Рет қаралды 22,646
এক গৌৰৱান্বিত খেলুৱৈ দম্পতী
এটা সপোনক সাকাৰ ৰূপ দিয়া পিতৃ-মাতৃ তেওঁলোক
তেওঁলোক আজি অসমৰ আটাইতকৈ গৌৰৱান্বিত পিতৃ-মাতৃ
কেনেকৈ সন্তানক ৰিয়ান পৰাগ কৰিছিল তেওঁলোকে?
কষ্ট, ত্যাগ, সংগ্রাম, দৃঢ়তা আৰু একাগ্রতাৰ এক জীয়া কাহিনী
আজি সকলো ছাত্র-ছাত্রী আৰু অভিভাৱকে চাবলগীয়া এক অনুষ্ঠান
‘অভিমত’ত আজি পৰাগ দাস আৰু মিঠু বৰুৱা EXCLUSIVE
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’
#pratidintime #abhimat #riyanparag #parents #talkshow #nitumonisaikia