KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
কফি হাউচ || Coffee House Love Story By Bhargab Duarah and Beauti talukdar
18:23
BAPU || MASTAAN || Tapan Das
6:34
How to treat Acne💉
00:31
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
家庭版踩气球挑战,妈妈竟然什么也没得到#funny #宝宝 #萌娃 #comedy
01:04
“Don’t stop the chances.”
00:44
আপুনি কুশলে থাকক মিছ ভাৱনা দুৱৰা || By Himanshu Prasad Das and Bhargab Duarah Concept: Amrit jyoti
Рет қаралды 144,357
Facebook
Twitter
Жүктеу
1
Жазылу 54 М.
Bhargab Dowarah
Күн бұрын
Пікірлер: 422
@pritambarman337
5 жыл бұрын
কব নোৱাৰাকৈ চকুলো ওলাই গল ...কেবল একপক্ষীয় প্ৰেমিক সকলে হে এই কবিতাটো ভালকৈ উপলব্ধি কৰিব পাৰিব...😭😭
@BhargabDuarah
5 жыл бұрын
Thaank you
@dhirajdas4946
5 жыл бұрын
১০ বাৰতকৈও বেছি শুনিলো। ইমান ভাল লাগিছে। হৃদয় চুই গৈছে। যিদৰে ভাল লগা গান এটা বাৰ বাৰ শুনো থিক তেনেদৰে এই কবিতাটো বাৰ বাৰ শুনি আছো
@BhargabDuarah
5 жыл бұрын
Thank u😊 আনকো শুনাবা
@videochake5064
5 жыл бұрын
Good
@RaviKumar-ln5rk
5 жыл бұрын
Niccc fd
@dhirajdeka7076
5 жыл бұрын
সচাই বহুত ভাল লাগিল..🙏🙏🙏
@dewangaborthakur3053
2 жыл бұрын
প্ৰতিটো শব্দই হৃদয় চুই গ'ল।কান্দিয়ে পেলালো💔🥺
@janakjc5920
4 жыл бұрын
অপূৰ্ব সৃষ্টি ভাৰ্গৱ দা ।
@monimalakolita3267
5 жыл бұрын
কবি হিচাপে আজি হে চিনাকি হলো ৰিয়ান পৰাগৰ জৰিয়তে। অজানিতে চকুজোৰ চলচলিয়া হৈ গ'ল। আবৃত্তিকাৰ জন ৰ কথা কবলৈ তো ভাষা ই নাই। তেওঁৰ কন্ঠদান সদায় সুন্দৰ। আগলৈ আৰু সুন্দৰ কবিতা শুনিবলৈ আশা থাকিল।
@BhargabDuarah
5 жыл бұрын
ধন্যবাদ
@ranidasvlog3859
4 жыл бұрын
ইমান হৃদয় স্পৰ্শী কবিতা।বুকুৰ কোনোবা এটা কোনত যেন অজানিতে তীব্ৰ বেদনাৰ অনুভৱ কৰিলোঁ।খুব সুন্দৰ ❤❤💐
@pari_krama_
5 жыл бұрын
আপুনি কুশলে থাকক স্পন্দন কাশ্যপ.. অনুভৱবোৰ ঠিক এনেকুৱাই হৈ আছিল 😊
@dhristismitadas9083
2 ай бұрын
সম্পৰ্ক ভাঙিবলৈ দূৰত্ব নহয় , সম্পৰ্ক ভাঙিবলৈ সামান্য অৱহেলাই যথেষ্ট । 💔
@BhargabDuarah
5 жыл бұрын
*Thank you Views for your Support* 💝
@crazytech3919
5 жыл бұрын
Yes with you
@musicmultimedia9990
5 жыл бұрын
Thank you Dada
@tkdboyassam8959
4 жыл бұрын
gotai din rati xonibo mon jai aitu kobita tu totapiyo aamoni nelagy I love this poem 💕💞💞💞💞💞💞💞 yaad apko kiye bina raha bhi nhi jata dil mai jagha bhi to apne aise banai hai💕💞💞💏💏💏💏
@ArindomsaikiaJunak
2 ай бұрын
আপুনি কুশলে থাকক মিছ ঋতুপর্ণা গগৈ❤❤ .......
@lxabhixonowal7623
5 жыл бұрын
হৃদয়াত্মা কঁপাই যোৱা কন্ঠস্বৰ, পশ্চাৎ সংগীত । সৰল ভাৱ ভাষাৰে কৰুণ কাহিনি । চকুলো বৈ গ'ল ।
@BhargabDuarah
5 жыл бұрын
Thank u
@allthebest6580
3 жыл бұрын
Hridoy sui juwa poem .
@pradunnyasaikia5777
4 жыл бұрын
oti xundar kobita , khub bhal lagil xuni
@ashimjyotikalita7270
5 жыл бұрын
আপুনি বন্ধুত্ব বিচাৰিছিল আৰু মই প্ৰেম👈 # একপক্ষীয়
@dreamlightvlogs2806
2 жыл бұрын
অম্তৰ ছুই গ'ল । ইয়াৰ পৰাই কৱ বিচাৰো ভালে থাকক মোৰ প্ৰেমিকাজনীৰ কথা তাই ভালে থাকক
@rinishadevi6686
5 жыл бұрын
কি শব্দ...কি কন্ঠ....হৃদয় চুই যায়...বহুত ভাল লাগে...বহুত বাৰ শুনিও আমনি নালাগে.....
@dollydeka4884
5 жыл бұрын
ভাৰ্গৱ দা আপুনি নলবাৰী কলেজৰ কাব্য সন্ধিয়াত এইটো কবিতা আবৃত্তি কৰিছিল...লগ পাইছো আপোনাক আমাৰ কলেজত...ভাল লাগিল বহুত
@BhargabDuarah
5 жыл бұрын
Thank you
@dum_hain123
2 ай бұрын
Bohut xunisu bohut.. countless❤️mukhosto hoise ... Aji pise bohut din or mur xunilu pray 3 yr pisot😢😐Still miss you😓 #একপক্ষীয়💗
@zubleesaikia8566
2 жыл бұрын
বহুত ভাল লাগিল শুনি bhargab da
@mainigogoi6487
5 жыл бұрын
Bohut xundor ...huni thakile j homoi kenekoi hekh hoi gomei puwa najai vaBonat dubi😢
@mixervideos9057
5 жыл бұрын
কবিতা টো মোৰ জীৱনৰ লগত মিলি গৈছে ও.......😍😍
@mrigankasaikia7742
5 жыл бұрын
Himangshu dar kontho wahhhh... Bhttt vl lgl kobitatu hridoy sui gol
@JonakiDas-i7m
Жыл бұрын
অন্তৰ চুই যোৱা এটি কবিতা ❤😘
@swadhintamuli7795
4 жыл бұрын
Apurba ...... Sui gol
@nilotpalborah2653
4 ай бұрын
এসময়ৰ ফেভৰেট এতিয়াও শুনি আছো
@munmirajkumari315
5 жыл бұрын
কি সুন্দৰ অতুলনীয় 🥰🥰🥰🥰🥰
@chayanikaborah2550
4 жыл бұрын
হৃদয় চুই গল☹️।।।।।।।।।।।।
@hiyamanidas1234
4 жыл бұрын
Very nice Himangshu prasad das daa
@nabanishadas3883
5 жыл бұрын
বহুত দিনৰ অপেক্ষাৰ অন্ত পৰিল❤.....😍 সঁচাকৈয়ে হৃদয় স্পৰ্শ কৰি গ'ল তোমাৰ কবিতাৰ শব্দবোৰৰ লগতে হিমাংশুদাৰ মাতটোৱে💕.... পুৱাৰ পৰাই কিমান বাৰ যে শুনিছোঁ হিচাপ নাই...😍... কবিতাটোৰ ক'ৰবাত যেন নিজকে বিচাৰি পাইছোঁ....।। ইমানেই ধুনীয়াকৈ শব্দবোৰক কেনেকৈ সজাই তোলা তুমি 👌সঁচাকৈয়ে অতুলনীয়💖...।। আগুৱাই যোৱাৰ তুমি এনেকৈ আমাৰ সকলোৱে হৃদয়ত ৰৈ যোৱাকৈ❤.. আশা কৰোঁ আৰু বাকী কবিতা কেইটা ও খুওব সোনকালে আমি সকলোৱে শুনিবলৈ পাওঁ যেন...💚💚💚!!
@BhargabDuarah
5 жыл бұрын
Thank you 💝💝
@nikuray6744
5 жыл бұрын
Dhuniya Himangshu da.....xokolure bhl puwabur sirojugomiya dhuniya howk....
@dipikachoudhury2001
4 жыл бұрын
সঁচাকৈয়ে বৰ সুন্দৰ কবিতা আৰু কবি কণ্ঠ।
@simideka6899
4 жыл бұрын
শব্দ 👌👌👌👍🏻👍🏻👍🏻
@ilovetodoadventure5932
5 жыл бұрын
আপুনি কুশলে থাকক ভাৱনা দুৱৰা ঠিকেই আছে! কথা ,কন্ঠ ,সংগীত অসাধাৰণ হৈ থাকক সদায়!
@BhargabDuarah
5 жыл бұрын
Thank you
@edu-jobcareerpoint2068
5 жыл бұрын
lyrics 👌 ..অন্তৰ চুই গৈছে... মিলিছে মোৰ স'তে... হিমাংশু দাৰ কথা নকও আৰু..মোৰ দৃষ্টিত অদ্বিতীয় আবৃত্তিকাৰ...
@RajuAhmed-om6pr
3 жыл бұрын
দেহ মন শীতল পৰি যায়।
@joyprakashpawe108
5 жыл бұрын
কবিতাৰ প্ৰতিটো কথা মোৰ লগত মিলি গৈছে।
@joyprakashpawe108
5 жыл бұрын
বহুত ভাল লাগিলে। এনে লাগিল যেন কবিতাৰ মুকুট বিহীন সম্ৰাত জন ময়েই!
@BhargabDuarah
5 жыл бұрын
Thank u
@StudyCafe2092
4 жыл бұрын
হিমাংশু দা ৰ কবিতাই সদায় চুই যায়
@dhanmonihazarika2000
5 жыл бұрын
হৃদয় বিদাৰক কবিতা হিমাংশু দা ৷৷
@BhargabDuarah
5 жыл бұрын
Thank you
@golapitalukdar9689
4 жыл бұрын
Likhok aru abritakork B ohut dhanoybad !.
@sontidas3510
5 жыл бұрын
সচাই বহুত ধুনীয়া হৈছে । শব্দবোৰে অন্তৰ চুই গৈছে ।
@pranabsaha7259
5 жыл бұрын
Him da bahut vaal hoyse
@dikshitaduarah462
5 жыл бұрын
Hridoy sui jua eti kobita.. Huni val lagil. ❤️ I love your voice bhargab da.
@BhargabDuarah
5 жыл бұрын
ধন্যবাদ
@gargee152
5 жыл бұрын
বহুত ভাল লাগিল কথা আৰু আবৃত্তি। হিমাংশু দাৰ আবৃত্তি সদায়ে ভাল পাঁও
@BhargabDuarah
5 жыл бұрын
Thank you
@utpaldoley9700
4 жыл бұрын
Hodaii 2barkoi (morning 1bar afternoon 1bar) hunibo mon jaii ai2 kobita anekuwa lage jen okol mur karone likhise😍 #Soku_paani_ulaii_jaii😭😭😭
@kaberigoswami786
5 жыл бұрын
xundar ktha bhargav da aru xundar abbriti himangshu da
@rintudas4540
5 жыл бұрын
বহু বাৰ শুনি লো কিন্তু শুনি থাকিব এ মন লাগি থাকে সুন্দৰ কবিতা।আগলৈ আৰু শুনিব পাম বুলি আশা কৰিলো।
@mainagogoi2741
3 жыл бұрын
শুনি আমনি নলগা এটা কবিতা । মোৰ বৰ প্ৰিয় এই কবিতাটো
@nafishasul1043
5 жыл бұрын
Bhut vl lagil xuni
@Sumpisvlog
3 жыл бұрын
Voice 😍.... Jimanbar xunileu amni nalage 😊
@Lina..Bortamuly45
5 жыл бұрын
বহূত ধুনীয়া
@farhanasultan4854
5 жыл бұрын
কবিতাৰ প্ৰতিটো শব্দই অন্তৰ চুই যায়। কবিতাটোৰ ক'ৰবাত যেন নিজকে বিচাৰি পাওঁ।
@BhargabDuarah
5 жыл бұрын
Thank u
@ujjalnath45
5 жыл бұрын
মন পৰশা কবিতাটি.....হৃদয়খন চুই গল
@BhargabDuarah
5 жыл бұрын
Thanks
@runmisaikia280
5 жыл бұрын
হৃদয় স্পৰ্শী সুন্দৰ কবিতা।
@BhargabDuarah
5 жыл бұрын
Thanks
@jyotismanbora4668
5 жыл бұрын
ভাৰ্গৱ দুৱৰাৰ কথা আৰু হিমাংশু দাৰ কণ্ঠ একেলগে জুই আৰু
@BhargabDuarah
5 жыл бұрын
Thank you
@Pankajbora-G11
11 ай бұрын
❤❤❤
@aruhidas8482
5 жыл бұрын
Xosakoi a prokhonkha koribole bhakhai bisari puwa nai... Imn dhuniaa kobita ami xuniboloi pau apunalukor pora.. Agoloiu anedre khuniboloi puwar akhare khokoluloi onek morom jasilu💖💖💖
@BhargabDuarah
5 жыл бұрын
Thank you
@aruhidas8482
5 жыл бұрын
@@BhargabDuarahwlcm.. 💖
@vivekpao5614
4 жыл бұрын
Akdom mojja
@indianbkd8694
10 ай бұрын
নিজৰ লগত মিলি গল এটা এটা শব্দ। নামটো ও ভৱনাই আছিল।
@সৰস্বতীবৰা
9 ай бұрын
সচাঁ ই ভাল লগা
@gyanjyotideka8249
5 жыл бұрын
Bhu bhut bhutei val lagil 3 times continuously xuni asu emn val lagise♥️
@BhargabDuarah
5 жыл бұрын
Thank u
@Porishmitamech123
5 жыл бұрын
অন্তৰ চুই যোৱা এটি কবিতা❤️
@BhargabDuarah
5 жыл бұрын
Thank u
@nabadas4964
5 жыл бұрын
Very nice...... Himanshu da.. Congratulations.. Bhargab
@paragsway
5 жыл бұрын
হিমাংশু প্ৰসাদ দাসৰ আবৃত্তি শুনিয়েই ভালপোৱা হলো কবিতাক........
@BhargabDuarah
5 жыл бұрын
Thank u
@dipjyotitalukdar7150
5 жыл бұрын
বহুত ভাল লাগিল।মোৰ জীৱনৰ লগত মিলা এটি ঘটনা।।
@BhargabDuarah
5 жыл бұрын
Thank u
@fazrulhaque1319
5 жыл бұрын
Xundorr kobitaa...himangshu da r abritit ek xukiaa amez pau....ek bastobotaa pau....nijok bisaru pau
@BhargabDuarah
5 жыл бұрын
Thanks
@imageryofgraveyard4522
5 жыл бұрын
himangshu দা আপোনাৰ কবিতা আৰু আবৃত্তি সচাকৈয়ে অতুলনীয়।
@BhargabDuarah
5 жыл бұрын
Thank you
@suchibratatamuly5251
3 жыл бұрын
Bor antratloga kobita. Bor val lagil.
@sanjayrabha9540
4 жыл бұрын
অভিনৱ. . .
@azizulfateh4749
4 жыл бұрын
বহুত ভাল লাগে
@manabendradas398
5 жыл бұрын
sundor😊😊😊
@sangitanath2598
5 жыл бұрын
অন্তৰ চুই গ'ল।কিমান বাৰ শুনিলোঁ হিচাপ নাই।💕💕💕💕💕💕💕💕💕💕💕💕
@BhargabDuarah
5 жыл бұрын
Thank you
@ALLINONE-uw4ds
5 жыл бұрын
অতি মনোৰম কথাশৈলী....
@BhargabDuarah
5 жыл бұрын
Thanks
@Prarthana-w5d
5 жыл бұрын
শব্দ চন্দ্ৰ আবৃত্তি আবেগ সকলো সুন্দৰ
@BhargabDuarah
5 жыл бұрын
ধন্যবাদ
@pujaborah7939
5 жыл бұрын
Ufff bohut besi val lagil apunar voice tu bhttt vl lgse bhttttttttt😍😍😍😍😍😍😍
@BhargabDuarah
5 жыл бұрын
Thank u
@pujaborah7939
5 жыл бұрын
@@BhargabDuarah wc😍
@rinishadevi6686
5 жыл бұрын
শব্দবোৰ অতি সুন্দৰ....
@banashriurvashi640
4 жыл бұрын
সুন্দৰ পৰিৱেশন👌👌👌
@bitopanmix5963
5 жыл бұрын
Woww mojja likhsi..n abriti la jawab
@BhanupriyasVlogs
5 жыл бұрын
bhal lagise bohut besi bohut besi.... 😘😘😘😘😘
@Arjun-qx9cu
5 жыл бұрын
Hundor kobita
@dolibarman3661
3 жыл бұрын
Mur logot mili goise
@APURBASANSKRITI
5 жыл бұрын
অনুভৱবোৰ হৃদয় চুই যোৱা,ভাল লাগিল শুনি
@BhargabDuarah
5 жыл бұрын
Thanks
@ImranHussain-br4ui
3 жыл бұрын
Lines.... Himangshu Sir❤️
@samratgohain4636
5 жыл бұрын
kisuman vaab dhaarai,sokulu nigorai tule. dhunia lagil huni bht😃
@BhargabDuarah
5 жыл бұрын
Thank you
@momidutta4957
5 жыл бұрын
apunr voice tu bor bhal .huni le huni thakibo mon jai.
@RintuPhukan-gp3jp
2 ай бұрын
ভালে থাক তই 😢😢 বুকুৰ একোনত বহুত বেছিকৈ মৰম আছে তোৰলৈ😢😢😢😢
@assameseallnewsong4262
4 жыл бұрын
Dhunia lagil huni
@firdousibegum2897
5 жыл бұрын
Bhargab daa I am alwayz in love with your lines...Himangshu daa you made it too realistic...aru likhok aru xunauk...
@BhargabDuarah
5 жыл бұрын
Thank you
@muqtasvlogs7346
5 жыл бұрын
Bor bhl lage Himanshu da r voice 👌👌👌👌👌👌👌👌
@BhargabDuarah
5 жыл бұрын
Thank u
@darshanaborthakur5021
5 жыл бұрын
সুন্দৰ
@monagogoi6464
4 жыл бұрын
ভাল লাগিল
@nirmalideka6109
5 жыл бұрын
Bohut val lagil....... Bohut abegik hoi jua ata kobita.. ❤❤
@gitumanipatgiri3152
5 жыл бұрын
সচাকৈ বহুত ভাল লাগিল...
@prettythingsilove8639
5 жыл бұрын
কি সুন্দৰ কথা আৰু কণ্ঠ👌 অন্তৰ চুই যোৱা
@BhargabDuarah
5 жыл бұрын
Thank you
@sarmahdipi8519
5 жыл бұрын
সুন্দৰ কিন্তু ফটোবোৰ ফৰেইনাৰৰ ভাল নালাগে
@mausumiroy8345
5 жыл бұрын
Bht val lagil huni.ontor sui juwa kobita
@nabarajbongshi2447
5 жыл бұрын
Dhuniya...
@BhargabDuarah
5 жыл бұрын
Thank you
@JonakiEntertainment
5 жыл бұрын
ৱাহ ৱাহ.... হৃদয় চুই গ'ল... 😭😭😭
@BhargabDuarah
5 жыл бұрын
Thank u
@moonbhuyan1331
5 жыл бұрын
Xuni bohut val lagil Himangshu daar konthot......
@BhargabDuarah
5 жыл бұрын
Thanks
@nazmulahmed1103
5 жыл бұрын
বহুত ভাল লাগিল । আপকী আৱাছ মে বহুত dard হে ....
@BhargabDuarah
5 жыл бұрын
Thank u
@jitulkalita4970
5 жыл бұрын
Bhargab Da & Himanshu da.. ❤️❤️
@BhargabDuarah
5 жыл бұрын
Thank you
18:23
কফি হাউচ || Coffee House Love Story By Bhargab Duarah and Beauti talukdar
Bhargab Dowarah
Рет қаралды 45 М.
6:34
BAPU || MASTAAN || Tapan Das
JOLLY ASSAMESE
Рет қаралды 81 М.
00:31
How to treat Acne💉
ISSEI / いっせい
Рет қаралды 108 МЛН
00:49
小丑教训坏蛋 #小丑 #天使 #shorts
好人小丑
Рет қаралды 54 МЛН
01:04
家庭版踩气球挑战,妈妈竟然什么也没得到#funny #宝宝 #萌娃 #comedy
搞笑爸爸带俩娃
Рет қаралды 10 МЛН
00:44
“Don’t stop the chances.”
ISSEI / いっせい
Рет қаралды 62 МЛН
3:43
বেলছা BELSA | Prabhu ki tumar leela প্ৰভু কি তোমাৰ লীলা।Himanshu Prasad Das। Mamoni kalita
Himanshu Prasad Das
Рет қаралды 654 М.
6:01
amibur bekar nilaj premik
Prasurya Pritom Saikia
Рет қаралды 104 М.
2:33
" মা তই বুঢ়ী নহবি " শৈশৱতে বুকুত জন্মা এটা ভয় যি আজীৱন আমাক খেদি ফুৰে.. )
Tapan Talukdar
Рет қаралды 4 М.
24:33
"Khojor Xobda" খোজৰ শব্দ "4K/Assamese Short Films/ Kopil Bora/Deeplina deka/ Himanshu Prasad das/
Mind Garage
Рет қаралды 187 М.
39:46
Fearless Himanshu Prasad Das After BULU Film Next ? On Film Making , Politics | TDS Ep- 04
The Debo Show
Рет қаралды 5 М.
6:33
প্ৰেম হেনো হৃদয়ৰ উৎসৱ || By Achurjya Borpatra and Bhargab Duarah Concept: Amrit Jyoti Gohain
Bhargab Dowarah
Рет қаралды 61 М.
21:19
Zubeen Garg Poem | Zubeen Garg Kobita | জুবিন গাৰ্গৰ কবিতা
DHANJIT
Рет қаралды 23 М.
4:59
Baki Ghorot Bhal | Himanshu Prasad Das | Guernica
Himanshu Prasad Das
Рет қаралды 77 М.
3:36:13
সেই তুমি || সম্পূর্ণ গল্প || একটি মিষ্টি ভালোবাসার কাহিনী।
Shuvo's Diary
Рет қаралды 1 МЛН
5:51
AAPUNI KUKHOLE THAKOK | Himangshu Prasad Das | Bhargab Duarah | New Assamese Poem
RUPOHI AXOM
Рет қаралды 29 М.
00:31
How to treat Acne💉
ISSEI / いっせい
Рет қаралды 108 МЛН