
@gupikantahazarika2113
@gupikantahazarika2113 16 сағат бұрын
গোলাঘাতৰ পৰা চাইছো,,সুন্দৰ লাগিল❤
@DipuLahan107
@DipuLahan107 Күн бұрын
"প্ৰাণেশ্বৰী" singing and composed by Prandeep Da, There can be no better gift for Magh Bihu and New Year 💝 সকলোলৈকে আগতীয়াকৈ মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 🤗 Love From Nagaon ❤
@Saurav234r
@Saurav234r Күн бұрын
আশা কৰো এইতো গানটো hit হয় যাতে লগতে আৰু গানটো বহু বেছি ধুনিয়া হৈছে❤❤
@pinkubora4309
@pinkubora4309 Күн бұрын
প্ৰানেশ্বৰি জনি বৰ মৰম লগা ককাই দেও❤
@Jiwondoley9219
@Jiwondoley9219 Күн бұрын
❤❤❤❤ নাচিব লগা গান,, আপোনাৰ গানে বিহুটি উঠাই আনে।।
@ramkrishna3197
@ramkrishna3197 Күн бұрын
কনেং , যুদ্ধ , আকৌ এইবাৰ প্ৰানেশ্বৰী আহ্ ❤❤❤ ভাষা নাই....... এইবাৰ party বিহুতলী বিশেষকৈ ভেলাঘৰত হিলি যাব। tnq prandeep ❤❤❤
@biswajyotiarandhara9402
@biswajyotiarandhara9402 Күн бұрын
প্ৰাণেশ্বৰী এইবাৰ 2025ত জুই হব জুই 🔥 ধন্যবাদ প্ৰাণদ্বীপ দা ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে ❤🎉💗🤗
@nayanmoniborkotoky6609
@nayanmoniborkotoky6609 9 сағат бұрын
সুন্দৰ। ডিব্ৰুগড় ৰ নাহৰকটীয়া ৰ পৰা চাই আছোঁ ❤❤❤
@Jitultalukdarwert
@Jitultalukdarwert Күн бұрын
কি সুন্দৰ হৈছে প্ৰাণ দ্বীপ দা বেলেগ হিলাই দিছি ❤❤
@ratulnewvlogs5213
@ratulnewvlogs5213 Күн бұрын
Udalguri জিলাৰ পৰা বহুত মৰম❤ দিছোঁ
@prantikdas4110
@prantikdas4110 2 күн бұрын
ডিচেম্বৰ মানেই প্ৰাণদ্বীপৰ দাৰ গীত। মইনা তুমি জুই,কনেং, যুদ্ধৰ পিছত এইটো গীতৰ বাবে বৰ হেঁপাহেৰে ৰৈ আছিলো।
@ankurdas1530
@ankurdas1530 4 сағат бұрын
😅😂
@PrabitraKalita-ng5zh
@PrabitraKalita-ng5zh Күн бұрын
Pran Deep daa besi nokou juìi❤️‍🔥❤️‍🔥
@DipaliDekaBorah
@DipaliDekaBorah 2 күн бұрын
বৰ ধুনিয়া হৈছে গীতটো। শুভেচ্ছা থাকিল
@rahulborah988
@rahulborah988 Күн бұрын
Paneshwari gittu huni borhiya lagse eibar magho bihu ei2he bajibo ru....love from "Moranhat"
@RaktimHatimuria
@RaktimHatimuria Күн бұрын
kboloi bhakha nai prandeep da ami gaon or manuh..akdom pani aru mati lgt mili goise gaantu..2024..2025 hit song ❤🎉🥰🔥aru joldi joldi 10 milion lage guys.from sivsagar❣️
@deepsikhaphukon1341
@deepsikhaphukon1341 Күн бұрын
nice comment
@PranabklengPranab
@PranabklengPranab Күн бұрын
প্ৰানেশ্বৰী ,ভাল হৈছে ।প্ৰনদ্বীপৰ কন্ঠ খুব ভাল পাও।যোৱা বাৰ "যুদ্ধ ,জনপ্ৰিয়তা হৈছিল আকৌ এইবাৰ " প্ৰনেশ্বৰী' জনপ্ৰিয় হব।৩১ ডিচেম্বৰৰ দিনাখন জমিব।
@ankurchamuachannel5191
@ankurchamuachannel5191 Күн бұрын
Aji ei gan tu 30 bar uporot hunilu Bohut vl lagil supar hit song ❤
@triluktamuli1348
@triluktamuli1348 Күн бұрын
This boy like a Kishor das is back same to same kishor das❤
@JayantaBorah-cb4vh
@JayantaBorah-cb4vh Күн бұрын
Mozza val lagile xuni dei 🙏🎉
@akanksha__borah
@akanksha__borah Күн бұрын
তুমি দিলে চাই,, হিয়া পমি যায়❤ দিনে দিনে কৈ মৰম বাঢ়ি যায়,, তোমাক ভাবি ভাবি মইনাকন টোপনি হেৰাই তাকেই ভাবি ওৰে ৰাতি টোপনি হে নাই❤ Wawww prandip daa❤ বহু অপেক্ষাৰ অন্তত গীতটি আমাৰ মাজলৈ আহিল❤ এইবাৰ মাঘৰ বিহু হিলাই দিব ৰাইজ❤😊
@worldmusiclibrary8119
@worldmusiclibrary8119 Күн бұрын
I love you 😘😂
@AdityaChetia-fl7mp
@AdityaChetia-fl7mp Күн бұрын
New year falibo aibar .mojja lagise song to dada ❣️💥
@mousumiborah7246
@mousumiborah7246 Күн бұрын
বহুত অপেক্ষাৰ মাজত প্ৰিয় দাদা জনৰ সুন্দৰ গীত ❤❤
@bppppojjvhffjnvtubmfh
@bppppojjvhffjnvtubmfh Күн бұрын
Khubei Val hoise..onagoto dinot aru hundar upohar pam buli asa rakhilu..vogobane kusole rakhok apunak..
@JDP-pw6sb
@JDP-pw6sb 18 сағат бұрын
Superhit song pran deep daa ketia sabo pam buli xodai KZbin search kori sai thaku finally aji pai golu ❣️❣️
@munumunu4933
@munumunu4933 Күн бұрын
Praneshwari super hit juddho aru koneng’t keu besi val 😍😍😍
@KailyanJyoti3
@KailyanJyoti3 Күн бұрын
শুভেচ্ছা থাকিল ককাই❤
@sanjibanikalita1086
@sanjibanikalita1086 Күн бұрын
এইবাৰ প্ৰাণেশ্বৰীয়ে বিহু হিলায় দিব নে কি কয় ৰাইজ....❤💥🔥
@rupamsaikia5350
@rupamsaikia5350 Күн бұрын
৪বাৰমান শুনিলো ,শুনিয়ে থাকিব মন যোৱা গীত ,,অতি সুন্দৰ ।
@sumannath3111
@sumannath3111 Күн бұрын
গীতটো Romantic Feel লৈ নাচিব নাচিব ভাল হ'ব ......🥺❤️ So beautiful song pran Daa .....(Love from Udalguri)
@pankajsaikia
@pankajsaikia 14 сағат бұрын
ফুলি আছে চেনীচম্পা মেলি আছে পাহি ..... ❤❤
@iswardeuri2927
@iswardeuri2927 Күн бұрын
ভাইটি গোটেই অসম হিলাই দিছে গানটো……🔥🔥🔥🔥🔥
@DimpolGogoi-bj9wj
@DimpolGogoi-bj9wj Күн бұрын
😂
@rimpidutta562
@rimpidutta562 Күн бұрын
কনেং আৰু যুদ্ধটোতকৈ ফিকা ফিফা তথাপিও ঠিকে আছে কিন্তু সেই দুটাৰ জেগা কেতিয়াও লব নোৱাৰে সেইদুটা যেতিয়াই শুনো দেহা মন নাচি উঠে❤❤❤🎉🎉
@LakhiBorgohain-gy5rv
@LakhiBorgohain-gy5rv 13 сағат бұрын
Tumi hokolutkoi bryotikom o prandep dada❤❤❤❤❤❤love 💕💕💕 from Narayanpur ❤
@birajprotimborah
@birajprotimborah 2 күн бұрын
ফাইনেলি অপেক্ষাৰ অন্ত পৰিল ককাই।। জুই বুলি কলো জুই🔥, হেঁপাহৰ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ সকলোলৈকে❤
@jyotishnasaikia3671
@jyotishnasaikia3671 Күн бұрын
এতিয়া অকল প্ৰাণেশ্বৰী ❤️
@saikia53
@saikia53 Күн бұрын
Barhiya Lagi se dai Prandeep Da❤❤👌 Mur Falor pora Apuna Loi Happy New Year🎉🎉Happy Bhugali Bihu❤😊
@DJAxom19
@DJAxom19 Күн бұрын
অতি সুন্দৰ.......আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ❤
@surjaramrabha82
@surjaramrabha82 21 сағат бұрын
Bohut bohut val lagil songs tu❤❤❤
@itsbikash7786
@itsbikash7786 Күн бұрын
মাঘৰ বিহুত চলিব জোৰদাৰ। ৰীল চলিব "হিয়া পমি যায়..." মিঠা আৰু মৰম লগা হৈছে, "ফুলি আছে চেনীচম্পা মেলি আছে ক....লি"। আহ!😍 কি মিঠা❤️।
@UncutTalksAssam
@UncutTalksAssam 2 күн бұрын
প্ৰাণেশ্বৰী লৈ ৰৈ আছিলোঁ। শুনিলো প্ৰন্দীপ দা ধুনীয়া হৈছে ❤ 🥰 কি কম আৰু কবলৈ ভাষা নাই । বাকী গানটো চুপাৰ হিট ❤
@anupamaboruah
@anupamaboruah 2 күн бұрын
thank you for update this song❤
@NituPhukon-id7ey
@NituPhukon-id7ey 2 күн бұрын
thank you power steering this song update❤
@mithunsarmasarma546
@mithunsarmasarma546 2 күн бұрын
thank you for sharing this song update❤ love you
@Gungun_pokhila_official
@Gungun_pokhila_official 2 күн бұрын
thanks for sharing this song bro❤
@ShivaKarmakarmix
@ShivaKarmakarmix 2 күн бұрын
বহুত বহুত ধন্যবাদ Uncut Talks Assam ❤ প্ৰাণদ্বীপ দাদাৰ এই গীতটো বিষয়ে ভিডিঅ' প্ৰচাৰ কৰা বাবে বাকী গান হিঠ ❤❤
@ajoysaikia8514
@ajoysaikia8514 Күн бұрын
সুন্দৰ ❤
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 2 күн бұрын
মাঘ বিহুৰ উপহাৰ হিচাপে পালোঁ গীত টি ককাইদেউ❤আগতীয়াকৈ মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ🙏😘❤️অসমবাসীৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো 🙏😘❤️🌱
@nirajsahariah4410
@nirajsahariah4410 Күн бұрын
"প্ৰাণেশ্বৰী" গীতটি শুনি বহুত বহুত বহুত ভাল লাগিল প্ৰাণদ্বীপ দা। "প্ৰাণেশ্বৰী" এইবাৰ হিত হবৈ। ইমান এটি সুন্দৰ গীত উপহাৰ স্বৰূপে দিয়াৰ বাবে বহুত বহুত ধন্যবাদ প্ৰানদ্বীপ দা❤❤❤
@jungogoi-x9l
@jungogoi-x9l Күн бұрын
charaideo pra mrm jaxilu ❤🔥
@vreegujitshivamspecial
@vreegujitshivamspecial Күн бұрын
"ঐ মোৰ প্ৰানেশ্বৰী ঐ.... নাহৰ ফুলে কপৌ ফুলে জনাই আদৰণি ঢোলৰ মাতে পেঁপাৰ মাতে বিহুৰ আগমণি। বগীকৈ ধুনীয়া, ও পিতাই ৰূপে মোহনীয়া বগীকৈ ধুনীয়া, তুমি মোহনীয়া। মিছিকী হাঁহিতে হলো মতলীয়া চাই চাই হেঁপাহ নপলাই। ৰঙাকৈ উঠতে কাঁচিজোন জিলিকে দুচকুত উমলে তৰাই। তুমি দিলে চাই হিয়া পমী যায় দিনে দিনেকৈ মৰম বাঢ়ি যায়। তোমাক ভাবি ভাবি মইনাকণ টোপনি হেৰাই, তাকে ভাবি অৰে ৰাতি টোপনিযে নাই। হেই, গিৰিপ গিৰিপ কৰি নাচো কঁকাল ভাঙি চেনাই নাথাকিবা চাই। তুমি চাই থাকিলে লাজে বেৰি ধৰে বুকু ধপে ধপাই যাই মৰমে কলিজা খায়। মোৰে প্ৰাণৰ প্ৰানেশ্বৰী দিয়া আলিংগনো, মিলাই পেলাওঁ যত যিমান মৰম অভিমানো। এ ৰাম ৰাম... ফুলি আছে চেনিচম্পা মেলি আছে কলি, গলে মালা পিন্ধাই দিয়া প্ৰাণনাথ বুলি। তুমি দিলে চাই হিয়া পমী যায় দিনে দিনেকৈ মৰম বাঢ়ি যায়। তোমাক ভাবি ভাবি মইনাকণ টোপনি হেৰাই, তাকে ভাবি অৰে ৰাতি টোপনিযে নাই। সপোনেৰে সঁজা, মনৰে মণিকোঠা ভাৱনাৰ গুনা গঁথা মৰমে জাকী মাৰি যাই। আলাখৰ পুতলা ঐ কেতিয়ানো আহিবা চেনেহ চুমা যাচিবা বিহুতলিত কাষতে পাই। তুমি দিলে চাই হিয়া পমী যায় দিনে দিনেকৈ মৰম বাঢ়ি যায়। তোমাক ভাবি ভাবি মইনাকণ টোপনি হেৰাই, তাকে ভাবি অৰে ৰাতি টোপনিযে নাই। নাহৰ ফুলে কপৌ ফুলে জনাই আদৰণি ঢোলৰ মাতে পেঁপাৰ মাতে বিহুৰ আগমণি। @PRANDEEPMUSICAL
@PriyankaKonwar-j4m
@PriyankaKonwar-j4m Күн бұрын
Bohut bohut val lagil deiii gaan to❤🎉🎉🎉
@BuMoni
@BuMoni Күн бұрын
প্ৰাণেশ্বৰী আহা❤
@Rajstob50
@Rajstob50 Күн бұрын
মোৰে প্ৰাণৰ প্ৰাণেশ্বৰী❤🫀🎶 সচাই হ‍ৃদয়ৰ সুকোমল গুণগুণনিবোৰৰ সুৰীয়া প্ৰাণ ❤️🔥
@BordoloiPurnabordoloi
@BordoloiPurnabordoloi 7 сағат бұрын
Dhuniya hoise dada❤
@Anuraag_10x
@Anuraag_10x Күн бұрын
Love from Jorhat r jumonrr ghrrr usorrrr ❤.......
@mggenius.1831
@mggenius.1831 7 сағат бұрын
Prandeep da manai bihu agomon ...bahut val lagel daii Hyderabad at pura fale asu 😊❤
@pritomgogoi7655
@pritomgogoi7655 Күн бұрын
Dada bhall lagil dei ❤❤❤
@seujbora5577
@seujbora5577 Күн бұрын
বহুত সুন্দৰ হৈছে ❤❤❤👌 আগুৱাই যোৱা তাৰে সদায় কামনা কৰোঁ 🥰🙏
@jugalkishor9481
@jugalkishor9481 Күн бұрын
Ohh hoo ohh hoo❤❤ ufff
@swabhilashswaminbora1866
@swabhilashswaminbora1866 Күн бұрын
সুন্দৰ দাদা ❤
@SurujHazarika-i9h
@SurujHazarika-i9h Күн бұрын
Mja pradeep dada I am from Dhakuakhana
@AnitaDevi-e5d9b
@AnitaDevi-e5d9b 6 сағат бұрын
বহুত আশাৰ ফলত আজি এই গীতটি আমাৰ মাজত আগবহাই দিলে বহুত ভাল লাগিল ❤ মাঘ বিহু এইবাৰ বম জুই লাগিব দেই 💥🌚
@kumarsongeethazarika117
@kumarsongeethazarika117 Күн бұрын
Bhal lagise prandeep.... aguwai juwa
@গোলাঘাট
@গোলাঘাট Күн бұрын
Hit ❤ আশা কৰোঁ যুদ্ধ গীতটিৰ দৰে এই গীতটিকো সকলোৱে আদৰি লৈ মৰম দিয়ে। কিন্তু যুদ্ধ গীতটোৰ সমান হব নোৱাৰে ককাইদেউ।। পাৰিলে যুদ্ধ 2 লাগে। আগন্তুক ইংৰাজী নৱ বৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা থাকিল।।।
@lakhyasaikia-t5s
@lakhyasaikia-t5s Күн бұрын
aibar u hilibo axom ❤ tqqqq bro val a thakok hodai
@dhrubajyotidas5711
@dhrubajyotidas5711 5 сағат бұрын
Ki buli likhim bhakha a bisari napalu 🔥💥
@AbinashRajbongshi-u6l
@AbinashRajbongshi-u6l Күн бұрын
Pran Deep dada bohut val lagei sei dei new song 🥰🥰
@ridhikagogoi9884
@ridhikagogoi9884 12 сағат бұрын
Bohot dhuniya lagile de❤❤❤
@Tuliboruah456
@Tuliboruah456 Күн бұрын
Moja hoi sa ❤
@minudas3812
@minudas3812 14 сағат бұрын
ভাল লাগিছে ‌সকলোকে ❤❤
@TravelPicVlog-k3d
@TravelPicVlog-k3d Күн бұрын
Pran deep Dak Kune Kune vll pawa like kora❤
@priyankalifestyle257
@priyankalifestyle257 Күн бұрын
Moja .. abar aitu hit ❤
@ANJALPROTIMBHUYAN
@ANJALPROTIMBHUYAN Күн бұрын
মৰমৰ ভাই, জুই একুৰা দি দিছা আৰু ❤
@MonalishaSaikia-fl8iu
@MonalishaSaikia-fl8iu Күн бұрын
Bohut Dhuniya ❤
@bhabeshdas7479
@bhabeshdas7479 Күн бұрын
Bhut dhuniya hoisa prandeep da❤️❤️❤️
@nxt_anvi_ff
@nxt_anvi_ff 19 сағат бұрын
Dhuniya ❤
@Nayansumu
@Nayansumu Күн бұрын
Prandeep all time favourite Gaan tu superb hoise Videot lua bus khon mur mama ye solai.... Bhal lagise bus khon videot uliai dya karone aji kali tu aibur naikiaye hoi goise Ai bus khonot lorali kalor bahut smriti ase.....
@axomrajytgaming5261
@axomrajytgaming5261 Күн бұрын
Gan tu akdom vl huwa nai
@bhargabsarmavreegu4874
@bhargabsarmavreegu4874 Күн бұрын
Prand deep da obihone bihu bihu nologa a hoise......hilam. aiber ❤
@aruptamulimusical6252
@aruptamulimusical6252 Күн бұрын
অতি সুন্দৰ 🎉❤
@rupjyotiburagohain8740
@rupjyotiburagohain8740 Күн бұрын
নতুন বছৰত আপোনাৰ গান শুনিলেহে বিহু বিহু লাগে❤
@gmk.puwali2602
@gmk.puwali2602 Күн бұрын
Dada apunar song super se upar KZbin hilai Dibo apunar song a ❤
@Priyanka__devi466
@Priyanka__devi466 Күн бұрын
Hundor dada🎉❤
@dipsikhagogoi8958
@dipsikhagogoi8958 Күн бұрын
Amazing brother❤
@AnishaSaikia-q4l
@AnishaSaikia-q4l 9 сағат бұрын
Prandeep dada amr JORHATr Gourob❤
@mrmoon071
@mrmoon071 Күн бұрын
অতি সুন্দৰ দাদা❤❤❤
@MonNilim-xm7fq
@MonNilim-xm7fq Күн бұрын
সুন্দৰ হৈছে ❤❤🙌❤️❤️🥰🤗👌👌
@Phukon-f4z
@Phukon-f4z Күн бұрын
Oh ho ❤❤ki gan bhh moja lagil ❤ maghor bohut nasibi aru pori pori❤
@Bikashgogoi-s5b
@Bikashgogoi-s5b 9 сағат бұрын
Ei bohut besi modhur owww❤❤
@TulchiBoruah-wd1px
@TulchiBoruah-wd1px Күн бұрын
Hit ako abar 🎉❤ prandeep daa 🎉 hit
Assamese New Song 2025 || All Assamese New Songs 2025 || New Assamese Song 2025
20:02
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
Koliya Dawore....
3:14
NenaNiku👩‍🎤
Рет қаралды 40
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН