No video

স্মার্ট আৰক্ষীৰ লাজলগা কাণ্ড।

  Рет қаралды 402,474

Pratidin Time

Pratidin Time

Күн бұрын

স্মার্ট আৰক্ষীৰ লাজলগা কাণ্ড। মুখ্যমন্ত্রী আৰু আৰক্ষী সঞ্চালক প্রধানৰ কঠোৰ নির্দেশকো যেন কেৰেপ নকৰে অসম আৰক্ষীৰ একাংশ বিষয়া-জোৱানে। ৰাজপথত বাণিজ্যিক বাহন দেখিলেই টকাৰ লোভত হাত দাঙে সেইসকল আৰক্ষীয়ে। আজি আমি দেখুৱাম শ্রীৰামপুৰ গেটত চলি থকা একাংশ স্মার্ট আৰক্ষীৰ কর্মকাণ্ড।
#PratidinTime #assamnews #assam #srirampur

Пікірлер: 659
@manabkonwar423
@manabkonwar423 Жыл бұрын
সাংবাদিক বন্ধু ধন্যবাদ
@Jobloveassam3005
@Jobloveassam3005 Жыл бұрын
হʼবই দিয়কচোন , কাৰণ Assam police Physical test ত 40 Number ভিতৰত 33 পাইছোঁ কোনো বাহিৰা নম্বৰ নোহোৱাকৈ ( 13 + 20 = 33 ) । 26 Km খোজ কাঢ়িলোঁ , Exam written ও Pass কৰিলোঁ , Viva voce দিলোঁ Questions শুধে 4 টা শুদ্ধ হৈছিল 4টা অতি দূষত কৈছোঁ শেষত নাম নাহিল ।
@Joydepkalita
@Joydepkalita Жыл бұрын
মোৰ একেই ADRE দুটাত লিখিত পৰীক্ষা দিলোঁ পাছ ও কৰিলোঁ দুটাত skils test দিলোঁ ভাল হৈছিল নাম নাহিল heathr এটাত লিখিত পৰীক্ষা দিলোঁ পাছ কৰিলে skis test দিলোঁ নাম নাহিল এতিয়ালৈকে 8 লিখিত পৰীক্ষাত পাছ কৰিলোঁ কিন্তু চাকৰি হোৱা নাই বয়স 29 হল বহুত depression t আছোঁ ,
@dipjyotimahanta7386
@dipjyotimahanta7386 Жыл бұрын
টকা খোৱা পুলিচ সন্মান নাই ইহঁতৰ। 😆🤣 সেই কাৰণে মানুহে পুলিচক সন্মান নকৰে। খাকী পোচাকধাৰী ডকাইত সন্মান নাই ইহঁতৰ। 😆🤣
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
একদম ঠিক
@jayantadutta1024
@jayantadutta1024 18 күн бұрын
100%
@ShreeRamMarg
@ShreeRamMarg Жыл бұрын
সাংবাদিক সকলক ধন্যবাদ
@moreeducationalpoints6943
@moreeducationalpoints6943 Жыл бұрын
সাংবাদিকক অশেষ ধন্যবাদ
@mohankachari8796
@mohankachari8796 Жыл бұрын
ৰক্ষকে ভক্ষক,,,অসম পুলিচ ধন্যবাদ,জয় আই অসম
@hitendratalukdar8855
@hitendratalukdar8855 Жыл бұрын
Moi beya pao police k
@bakuldas2313
@bakuldas2313 Жыл бұрын
Aitu atyar ghotna nhoi agr pra a soli aha ghtna
@fflover814
@fflover814 Жыл бұрын
Army lover
@basantahira8645
@basantahira8645 Жыл бұрын
চোৰ ইহতেই খেদক এইকেইটাক
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣
@babajan6873
@babajan6873 Жыл бұрын
পুলিচে কৰিলে অপৰাধ নহয় আমি কৰিলে অপৰাধ
@badboygames235
@badboygames235 Жыл бұрын
Mm
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
হয়
@ChildhoodMemories2022
@ChildhoodMemories2022 Жыл бұрын
সাংবাদিকক অশেষ ধন্যবাদ । আগলৈ যাতে আমার মাজত এনে নজনা নেদেখা কথাবোর আমার অসম সরকার জনাত সহায় করে।
@jaynalabdin3098
@jaynalabdin3098 Жыл бұрын
উচিত শাস্তি দিব লাগে
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
কি নো হ'ব দুটামান গালী ধমকি দিব তাৰ পিছত চব চেতেপ 🤣
@prahladchuitia7038
@prahladchuitia7038 Жыл бұрын
সকলো মিলি ভকত নেকি ?
@raktimbora370
@raktimbora370 Жыл бұрын
মই নিজেও কষ্ট কৰি আছোঁ ভৱিষ্যতে এজন আৰক্ষী বিষয়া হোৱাৰ চেষ্টাত আজিৰ দৰে এনেবোৰ কাণ্ড চাই সহ্য কৰিব নোৱাৰা এক নিলজ্য কাণ্ড বেয়া লাগে। এনেবোৰ কাণ্ড দেখি । আচৰিত কথা যে চিলংৰ পথেৰে আহি পোনপ্ৰথমে আপোনালোকে লগ পাই আৰু আপোনালোকক লগ পাই এনেদৰে এনেহলে অসমখনো বেলেকে কাহি নিলে ৰখাব নোৱাৰিব 🙏অনুগ্ৰহ কৰি পোৱাকেইটতে সন্তুষ্ট হওঁক..🤌 ...কথাষাৰ কোনো গাত পাতি নলব...😊 ..🫳🫴
@axomgaming3572
@axomgaming3572 Жыл бұрын
লাভ নাই বহুত দেখিলোঁ এইবোৰ নিউজ। নিউজ ওলাইছে বুলি দুদিন মান বন্ধ হ'ব তাৰ পাছত আকৈ আৰম্ভ । আমাৰ অসমৰ উন্নতি নাই ।💐🙏
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
একদম ঠিক
@Abhijitdas-ew1pt
@Abhijitdas-ew1pt Жыл бұрын
হয় সচাঁ কথা
@DigantaGogoi-me7nk
@DigantaGogoi-me7nk Жыл бұрын
Bor bad aru uthi oha juba Sam
@rambalram2610
@rambalram2610 Жыл бұрын
Vote tu bhal ke dibiloi xika xokolu thik hobo. Jietiyaloike 500 tokar luvot Vote dibo, enkeoye thakibo.
@purnadeka1449
@purnadeka1449 Жыл бұрын
উচ্চ ক্ষমতাসম্পন্ন ব্যক্তিৰ হাত নাথাকিলে এনেকৈ পুলিচে পইচা লব নোৱাৰে । সন্দেহ উপজিচে মোৰ । শ্ৰীৰাম পুৰ হৈছে আলাউদ্দিনৰ চাকি । বৃহৎ কেলেংকাৰী এইবোৰ
@sjhazarika5437
@sjhazarika5437 Жыл бұрын
খকুৱা কেইটাই name plate লগাবলৈ পাহৰিলে অ ,ইমান কাম
@user-vj2kb1sb8k
@user-vj2kb1sb8k Жыл бұрын
উচিত শাষ্টি বিহিব লাগে এইসকলক 😠
@user-uq1eo1kt9b
@user-uq1eo1kt9b Жыл бұрын
এওঁলোকৰ দৰে আৰক্ষীৰ বাবে ভাল সকলৰ ও বদনাম হয়। আৰক্ষীৰ সাজ জোৰত চেকা ।
@B.C204
@B.C204 Жыл бұрын
তলৰ পৰা ওপৰলৈ সকলো মিলি আছে।। চাল্লা এদিন সকলো হিচাপ দিব লাগিব✊🏼😡😡🚩🚩
@amritwithall7517
@amritwithall7517 Жыл бұрын
এওঁলোকক চাকৰি পৰা ওলিয়াই দিব লাগে।আমি নিবনুৱা সকল আছো। আমাক চাকৰি দিয়ক।
@manashkumar613
@manashkumar613 Жыл бұрын
সচা কঠা কৈচা তুমি।।আমি এতিয়া লৈকে সফল হোবা ণাই😭
@rimadeka9994
@rimadeka9994 Жыл бұрын
@@manashkumar613 agote kotha word 2 xuddha ke likhi lo xun
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
@@rimadeka9994 🤣
@nmh8571
@nmh8571 Жыл бұрын
Waaooo.... grateful reporter....❤
@kapish6934
@kapish6934 Жыл бұрын
সাংবাদিক কে নেজানে নেকি ? যে তাত transfer হবলৈ কিমান টকা দিয়ে সেইটো উলিয়া । মোৰ কমেন্ত যদি কোনোবা পুলিচৰ মানুহে পৰিছে তেওঁ বুজি পাইছে।
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣
@Kd-ep5kz
@Kd-ep5kz Жыл бұрын
Turu jabo Mon asil sage nuarili jabo..??
@rahmanhafizur5682
@rahmanhafizur5682 Жыл бұрын
এইসকল আৰক্ষীক চাকরির পৰা বাদ দিয়ক।
@manashpratimnath8247
@manashpratimnath8247 Жыл бұрын
অসমৰ পুলিচৰ দৰে আন ৰাজ্যত টকা নলয়। মই গোটেই ভাৰতবৰ্ষতে ঘূৰি থাকো কিন্তু অসম পুলিচ কেনেকুৱা হয় অসমৰ বাহিৰত যি ধৰণে কয় নিজকেই লাজ লাগে, নিজকেই অসমত কিয়নো জন্ম লৈছোঁ ক'ব লৈ লাজ লাগে
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
গতিকে ইয়াত নথকাটোৱে ভাল।
@jituassam4279
@jituassam4279 Жыл бұрын
অসমৰ মূল্য বৃদ্ধি 50 শতাংশ অসম আৰক্ষীৰ কিছুমান লুভিয়া মানুহৰ কাৰণে হয় । এই বিলাক আৰক্ষীৰ ওপৰত চৰকাৰে উচিত দায়িত্ব লৱ লাগে।
@asmsamurai3993
@asmsamurai3993 Жыл бұрын
100% Right 👍
@user-zf1lb2ik1s
@user-zf1lb2ik1s 11 күн бұрын
Sorkar.manedalal
@dipankarboro1109
@dipankarboro1109 Жыл бұрын
Smart sorkar Smart police.
@ddas5086
@ddas5086 Жыл бұрын
সাংবাদিক সকলো কম নহয় দিয়ক
@Nareshkumar-bk2ki
@Nareshkumar-bk2ki Жыл бұрын
Your PD....TIME NEWS TV CHANNELS 📺 GREAT
@pabitrabora4513
@pabitrabora4513 Жыл бұрын
আজি লৈকে পইচা নিদিলে মাটিৰ কামো মণ্ডল কৰী নিদিয়ে মই নিজে ভুক্তভোগী
@pd5182
@pd5182 Жыл бұрын
আজিকালি কোনে কাক এনে টকা দিব অ। দৰমহা টকাৰে নুজুৰে নি , নাপাই এনেকুৱা কষ্ট কৰি খোৱা মানুহৰ পৰা টকা লব।
@SanjayKumar-hw4wf
@SanjayKumar-hw4wf Жыл бұрын
পাবত গজা মখা ,বৰবাদ কৰি দিছা, ভাইহত, এটা মামাই কিমান কৰবো,
@biswajitbarman4960
@biswajitbarman4960 Жыл бұрын
God job Assam police real hero 😅😅😅 jai hind
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣
@padmeswarttdas2236
@padmeswarttdas2236 Жыл бұрын
পুলিচ আৰু দেশৰ নেতা মন্ত্রীয়ে আমাৰ দেশ খন শেষ কৰিলে ।
@simantaburagohain9202
@simantaburagohain9202 Жыл бұрын
Bimol da dhunia news korixe akhekh dhanyabad apunak
@rajudoley1756
@rajudoley1756 Жыл бұрын
Very good potidin time👍🙏🙏🙏❤️❤️❤️❤️
@digantamedhi6777
@digantamedhi6777 Жыл бұрын
Reporter ❤❤❤❤❤
@hemlotaray8262
@hemlotaray8262 Жыл бұрын
মুঠতে অসম খন বৰ্বাদ ।
@jaynalabdin3098
@jaynalabdin3098 Жыл бұрын
জহৰা পুলিছ সি
@Foolshorts39
@Foolshorts39 Жыл бұрын
Good Reporting❤
@crazyworldcrick
@crazyworldcrick Жыл бұрын
Police r kaam heitue hoi... That's it
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣
@Nibir700
@Nibir700 Жыл бұрын
মই কৈছো সকলো নদীত ড়ুব মাৰি পানী খোৱা মানুহ । ।
@sadanandaborah5578
@sadanandaborah5578 Жыл бұрын
শ্ৰীৰামপুগেট এওঁলোকৰ বাবে সোণৰ কণী পৰা হাহঁ । অসমলৈ সোমাৱা বয় বস্তুৰ দাম এই শ্ৰীৰামপুৰ গেটৰ বাবেই নিয়ন্তৰ বাহিৰলৈ । প্ৰতেক গেটতেই এনেকৈ ট্ৰাক চালকৰ পৰা টকা ললে সেই টকা বস্তুৰ দাম বঢ়াই সাধাৰণ জনতাৰ জেপৰ পৰাই লব। কোনোও লোকচানত বেপাৰ নকৰে । সমগ্ৰ টিমটোৱে টকা ঘটাৰ বাবে উনিফৰ্মৰ নাম প্লেট খুলি লৈছে । যুগ যুগ ধৰি এনেকৈয়ে চলি আহিছে ।
@khirojsvlog7180
@khirojsvlog7180 Жыл бұрын
অসমত বোলে এতিয়া দালাল নাই,নেতা মন্ত্ৰীসকলে টেটুফালি কৈ থাকে,এয়া কি.?
@Funny_Factory805
@Funny_Factory805 Жыл бұрын
Vl lgil news tu ✊❤️
@dilipdas3025
@dilipdas3025 Жыл бұрын
মামা এই বোৰ কি 😂😂😂
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
Assamor Smart Police👮🤣🤣🤣
@CS-jy9ix
@CS-jy9ix Жыл бұрын
Poisa bhagin poisa 💸💸💰💴
@dhondeep3377
@dhondeep3377 Жыл бұрын
Mojahh...
@nayanvlogs2228
@nayanvlogs2228 Жыл бұрын
আগৰবোৰে যদি এনেকোৱা ভুল কাম কৰি দেখুৱাই নতুন নতুন আৰক্ষী সকলক কি শিক্ষা দিব এনেকোৱা স্বাৰ্থপৰ মানুহৰ কাৰণে গোতেই আৰক্ষী বেয়া কথা শুনিব লগা হয়। ৰক্ষক হৈ যদি ভক্ষকৰ কথা ভাৱে তেনে হলে ভৱিষ্যত কি আশা কৰিব জনতাই
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
এতিয়ায়ে আশা নকৰে কোনোৱে ভৱিষ্যতৰ কথা ভাবিও একো লাভ নাই😏
@SM-cc2bk
@SM-cc2bk Жыл бұрын
Same issue in Bhalukpong ( Arunachal Border) Assam police gate.. Pl sting operation
@shamimhussainpro5267
@shamimhussainpro5267 Жыл бұрын
সাংবাদিক সকলোক বিষেশ ধন্যবাদ । এনেকৈয়ে ইহতৰ কাম চলায় 😅😮
@premChetry-fl8jm
@premChetry-fl8jm Жыл бұрын
P
@otpgamer5548
@otpgamer5548 Жыл бұрын
Good job
@satelliteshankar9403
@satelliteshankar9403 Жыл бұрын
Good question...
@Karma_is_Life.
@Karma_is_Life. Жыл бұрын
সুন্দৰ
@dilipdas3025
@dilipdas3025 Жыл бұрын
মানি মানি 😂😂😂😂
@saddamhussain-tt2nv
@saddamhussain-tt2nv Жыл бұрын
Very Good jarnalist
@axomboy9807
@axomboy9807 Жыл бұрын
Srirampur gate daily collection more than 1 crore. Question is money goes to .........?
@NazimUddin-uk3sg
@NazimUddin-uk3sg Жыл бұрын
Thank you so much
@VijaySharma-xy3ez
@VijaySharma-xy3ez Жыл бұрын
Aaji bht din or Pasot vl news ata dile dy Apunaluk sabo logai.. Good job 👍
@Boruah_Education_
@Boruah_Education_ Жыл бұрын
Love u assam police,👏👏👏😇😇🤯🤯🤯🤯🤯🤯
@ritumonigogoi6853
@ritumonigogoi6853 Жыл бұрын
Mjh vl lgila aru aguai jak 🎉
@axomRituraj
@axomRituraj Жыл бұрын
Maximum police johora hoi
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣
@hiranmoydas2730
@hiranmoydas2730 28 күн бұрын
এহ মজা।
@rajkumarpegu1942
@rajkumarpegu1942 Жыл бұрын
এফালে স্বচ্ছ ,নিকা আৰু দূৰ্নীতিৰ বন্ধৰ কথা কয় আনফালে আকৌ মামাৰ ডকাইতী পুলিচবোৰৰ টকা লোৱাৰ দক্ষতা চোৱা, ইয়াকে কয় ছাগে ৰক্ষকেই ভক্ষক বুলি ।
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
একদম ঠিক
@_NE_07
@_NE_07 Жыл бұрын
Thank you news tu dea bbe.
@pareshkalita3672
@pareshkalita3672 Жыл бұрын
Himanta মামায় এনেকৈয়ে টকা লবই দিচে চাগে
@popysaikia8109
@popysaikia8109 Жыл бұрын
News dea Jonr xahoh k selut 🙏🇮🇳
@digbijoyvlogs2991
@digbijoyvlogs2991 Жыл бұрын
Moja news
@ashishsahusahu7790
@ashishsahusahu7790 Жыл бұрын
বিশেষ একো নহলেও আৰক্ষী সঞ্চালক জন বনি গল
@divineray7951
@divineray7951 Жыл бұрын
I do believe that government of Assam will take necessary action against them....
@Pursuitofhapiness5823
@Pursuitofhapiness5823 Жыл бұрын
Assam police ka immage tik nahi, sudharneki jorurat.... Strongly action hona chahiye Sare corrupt police pe... Sare check post pe CC Tv se nigrani hona chahiye😡
@user-fl6pt4lc3k
@user-fl6pt4lc3k 15 күн бұрын
Good job repoter
@user-ow4vf2hl6t
@user-ow4vf2hl6t Жыл бұрын
সেইকাৰণে পেট নকমে কেলা এই খকুৱাহঁতৰ 😁😁
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣👍
@JintuGogoi-us9yy
@JintuGogoi-us9yy Жыл бұрын
Mozza dise .Val lagil. Paise axom policoli angoli nuthaboloi kuwa mukhyo montri dangoriai eiburok todonto kore ne nokore heituhe dangor kotha.
@aminabegum3367
@aminabegum3367 Жыл бұрын
Moja
@ShorifulIslam-go1ug
@ShorifulIslam-go1ug 24 күн бұрын
এইটো নতুন কথা নহয় আৰক্ষীৰ। কিন্তু শাস্তী দিব কোনে
@bokuldas3541
@bokuldas3541 Жыл бұрын
Thank you
@GamerNipon09
@GamerNipon09 Жыл бұрын
Shabash Assam police ,🤨
@suklojyotimosorong4602
@suklojyotimosorong4602 Жыл бұрын
CM Mama Apunar smart Assam police keita dekhi bor val lagil ...Joy asom police... proud asom police..puraaaa luti lo..😂😂😂mamar asirbad tohotor logot ase...😂😂
@rajeshhazarika1663
@rajeshhazarika1663 Жыл бұрын
🤣
@user-lb1bc5jl3p
@user-lb1bc5jl3p Жыл бұрын
Time 8 thank u
@sanjibsaikia792
@sanjibsaikia792 Жыл бұрын
Good news
@baba6209
@baba6209 Жыл бұрын
100%nhoi all assamt 1000000000%loi toka assamt
@prodipbora2752
@prodipbora2752 Жыл бұрын
Name plate নালাগে এইসকলক।লাগে money plate.
@seujsaikia6565
@seujsaikia6565 Жыл бұрын
নিলজ্জ হয় অসম আৰক্ষী, বাৰে বাৰে সংশোধন হ'বলৈ কৈ থকাৰ পাছতো এই সকল আৰক্ষীয়ে ভিক্ষা খুজিবলৈ লাজ নকৰে । আৰক্ষীৰ খাকি পোচাকত দাগ লগাবলৈ যোৱাতকৈ পোচাকযোৰ খুলি থৈ গেৰুৱা কাপোৰ পাৰি পথৰ কাষত বহি গলেই এটকা দুটকা দি যোৱা মানুহ এতিয়াও অসমত জীয়াই আছে । অসমীয়াত এষাৰ কথা আছে কুকুৰৰ নেজ বুলে বাঁহৰ চুঙাত গোটেই জীৱন ভৰাই থলেও বুলে চিধা নহয় । গাড়ীখন লৈ ওলাই যাবলৈকে ভয় লাগে কিজানি এনেবোৰ ভিক্ষাৰীক দহ টকাৰ পৰা আমম্ভ কৰি ক'ত কাক কিমান দিব লগা হয় তাৰ ঠিক নাই । খাকি পোচাক পিন্ধিলেই আইন হাতত তুলি লোৱাটো ভাল কথা নহয় । আমিবোৰ সৰু মানুহ ঋণ লৈ কোনোমতে পৰিয়াল পোহপাল দি আছোঁ, অলপ ভাবি চাব লাগে । এই খাকি পোচাকযোৰ দেশৰ সন্মান হয়, যাক আমি সন্মান জনাওঁ । এনেকৈ ভিক্ষা খুজাতকৈ নঙঠা ফকীৰ হৈ তীৰ্থস্থান ভ্ৰমন কৰিলে বহুত মানুহে খুচুৰা প‌ইচা দলিয়াই থৈ যাব মাথোঁ বুটলি দলেই হ'ল । ৰক্ষক নহয় যেন ভক্ষকহে । লাজ নকৰে এইবোৰ নিজক আৰক্ষীয়ে । গোটেই চাকৰি জীৱনটো এনেকৈ ভিক্ষা কৰি,কৰি অৱসৰৰ পাছত চোতালৰ মূৰত নামঘৰ সাজি পুৱা গধূলি তাল বজাই পাপ মোচন কৰি গোটেইটো ভকতিয়া হৈ যায় । যি সকল নিকা মনৰ আৰক্ষী সৎ মানসিকতা থাকে সেইসকলৰো যে বদনাম হয় তাক এবাৰলৈও ভাবি নাচাই । আমিবোৰ সাধাৰণ মানুহ হয়,কিন্তু এনেকুৱা ভিক্ষাৰী আৰক্ষী দেখিলে শতিনীৰ যাত্ৰা ভঙ্গ হোৱাৰ নিচিনা কথাটোলৈ ঘপহকৈ মনত পৰে । ম‌ই নিকা আৰক্ষীসকলক মনত আঘাত দিব খুজা নায় । তাৰ বাবে ক্ষমাপ্ৰাৰ্থী ।
@OnlyCricketfansworld
@OnlyCricketfansworld Жыл бұрын
Well done Proti din Time👌👌
@bishwajeetaind3732
@bishwajeetaind3732 Жыл бұрын
Joy assam
@BhumidharNath-im7ml
@BhumidharNath-im7ml 9 сағат бұрын
আচলতে সেই বিলাক পুলিশ নহয়৷ সেই বিলাক ভিখাৰী। সিহঁতৰ দৰমহাৰ টকাৰে নোজোৰে। সেয়ে ভিখা কৰিয়েই হওক কিম্বা ডকাইত কৰিয়েই হওক কোনো ৰকম চলি থাকে।
@nilamphangsho3515
@nilamphangsho3515 Жыл бұрын
Moja dise sir I selut
@omarfaroquiauniversityofsc2128
@omarfaroquiauniversityofsc2128 Жыл бұрын
Congratulations 🎉
@assamrhino1
@assamrhino1 Жыл бұрын
Gd job
@latuborah8775
@latuborah8775 Жыл бұрын
মানুহে পইচা কি এনেই দি জাই নেকি। অতি সোনকালে শাস্তি দিব লাগে এই কেইতাক।
@nandeswardeka950
@nandeswardeka950 Жыл бұрын
আছে গৰু নাবায় হাল তেনে গৰু নোহোৱাই ভাল।
@abhijitdeka5478
@abhijitdeka5478 Жыл бұрын
পুলিচ বোৰ টকা খোবা
@kisnadas373
@kisnadas373 Жыл бұрын
Moza dise deda
@Ajsjskkkhsjhtsu
@Ajsjskkkhsjhtsu Жыл бұрын
Waoo jui💥🔥😁😁
@mixvideo3630
@mixvideo3630 Жыл бұрын
অকল অসম পুলিচ এ নহৈ মণ্ডল বোৰে মাটিৰ কামত টকা নিদিলে নকৰে হেই বোৰ উদঙাই দিব
@hiranyaborah-hi8ux
@hiranyaborah-hi8ux Жыл бұрын
আমাৰ লৰা পুলিছবোৰ তেনেকুৱা নহয়। বুৰা পুলিছবোৰ টকা খোৱা। ইহতক অতৰাই ডেকা লৰাক দিয়ক।
@arrabha719
@arrabha719 Жыл бұрын
Tor bape ,,,,,,,,,🤣🤣🤣🤣🤣 police sor line to huise poisa khowa 🤣🤣🤣🤣
@amitmukharjee6907
@amitmukharjee6907 Жыл бұрын
Tamam corruption.mukuli bajarat xhaibilak ansalat harina aru banya pranir mangkho nokri hai.ban bihag are police nischup
@Sbsty123
@Sbsty123 Жыл бұрын
Congratulation Assam police aru juni training kora very good
@kamalmajhi8119
@kamalmajhi8119 Жыл бұрын
mojja🙏🙏
@NaliniBorah-rm4uf
@NaliniBorah-rm4uf 18 күн бұрын
Very smart
@sankardassankar1335
@sankardassankar1335 Жыл бұрын
Police nohoi aibur sur
@MahendraEnergy
@MahendraEnergy Жыл бұрын
good news,police department cancel Kariba lage
@NayanjyotiGogoi-h1h
@NayanjyotiGogoi-h1h 12 күн бұрын
এই কেইটাক অতি সোনকালে চাকৰিৰ পৰা নিলম্বিত কৰিব লগে। চোৰে কি ৰাইজৰ সেৱা কৰিব।
123 GO! Houseによる偽の舌ドッキリ 😂👅
00:20
123 GO! HOUSE Japanese
Рет қаралды 5 МЛН
Пройди игру и получи 5 чупа-чупсов (2024)
00:49
Екатерина Ковалева
Рет қаралды 3,2 МЛН
ПОМОГЛА НАЗЫВАЕТСЯ😂
00:20
Chapitosiki
Рет қаралды 28 МЛН
Gli occhiali da sole non mi hanno coperto! 😎
00:13
Senza Limiti
Рет қаралды 16 МЛН
Baahubali Kalakeya War Scene.
27:36
Rakesh Khatri
Рет қаралды 54 МЛН
Ong Bak | Fight Club Scene
15:05
Cinewatch
Рет қаралды 70 МЛН
123 GO! Houseによる偽の舌ドッキリ 😂👅
00:20
123 GO! HOUSE Japanese
Рет қаралды 5 МЛН