Рет қаралды 12,195
উচ্চতম ন্যায়ালয়ত ঐতিহাসিক সিদ্ধান্ত। বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ সন্দৰ্ভত ৰায়দান। ১৯৭১ চনেই হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ। ৫ জনীয়া বিচাৰপীঠৰ চূড়ান্ত ৰায়দান। ৪-১ ৰায়দানৰ মাধ্যমেৰে ১৯৭১ চনক ভিত্তিবৰ্ষৰ সিদ্ধান্ত।
#PratidinTime #AssamNews #CAA #SupremeCourt #Judgment