ভাৰতীয় অনুপ্রৱেশকাৰীক হেণ্ডকাফ লগাই মাৰ্কিন সেনাৰ বিমানেৰে ভাৰতলৈ প্রেৰণ কৰিলে আমেৰিকাই.....

  Рет қаралды 36,153

Pratidin Time

Pratidin Time

Күн бұрын

অনুপ্রৱেশকাৰীক বিতাড়ন প্রক্রিয়া আৰম্ভ কৰিলে আমেৰিকাই। আমেৰিকাৰ পৰা বিতাড়িত কৰা হ’ল ২০৫ গৰাকী ভাৰতীয় অনুপ্রৱেশকাৰীক। ৰাষ্ট্রপতি নিৰ্বাচিত হৈয়েই আমেৰিকাৰ পৰা সকলো দেশৰ অনুপ্রৱেশকাৰীক বিতাড়নৰ হুংকাৰ দিছিল ড’নাল্ড ট্রাম্পে। সেই অনুসৰি ভাৰতীয় অনুপ্রৱেশকাৰীক হেণ্ডকাফ লগাই মাৰ্কিন সেনাৰ বিমানেৰে ভাৰতলৈ প্রেৰণ কৰিলে আমেৰিকাই। ২০ হাজাৰৰো অধিক ভাৰতীয় অনুপ্রৱেশকাৰীক আমেৰিকাৰ পৰা বিতাড়নৰ সিদ্ধান্ত লৈছে ট্রাম্প প্রশাসনে।
#PratidinTime #america #DonaldTrump #indian

Пікірлер: 160
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
Мясо вегана? 🧐 @Whatthefshow
01:01
История одного вокалиста
Рет қаралды 7 МЛН
Леон киллер и Оля Полякова 😹
00:42
Канал Смеха
Рет қаралды 4,7 МЛН
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН