Рет қаралды 2,681
বিহালীত সাংসদ গৌৰৱ গগৈয়ে প্ৰচাৰ চলালেও কংগ্ৰেছ প্ৰাৰ্থী জয়ী নহয়। বিহালীৰ উপ-নিৰ্বাচনক লৈ এই দাবী কৰিলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্তই। বিহালীত আগ্ৰাসী ৰূপত প্ৰচাৰ চলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে। সমষ্টিটোৰ ১৭খন পঞ্চায়তত ১৭জন বিজেপিৰ বিধায়কে চলাব নিৰ্বাচনী প্ৰচাৰ।
#PratidinTime #AssamNews #Congress #BJP #ByElection