@@AhmedAli-hb9dz uniform Mane hokolu homan...masjid t hijab pindhok kunu kotha nai...kintu school college t uniform thake..karon amar Hindu suwali e tu mekhela sador pindhi aru fut loi njai.
AXOM NOHOY GHUTEY BHAROT MUSLIM RAST HOBO LE GOI ASE
@usermridul414 ай бұрын
ধমৰ ভিত্তিত দেশ বিভাজন হৈছিল ।এতিয়া ধমনিৰপেক্ষ কিয় ?কাৰ স্বাথত,কাৰ বুদ্ধিত ধমনিৰপেক্ষ শব্দটো লগালে ,সেইয়া কিয় দিবেতত স্থান নাপায় বা নকৰে ।
@SahadevBarman-s4n3 ай бұрын
Sob kongres e korile
@JugeswarBasumatary-v5k2 ай бұрын
😊😊😊😊😊😊😊😊😊😊😊😅😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅
@Immantu2 ай бұрын
কংগ্ৰেছৰ লিদাৰ বোৰে কৰিলে
@amiyachetia20174 ай бұрын
আমাৰ সমাজত ধৰ্ম নিৰপেক্ষ কথা কৈ থাকোঁতেই গল হিমনতবিশৱ ডাঙৰীয়াই সঁচা কথাই কৈছে। যিয়েই নহককিয় সঁচাক সঁচা বুলি মানি ল'ব লাগিব। মূখ্য মন্ত্ৰী য়ে এতিয়া সঁচা কলেও বিৰুদ্ধিয়ে নসাৎ কৰিবলৈ ওথি পৰি লাগি যায়। অন্য সম্প্ৰদায়ৰ লোক সকলে হিন্দু সকলক তেনে দৰে ভাবে নে?
@Moasdfg3 ай бұрын
Congratulations to Ganendra Barman for your analysis of Muslim population will be 60 percent after two generation. God bless you.
@thepoliticalawareness10214 ай бұрын
অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে?????
@thepoliticalawareness10214 ай бұрын
যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ?
@atulsarma14764 ай бұрын
@@thepoliticalawareness1021sir 100% right koise aponi
@girindrakhataniar95554 ай бұрын
ৰচনা লিখি ভালকৈ বুজাই দিয়াৰ বাবে ধন্যবাদ।
@jadukoch75764 ай бұрын
জন্ম নিয়ন্ত্রণ ৰ বাবে কঠোৰৰ পৰা কঠোৰতম আইন প্রণয়ন কৰি জন্ম নিয়ন্ত্রণ কৰিব নোৱাৰে নেকি। cm আসনত বহিছে যেতিয়া এইটো কৰি দেখুৱাওক। অন্য আল বাল বকি লাভ নাই। হিন্দু মুছলমানৰ কথা বহুত শুনিলো। নিৰ্বাচন ৰ সময় আহিলেই এই বিলাক কথা উলায় তাৰ পিচতেই সকলো শেষ। নাটক বন্ধ কৰক কাম কৰি দেখুৱাওক।
ডক্টৰ ইঞ্জিনিয়াৰ হলে আৰু এশ। শতাংশ শিক্ষিত হলে তাৰ কাৰনে চৰকাৰে। মুছলমান এলেখাত কলেজ ইউনভাৰচিটি আদি। দিব লাগে
@seemantarabha93923 ай бұрын
555
@naliniadhikary67913 ай бұрын
নিকুমনি শইকীয়া জনসংখ্যা বঢ়াটো সঁচা বুলি আপুনি ভাবে নে? স্বাস্থ্য কৰ্মী হিচাপে এবাৰ দুই ফোটা পলিও খুওৱাৰ চৰকাৰে বাধ্যতামূলক কৰিছিল,সেই সময়ত বহুত মোল্লা, মৌলবীয়ে মানা কৰিছিল।আৰু পলিও খালে সন্তান নহ'ব বুলি প্ৰচাৰ কৰি পলিও কোৱাত মানা কৰিছিল।
@SAIFULISLAM-ts8bq4 ай бұрын
Tayson good speech
@mumitchoudhury69843 ай бұрын
I agree with you 💯
@ekramhussainmir39034 ай бұрын
Muslims khini jantu hoi nki je baki manuh vilakok khai di vo. President kalam, Fakaruddin Ali Ahmed Anwara Timur, A. Rahman Antulay, ailuke desh khon bikri kori disil nki. Where we going?? Just marching towards disaster
@Immantu2 ай бұрын
এটাই উপাই পৰিয়াল পৰিকল্পনা সকলোৰে বাবে একে হ'ব লাগিব
@dayarammunda67912 ай бұрын
PRITHIBIT AJIR DINOT 57 TA MUSLIM RAST ASE
@AbdulHalim-ah426yz3 ай бұрын
Right ❤❤❤❤❤❤❤❤
@nawanitapator35724 ай бұрын
ভাৰত হিন্দু ৰাষ্ট্ৰ...সেই সময়ত পাকিস্তান আৰু ভাৰতক ধৰ্ম ভিত্তিত দুভাগ কৰিছিল...
পমুৱা মুছলমান মানে কি? অসমত যদি পমুৱা মুছলমান আছে তেন্তে অসমত পমুৱা হিন্দু নাই নেকি? মোৰ প্ৰশ্ন হ'ল পমুৱা শব্দটো আপোনালোকে বাৰে বাৰে কেৱল মুছলমান সম্প্ৰদায়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ কাৰণ কি? ইয়াক অসমৰ এটা জনগোষ্ঠী হিচাপে স্বীকৃতি দিব নিবিচাৰে নে?
@NabserAliProdhani4 ай бұрын
স্বাধীনতাৰ সময়ত কোন ধৰ্মৰ মানুহে কিমান শতাংশ বৃটিছৰ লগত যুদ্ধ কৰি ভাৰত স্বাধীন কৰিছিল। আমি নাজানো আজি ইয়াত বহুতো মহান ব্যক্তিসকলৰ পৰা আমি জানিব বিচাৰিছোঁ।
@monuranjantaye90892 ай бұрын
জনসংখ্যা হ্ৰাস কৰাৰ দায়িত্ব, মাতৃ ৰ, তাৰ পিছত পিতৃৰ, তাতোকৈ দায়িত্ব চৰকাৰৰ, পমুৱা মুচলমানৰ জনসংখ্যা কিয় বছৰি বছৰি বাঢ়িছে, চিন্তাৰ বিষয়। বাংলাদেশৰ পৰা অবৈধ বাবে প্ৰবজন পিছত প্ৰবজন বা অনুপ্রবেশ কৰাৰ বাবে পমুৱা মুচলমানৰ জনসংখ্যা বৃদ্ধি হৈছে নেকি😂
@nripenborgohain2014 ай бұрын
ৰাহুল গান্ধীক হিমন্তই ভয় কৰা কাৰণ আছে এটাকথাত - ৰাহুলৰ জনপ্ৰিয়তা বাঢ়িছে অহিংস নীতি ওপৰত ৷ কিন্তু আমি আশাকৰোঁ অসমৰ উন্নতি কেনেকৈ হব তাৰ ওপৰত গুৰুত্ব দিয়ক
@jintucreationxyz4 ай бұрын
😂😂😂😂😂😂
@abdulkhalequemondal95913 ай бұрын
Right.
@anamikatalukdar7743 ай бұрын
Asorit kotha koi, goru gasat utha kotha
@anamikatalukdar7743 ай бұрын
Akhil Gogoi dalal hoi, teur kotha mulya nidibo...enekuwa manuh poison axomor karone....Ajmal or karone Ahil Gogoi r kiyo eman dukh, dekh drohir praman eya ..
@nayankumarpawe26714 ай бұрын
বিজেপি কেইটাৰ অহংকাৰ২০২৬ত পতন নিশ্চিত।
@lodrosingboro10834 ай бұрын
Tumalokor B j p ,A G P kori din ,jabo Jana ne? Akom Rohatole gol vay ,😢 😢😢 Hindu Ak ho,
@jintucreationxyz4 ай бұрын
Oii Miya... Chupp..
@BabuBarbhuiya-o8l3 ай бұрын
👍
@HariCharanKalita-fu8kt4 ай бұрын
কিছুমান অতি বদমাচ ৰাজনীতি লোক কৱেল জনসাধাৰনৰ মাজত বিৰূপ মন্তব্য আৰু ভাষনেৰে পৰস্পৰ পৰস্পৰে সংঘৰ্ষ লগোৱাৰ চেষ্টা চলায় আহিছে মুখ্যতে বিজেপি'ৰ মোদী আৰু হিমন্তই গতিকে জনসাধাৰণে দুয়ো জনৰ লগতে তেওঁলোকৰ দল নিহছিন্ন কৰিবৰ হল । ইতিমধ্যে দেশ আৰু ৰাজ্য সমূহৰ অপুৰণিয় ক্ষতি কৰিলে । সমজত অসহিষ্ণুতাই এফালৰ পৰা আমাক ধ্বংস কৰাৰ ষড়যন্ত্ৰ পূৰ্ণোদ্যমে চলায় আহিছে, । সেয়ে একে আখৰে দেশত বিজেপি নিহশেষ কৰা হওক ।
Apuni bhal ke bujak je Ahom originally bharatar nasil aru teuluke traditional religion follow korisil, aru pisat Hinduism...kintu teuluk axomot ahi hodai axomok rakhya korisil jitu ajir Ahom e nokore....ajir Ahom muslim premi...
@Abdulahad-nx4xl3 ай бұрын
হেমন্ত স্যার, মুখ্যমন্ত্রী না হয়ে ডেলীবারি ডাক্তার হলে ভাল হতো, কারণ জন্মনিয়ন্ত্রণ কম হতে পারে,
@Rana-k8i4 ай бұрын
Thik ase. Problem tu solve koriboloi govt ki korise.kam korib lagib. Kotha patile nohobo.
@taradoi79574 ай бұрын
আপোনাৰ কথা নুশুনে যদি পদত্যাগ কৰক এনেয়ে গাদীখন ধৰি ৰাখি লাভ নাই ।
Nitu moni da ata onurudh aapunale kisuman manuh aapni aalusona koribole namatibo,karon guborok jodi gakhir di dhui diya hoi gubor keatiyau gakhir hoi najai nitu moni da,thik kisuman manuh ase ji jonmo hoi okal hindu Muslim kori thake ,he moraloikye anekoi hindu Muslim koriyea moribo.manuhok morome bujabo nuwarile lathi da di bujabo nuware nitu moni da.
@AbdulHamlinsk-qt8pi4 ай бұрын
Khalek.sir.righi.
@hitendrabaruah44144 ай бұрын
ৰূপম গোস্বামী অতি অভদ্ৰ মানুহ
@SaddamHussain-l3p2v2 ай бұрын
Apna location
@AbulSarkar-zw7js3 ай бұрын
আ খালেক তুমি মুখ্য মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰু কৰণেৰে এটা জনগুষ্টিক হিঙ্সা কৰিছে। আনকি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা কিছুমান ভূল তথ্য দাঙি ধৰিছে এই কথা অসমৰ প্ৰতি গৰাকী ভোটাৰ জ্ঞাত। এই জন হেমন্ত বিশ্ব শৰ্মা নহয় বেলেগ কোনোবাহে। এই বেলেগ কোনোবা টো কোন হয়? এই বেলেগ কোনোবা জন টো হ'ল হিঙ্সা নামৰ দুষ্ট প্ৰবৃত্তিহে।ড হেমন্ত বিশ্ব শৰ্মা পৱিত্ৰ কিন্তু দুখৰ বিষয় এয়ে যে এই দূষ্ট প্ৰবৃত্তি সমূহ হ'ল মানুহৰ শত্ৰু। ইহঁতে মানুহক বিপদত পেলাই পলাই ফুৰে এই কথা মাননীয় মুখ্যমন্ত্ৰীয়েও জানে অথচ তেখেতৰ দৰে জ্ঞানী জনকো বস্যতা স্বীকাৰ কৰাইছে। ইহঁতে পৃথিৱীৰ কিমান মূখ্যমন্ত্ৰী কিমান প্ৰধান মন্ত্ৰী আৰু কিমান ৰাষ্ট্ৰপতিক ধ্বংস কৰিলে তাৰ লেখ নাই। সিহঁত মুছল মান হ'ব নোৱাৰে সিহঁত মুছল নমান হে কাৰণ যি দেশৰ বায়ু পানীৰে জীয়াই আছে যি দেশত জন্ম সেই দেশক আন দেশে পৰাজয় কৰিব আৰু সেই দেশৰ হৈ জয় ধ্বনি দিব।সি কেনেকৈ মুছলমান হ'ব পাৰে?সি মুছল ন মানহে। তাৰ কোনো ধৰ্ময় থাকিব নোৱাৰে। কাৰণ তাৰ চৰিত্ৰয় ঠিক নহয়। যাৰ চৰিত্ৰ ঠিক নাই তাৰ কোনো ধৰ্ময় থাকিব নোৱাৰে।
@MotiurRahman-z2l3 ай бұрын
😢
@AnisurRahman-kx6zf4 ай бұрын
Please find out the literacy rate in the Miya areas. Work on health sector, education and infrastructure, also control flood and irrigation to eliminate poverty. We Miya people want government intervention to take immediate action on these sectors to control overpopulation 🙏🙏
@mahreen1503 ай бұрын
তাত গৈ টেটো ফালাত কে বৰ্ডাৰ ছিল নকৰে কিয়
@pardipsakia70854 ай бұрын
স্বাস্থ্য মন্তী ুহৈ থাকোতে তেখেতে কি কৰিছিল?
@DigambarNath-g5r4 ай бұрын
এইবিলাক অভিমতৰ কাম নাই।ভাল কথা প্ৰচাৰ কৰিব লাগে। কেৱলমাত্ৰ বিৰুদ্ধে মাত মাতে।এসোপামান জন্ম দিলে নিতুমনিয়ে ভাল পায়।অসমত মুছলমানৰ জনসংখ্যা বৃদ্ধি হলে ভাল পায়। মুছলমানে ৰাজ্য সাসন কৰিলে ভাল পায়। সেই কাৰণে এই বোৰ প্ৰচাৰ কৰে। ইয়াৰ পৰা আমাৰ একো লাভ নহয়।ইমান ডাঙৰ মানূহে ইমান সৰু কথা চিন্তা কৰে।ঝাৰ খন্দত কলেও মুখ্য মন্ত্ৰীয়ে ভাল কথা কৈছে।
@Moasdfg3 ай бұрын
Rupon Goswami ji Muslim population will be 50 percent not 40 percent why you wept as Crocodile tears
@ShorifulIslam-lr5cv3 ай бұрын
🤔🤨
@DibakorKaman-q6s2 ай бұрын
Rupom Gushwamir kuwa kothatu ekebare homorthonjougyo nohoi.