প্ৰতিদিনৰ ভূতে নেৰা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক

  Рет қаралды 136,037

Pratidin Time

Pratidin Time

Күн бұрын

প্ৰতিদিনৰ ভূতে নেৰা হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাক। সংবাদমেল পাতি প্ৰতিদিন গোষ্ঠীক ব্যক্তিগত আক্ৰমণ মুখ্যমন্ত্ৰীৰ। স্নাতকৰ নামভর্তিত মাচুল বৃদ্ধিৰ বাতৰিত অসন্তুষ্ট মুখ্যমন্ত্ৰী। প্ৰথমে প্ৰতিদিন টাইমৰ বাতৰিত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া। পৰৱর্তী সময়ত সংবাদমেলত মুখ্যমন্ত্ৰীৰ টার্গেট প্ৰতিদিন গোষ্ঠী। মুখ্যমন্ত্ৰীৰ মতে অসমত বিনামূলীয়া হেনো স্নাতক শিক্ষা।
#PratidinTime #AssamNews #HimantaBiswaSarma #AsomiyaPratidin

Пікірлер: 314
@bishalgogoi4161
@bishalgogoi4161 3 ай бұрын
ৰেচন কাডত Free বুলি কৈ ১০০০ টকা লৈছে। বেক লাগিলে আকৌ free গুছি ৭১৪০ টকা দিব লাগে। আকৌ semester fre নামত ১৪০০ টকা আৰু পৰীক্ষা মাচুলৰ নামত ১২০০ টকা দিব লাগে।এয়াই বাস্তৱ সত্য। 🙏🙏🙏
@Jurasikshekhar
@Jurasikshekhar 3 ай бұрын
Val ke poh .... Comment kora bad de .. fail koribi ae....
@mrrajdeep007
@mrrajdeep007 3 ай бұрын
Moi tu retion card disu kin2 college accept kora nai 7180 dibo loga hoise
@mr.dhrubjyoti6355
@mr.dhrubjyoti6355 3 ай бұрын
Sob lge nki free
@Warriror4789
@Warriror4789 3 ай бұрын
Porha Huna kora bhaiti. Back nalagibo.
@Starter-k7c
@Starter-k7c 3 ай бұрын
Back lagile bare bare tok kio free admission korai dibo😂
@RuhiniGohain
@RuhiniGohain 3 ай бұрын
গছত গৰু উঠা কথা কলে মানুহে মুখ মেলি চাবৈ ন।মামা😅😅😅
@ranjitgowsami7891
@ranjitgowsami7891 3 ай бұрын
জাতি মাটি ভেঁটি নামত অসমীয়া ক ,সকলোৱেই বেঙেনা দিলে, 😢
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
হয়
@ashiqahmed1375
@ashiqahmed1375 2 ай бұрын
Ba Bamboo dilay......
@nipandas5010
@nipandas5010 3 ай бұрын
ইয়াৰ মুখ খন দেখিয়েই দিনটো বেয়া হয়। ধুৰন্ধৰ
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂
@shohelahmed1248
@shohelahmed1248 3 ай бұрын
😂
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL 3 ай бұрын
ৰাতি সপোনতো দেখে চাগে প্ৰতিদিনক 😂
@bakulboruah2026
@bakulboruah2026 3 ай бұрын
গৌৰৱ গগৈ ২০২৬ ৰ মূখ‍্যমন্ত্ৰী।
@TAPASH.R
@TAPASH.R 3 ай бұрын
Right
@chandra5578
@chandra5578 3 ай бұрын
Goru tu😂
@mrbrahma1998
@mrbrahma1998 3 ай бұрын
Xopun dekha to val
@ChinmoyChinmoy-dg8hi
@ChinmoyChinmoy-dg8hi 2 ай бұрын
Podum nufule aruh.. Mama
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
তুমি গৰু নে কি​@@chandra5578
@chhaygaonwushu5455
@chhaygaonwushu5455 3 ай бұрын
আমাক বেলেগ এজন মুখ্য মন্ত্ৰী লাগে
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂২৬ত পাই যাব
@abhijitbarman5730
@abhijitbarman5730 3 ай бұрын
uppar or nalagy😅😅
@tapanrajbongshi5953
@tapanrajbongshi5953 3 ай бұрын
Akhiluddin k patib lagib,miyar dap dapani aru alap bahrib
@jahidulhaque8357
@jahidulhaque8357 3 ай бұрын
Thanks
@nayankumarpawe2671
@nayankumarpawe2671 3 ай бұрын
​@@tapanrajbongshi5953অন্ধ ভক্ত সকলৰ কথাবোৰ এনেকুৱাই।
@PapuMahanto-r9i
@PapuMahanto-r9i 3 ай бұрын
এই টোৰ কথা বেছি কাম কম
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@raza72519
@raza72519 3 ай бұрын
বৰমা কলেজত আমি দৰিদ্ৰ সীমা ৰেখাৰ তলৰ হোৱা সত্বেও পইচা দি নামভৰ্তি কৰিব লগা হৈছে....গতিকে দূই লাখ এশ টকাৰ কথা আৰু কি...
@anupdey1150
@anupdey1150 3 ай бұрын
Thanks protidin time for telekast such type of news against govt. Keep it up.
@rakashdas9087
@rakashdas9087 3 ай бұрын
উচিত কথাত লাগে বেজাৰ
@torabali5756
@torabali5756 3 ай бұрын
মোৰ লৰাৰ এডমিচন ৭১৮০টকা ললে, মই এজন ফেৰিৱালা, এইজনে কয় এটা কৰে এটা
@nayankumarpawe2671
@nayankumarpawe2671 3 ай бұрын
মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কি দেখা পাইছোঁ।
@localstoryinassam8358
@localstoryinassam8358 3 ай бұрын
প্ৰতিদিনে সদায় সছা খবৰ দি আহিচে বাবে খং তেওৰ.
@DIPANKARDAS-pt5co
@DIPANKARDAS-pt5co 3 ай бұрын
Toi kun mohan pondit o....
@KasturiHazarika-rl7zu
@KasturiHazarika-rl7zu 3 ай бұрын
ইমানবোৰ টকা দি নামভৰ্তি কৰা পিছতো বিনামূলীয়া শব্দটো কেনেকৈ আহে।
@pranjalboruah6747
@pranjalboruah6747 3 ай бұрын
এইবিলাকটো চলিয়েই থাকিব। মুখ্যমন্ত্ৰীয়ে মাত্ৰ এটা হিচাপ দিব লাগে প্ৰতি মাহত চৰকাৰখনে সকলো শিতানত কিমান টকা উপাৰ্জন আৰু কিমান টকা খৰছ কৰে। বাকীখিনি আমি নিজেই বুজি লম। জধেমধে ফাইন কাটি, ধাৰ ঋণ লৈ খাটিখোৱা মানুহক মাধমাৰ শোধাই কেমেৰাৰ আগত বেবেৰিবাং গায় লাভ নাই।
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
একদম ঠিক কথা
@HibjurRahman-xy5cm
@HibjurRahman-xy5cm 3 ай бұрын
মই B.A admission লৈছো কলেজত 650 টকা লৈছে।
@KBA481
@KBA481 3 ай бұрын
Tor mobile recharge koribole poisa ase ,kintu porhibole nai😂
@hrishikeshbaruah7570
@hrishikeshbaruah7570 3 ай бұрын
Vai 650, clg r namot dile ako nhy diyk.. Tmlkr Khongress sorkar thakote 3/4 hazar toka di sobe admission lob lagixil
@HibjurRahman-xy5cm
@HibjurRahman-xy5cm 3 ай бұрын
@@hrishikeshbaruah7570 কংগ্ৰেছ চৰকাৰৰ দিনত বস্তুৰ দাম কম আছিল। 2000/3000 টকা ছমাহৰ মূৰত একো ডাঙৰ কথা নাছিল।
@HibjurRahman-xy5cm
@HibjurRahman-xy5cm 3 ай бұрын
@@KBA481 এনে মই কেতিয়া তোক ক'লো মোৰ পইচা নাই। তোৰ ইমানেই যদি টকা আছে Admission লোৱা টকা পঠাই দিবি।
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 3 ай бұрын
এইটো চৰকাৰী নে প্ৰাইভেটট সচোদুৰ্ভাই মামা পইচা দি এডমিচন দিছো কেলা
@rajeshhazarika1663
@rajeshhazarika1663 3 ай бұрын
😂দিবই লাগিব বিজেপিৰ দিনত
@gaurangasaikia2584
@gaurangasaikia2584 3 ай бұрын
Great job Pratidin, keep it up🤝
@tarunchandramorang7988
@tarunchandramorang7988 3 ай бұрын
Michaliya aitu
@bijoysaikia1405
@bijoysaikia1405 3 ай бұрын
প্রতিদিনক ধন্যবাদ সাহস দেখুওৱাৰ বাবে।
@hairprasaddeori2325
@hairprasaddeori2325 3 ай бұрын
Baki jagat tu apunak nidib, Assam r manuhe vote dib....😂😅
@palashphukan9545
@palashphukan9545 3 ай бұрын
২০২৬চনত অসমৰ মূখ্যমন্ত্ৰী গৌৰৱ গগৈ
@trishnagogoiphukan5529
@trishnagogoiphukan5529 3 ай бұрын
ইয়াকে কয় হাতীৰ দাঁত দেখুওৱা এটা খোৱা এটা ☝️🤪
@ali_goria8149
@ali_goria8149 3 ай бұрын
ফকটিয়া লেকচাৰ দিয়াত নাম্বাৰ ১
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 3 ай бұрын
Basari 2 lakh taka uparjanaloike college't admission free . val kotha , pise basari 4 lukh taka loike " ARUNODAI ASANI " free kiya janibo man jai .
@MaoBourah
@MaoBourah 3 ай бұрын
Moi koiaasu cm nohoi dalal
@gutungdipakpegu2134
@gutungdipakpegu2134 3 ай бұрын
এহহহহ মজা কথা । বেপাৰ বঢ়িয়া ।
@KBA481
@KBA481 3 ай бұрын
হাই অসমীয়া জাতি, ম'বাইল ৰিচাৰ্ছ কৰিবলৈ পইছা আছে , পঢ়িবলৈ পইচা নাই। মদ খাবলৈ পইচা আছে, পঢ়িবলৈ পইচা নাই। সকলো বস্তু ফ্ৰীতে কিয় লাগে? মদ খাবলৈ এৰক , জ্ঞান আহৰণ কৰিবলৈ পইচা উপাৰ্জন কৰক। সেই জ্ঞানে আৰু দুগুণ পইচা উপাৰ্জনৰ পথ দিব। সকলো কথাতে চৰকাৰৰ ওপৰত কিয় নিৰ্ভৰশীল হয়? অসমীয়া মানুহ ইমান ৰসাতলে গ'ল নে যে আজিৰ দিনত পঢ়া খৰচটো নিজে উলিয়াই লব নোৱাৰা হ'ল! আজি নিজ স্বীকাৰ্য দুখীয়া সমাজৰ বাবে দেশ ৰসাতলে গৈছে। এই সমাজ দেশৰ শত্ৰু।
@pranjal1393
@pranjal1393 3 ай бұрын
কোনোবাই খুজিছিল নেকি কলেজৰ এডমিছন ফ্ৰি কৰক বুলি? দেউতাৰে নিজেই উস্তাদ মাৰি ফ্ৰী কৰিছোঁ বুলি বাঃ বাঃ লৈছে। কোনোবাই খুজিছিল নেকি কলেজৰ ছোৱালীক স্কুটি দিবলৈ? কোনোবাই খুজিছিল নেকি কলেজৰ ছোৱালীক মাহিলী টকা বিলাবলৈ? কোনোবাই খুজিছিল নেকি মাহিলী ১২৫০ টকাকৈ দিবলৈ? ৰাইজৰ মাথাত কিয় ভাঙিছে?
@hemkantaborah7434
@hemkantaborah7434 3 ай бұрын
এই জনৰ পৰকুটি লৰিল। বেলেগ এজন মূখ্যমন্ত্ৰী চাবৰ হ'ল।
@NehoruRamday
@NehoruRamday 3 ай бұрын
ইমান মিছলিয়া কব নেপায় শিক্ষাৰ্থী সকলক।কয় কিবা কৰে পিছফাদি কৰে কিবা। হায় হায়,,,,,,
@KBA481
@KBA481 3 ай бұрын
চৰকাৰ যেনেকুৱা বদমাছ, প্ৰজাও কম নহয়। সব ফ্ৰী লাগে।😂
@ajitdeka1219
@ajitdeka1219 3 ай бұрын
100% right
@dwipenbarman1313
@dwipenbarman1313 3 ай бұрын
বাকী ৰাজ্য সমুহে ভাবে 5:16 মদ বিক্ৰী কৰি ইমান উন্নতি কৰিব পাৰি আৰু য'ত শিক্ষামন্ত্ৰীয়ে শিক্ষাৰ সলনি মদৰ কথা কয় । আপুনি আৰু আপোনাৰ চৰকাৰ থাকিলে অসমৰ উন্নতি হ'ব হ'বই ?
@MBora-ry6ud
@MBora-ry6ud 3 ай бұрын
Desh birodhi khabar banned hona chahiye. Manish
@madllybangali
@madllybangali 3 ай бұрын
সরকারি স্কলে নেই পর্যাপ্ত শিক্ষক। একটা বিদ্যালয় পরিচালনা করতে হলে 6 টি শ্রেণী কক্ষ এবং প্রত্যেক বিষয়ের জন্য একজন করে শিক্ষক প্রয়োজন
@ashifvideos
@ashifvideos 3 ай бұрын
Ami abeli admission free paisu thank you Mama ❤❤🎉. B A
@RajeshPegu-oo5fh
@RajeshPegu-oo5fh 3 ай бұрын
ৰাতিত দহটা হাল বাই । দিনত এহালো নাভাই
@bishaldas3964
@bishaldas3964 3 ай бұрын
Mamar kiba eta hoise... manuhjone kiba etat bhugi ase
@beria842
@beria842 3 ай бұрын
Cong
@bitukonwar2116
@bitukonwar2116 3 ай бұрын
ৰাতি হ'লে সাতহাল বায়, পুৱা হ'লে এহালো নাই
@rmfashion4457
@rmfashion4457 3 ай бұрын
শুনিলে মজা লাগে। দেখিলে কষ্ট লাগে। কোনফালে যাৱ ছাত্ৰ-ছাত্ৰী সকল
@akalobyasaikia3949
@akalobyasaikia3949 3 ай бұрын
এই জনৰ কথানো আৰু কি কবা ....
@AssamNE_india
@AssamNE_india 2 ай бұрын
kiman hosa misa najanu but a bosor 2024 bhati atai admision loise so he kuwa mote spot admission ot Dibrugarh DHSK college ot 6000+ ne 7000+ a loise kintu DIbru college 250 ne 270 rs only loise Sc. student or karone so CM kotha pura misa buli kobo nuwari khali baki apunalik NEws chnl hoi so apuna luke hosa to gom pai a ki hosa misa
@dibyanayanbhattacharya3905
@dibyanayanbhattacharya3905 3 ай бұрын
যাৰ ঘৰত সাধাৰণতে চৰকাৰী চাকৰি নাই তেওঁলোকে বিনামূলীয়া নামভৰ্ত্তি পাই আহিছে। প্ৰতিদিনৰ বাতৰি ভিত্তিহীন । আমি GU -PG ত সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তি পাইছো 2018 বর্ষতেই ।
@ChayanikaSaikia-kl8fs
@ChayanikaSaikia-kl8fs 3 ай бұрын
চৰকাৰী আঁচনি ত অকল আপুনিয়ে নপৰে। আপোনাৰ দৰে আন ১০০০জনে paisene নাই নিজৰ টো কৈ অন্ধ ভক্তৰ পৰিচয় নিদিব।
@subratlahon286
@subratlahon286 3 ай бұрын
Good
@ddas4452
@ddas4452 3 ай бұрын
ফীৰ বুলি এনে কৈ দিব নেলাগে।
@किरण2021
@किरण2021 Ай бұрын
😂😂😂.. মূখ্য মন্ত্ৰী মহাশয়... আপুনাৰ মুখত ফুল তুলসী পৰক.... মহাবিদ্যালয়ৰ নামভৰ্তিৰ শিতান সমূহ দেখি তাহানিৰ হাইস্কুলৰ এডমিছন ফৰ্ম খনলৈ মনত পৰিছে... 😂😂😂😂
@mintusaikia8443
@mintusaikia8443 3 ай бұрын
B. Ed rw M. A. ত নামভৰ্তি আৱেদন ৰ নামত প্ৰতিখন বিশ্ববিদ্যালয় ত বছৰে বছৰে মাচুল বৃদ্ধি সেইবোৰো চাব ।
@Starter-k7c
@Starter-k7c 3 ай бұрын
Amr bpl asse aru ami free admission laisu... Prattek semester yeart ... Exam ahile 2 pora 3 hazar tokaloi... Dibo Lage.
@taradoi7957
@taradoi7957 3 ай бұрын
কত বিনামূলীয়া মিচা মাতিবলৈ আৰু ঠাই নাপালে । আমাৰ ছোৱালীক দেখুন পইচা দি এদমিচন দিচো
@pradipkumardas7571
@pradipkumardas7571 2 ай бұрын
Pratidinehe truth explains koribo pare,, belege kole magistratek statement record koribo diye.
@ProdipBorahProdip
@ProdipBorahProdip 3 ай бұрын
Dostumot micha ami chob free kari dichu ,Lora burok Royal Mfiel dim aeibar,logote proti mahe tel vorabole 4000 Rs,chali burok squty nidiu car akhon akhon dim,100 percent.bjp hoi ami vai
@Mahesh_Assam
@Mahesh_Assam 2 ай бұрын
5 bosos hoi gol Aaji loike Aadhar dibo pora nai.. Rason card pora naam katile. NRC naam aahise kintu aadhar lock kori rakhise.. ki j hobo 😌 Aaru moi aaji loike sob bar BJP Vote 🗳️ dilu 😢🤦🏻‍♂️🤦🏻 Aami jikiwa sorkar aamar problem solve koribo pora nai.😢🙆🤦🏻
@swargadewnavajyoti540
@swargadewnavajyoti540 3 ай бұрын
mukh meli aikarone sai thakee...karon apuni kua kothabur tahptibujhiye napaii.....😂😂😂
@rajunath8070
@rajunath8070 3 ай бұрын
Enedore jdi news kri thaka tente CM sir nijar signature ot Thai ..Pratidin,, likhi dibo tetya kin2 muk beya napaba agote kio kua nasila buli....😂😂😂😂😂
@rahulaxom2603
@rahulaxom2603 2 ай бұрын
Hmm... Pise Protidein aru Mama r major manu malinya khini natok noholei hol aru.. Aru jodi he Protidein Time hosakoi e Raij r logot.. Tetiahole hazar hazar pronam... 🙏🙏🙏
@MerujitPatowary
@MerujitPatowary 3 ай бұрын
Protidin jindabaad....
@ajitbaro6025
@ajitbaro6025 3 ай бұрын
Jowa Kali amer soalir admission korise p loise 7,500 .com ot ,rason card asil kintu ako bisora nai.kintu ketaman Senior student(boys)ami a help kori dilu boli13,000 diman korisil Aru nidiya babe olob homoi raki toisil.pisot ARYA Vidy ot ac scrotory phone kora pisot he ahibo dise.Totapio phone kori koise3,000 holiyo dbo lagibo boli.komse kom sahor koros kiba ata diya koli val lagil hoikintu Eman toka????amer hatot jene tene admission karone asil.Atiya voi lagise goi college goli kiba koribo nki???
@MrDipankarGogoi0007
@MrDipankarGogoi0007 3 ай бұрын
এজনে কয় এটা কৰে এটা, প্ৰতিদিন Time 🙏, এজনৰ খেল বুজায় বুজে , অসমৰ পৰা ল'ৰা-ছোৱালীৰ বহি ৰাজ্যলৈ কৰ্মৰ বাবে ধাপলি মেলিছে , অসম চৰকাৰে এই বিষয়তো কিয় চকু নিদিয়ে,...... কেন্দ্ৰীয় চৰকাৰ পৰা ধাৰ লৈ লৈ , অৰুনোদৈ আৰু .... টকা বিলাইছে, অসমত কোম্পানী হ'লে অসম চৰকাৰে Tax পাব আৰু অসমীয়া খিলঞ্জীয়া কৰ্ম সংস্থাপন পাব , অসমৰ উন্নতি হ'ব ......🙏
@santudas1202
@santudas1202 2 ай бұрын
Ghenta আমাৰ দৰে দৰিদ্ৰ মানুহে লৰাক ডিব্ৰুগড় কানৈ কলেজত পহাই আছোঁ আজিলৈকে আকু এডাল নেপালো আৰু ghenta ভাষণ শুনিবলৈ থকা নাই
@RekhaKalita-dv7lt
@RekhaKalita-dv7lt 3 ай бұрын
Kathabur xunile val val lage cm sir r kintu bastab jetiya sao fupola
@pankajsarmah4523
@pankajsarmah4523 3 ай бұрын
In Hyderabad it's call Faku sultan..... Hinmanta is big faku sultan.... Bhat about banpani at Assam ... Any planning
@mrigenbarman2641
@mrigenbarman2641 2 ай бұрын
মিছা কথা মোৰ ছোৱালীৰ admisson ৩৬০০ টকা লৈ ললে b borua kollegot
@mineswardutta722
@mineswardutta722 3 ай бұрын
Good news.
@BHABESHKALITA-d2p
@BHABESHKALITA-d2p 3 ай бұрын
BJP sorkare joya 7 মাহে lp up merit list প্ৰকাশ নকৰিলে,, election r babe বৰশী দিছিল নিবনুৱা ৰ আগত,, সাংবাদিকৰ lp up ক লৈ কৰা questions ৰ ans kiba পাগলৰ নিচিনাকৈ আবুল তাবুল বকে,, Direct ans টো নিদিয়ে পাৰিলে সাংবাদিকে অপৰাধ হে কৰিছে lp up merit list প্ৰকাশ ৰ কথা সুধি তেনে অনুভৱ কৰাই দিয়ে
@ashiqahmed1375
@ashiqahmed1375 2 ай бұрын
WE HAVE GIVEN RS. 8620 FOR ADMISSION AT S.B.DEORAH COLLEGE, GHY-7, INSPITE OF BEING RATION CARD AND INCOME CERTIFICATE AT COMMERCE STREAM..... THE RECEIPT IS WITH US ..... WHAT SORT OF ACTION WILL YOU TAKE NOW ?...... .....
@bhogeswarsaikia1520
@bhogeswarsaikia1520 3 ай бұрын
15 _ 20 lakh tokat BJP netai fadil kora NEET paper.....2 lakh 10 hezar uparjon kora ghoror lora suwali ye kenekoi Doctor hobo
@dipty__ray
@dipty__ray 3 ай бұрын
Entrance patibo lge schoolership aru free admission or karne... Amar dore lower middile class or manuh bure he Besi bhugibo lge 85% pai o na schoolership paisu na free admission,degree ye complete hl🙂.... Tar karne entrance patibo lge....
@pranjal1393
@pranjal1393 3 ай бұрын
এজন মুখ্যমন্ত্ৰীৰ ভাষা
@shukllabikash5354
@shukllabikash5354 3 ай бұрын
🎉🎉🎉 Atia ami mukh mali Sai asu kolejot amar lora sualik admition diboloi going fij dim ne reason kard khon dim 🎉🎉tur ai fuljari Mora kothabur dipawolir homoyat kabi tetia amar lora sualik burak fooljari kini nidileu hobo. 🎉🎉🎉
@DIPANKARDAS-pt5co
@DIPANKARDAS-pt5co 3 ай бұрын
Ha ha ha......scooty dia paisa bilak anibo nalagibo neki......aru bjp jindabad kori thak sobe
@niralsingha2960
@niralsingha2960 2 ай бұрын
ADRE r jikhn syllabus dile aibr students pagol hb sure exam diute reading and comprehension t 25 question t 50 marks tatke maths t dib lgisl...emn ke passage pohible hle sun exam t time nhb plus synonyms antonyms hupa humai diye passage t
@rakeshsaikia5843
@rakeshsaikia5843 2 ай бұрын
Kio mukh khn meli sai janane karon apunar hindi kuneu buji napai..
@menteljem4553
@menteljem4553 3 ай бұрын
Agot muslim kaitar bebsta korok nhole axom khn xes
@funny-gaming-video1994
@funny-gaming-video1994 3 ай бұрын
😂😂😂😂😂😂😂😂 bas bjp wale ke pas yahi ek muddhah reh gaya
@pradipkumardas7571
@pradipkumardas7571 3 ай бұрын
Pratidin Times eman dine mone mone thaka karone sakalore moha bipod hoise..
@salimccd389
@salimccd389 3 ай бұрын
Najnu ar ki hoi ase ai bilak ... Kaak number bulim kaka sobore dari suli poka...
@ajoymonster4206
@ajoymonster4206 3 ай бұрын
Twins hua bbe 14,960 toka gol....
@pikusaikia5953
@pikusaikia5953 2 ай бұрын
প্ৰতিদিন টাইম বিজেপি বিৰোধী সকলোৱে জানে
@Ahmed-tq3wo
@Ahmed-tq3wo 2 ай бұрын
Education price hike.. Bah bah CM Sir salute.
@rajunath8070
@rajunath8070 3 ай бұрын
Aai jon or mukhat 2 missa kotha koboloi saraswati maa prati second ot birajman hoi ase
@RekhaKalita-dv7lt
@RekhaKalita-dv7lt 3 ай бұрын
Cm sir a diya bur pai Kune moi vabi napao. Amar ghorar obosta sabo ahile val asil.
@pinkimajuli8143
@pinkimajuli8143 3 ай бұрын
ৰেচন কাৰ্ড থাকিলে মুখ্য মন্ত্ৰী মহোদয়ে বিনামূলীয়া নামভৰ্তি হব বুলি কলে ঠিকেই । কিন্তু কলেজত ৬৫০ টকাকৈ লৈছে নাম ভৰ্তিৰ নামত । তেন্তে বিনামূলীয়া বুলি কিবা কথা থাকিল জানো ?
@OVMIXER
@OVMIXER 3 ай бұрын
Kua mote khokoku hua heten thike asilee......
@manjitdas4401
@manjitdas4401 3 ай бұрын
Hahaha 😂😂anekuwa vakhon kowa manuh bohut khtra hoi 😅😅😅
@KHARGESWARHAZARIKA-zm7pf
@KHARGESWARHAZARIKA-zm7pf 3 ай бұрын
Vote kon rajjyar manuhe die aponaļk ?.
@minotisonowal604
@minotisonowal604 Ай бұрын
Aeitu katha aotha nohuwa hol kidal cm korisehe
@lokengogoi5007
@lokengogoi5007 2 ай бұрын
Jonogonor hoi val kam korila BJP Sarkare KI ?
@WAHIDURATHKHELIA
@WAHIDURATHKHELIA Ай бұрын
BJP dokha AGP dore hobo .Aya ram goya ram hobo.
@avlogs1674
@avlogs1674 3 ай бұрын
Assam legand media network Pratidin time
@RezakulIslam-ex6zu
@RezakulIslam-ex6zu 3 ай бұрын
আপনাৰনিছিনামিছাকথাকবনুআৰেমুখমিলীছাথাকেলাজনালাঘে
@kp23456
@kp23456 3 ай бұрын
Addmission 7000,80000 hejar toka.kot dile binamuliya .misoloya mukhyamontri
@NilaSarmah-t2n
@NilaSarmah-t2n 3 ай бұрын
পেপাৰ খনৰ ওপৰত মান হানি কেচ কৰিবলৈ ভয় কৰিছে।
@Johntamuli1969
@Johntamuli1969 3 ай бұрын
Realy assam great boss
@surjyabordoloi1984
@surjyabordoloi1984 3 ай бұрын
Reson crad free buli kuwatuhe karon 3150 Toka lole
@niralsingha2960
@niralsingha2960 2 ай бұрын
Ration card free nhoi eyt 2.5 lakh income hua krne ration card accept nai kra
@shaharopinsan3532
@shaharopinsan3532 3 ай бұрын
Poisa dia nai nki iman je hosa kotha bore kole
@KIRANSAIKI
@KIRANSAIKI 3 ай бұрын
Kar takare disa raijar murat mari nohai janu?
@nabajotyvlogs2385
@nabajotyvlogs2385 3 ай бұрын
Himanta sar jindabad🙏🙏🙏
@DeepjyotiDas-d7j
@DeepjyotiDas-d7j 3 ай бұрын
2026 gorov gogoi
@RajeevNath-d1i
@RajeevNath-d1i 3 ай бұрын
Binamuliya education 😄
@jintuassam2535
@jintuassam2535 Ай бұрын
আপোনাৰ কথা বন্ধ পদত্যাগ কৰক
@ajitbhowmick490
@ajitbhowmick490 3 ай бұрын
We are culprit because we choose them so now time to change
Do you choose Inside Out 2 or The Amazing World of Gumball? 🤔
00:19
How do Cats Eat Watermelon? 🍉
00:21
One More
Рет қаралды 11 МЛН
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
Do you choose Inside Out 2 or The Amazing World of Gumball? 🤔
00:19