পুনৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য 'অসমীয়া প্ৰতিদিন' কাকত

  Рет қаралды 9,195

Pratidin Time

Pratidin Time

Күн бұрын

পুনৰ মুখ্যমন্ত্ৰীৰ আক্ৰমণৰ লক্ষ্য 'অসমীয়া প্ৰতিদিন' কাকত। 'অসমীয়া প্ৰতিদিন'ত প্ৰচাৰিত সমৰ্থ প'টেলৰ বাতৰিক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ।
#PratidinTime #assam #AssamNews #HimantaBiswaSarma

Пікірлер: 62
@dbhargab
@dbhargab Ай бұрын
প্ৰতিদিনক যে কিনিব পৰা নাই সেইবাবে এনেকে আছে ,প্ৰতিদিনে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি আহিছে আৰু আগলৈ পালন কৰি যাব ।Pratidin Time Long Live ⛳️
@AngryManuh000
@AngryManuh000 Ай бұрын
Pratidin ok congress a kinile bhai
@dbhargab
@dbhargab Ай бұрын
কিছুমানে বিজেপিক এনেই ভাল পাই আৰু ভোট দিয়ে অন্ধৰ নিচিনা ,কিবা ভাল কাম কৰিছে যদি কোৱা আমিওঁ ভোট দিম নহয় ।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
​@@dbhargabবিজেপিৰ যদি কাম কাজ দেখা নাই তেন্তে আমি জানিম তোমাৰ চকুত কেতেৰেক্ট হৈছে নহলে কংগ্রেসী চশমা পিন্ধি আছা। কংগ্রেসী চশমা পিন্ধা সকলে বিজেপিৰ কাম কাজ নেদেখে।
@dbhargab
@dbhargab Ай бұрын
@@kumudbaruah2001 অন্ধভক্তৰ চশমাযোৰ খুলি আহিবা তেতিয়াহে দেখা পাবা বিজেপিৰ ভণ্ডামি বোৰ ।😁
@janardanbora2803
@janardanbora2803 Ай бұрын
​@@AngryManuh000কিয় ফিউজ লাইভৰ গতে মিচা প্ৰচাৰ কৰিব লাগিছিল নেকি টোৰ দৰে অন্ধ ভক্তই এইদৰে নকৈ কি বুলি কবি সঁচা বাতৰি দিয়াৰ বাবে
@MousumGogol
@MousumGogol Ай бұрын
Protidin time best news channel of assam
@DimpolDeka-tk3ot
@DimpolDeka-tk3ot Ай бұрын
Pratidin time mojja
@user-ld3ti8kt5m
@user-ld3ti8kt5m Ай бұрын
Pratidin moja
@inglishvlogs1015
@inglishvlogs1015 Ай бұрын
হিটলাৰ
@kushilabbaishya221
@kushilabbaishya221 Ай бұрын
ওপৰৰ মালৰ দৰে অৱস্থা হৈছে নেকি একো নাই কোনো একো ক'ব নোৱাৰে সকলো গোলাম অসমৰ 😡😡😡😡👎🏾👎🏾👎🏾👎🏾
@TCF573
@TCF573 Ай бұрын
Protidinor pasot khub lagise 😅😅
@PradunnaBordoloi-fp9op
@PradunnaBordoloi-fp9op Ай бұрын
College admission fee buli koi je aibar 4500 pora 15,000 hoise karon ki mane studentor tokare sarkare dhar marib neki
@lipidutta388
@lipidutta388 Ай бұрын
Proja nohoi public... Apunaluke nijei dekhun roja buli vabi ase 😂
@relaxeverythingisfine5154
@relaxeverythingisfine5154 Ай бұрын
Pratidin Time- keep doing your work, keep revealing the truth 👍
@janardanbora2803
@janardanbora2803 Ай бұрын
প্রতি দিনলৈ কিয় ইমান ভয় এইজনৰ 😅😅😅
@m.ksaikia4229
@m.ksaikia4229 Ай бұрын
News bilak nirapekhya hole val
@amritborah4276
@amritborah4276 Ай бұрын
Pratidin time is always correct
@dhritirajkashyap1827
@dhritirajkashyap1827 Ай бұрын
Ummm hoi r kenekoi axom khan dangkho koribo pari thake sinta kori thake kenekoi axom khan k miya muslim state koribo pari sai thake
@dbhargab
@dbhargab Ай бұрын
@@dhritirajkashyap1827 তুমিওঁ ধৰ্মীয় মেৰুকৰণৰ বলি হৈছা মানে 🤦,কেন্দ্ৰত বিজেপি ৰাজ্যত বিজেপি কিয় এখন শুদ্ধ NRC প্ৰস্তুত কৰি বিদেশী বহিষ্কাৰ কৰিব পৰা নাই আজিলে ?মুছলমানৰ ভয় দেখুৱাই সদায় ভোট বিচাৰি থাকিলে মানুহ ইমানো মুৰ্খ নহয় ,নিজৰ ব্যৰ্থতা ঢাকিবলৈ ধৰ্মীয় ৰাজনীতিৰ প্ৰশ্ৰয় লৈছে এতিয়া ।২০২৬ত ক্ষমতাও হেৰাব আৰু তিহাৰ জেইলতো যাব বহুকেইজনে ।
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
যোৱা লোকসভা ইলেকচনৰ আগৰ পৰা আমি লক্ষ্য কৰিছো অসমীয়া প্রতিদিন বাতৰি গোষ্ঠী বৰ্তমান বিজেপি চৰকাৰ খনৰ ঘোৰ বিৰোধী। তেওলোকৰ টিভি চ্যানেলেৰ দুজন সম্পাদকৰ দ্বাৰা পৰিচালিত ট্কচ বিলাকত দেখিবলৈ পোৱা যায় অতি কৌশলেৰে বিজেপিৰ প্রতিনিধি ক আক্রমণ কৰা আৰু এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰে যে বিজেপি শেষ হৈ গৈছে। তেওঁ লোকৰ সমৰ্থন সম্পূর্ণভাবে বিৰোধী ৰ পক্ষত দেখা যায়। কিন্তু নিৰ্বাচনৰ ফলাফলে তেওলোকৰ এজেন্ডা ত চেচা পানী ধালিলে কাৰণ অসমৰ ৰাইজ উন্নয়ন আৰু প্রগতিৰ বাহক বিজেপির লগত আছে। মূখ্য মন্ত্রী ডাঙৰীয়াই সঠিক মন্তব্য ই কৰিছে।
@rahulaxom2603
@rahulaxom2603 Ай бұрын
Oh hoi ni ki... News Live e pise ki kori ase.. Tar bixoye kiba kobo niki... 😮😮
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
​@@rahulaxom2603ৰঙিন চশমা পিন্ধা বোৰে ৰঙিন দেখিব। ক'লা চশমা পিন্ধা বোৰে ক'লা দেখিব। তেনেদৰে কতা হতুৱা কংগ্রেসী ভগা চিগা দেখিব। নহয় জানো ৰাহুল অকচম তোমাৰ চকুত কেটেৰেক্ট হৈছে। বাংলাদেশতে ট্ৰিটমেন্ত কৰি আহাগৈ। তাতে ভল চিকিৎসা পাবা। 😂😂😂😂😂🎉🎉🎉🎉
@dbhargab
@dbhargab Ай бұрын
সংবাদ মাধ্যমে চৰকাৰৰ বেয়া কামবোৰ নেদেখালে ৰাইজে কেনেকৈ খবৰ বোৰ পাব ,নে বিজ্ঞাপনৰ লোভত চৰকাৰৰ হাতত বিক্ৰী যাব লাগে ?
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
​@@rahulaxom2603তোমাৰ চকৱত কেতেৰেক্ট হৈছে। বাংলাদেশ দেশতে চিকিৎসা কৰাই আনাগৈ। ভাল চিকিৎসা পাবা।
@dhritirajkashyap1827
@dhritirajkashyap1827 Ай бұрын
Bhl bea 2nu ta dekhobo lage only miya r dalali kora kam protidin r kenekoi axom khan dhagkho koribo pare take sai thake axom khan k kenekoi muslim state koribo pari lagi thake​@@dbhargab
@rahulaxom2603
@rahulaxom2603 Ай бұрын
Apunaluke nu kio eman digdar di thake... 😮😮😮
@mukesh97s
@mukesh97s Ай бұрын
dee merit list 2 ak dint dim koisla n ati hunkla....atya loi aku respond korok...hudak...question ki kotat 7 month above lgisa merit list ata dbla....tau lukar usrt sab kotar scheme asa but dee merit listr karna nai hudak
@bakulboruah2026
@bakulboruah2026 Ай бұрын
পগলা কুকুৰৰ লগত প্ৰতিদিনৰ নিচিনা এটা মৰ্যাদাপূৰ্ণ সংবাদগোষ্ঠীয়ে কিয় লাগি আছে বুজি পোৱা নাই।
@nayantharakonengdp7646
@nayantharakonengdp7646 Ай бұрын
জীৱনত নেদেখা কাম আমাৰ মামা কৰি দেখুৱাই চে আমি গৌৰৱ কৰো আমাৰ বাবে মমা is tiger of Assam aru অকলে বেয়া পাই এই স কলে অসমৰ উন্নতি নিবিচাৰে আৰু 5 বছৰ থকাটো আমি বিচাৰোঁ নহলে অসম খন কিছুমান মানুহে গাদিৰ লুবত অসমৰ মাটি নাহিকিয়া কৰিব মামাই জনী বুজি BJP ত যোগদান কৰিছে joy হিন্দ mama আমি মামাৰ লগত আছোঁ আৰু সদায় থাকিম কিছুমান সংবাত মাধ্যমে বেয়া ke কলেও আপোনাক ক্ষতি কৰিব নোৱাৰি আৰু মামায় ভাল কাম কৰক বুলি বাবে
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
তোমাৰ অনুভৱ আদৰণিয়। ধন্যবাদ জ্ঞাপন কৰিছো।
@AntiSychophant-fi9yr
@AntiSychophant-fi9yr Ай бұрын
2026 t Pabitra Margharita CM hbo😂...Mama central t moh maribo goi
@AhmadAli-qz9cz
@AhmadAli-qz9cz Ай бұрын
Eyar laksar khonibo mn njowa hoyse
@kumudbaruah2001
@kumudbaruah2001 Ай бұрын
পাকিস্তানী বাংলাদেশী তহত মিঞা বিলাকে কেনেকৈ ভাল পাবি। তহতৰ শিপাদাল পূর্ব পাকিস্তান তথা বৰ্তমান বাংলাদেশ ত আছে। গতিকে ভাল নোপোৱা টোৱেই স্বাভাবিক।
@jayantakuch6773
@jayantakuch6773 Ай бұрын
Pratidin time 👺👺👺👹👹👹❌
@muddassarhussain8857
@muddassarhussain8857 Ай бұрын
Apunalokor party k Godi media support kore apunalokor kimaan amrit kaal gutai bharotor raije gom pai Ek maatro pratidin time Aru Ravish kumar official best and truth and trustable.baaki sab misa.
@azizuddinahmed3965
@azizuddinahmed3965 Ай бұрын
Amar sir pogola kukur raij honga than bikhpan kori mone mone thakok sir aok nujukabo raij please.
@hkiitbbschemistry9391
@hkiitbbschemistry9391 Ай бұрын
Comedy man
@nawanitapator3572
@nawanitapator3572 Ай бұрын
প্রতিদিন বাতৰি বিজেপি ভাল কামৰ প্রচাৰ দেখা নাপাও. কিন্তু সমালোচনা সদায় দেখি পাও
@tankeswarmrinmoy5316
@tankeswarmrinmoy5316 Ай бұрын
Aio ondhovokto 😂😂😂😂
@dbhargab
@dbhargab Ай бұрын
প্ৰতিদিন সদায় চাইনে আপুনি ? বেলেগ চেনেল বাদ দি প্ৰতিদিন চোৱা কৰক সদায় ,মনৰ ভূল ধাৰণা বোৰ আতৰিব আপোনাৰ ।
@behappy1903
@behappy1903 Ай бұрын
বাতৰি কৰাৰ লক্ষ্যটোৱে হ'ল চৰকাৰৰ ভূলবোৰ জনসাধাৰণৰক দেখোৱা চৰকাৰৰ চুৱা চেলেকা নহয়
@dhrubajyotiborah4718
@dhrubajyotiborah4718 Ай бұрын
ঠিক সেইদৰেই News live ত বিজেপিৰ বেয়া কামৰ প্ৰচাৰ এদিনো নেদেখো
@Atiqul_Islam
@Atiqul_Islam Ай бұрын
চৰকাৰৰ ভাল কামৰ প্ৰচাৰ কৰিবলৈ জনসংযোগ বিভাগ আছে নহয় । সংবাদ মাধ্যমে কিয় কৰিব ? যিবিলাক সংবাদগোষ্ঠীয়ে কৰি আছে সেইবোৰ চুৱা-চেলেকা..
@deadlydrax2711
@deadlydrax2711 Ай бұрын
Nokli asli hoi gol, asli Nokli hoi gol.
@_i_am_animetuber2902
@_i_am_animetuber2902 Ай бұрын
😅
@_i_am_animetuber2902
@_i_am_animetuber2902 Ай бұрын
ফেকো
@user-zh1qd2oo8n
@user-zh1qd2oo8n Ай бұрын
Sur
@topongogoi9953
@topongogoi9953 Ай бұрын
😂😂😂😂😂😂
@jogeswarregonregon1609
@jogeswarregonregon1609 Ай бұрын
😂😂😂gaat lagisa
@AntiSychophant-fi9yr
@AntiSychophant-fi9yr Ай бұрын
Bhuwa sob...
@azizuddinahmed3965
@azizuddinahmed3965 Ай бұрын
Bhogobane nokorok 60% ahoto aamar ejon durghotona hoi ayushman card bondho. Medical College ona niya khoras tarpasot doctor sai dorobor list loi pharmacy dorob luwar tokar poriman sai murghurai. Tate bohi ki hobo, mati dokhor CM sir a permission ketiya dibo ba nidiye karon hindu muslim. Amar ekhet khotom, Sir khus! "Besibi mati?"murmati .
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 7 МЛН
When you discover a family secret
00:59
im_siowei
Рет қаралды 34 МЛН
Oh No! My Doll Fell In The Dirt🤧💩
00:17
ToolTastic
Рет қаралды 13 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20