প্ৰস্ৰাৱ-পায়খানাৰ পানীৰে ধুইছে ব্ৰেণ্ডেড কাপোৰ!

  Рет қаралды 13,462

Asom Live 24 Digital

Asom Live 24 Digital

Күн бұрын

Пікірлер
@jwngsar123
@jwngsar123 5 сағат бұрын
সপোনৰ গুৱাহাটী। ধুনীয়া। আমাৰ গাঁও 1000 গুনে ভাল।
@chandana966
@chandana966 2 сағат бұрын
Nahibi toi moribo iyate gaonte thk gaont porh gaote hospital ot mor
@ayaanarhan395
@ayaanarhan395 4 сағат бұрын
বেয়া নাপাব সিহঁতে সেই কাম কৰি খাইছে খাবলৈ দিয়ক আৰু আপুনি আপোনাৰ প্ৰিয় পোচাক জোৰ ধুবলৈ দিবনে বুলি সোধাতকৈ আপুনি ৰাইজক অনুৰোধ জনাওক যাতে তাত লেতেৰা নেপেলাই।জাবৰ সমূহ ঘৰে ঘৰে দিয়া ডাষ্টবিনত পেলাওক ৰাতিপুৱা মিউনিচিপ্যাল টিৰ মানুহ আহি লৈয়ে যায় জাবৰ সমুহ।
@sahanasultana9592
@sahanasultana9592 5 сағат бұрын
ভাল হৈছে আমাৰ অসমীয়া মানুহবোৰ ইমানে এলেহুৱা যে নিজৰ পিন্ধা কাপোৰযোৰ ও ধুই লৱ নোৱাৰে।।আৰু তহতৰ নিউজ নোহোৱা হ'ল নেকি কাম কৰি খোৱা মানুহবোৰৰ ভাত মাৰিব গৈছে 😡😡
@hemantasarma7631
@hemantasarma7631 6 сағат бұрын
পুৱাই পুৱাই কিবা এটা ভাল লাগিল । গাওঁৰ নৈ খনৰ পানী খাও এতিয়াও ❤ গুৱাহাটী😂
@denny8116
@denny8116 7 сағат бұрын
বঢ়িয়া !😅
@poojashah7253
@poojashah7253 8 сағат бұрын
Bohut bhal Dhoni manuhor kapur bur anekuwai Koribo lage
@dipjutiborah4788
@dipjutiborah4788 3 сағат бұрын
Napai dai eneke kobo😅
@HemkumarRabha
@HemkumarRabha 8 сағат бұрын
Amar village areai val
@Deep.vlogs_05
@Deep.vlogs_05 5 сағат бұрын
মজা গুৱাহাটী বাসী
@JyotsnaSeal-v1s
@JyotsnaSeal-v1s 9 сағат бұрын
Best
@movimovi9654
@movimovi9654 5 сағат бұрын
কেৱল মোৰ আপোনাৰ কাপোৰ নহয়, ৰেলৰ , চিকিৎসালয় , কলেজকে ধৰি অন্যান্য শিক্ষানুষ্ঠান তথা ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ আৱাসিক হোষ্টেলবিলাকৰ কাপোৰ ধোবিয়ে কিহৰ পানীদি বা কোন নদীত ধোয়ে সেইটোও মন কৰিব লগা কথা । কাৰণ সেইবোৰ লেতেৰা পানীত ধোৱা কাপোৰ বিলাকে আপোনাৰ মোৰ গাত বিভিন্ন ধৰণৰ চৰ্মৰোগ বিয়পিব পাৰে বুলি অনুমান কৰিব পাৰি । অৱশ্যে চিকিৎসকৰ মন্তব্য কৰিব নিবিচাৰোঁ ।
@PrasenjitsaikiaDeho
@PrasenjitsaikiaDeho 11 сағат бұрын
Dhunia
@sarmaji92
@sarmaji92 56 минут бұрын
জানো মই এই কথা, গতিকে নিজে ধুও নিজৰ কাপোৰ।
@dr.lakshmikalita8857
@dr.lakshmikalita8857 Сағат бұрын
ভাল পানী নাপালে তেওঁলোকে ক'ত ধুব? 😂😂
@BasanthBhaiVillas
@BasanthBhaiVillas 5 сағат бұрын
ধনী শ্ৰেণীৰ লোকসকলেহে এনেদৰে কাপোৰ ধুবলৈ দিয়ে সিহঁতৰ কাৰণে এইটো এটা ভাল কথা 😂😂😂
@bidyutdekavlogs7695
@bidyutdekavlogs7695 23 минут бұрын
ভালে কৰিছে দে। একো বেয়া হোৱা নাই
@MallikamechHaru-jm6bs
@MallikamechHaru-jm6bs 5 сағат бұрын
Good news 👍
@abassam439
@abassam439 6 сағат бұрын
Val hoise.
@rrabha2302
@rrabha2302 Сағат бұрын
Vall hoose
@RajibRabha-us3lu
@RajibRabha-us3lu 6 сағат бұрын
এই ভাই ধোবীৰ ভাত মাৰিব আপোনি ।
@bappisanjib1650
@bappisanjib1650 14 сағат бұрын
এ মজা😂
@domborugogoi3210
@domborugogoi3210 7 сағат бұрын
Moja kotha
@mosudurrahman907
@mosudurrahman907 2 сағат бұрын
Ekdom letera hoi ai Bharalu Nodi khon
@pobitraborah
@pobitraborah 5 сағат бұрын
Vale hoise
@biswajitchetia9681
@biswajitchetia9681 Сағат бұрын
Thika korisa
@Lalung88
@Lalung88 7 сағат бұрын
Mojaa😂
@Abinashdali
@Abinashdali Сағат бұрын
Thtr dra mnho blg karisa amr village life vl ❤
@DollyPathak-d6z
@DollyPathak-d6z 4 сағат бұрын
Nice
@JBNorth-East
@JBNorth-East 4 сағат бұрын
এইটো প্ৰথমবাৰ কৰা কাম নহয়, বছৰ বছৰ দিনৰ আগৰ পৰা চলি আহিছে আজি হে যেন আপোনালোকে গম পালে হবলা, ধুবিৰ দ্বাৰা ভৰলো নদীৰ উপব্যৱহাৰ 😀😀😂😂
@ISeeYou-fc5zg
@ISeeYou-fc5zg 6 сағат бұрын
ধেৎ কেলা, পানীত চুৱা নাথাকে নহয় নেজানে নেকি?
@darkofficial8464
@darkofficial8464 5 сағат бұрын
Amar nodi ase kintu aitut koi bohut val
@nayanjyotibaishya8483
@nayanjyotibaishya8483 15 сағат бұрын
মজা 👍👍👍👍👍👍কিহৰ কাপোৰৰ বেন্ড আছে বেন্ডেত কাপোৰ পিন্ধিলে মানুহ অমৰ হয় নে কি। পানিত ভগৱান বিষ্ণু থাকে সেই পানি লেতেৰা নে মিনাৰেল পানি সেই টো কোনে চাই। বালৰ নিউজ কৰিব লগা আৰু বহুত আছে। ধুবি বোৰ মানুহ নহয় নে কি
@CHITRASARANIA-i2x
@CHITRASARANIA-i2x 6 сағат бұрын
Minarel panit dhubo lagisil nki 😢
@Saikia-j4i
@Saikia-j4i 5 сағат бұрын
Toi enkwa panit dhuwo ni
@babluentertainment2845
@babluentertainment2845 4 сағат бұрын
Alehuwa boror anekuwai hoi....😂😂😂
@rafalemosey7021
@rafalemosey7021 52 минут бұрын
Bihari technology 😂😂
@momtajkhatun4688
@momtajkhatun4688 4 сағат бұрын
Cee cee wok thu thu take action
@pankajsarma3637
@pankajsarma3637 6 сағат бұрын
A mojja😂😂😂😂😂😂
@CHITRASARANIA-i2x
@CHITRASARANIA-i2x 6 сағат бұрын
Kio gat lagise bee
@RajaSwargiary-yk1cr
@RajaSwargiary-yk1cr 5 сағат бұрын
Moyu dekhisu ihotok kot kapur dhuye🤣🤣🤣🤣 jot pykhana r pani hoi eybur🤣🤣🤣🤣🤣
@budheswarsaikia3103
@budheswarsaikia3103 5 сағат бұрын
Gorom press kori dile thik hoi d i o k
@pranjaljex4517
@pranjaljex4517 4 сағат бұрын
uska kam usko karne do...😅😅😅😂
@manjilboro6656
@manjilboro6656 4 сағат бұрын
Full Hygiene...!!! 🤮😂🤣
@babuda3114
@babuda3114 2 сағат бұрын
Khai manuh kaitak dekhua agote jabor pelua manuh burok dekhuak
@Anupomchetia.assamboy
@Anupomchetia.assamboy 6 сағат бұрын
Boijuwa pani ketiau letera nohoi
@madhurjyojyotibora1376
@madhurjyojyotibora1376 5 сағат бұрын
😂😂😂
@NabaKamal-vy6rj
@NabaKamal-vy6rj 5 сағат бұрын
fake news
@happygamedreamers259
@happygamedreamers259 6 сағат бұрын
😂
@SadanandaChutia-hz2xw
@SadanandaChutia-hz2xw 7 сағат бұрын
No like mater this new s
@JyotikaBorgohain
@JyotikaBorgohain 56 минут бұрын
😂😂😂
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
Try this prank with your friends 😂 @karina-kola
00:18
Andrey Grechka
Рет қаралды 9 МЛН
Trump's Threat to Trudeau: "Pay Up or Face Takeover!" | By Ankit Avasthi Sir
30:53
Ankit Inspires India
Рет қаралды 1,5 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН