মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1

  Рет қаралды 500,749

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 341
@AmarDas-dn3oo
@AmarDas-dn3oo Ай бұрын
মজাৰ কঠা কৈছে
@AkramulIslam-y6r
@AkramulIslam-y6r 22 күн бұрын
Thanks so much for your
@BhaskarGogoi-n6m
@BhaskarGogoi-n6m Ай бұрын
ভূপেন বৰা আৰু ৰকিবুল হুছেইনে কোৱা কথাখিনি আৰু অভিযোগ বোৰ বুজি নোপোৱা বোৰে নিজেই নিজক মূৰ্খ বুলি পৰিচয় দিছে,ৰকিবুলে কৈছিল বিজেপি দলে আৰু মূখ্যমন্ত্ৰীয়ে মিঞা মুছলমান সকলৰ ভোট নালাগে বুলি কৈ এতিয়া ভোটৰ বাবে জামুগুৰিৰ মিঞা মুছলমান মানুহৰ মাজত গো মাংসৰে ভোজ ভাত খুৱাইছে বুলি,এই কথাটোকে বুজি নোপোৱা হৈছে এচাম গোৱৰ খোৱা ভক্ত সকলে
@ekramulhussain3228
@ekramulhussain3228 20 күн бұрын
CM sir comonial manu
@ShishuramPayeng
@ShishuramPayeng Ай бұрын
অসমত মদ বন্ধ হব লাগে
@khargeswarkalita4630
@khargeswarkalita4630 Ай бұрын
School ৰ 200 mtr দূৰত wine Shop খুলিব permission দিয়া চৰকাৰে নকই কি ছাগলী নাখাই কি
@Mc_craft_Gaming69
@Mc_craft_Gaming69 Ай бұрын
😅
@rofiuddinahmed6910
@rofiuddinahmed6910 Ай бұрын
⁷7k
@nirugogoi4576
@nirugogoi4576 Ай бұрын
সত্য কথা কৈছে অখিলে
@SewaliGogoi-h8t
@SewaliGogoi-h8t Ай бұрын
He tells. But also earns
@taradoi7957
@taradoi7957 Ай бұрын
মোৰ মনৰ দৃষ্টিৰে---------------- যি কম সঁচা কম ।--------- গৰু মাংস খোৱাটো সংবিধান বিৰোধী নহয় ।এয়া তেওঁ লোকৰ মৌলিক অধিকাৰ । কোনে কি খাব এইবোৰ চৰকাৰৰ কাম নহয় ।
@anjumaassameserecepie
@anjumaassameserecepie Ай бұрын
Bhale aasa dada 🙏 Jonomot with Anju channel টো please abar sabo❤
@hassangulaf9597
@hassangulaf9597 Ай бұрын
Good right answer 😊
@SilenBhaiya
@SilenBhaiya Ай бұрын
মদ অসমৰ পৰা নিষিদ্ধ কৰক।হিমন্তক আমি আজীৱন মূখ্যমন্ত্ৰী কৰি ৰাখিম।
@NabajitDas-eo5wz
@NabajitDas-eo5wz Ай бұрын
Right
@______________Ss23
@______________Ss23 Ай бұрын
Teneke kio koi dukh lagi jai pai😅
@junugogoi4458
@junugogoi4458 Ай бұрын
Right
@Jugirajbalikhitari
@Jugirajbalikhitari Ай бұрын
Apuni nakhai nakhabo..kintu aibur fokotia kotha koi nathakibo
@ajaypayeng4808
@ajaypayeng4808 Ай бұрын
Mad nakale biya dahat.partyt keneke nasiba ...😂😂😂
@NurAlom-p3v
@NurAlom-p3v Ай бұрын
ঠিক কথা কৈছে উকিল গগৈয়ে
@sofiqulislam3126
@sofiqulislam3126 Ай бұрын
Vall kotha koise
@lifeslittlemoments-llm
@lifeslittlemoments-llm Ай бұрын
সুন্দৰ যুক্তি দাঙি ধৰিছে অখিল গগৈ ডাঙৰীয়াই। হিমন্তই যি ক'ব সেইটোৱে আইন আৰু সকলোৱে ভেবা লাগি চাই থকাই কাম! বহুত বেছি হ'লগৈ, এইবোৰ কৈ, কৰি তেওঁ পত্নীৰ মাটি সম্পত্তিৰ বিতৰ্ক নাইকিয়া কৰি পেলালে আৰু অসমীয়াই গমকে নাপালে!
@budheswarnath6516
@budheswarnath6516 Ай бұрын
🙏👍
@rekhamoniPhukon-u9e
@rekhamoniPhukon-u9e Ай бұрын
এই বিতৰ্ক কৰি থাকোঁতে আৰু 148 বিধ সামগ্ৰী ৰ ওপৰত জিএছ টি বঢ়াইছে
@somedali4255
@somedali4255 Ай бұрын
Okhil gogoi very good
@monalishasaiki7842
@monalishasaiki7842 Ай бұрын
Right Akhil sir
@janardanbora2803
@janardanbora2803 Ай бұрын
বন্ধ কৰিব লাগে মদ ভাং ড্ৰাগছ এইবোৰ বন্ধ কৰক চৰকাৰে
@saifulhaque3576
@saifulhaque3576 Ай бұрын
Akhil sir zindabad
@masumhudabarbhuiya8214
@masumhudabarbhuiya8214 Ай бұрын
Akhil Gogoi dangoria ekdom original kotha kole
@thunugogoi4801
@thunugogoi4801 Ай бұрын
শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ একেবাৰে সত্য কথা কৈছে আপুনি।
@SewaliGogoi-h8t
@SewaliGogoi-h8t Ай бұрын
Being right is good .....but being biased is dangerous
@satyajitkakati1454
@satyajitkakati1454 Ай бұрын
Akhil gogoi zindabad ❤❤
@HariDas-ui9gv
@HariDas-ui9gv Ай бұрын
as a hindu i can't support go hatta
@khargeswarkalita4630
@khargeswarkalita4630 Ай бұрын
Cong এ বা বিৰোধী এ caa খন হব নালাগে বুলি কৈছে অসমৰ ৰাইজে caa বিচৰা নাই সেইবোৰত হিমন্তই kia মানি লোৱা নাই। গৰু অসমৰ সমস্যা নহয় কিন্তু caa খন অসমৰ সমস্যা আছিল আছে আৰু থাকিব
@JahirulIslam-cb3ik
@JahirulIslam-cb3ik Ай бұрын
❤❤❤❤
@BinodSonowal-ze5pi
@BinodSonowal-ze5pi Ай бұрын
অখিল,গগৈ,ভাল😊
@Rachi-r2c
@Rachi-r2c Ай бұрын
সুন্দৰ টপিক এটা পালে দিয়ক 😂😂
@SyedaEllinNaharSyeda
@SyedaEllinNaharSyeda Ай бұрын
আল খাই------খাই আমাৰ কোনো দৰকাৰ নাই, উন্নয়নৰ কিবা অলপ ক'ৰকচোন, একো নাই , অসমৰ তিনি কোটি মানুহৰ দায়িত্ব মুখ্যমন্ত্ৰী য়ে নিজে লম বুলি কৈছিল, ক'তা এতিয়া,ফুটুকাৰ ফেন । মুঠতে সঁচা কথা কোৱা ব্যক্তি আমাক লাগে।জয় আই অসম ।
@samiluddinSamiluddin-p3p
@samiluddinSamiluddin-p3p Ай бұрын
অখিল ছার গুড👍
@GKumar-g3e
@GKumar-g3e Ай бұрын
Akil Gogoi dangoria aponar kotatu 100% right
@najibulali4224
@najibulali4224 Ай бұрын
ৰজা সচাঁই পগলা হৈছে😂😂
@prakashrajbongshi6668
@prakashrajbongshi6668 Ай бұрын
মূল বিষয়বস্তুৰ পৰা সাধাৰণ সহজ সৰল ৰাইজক আতৰাই ৰাখিব বিচাৰিছে । বৰ্তমান সময়ৰ মূল্য বৃদ্ধি,,কৰ কাতল,, নিবনুৱা,ম্মাট মিটাৰ, সমস্যা সমাধানৰ বিষয়ে আলোচনা কৰিব এৰি গো মাংসত লাগি আছে।
@bhazanbarman1870
@bhazanbarman1870 Ай бұрын
Tui hindur namot kolonkoo falto tui kaliye nakhai mori jaa
@bishnubhusal-zq8ok
@bishnubhusal-zq8ok Ай бұрын
Amitab borthakur daday 100%right kotha koise" kunu jibo jantuk hotya kora karo adhikar nai" ji sritikorta kebol teurei adhikar ase shristi kora ba hotya kora" jibo hotya mohapap khakolo dharma granthar mul kotha ba ukti
@rabinchandrabhuyan4246
@rabinchandrabhuyan4246 Ай бұрын
ৰকীবুল হুছেইন আৰু ভূপেন বৰাই নিজেই লিখি দিলে, এতিয়াও CMO office ৰ ফাইলত বন্দী হৈ আছে ।
@asrafali916
@asrafali916 Ай бұрын
অখিল দাদা মামাই গৰুৰ মাংস খোৱা বন্ধ কৰাতে বহুত ভাল হৈছে আমি বহুত ভাল পাইছে
@DaimariBrihot
@DaimariBrihot Ай бұрын
Thnks 🎉Pradin time for your kind information and response updates news for everyone 👍 in a Secular Democratic republic Country in peace ✌️ unity diversity in Northeast India.
@mohiruddin1328
@mohiruddin1328 Ай бұрын
Right Sir
@nirmalsonowal123
@nirmalsonowal123 Ай бұрын
অখিল দা আপুনি কিমান নিকা আমি জানিব লগা নাই। আপুনিয়েই ঈদৰ সময়ত ঈদ পালন কৰি গো মাংস খাইছিল চাগে, নামাজ পঢ়ি শেষ কৰি।
@NabajitDas-eo5wz
@NabajitDas-eo5wz Ай бұрын
Pglr dore ktha koisa
@rupak.pathak-c1c
@rupak.pathak-c1c Ай бұрын
Pagol ghenta Akhil Gogoi
@dipankargogoi21
@dipankargogoi21 Ай бұрын
Toi pagol nki
@Bot2-i3c
@Bot2-i3c Ай бұрын
তুমি গো-মূত্ৰ খোৱা পোহনীয়া প্ৰজাতি
@kanakkakati7604
@kanakkakati7604 Ай бұрын
Apunar kamnai apuni aneke lagi thakibo
@kanakkakati7604
@kanakkakati7604 Ай бұрын
Mama jindiabad
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
অসমৰ ভোটাৰ সকলে একো জনানাই মই হে সকলো জানো,জনানাই আৰু কোনো।প্ৰতি গৰাকী ভোটাৰৰ বিষয়ে ও ময় জানো। অকল ময় নজনা কথাটো ইমানেই যে মোৰ নিজ কিডনীৰ অন্তৰ্নিহিত অবস্থাটো, মোৰ লিভাৰৰ অন্তৰ্নিহিত অবস্থা, মোৰ শৰীৰৰ তেজৰ অবস্থা,মোৰ ব্ৰেইনৰ অন্তৰ্নিহিত অবস্থাটোকেই অকল নাজানো বাকী বিশ্বৰ সকলো জানো। গতিকে মোৰ জয় অনিবাৰ্য।
@mridulkonwar7476
@mridulkonwar7476 Ай бұрын
Akhil Gogoi is 100% right
@ikramii4452
@ikramii4452 Ай бұрын
বাকী লগৰ গৰু কেইটাও হাতৰ টালি বোজায়😅😅
@tarapali3250
@tarapali3250 Ай бұрын
100%right
@JayantaDas-s4v
@JayantaDas-s4v Ай бұрын
We request Hemanta Bishwa Sarma, Gaurav Gogoi, Bhupen Nora, Rakibul Hussain, Akhil Gogoi to Nitin Gadkari MP of Nagpur. Because he express his good works publicly what he had done, what he is doing and what he will do for people. His slogan is " Waste to Well " .
@jehiruddinahmed5181
@jehiruddinahmed5181 Ай бұрын
এক কথা - এজন চিকিৎসকে পৰামৰ্শ দিব পাৰিব যে ৰুগীজনে গো মাংস খাব পাৰিব নে নোৱাৰে, ইয়াৰ বাহিৰে আন কোনেও ইয়াৰ সিদ্ধান্ত ল'ব নোৱাৰে।
@NurAlom-p3v
@NurAlom-p3v Ай бұрын
অসমত ড্রাগস বন্ধ করক পারিলে মোখ্যমন্তি
@SriCCDas
@SriCCDas Ай бұрын
অখিল গগৈ ডাঙৰীয়া আপুনি মুখ্য মন্ত্ৰীক পগলা বুলি কৈছে আপুনি নিজেই বহুত ভাল বুলি ভাবে নেকি আপুনি কি কেতগেৰিত পৰে।
@SaifulIslam-bi2mf
@SaifulIslam-bi2mf Ай бұрын
Very good akhel gogoi sir
@SOPIALHUSSAIN-gl8rj
@SOPIALHUSSAIN-gl8rj Ай бұрын
Right
@anirudhadas2543
@anirudhadas2543 Ай бұрын
Cm jindabad
@Sofikulislam-k1s
@Sofikulislam-k1s Ай бұрын
Good news live
@ltdassam8990
@ltdassam8990 Ай бұрын
Good Job
@NiyarikaPegu
@NiyarikaPegu Ай бұрын
Akhil very good speaker
@SatymevaJayate007
@SatymevaJayate007 Ай бұрын
R8 Akil Gogoi
@KamalUddin-rr8cv
@KamalUddin-rr8cv Ай бұрын
Tnx
@OskarBeck
@OskarBeck Ай бұрын
Good speech okhal gogoi
@sauravbania3008
@sauravbania3008 Ай бұрын
মানবীয় দৃষ্টিকোণৰ আলোচনা। গৰু, গাহৰিৰ মাঙখ‌ই দিয়া/যোগান ধৰা, ভিটামিনৰ পৰা মানুহ হোৱাৰ অনুশীলনৰ যোগ্যতা আহৰণ কৰিব নোৱাৰি।
@KarmajitSaikia-h4h
@KarmajitSaikia-h4h Ай бұрын
কেটুমণি আপুনি যিমানেই যোৰ দিয়ক কিন্তু ২০২৬ত মামাই আহিব।
@Rabiya-mr8rr
@Rabiya-mr8rr Ай бұрын
Himanta atiya axomor babe axoni honket hoi porise😅
@NasirUddin-i3m
@NasirUddin-i3m Ай бұрын
Okhil gogoy jindabad ❤
@AyubAliMandal-i9o
@AyubAliMandal-i9o Ай бұрын
Right sir Akhil gogoi
@farukahamedahamed8835
@farukahamedahamed8835 Ай бұрын
গৰুৰ মাংস খায় কাৰু বেমাৰ হোৱা নাই ❤
@Jai-p8q
@Jai-p8q Ай бұрын
Good Decision.
@bishalsarma5306
@bishalsarma5306 Ай бұрын
Mama ক ভোট নিদিওঁ আৰু ছেট
@AbulSarkar-zw7js
@AbulSarkar-zw7js Ай бұрын
পঢ়া শুনা কৰি বৰ মানুহ হৈ অলপ অলপ wine খাব লাগে খৰ্গেশ্বৰ ডাঙৰীয়া আৰু তাৰ বাবে wine shop ৰ পাৰমিশ্বন পৱিত্ৰ চৰকাৰে দিছে। ইয়াৰ লগত গো মাঙ্সৰ তুলনা হ'ব নোৱাৰে।গো মাঙ্স খাই মানুহ জ্ঞান শুন্য হৈ পৰে।মদ খালে স্বাস্থ্য ভালে থাকে আকৌ ই লিভাৰৰ বাবে অতি প্ৰয়োজনীয়।
@SanjayPantanti-ds4sg
@SanjayPantanti-ds4sg Ай бұрын
Akhil speech 100%True
@noiseassambrainers
@noiseassambrainers Ай бұрын
👍👍👍👍👍
@Zimixwaris
@Zimixwaris Ай бұрын
After all bjp govt e bharat or hokolo raijok tupi porai godi dokhol kpri ase.
@NurulIslam-xe1vc
@NurulIslam-xe1vc Ай бұрын
অখিল গগৈ ডাঙৰীয়া সুন্দৰ উপস্থাপন কৰিলে মূল্য বৃদ্ধির উপৰত সিদ্ধান্ত লওক চৰকাৰে যদি সচা ৰাজনীতি বিধ হয়
@hassangulaf9597
@hassangulaf9597 Ай бұрын
Good okhil sir
@saifulhaque3576
@saifulhaque3576 Ай бұрын
Best reporter nitu Moni sir❤
@lalmohanrava7389
@lalmohanrava7389 Ай бұрын
সকলো মাছ মাংস সামাজিক ভাৱে বন্ধ কৰা ভাল
@bkdthsolution9550
@bkdthsolution9550 Ай бұрын
ভাৰতৰ সংবিধানে সকলোকে সম অধিকাৰ দিছে।কোনে কি খাব কোনে কি পিন্ধিব সেইটো চৰকাৰে নিৰ্দ্ধাৰণ কৰিব নোৱাৰে।
@MeherAli-l6j
@MeherAli-l6j Ай бұрын
Good Akhil Da
@bodolanddanswrang
@bodolanddanswrang Ай бұрын
Okk right
@dalimikonwar3968
@dalimikonwar3968 Ай бұрын
Akhil gogoi sir good decision
@dilipbiswad
@dilipbiswad Ай бұрын
Good Assam cm ❤
@asmigomgaming7960
@asmigomgaming7960 Ай бұрын
বিজেপি চৰকাৰে ভাল কাম কৰে আমাক আৰু লাগিব বি জে পি চৰকাৰ
@mohiruddin1328
@mohiruddin1328 Ай бұрын
Akhil gogoi is great men
@SikhaSaikia-fm4wc
@SikhaSaikia-fm4wc Ай бұрын
আপুনি মুখ্যমন্ত্ৰী নে আমাৰ মন্তি
@SemsonTerang-x1n
@SemsonTerang-x1n Ай бұрын
Akhil gogoi zindabad
@liyalimasolution5461
@liyalimasolution5461 Ай бұрын
১০০% গৰু মাংস নিষিদ্ধ হব লাগে তেতিয়া আলু পিয়াজৰ দাম কমিব গৰু সালে আলু নহৰু আদা মচলা বেছিকে লাগে কাৰণে দাম বেছি অসমত
@SahabUddinGazi-b9b
@SahabUddinGazi-b9b Ай бұрын
অসমে ভিক্ষা কৰিলে মেলা টকা আছে তুই ভিক্ষা কৰ তাহলে আলুপিয়জ কিনি খাব পাৰি বি ভিখাৰি ভিখাৰিভাখাৰি।😅
@Sandhan_
@Sandhan_ Ай бұрын
সকলো মাংস নিষিদ্ধ কৰিব লাগে। এই খন হিন্দু ৰাষ্ট্ৰ।
@EzazAhmed-nl9xh
@EzazAhmed-nl9xh Ай бұрын
Good morning
@nurnaharahmed4497
@nurnaharahmed4497 Ай бұрын
Akil gagoi jindabadh
@lyricistmilan3541
@lyricistmilan3541 Ай бұрын
Mod, bhang, এইবোৰ বন্ধ কৰিব নোৱাৰে, কিহৰ এইবোৰ।
@nawanitapator3572
@nawanitapator3572 Ай бұрын
হিন্দু মানুহে গৰুক পূজা কৰে গতিকে গৰুক পৱিত্ৰ বুলি গণ্য কৰি কোনোৱে গৰু মাংস নাখালে ভাল হয়.
@AbulHussain-dl6og
@AbulHussain-dl6og Ай бұрын
100% support korisu logote Permit puwa modor dukanor pora Gutei oxombakhye mod kini xuwa korile 200% support korim 🍾🍾🍶
@anjanasom-t4z
@anjanasom-t4z Ай бұрын
মোৰ মাৰ হৈছিল।কাষৰ মানুহে মায়া মেলিছিল যাৰ কাৰণে মায়ে চকু মুদি থাকে আৰু ঘৰৰ মানুহৰ মৃত্যু বা অনিষ্ট সাধন হোৱা দেখে। শেষত আমি ডক্টৰৰ সহায় লৈছিলো।যদিও তন্ত্ৰ মন্ত্ৰৰ যোগেদি হ'ব লাগিছিল । এতিয়া ইয়াকে ক'ম যে মৰুভূমিৰ মাজত খোজ দিয়া জনেহে জানে যে তাত খোজ কাঢ়ি গৰমৰ অভিজ্ঞতা কি বৰণৰ পোৱা যায়!?!? ঠিক আছে জনাবচোন ল'ৰা জন বৰ্তমান সুস্থ হৈ পৰিছে নে? ভিডিঅ'এটা পঠিয়াই দিব
@MilanBasumatary-qh5uh
@MilanBasumatary-qh5uh Ай бұрын
এইবোৰ হিমন্তৰ মাত্ৰ কেবিনেট । এই মাত্ৰ মদি, স্বাহৰ তৈলমৰ্দন হে ।
@BirajKalita-t6k
@BirajKalita-t6k Ай бұрын
ভুপেন কাই কিমান লাট মাৰিলে ।তই দায়িত্বশীল CM এজনক পাগল কব পৰা মানুহজন নিজে পাগল হয় ।তই কিমান লাজ থকা মানুহ। হেমন্তৰ লগত তোৰ কি ফালৰ পৰা তূলানা হয়।
@Fakharuddinahmed-ll6oh
@Fakharuddinahmed-ll6oh Ай бұрын
আ,সাম‌ নিরামীষ ভূজী হক
@JayantaDas-s4v
@JayantaDas-s4v Ай бұрын
@SucantomoranPitimoran
@SucantomoranPitimoran Ай бұрын
Bidaiok aikhil dangoria aapunar aantorik dhoinobad jonaisu aekebare hoito kotha koise apuni 😊
@AbdulLatif-qj9ki
@AbdulLatif-qj9ki Ай бұрын
সামপ্রদায়িক মতানৈক্য সৃষ্টি কৰাত পাকৈত।
@RaifuddinAli-p8h
@RaifuddinAli-p8h Ай бұрын
Okhil nic
@balendra265
@balendra265 Ай бұрын
বোপাই অ বাকী বুজি পালোঁ, কিন্তু "ঋণৰ ধাৰত" মানেহে বুজি নাপালোঁ।
@AbdulHai-q9w
@AbdulHai-q9w Ай бұрын
CM curtailed our liberty
@jibansakar1073
@jibansakar1073 Ай бұрын
CpM. আদৰ্শ Assam আন্দোলনৰ বিৰুদ্ধে?
@KabilAhmed-wz4zr
@KabilAhmed-wz4zr Ай бұрын
আচল কথা কেইটা কৈছে অখিল গগৈ ডাঙৰীয়াই
@pnameswar9
@pnameswar9 Ай бұрын
গগৈ ডাঙৰীয়াই কথাতো ঠিকেই কৈছে
@MajiburRahman-u9e
@MajiburRahman-u9e Ай бұрын
আমার গরু বাহরতগলে অসম অনতহব এটু বদ করা হছে
@BHOBENGOHAIN-g2e
@BHOBENGOHAIN-g2e Ай бұрын
VERY GOOD DECISION ,CM SIR ,,JAY SHREE RAM ,, 🙏🙏
@KamalUddin-rr8cv
@KamalUddin-rr8cv Ай бұрын
Ok
@jayantdeka9306
@jayantdeka9306 Ай бұрын
অসমত বেলেগ আলোচনা নাই নিকি সংবাদ মাধ্যমৰ।
@akhtarulatassam
@akhtarulatassam Ай бұрын
Hosa khota koise okhil da
Quando eu quero Sushi (sem desperdiçar) 🍣
00:26
Los Wagners
Рет қаралды 15 МЛН