এইবাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰিপুণ বৰাই

  Рет қаралды 190,221

Pratidin Time

Pratidin Time

Күн бұрын

Пікірлер: 227
@NKMedia-d6k
@NKMedia-d6k 18 күн бұрын
অসমৰ আটাইতকৈ নীলাজ মানুহ হিমন্ত অসমৰ আটাইতকৈ ডেঞ্জাৰাছ ৰাজনীতি বিদো হিমন্তই অসমৰ আটাইতকৈ বুধিয়ক আৰু কৰ্মপতু ৰাজনীতি বিদো হিমন্তই
@arindomnath1839
@arindomnath1839 18 күн бұрын
Bangaladeshi miya e kela kotha kobo ahe...
@pratimasarma1737
@pratimasarma1737 18 күн бұрын
বদমাছৰ চূড়ান্ত কবলৈ ভাষা নাই। মৰিব অতি জঘন্য ৰূপে।
@dharitrigogoi1453
@dharitrigogoi1453 12 күн бұрын
T5
@Bnb717
@Bnb717 18 күн бұрын
প্ৰথম নিলাজ মুখ্যমন্ত্ৰী
@DennisVellum-jp4mu
@DennisVellum-jp4mu 15 күн бұрын
Time will tell the truth
@hemantadas6963
@hemantadas6963 14 күн бұрын
Thik koise
@AbhijitChutia-q6y
@AbhijitChutia-q6y 18 күн бұрын
কংগ্ৰেছ জিন্দাবাদ,প্ৰতিদিন টাইম অসমৰ বেষ্ট নিউজ চেনেল❤❤❤
@KulenGogoi
@KulenGogoi 13 күн бұрын
মোৰ কণিগুটীটো চেলেকি খা কেলা অভিজিত
@HimakhiNATH-j8n
@HimakhiNATH-j8n 18 күн бұрын
মুখ্য মন্ত্ৰী ❎ মূৰ্খ মন্ত্ৰী ✅
@hasotia
@hasotia 18 күн бұрын
এনে বাতৰি প্ৰতিদিন ৰ পৰা সদায় আশা কৰে ৰাইজে। এনে ধাৰাবাহিকতা সদায়ে ৰাখিব বুলি আশা কৰিলো
@Desiboynnmddgh
@Desiboynnmddgh 17 күн бұрын
Congressi dalal 😂...5-0 in bypolls 😂
@Neuosm
@Neuosm 18 күн бұрын
Protidin time zindabad ❤
@adinformationassam9568
@adinformationassam9568 17 күн бұрын
নিউজ চেনেল হ'লে এনেকুৱা নিৰপেক্ষ হ'ব লাগে। বৰ্তমান সময়ত এনেকুৱা নিৰপেক্ষ বাতৰি প্ৰকাশ কৰা চেনেল অতি দুৰ্লভ।
@Beaevs
@Beaevs 18 күн бұрын
Pratidin time news channel always great 🙏👍
@ThaneswarBorah-z8y
@ThaneswarBorah-z8y 13 күн бұрын
যি মানুহৰ নৈতিক তা বোধ নাই সেই সকলকে নিলাজ বুলি আমি সৰুতে মহৎ লোকৰ বাণী নামৰ কিতাপত পঢ়িবলৈ পাইছোঁ।আন মানুহৰ লাজ থকা নাই সেই কথা কোৱা ৰ আগত নিজৰ লগত তুলনা কৰিব লাগে।আমি সাধাৰণ মানুহে কথা বোৰ লক্ষ্য কৰি থাকো বহুতে লাজ চৰম হীন কৰ্ম কৰি থকা প্ৰত্যক্ষ ভাৱে দেখিছোঁ।
@ChitraBorgohain-u8x
@ChitraBorgohain-u8x 18 күн бұрын
News hola ankua hobolaga👍👍
@HanifAli-r5b
@HanifAli-r5b 18 күн бұрын
Ehma ntubissarmanillajju 1:21
@prabinmallabaruah8845
@prabinmallabaruah8845 18 күн бұрын
মূখ্যমন্ত্ৰী আসন খনৰ এক সুকীয়া গৰিমা থাকে । আজি আৰু অসমৰ বিদ্বান সমাজে মূখ্যমন্ত্ৰীৰ পদবী আৰু আসন খনৰ গৰিমা থকা বুলি নেভাবে । নিৰ্বাচনত সংখ্যা গৰিষ্ঠ হলেই ওভতগোৰে নাচিব পাৰে নেকি তাকে আজি কালি সৰব চৰ্চা হ'বলৈ ধৰিছে ।
@FARMANPLEASURE
@FARMANPLEASURE 18 күн бұрын
তৰুণ গগৈৰ ভৰি চেলুকি আজি মূৰ্খ মন্ত্ৰী হিম
@migangkuli6269
@migangkuli6269 18 күн бұрын
Good news
@khairulalam4540
@khairulalam4540 18 күн бұрын
Very good 👍👍👍
@mamonidoley1004
@mamonidoley1004 17 күн бұрын
নিলাম যোৱা মুখ্য মন্ত্ৰী।
@imdadali9519
@imdadali9519 17 күн бұрын
দূভাগ্য জনক মুখ্যমন্তী।
@rambalram2610
@rambalram2610 18 күн бұрын
২০২১ ৰ পিছত ৰাজনীতি নকৰোঁ বুলি কুৱাটো ভাৰতৰ ইতিহাসত আটাইতকৈ ডাঙৰ টুপী....😮😮😮😮 কোনেও এনেকুৱা টুপী পিন্ধোৱা নাই আজি লৈকে কোনো ৰাজ্যত....😮😮😮 এই কথাষাৰ কৈ, বিজেপি ক ব্লেক মেইলিং কৰিলে আৰু বিজেপি এ ৰাজ্যখন হেৰুৱাব বুলি ভাবি সকলো এৰি দিলে এই জনৰ হাতত.... ফলত নিজৰ মানুহক টিকট দি বিধায়ক বনাই বিজেপিৰ বেনাৰত জিকাই আনিলে আৰু সৰ্বাক অসমৰ পৰা আঁতৰাই পঠিয়ালে.....😮😮😮 এতিয়া কাঞ্চনযুৰি ৰিচৰ্ত, আন্তঃৰাষ্ট্ৰীয় স্কুল, মেক দনাল্ড ৰ বিপনী, মাজুলী, তেজুপৰ, কলিয়াবৰত শ শ বিঘা মাটি, কেৰেলাত চপিং মাল... মুঠ কথাত এলাউদ্দিনৰ চাকি....😅😅😅 মমতা বেনাৰ্জী ৩ বাৰ কৈ মুখ্যমন্ত্ৰী হল.... ইমান সম্পত্তি টো নাই....🤔🤔🤔🤔 এজন ৰাজনীতি কৰা মানুহৰ ইমান সম্পত্তি কেনেকৈ হয়...🤔🤔🤔🤔
@khairulalam4540
@khairulalam4540 18 күн бұрын
Good news channel
@GajenBora-vj1mh
@GajenBora-vj1mh 18 күн бұрын
Mama nilag😂😂😂😂
@RomaBora-pj6pu
@RomaBora-pj6pu 18 күн бұрын
কথা খিনি যুক্তিসংগত ও সঁচা।
@KiranSharma-bw9bh
@KiranSharma-bw9bh 18 күн бұрын
Mama obosta Bohut beya hobo kintu
@UddiptaDas-mz8dr
@UddiptaDas-mz8dr 18 күн бұрын
Mama buli mari lav nai tar gat poka lagibo aru si morilay poka bilakay khabo kiman lutiba mama sob olabo
@DhantiHazarika-f6i
@DhantiHazarika-f6i 18 күн бұрын
শিয়াল কংগ্রেচ জিৰ।
@Biswanathashik
@Biswanathashik 18 күн бұрын
Ripun sir zindabad
@bipulsaikiabipulsaikia5677
@bipulsaikiabipulsaikia5677 17 күн бұрын
ভালকৈ ধূইছে।
@anonymous_assamese4838
@anonymous_assamese4838 18 күн бұрын
নিলাজ কালন্ত😂😂
@cgohain7304
@cgohain7304 18 күн бұрын
ভাল লাগিল।😂
@Wilson_Teron
@Wilson_Teron 18 күн бұрын
Very good news we want this
@JyotismanSarma-j3k
@JyotismanSarma-j3k 18 күн бұрын
Right ripun da.
@basantakalita5369
@basantakalita5369 18 күн бұрын
Moja disai
@rajassam1822
@rajassam1822 18 күн бұрын
Congress Zindabad
@UddiptaDas-mz8dr
@UddiptaDas-mz8dr 18 күн бұрын
Moi ripun dar logot ak mot
@bishnuramrabha4714
@bishnuramrabha4714 18 күн бұрын
C.M.je Nilaz Murkho Axomiyaai Buji Naapaai dei .
@KrRahulofficial
@KrRahulofficial 18 күн бұрын
Mozza dise de...Ripon Da
@ujjalrabha982
@ujjalrabha982 18 күн бұрын
Nak kata mama😂
@AnishRehman-z3i
@AnishRehman-z3i 18 күн бұрын
Thik koise rioun borah dangoriya.
@im-DON-ok
@im-DON-ok 18 күн бұрын
Moja dile
@Podcasstudio944
@Podcasstudio944 18 күн бұрын
Right news
@harensingbey
@harensingbey 17 күн бұрын
Reepun Bora long live
@BisnomormoTia
@BisnomormoTia 9 күн бұрын
👍
@ratulali4195
@ratulali4195 11 күн бұрын
আমাৰ কথা বোৰ মোৰ বহুত ভাল লাগিছে
@miksiabung6978
@miksiabung6978 18 күн бұрын
Right
@Jitugogoi-h4l
@Jitugogoi-h4l 17 күн бұрын
আপুনি কম নহয় ৰিপুন দি তুমি কেনেকোবা আমি গম পাই গলো
@munnaahmed5988
@munnaahmed5988 11 күн бұрын
Pratidin Time Long Live ❤
@akhtarhussain7614
@akhtarhussain7614 7 күн бұрын
বৰা ডাঙৰীয়া শৰ্মা ডাঙৰীয়াৰ বাবে কতো একো কৰিব নোৱাৰি তেখেতক ৰাজনীতিৰ পৰা আতৰি থকাটোৱে কামনা কৰিছে আৰু......আপোনালোকৰ দাইল নিসিজিব দিয়ক....বিজেপি জিন্দাবাদ 🙏 ভাৰতমাতা কি জয়
@sonowalguwahativlog5320
@sonowalguwahativlog5320 18 күн бұрын
Moi vote Sonowal k disilu
@rambinaymahato9085
@rambinaymahato9085 19 сағат бұрын
CM sir jindabad Himanta sir jindabad
@abonjyotibora4114
@abonjyotibora4114 18 күн бұрын
প্ৰতিদিন ৰ অৰ্থনৈতিক টোপোলা ৰ প্ৰয়োজনীয়তা আহি পৰিছে হেন অনুভৱ হৈছে!!
@badaruddinahmed6446
@badaruddinahmed6446 18 күн бұрын
❤❤❤❤
@imdadulhaque3647
@imdadulhaque3647 17 күн бұрын
Mohaa nilaaaz mamaa
@MridulaKalita-c8y
@MridulaKalita-c8y 17 күн бұрын
Tihar Jail jindabad Ripon bora ji...
@hassangulaf9597
@hassangulaf9597 13 күн бұрын
Right ripun sir
@munumedhi1924
@munumedhi1924 17 күн бұрын
আদাক দেখি উঠিল গা কেটুৰীয়ে বুলে মোকো খা এনেকৈয়ে গৈ সভাপতিটো হৈ লোৱা কং বুলি যিকন আছে সেই কনো খাই পোলোৱা | হিমন্তু গৈ CM হ'ল তোমাৰ তৃণমূল কলৈ গ'ল |
@rajibchamua8490
@rajibchamua8490 18 күн бұрын
News of the year 👍
@dipankarkhargharia9952
@dipankarkhargharia9952 14 күн бұрын
ছি ছি কি কৈছে ৰিপুন বৰাই হয আমাৰেই লাজ লাগিছে
@kamalkalita338
@kamalkalita338 16 күн бұрын
নিলাজৰ দল কংগ্ৰেছ নহয় নিলাজৰ দল বিজেপিহে হিমন্ত বিশ্ব শৰ্মাই জনা ভাল
@AnantaGogoi-l2c
@AnantaGogoi-l2c 9 күн бұрын
মামা আৰু ঠগিব নোৱাৰ
@milondebnath4273
@milondebnath4273 18 күн бұрын
Good. 🎉🎉🎉
@RanjitDas-ot6ju
@RanjitDas-ot6ju 14 күн бұрын
তীহাৰ জেলত মই থাকি অহা নাই।
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 14 күн бұрын
Nice
@ArupDas-qr6qc
@ArupDas-qr6qc 18 күн бұрын
কিহক লৈ কৈছিল নিলাজ কংগ্ৰেছ দল বুলি কথা খিনি এবাৰ শুনে দিয়ক এনে যা তা news কৰে কাম নাই
@SaifulIslam-bi2mf
@SaifulIslam-bi2mf 16 күн бұрын
Very good rapon bora
@Skdkkkskakad
@Skdkkkskakad 14 күн бұрын
Prothom ak nombor nilas himanta bisha sarmah
@khargeswarkalita4630
@khargeswarkalita4630 18 күн бұрын
হিমন্ত নিলাজ কিন্তু তুমি ও কম নহয়, দল বাগৰি আকৌ কং ৰ হৈ
@MamoniYesmin-t5f
@MamoniYesmin-t5f 17 күн бұрын
Himu mamai kintu dol bagori se 😊😊
@AmzadHussain-c9n
@AmzadHussain-c9n 18 күн бұрын
100% right Dr.Ripun dangoria.
@SurenBoro-mv7tq
@SurenBoro-mv7tq 18 күн бұрын
Ripun Bora Tihar jailor kotha monot pore ne. Ripun Bora nijor kotha sinta kora.
@HassanAliAhmed-v1c
@HassanAliAhmed-v1c 3 күн бұрын
আচলতে লজ্জাহিন্ হ'লে কৈ লজ্জাদিব নোৱাৰি
@billutalks2.067
@billutalks2.067 17 күн бұрын
Bold news 🔥
@pratimasarma1737
@pratimasarma1737 18 күн бұрын
ইয়াৰ পিছতো আৰু দিব পাৰি নে এই দলক ভোট _____
@MamoniYesmin-t5f
@MamoniYesmin-t5f 17 күн бұрын
nicchy pare ondhabuktu vote paboi bjp e 😂😂😂
@PankajKalita-l5j
@PankajKalita-l5j 17 күн бұрын
Good
@ParthaFF45
@ParthaFF45 18 күн бұрын
কংগ্ৰেছ নিলাজ কাৰণ সমষ্টি নোহোৱা MLA ক বুজি পাইছে অসমৰ ৰাইজে | প্রতিদিন ন্যায়পালিকা নেকি তহত প্রকৃততে গুণ্ডা হে |
@humayunkabir7715
@humayunkabir7715 16 күн бұрын
ঠিকেই কৈছে ৰিপুৰ বৰা ডাঙৰীয়াই, প্ৰমাণ সহকাৰী একেবাৰে দি দিছে।
@gunakantabaruah6243
@gunakantabaruah6243 18 күн бұрын
এটা দলৰ সভাপতি লগতে মন্ত্ৰীৰ পদ লয়ো তৃণমূল। আকৌ পুনৰ পতয়াগমন। এই চৰিত্ৰটো কি বোলে ?হয় দলৰ খাতিৰত ও ধৌ চাই নিৰ্বাচন প্ৰতিশ্ৰুতি অলপ লৰে। সকলো দলৰে। কিন্তু হিৰনয় কশিপুৰ পুত্ৰ প্ৰহ্লাদ হিচাপে বৰ্তমান মুখ্য মন্ত্ৰী ২০২৬ ত জয়ী হ'ব। পাৰে যদি ৰাখক।
@neelaakas786
@neelaakas786 17 күн бұрын
Bjp laj nai😅😅😅😅
@KarunaBoruah-k9y
@KarunaBoruah-k9y 17 күн бұрын
Goods.coments
@prafullabora6845
@prafullabora6845 18 күн бұрын
HIMANTA BISWA SARMA' ASOMOR KOLONKA ...eijonar laaz Maan nai buli Asom/ Bharator xokolu lokei aaji bohoot bosoror aagor.porai jaani aahishey , koi aahishey.
@ChandrajitBhuyan
@ChandrajitBhuyan 9 күн бұрын
Hosa kotha koise
@commercegateway719
@commercegateway719 14 күн бұрын
Nilaz CM....History hoi jabo nilaz hisape
@Jr_babul_bhai_yt
@Jr_babul_bhai_yt 18 күн бұрын
হিমান্ত বিশ্বাসঘাতকতা শর্মা😢😢😢😢😢😢😢😢😢
@PrafullaBorah-og7zn
@PrafullaBorah-og7zn 11 күн бұрын
R.b.nice
@santoshkachari2480
@santoshkachari2480 16 күн бұрын
Dolar bogori,Dr. Shorma
@rikibali4336
@rikibali4336 12 күн бұрын
হে বাদ দিয়া হে এই শব্দটো এতিয়াও মানুহৰ মন মগজুৰ পৰা ওলোৱা নাই ৰিপুন বৰা ডাঙৰীয়া । এই শব্দটোৱেই আপোনাৰ দলক ডুৱাইছে বুজিছে ডাঙৰীয়া ।
@pradipphukan8575
@pradipphukan8575 18 күн бұрын
No-nsense বুলি কোৱা শব্দৰ mining এতিয়াহে বুজি পাইছো(ৰিপুন বৰা) কংগ্ৰছৰ (drama ) থিয়েটাৰ চায়।
@ImamulHaque-y8i
@ImamulHaque-y8i 18 күн бұрын
Cm agote kot asil baru congress t nohai .
@bandanagayan1929
@bandanagayan1929 18 күн бұрын
আগতো তুমি সেই নিলাজ দলতেই আছিলা
@taradoi7957
@taradoi7957 18 күн бұрын
যি কম সঁচা কম ।---------------- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শমা' এজন সচাকৈয়ে সৰু মনৰ তৰল চিন্তাৰ মানুহ । সততা, শিষ্টাচাৰ একোৱেই নাই । লাজ লাগে এজন মুখ্যমন্ত্ৰীৰ বাক্য বচন, কাম--কাজ দেখি ।
@paramanandabora1047
@paramanandabora1047 13 күн бұрын
What is what is to be decided by action s
@NarenBhuyan-z1e
@NarenBhuyan-z1e 18 күн бұрын
❤❤❤❤❤❤
@SanjayBorahkumar
@SanjayBorahkumar 18 күн бұрын
যি কম সঁচা কম আপোনালোকৰ পৰা অসমীয়া জাতি সুৰক্ষিত নহয়।কংগ্ৰেছৰ দিনটো দেখিলোঁ বিজেপি দিনটো দেখিলোঁ । ৰাজনীতি কৰিছে কেৱল নিজৰ স্বাৰ্থ ।
@smritigogoi3492
@smritigogoi3492 18 күн бұрын
❤❤❤❤❤❤❤❤❤❤
@Avikalita
@Avikalita 18 күн бұрын
ডেনিয়েলক মনত আছেনে নিপুণদা ?
@AnowarHossain-nn2ne
@AnowarHossain-nn2ne 17 күн бұрын
হাপে হে পুহিলে কংগ্রেযে ,
@NabaSarma-ct6js
@NabaSarma-ct6js 18 күн бұрын
Indiar vitarat 1no dhurandhar cm Jen lage
@apurbabhuyan8121
@apurbabhuyan8121 18 күн бұрын
BJP zindabad ❤🎉❤
@biswajitdas3862
@biswajitdas3862 18 күн бұрын
Accha Mr Ripun Bora kuch din pehle hi toh Rajyasabha election k baad aap TMC me chale Gaye fir congress me aa gaye ye kya tha TMC jate time congress k khilaf kya bola tha aapne..aur ek Jo aap bol rahe ho 5lakh jumle wali baat aap ye boliye UP me loksabha election k time Jo 8500 ka parchi diya tha uspe v thoda baat kijiye
@dhrubajyotibaruah8869
@dhrubajyotibaruah8869 18 күн бұрын
আপোনি নিজে কি
@LohitChangmai-i7q
@LohitChangmai-i7q 18 күн бұрын
ৰাজনিতীৰ কোনতো দলৰ লাজ আচে???????
@MukundraBoruah-hj4ko
@MukundraBoruah-hj4ko 18 күн бұрын
Co
@swarajtaid6151
@swarajtaid6151 18 күн бұрын
With provided by CM crekter
@SangitaBora-cr1mp
@SangitaBora-cr1mp 14 күн бұрын
I love bjp
@prankrishnapathak2234
@prankrishnapathak2234 14 күн бұрын
Himanta is khai pat fola try to understand the meaning of khai pat.......
@saddammughal834
@saddammughal834 18 күн бұрын
Mr CM plz don't use the word 'shame' It is having a patent in yr name.
@sofuruddinmiah699
@sofuruddinmiah699 13 күн бұрын
Ekdom dise kintu de . Prokritote politician bilakor lajei nai , nilaj sab bilak .
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 55 МЛН