ঋণৰ বোজা মাৰিব নোৱাৰি মাটি বিক্ৰী কৰি চৰকাৰ চলোৱাৰ পৰিকল্পনা বিজেপিৰ !

  Рет қаралды 23,567

NorthEast Now

NorthEast Now

Күн бұрын

Пікірлер: 58
@gutungdipakpegu2134
@gutungdipakpegu2134 2 ай бұрын
এহহহহ মজা কথা , সেই কাৰণে আকৌ এবাৰ মুদী আৰু হেমন্ত চৰকাৰ গঠন হ‌ওক আৰু মজা পাওক / মজা ল‌ওক ।
@anjanasom-t4z
@anjanasom-t4z 2 ай бұрын
এৰা ঠিক কৈছে
@nijeshray2303
@nijeshray2303 2 ай бұрын
কাজিৰঙা সময়্টিত কিয় বিজেপি এম পি জিকালে এতিয়া মজা পা ৷
@hemantamahanta5578
@hemantamahanta5578 2 ай бұрын
অসমৰ মূল্যবান মাটি বিক্ৰী কৰি জনসাধাৰণক আচনি দিয়াটো চৰকাৰখনৰ সম্পূৰ্ন বিফলতা বুলি সকলো জনসাধাৰণে তিৰস্কাৰ কৰিছে ।
@VolaNath-jb6ys
@VolaNath-jb6ys 2 ай бұрын
@@hemantamahanta5578 গতিকে বামুনক ভোট দিয়ক !!!🖐️
@utpalgoswami1990
@utpalgoswami1990 2 ай бұрын
মাটি বেছিব নিদিও বুলি কোৱা কেইজন সাৱধান টকা পইচা লৈ বা ভাল সুবিধা লৈ যাতে নিপিছলে ।
@kinaramdas5198
@kinaramdas5198 2 ай бұрын
যি সময়ত উচ্ছেদ অভিযান চলিছিল সেই সময়ত আপোনালোক ক'ত আছিল?আৰু জাতি মাটি ৰক্ষাৰ সঙ্কল্প লোৱা অতুল বৰা কেশৱ মহন্ত আৰু ফনিভূষন চৌধুৰি এতিয়া ক'ত?
@rinkumili2957
@rinkumili2957 2 ай бұрын
কাজিৰঙা ত ত দেখোন এই কেইজন মানুহে লোক সভালৈ বিজেপি সাংসদক ভোট দি জিকাই পঠালে। তেওঁলোকৰ ব্যক্তি স্বাৰ্থ পুৰণ হোৱা নাই চাগে।
@debjitdas360
@debjitdas360 2 ай бұрын
মামাৰ চক্ৰ বেহু
@asomiaasom6008
@asomiaasom6008 2 ай бұрын
সকলো সম্পদ ভুমি বিক্ৰী কৰি পিছত অসমীয়া নাৰীৰ সতিত্ব দেহ বিক্ৰী কৰি বিজেপি চৰকাৰে চৰকাৰ চলাব ।হিমন্ত মোদী বিজেপিক ভোট দিয়া দেউলীয়া হোৱা সতিত্ব দেহ বিক্ৰী কৰা অসমীয়া ।
@jibongogoi6940
@jibongogoi6940 2 ай бұрын
ৰিনিকি ক্ মাটি লাগিব নেকি?
@rakibahmed5996
@rakibahmed5996 2 ай бұрын
মই কি কম,, জাতি ধৰ্ম লৈ ৰাজনীতি কৰা আৰু।
@promudborgohain7920
@promudborgohain7920 2 ай бұрын
এই কেইটা ক শদিয়াত নি হালাল দিব লাগে। ৰাইজ সাজু হক।
@RakeshRahang-nc8ng
@RakeshRahang-nc8ng 2 ай бұрын
অসমৰ সকলো ৰাইজ লগলাগি চেন্ট্ৰেল কৰ্ডত গোচৰ দিব লাগে যে অসমৰ মাটি কোনো মন্ত্ৰী বা কোনো বণিয়াই যাতে কিনিব নোৱাৰে
@GoneshPatowary
@GoneshPatowary 2 ай бұрын
চাউল ৫ কেজি বঢ়াইছে বাহ বাহ
@mamonichetia306
@mamonichetia306 2 ай бұрын
উচ্ছেদ চলোৱাৰ প্ৰথম দিনাৰ পৰাই বুজি পোৱা গৈছে,এই মাটিবোৰ বণিয়াক দিব বুলি।এনেধৰণৰ নিউজ নোপোৱাৰ আগতেই বুজি পাইছিলো।।
@todaynews-f1y
@todaynews-f1y 2 ай бұрын
হে মজা কথা । আমি অসমীয়া একো বুজি নাপাও । মামাই কলে আমি নিজৰ কিদনীটো দি দিম আমি অন্ধভক্ত
@Extremecreator-x8i
@Extremecreator-x8i 2 ай бұрын
মজা খবৰ আৰু বিজেপিক ভোট দি জিকাই থাকক অন্ধভক্তবোৰে
@tonkeswargogoi5761
@tonkeswargogoi5761 2 ай бұрын
হিমন্ত কুকুৰটোক সোনকালে আহিব লাগে।
@gunakantabaruah6243
@gunakantabaruah6243 2 ай бұрын
ভুমিৰ অধিগ্ৰহণ আইন জানিলৈ সঙগাম সফল হ'ব । উন্নতিৰ পথত যদি অবৈধ আন্দোলনৰ জন্ম দিয়ে অশিক্ষিত কৃষকক বিপথে নিলে পৰিণাম সঠিক নহ'ব। মাটিৰ অধিকাৰ নায়জ বা অসমৰ মাটিৰ আইন সন্মত হয় চৰকাৰে সঙঠাপনৰ দায়িত্ব ল'ব।
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
কিকৈছে বুজি পোৱা নাই। চৰকাৰে মাটি বিক্ৰী কৰি দেশৰ ভবিষ্যত প্ৰজন্মৰ জীৱন নিৰ্বাহ ৰ পথত হেঙাৰ হৈ পৰিল নেকি।
@gunakantabaruah6243
@gunakantabaruah6243 2 ай бұрын
@@pratimasarma1737 অৰ্থ বোজাত ভুল নকৰিলে ভাল।ভুমি আইন মতে যদি কাৰোবাৰ মিয়াদিমাটিক চৰকাৰে অধিগ্ৰহণ কৰিবলৈ লয় তেতিয়া চৰকাৰে তাৰ মুলয় দিব লাগে। অথবা সঙঠাপনৰ দায়িত্ব লয়। এই ধৰক ৰেলপথ ৰাষ্টাৰ বহলিকৰন বা জলবিদ্যুৎ প্ৰকল্প আদি নিৰ্মাণ কৰোতে বহু সময়ত এই কাম কৰে। কাজিৰঙাৰ এতিয়া বিশ্ব ঐতিহ্য ৰ ক্ষেত্ৰ। ইয়ালৈ বহু পৰিভ্ৰমণ ও বিনুদনৰ বাবে স্বদেশী বিদেশী পৰ্যটকৰ সমাগম হ'ব। সেয়েহে এই প্ৰকল্প হাতত লোৱা হৈছে। অন্যান্য চৰকাৰে হ'লেও একেই কৰিলে হেঁতেন। এতিয়া মাটিৰ মালিকে মুলয় বা বিকল্প ঠাইত সঙঠাপিত হ'ব লাগে। ইমানেই।যদি খেতিয়ক সকলৰ মাটি মিয়া দি আছিল বা অভয়াৰণ্যৰ আবণ্টন মাটিত সোমাই আছে তেন্তে বিচাৰৰ ফলাফল এজন মাটিৰ লগত জড়িত লোকেও ক'ব পাৰিব। সেয়ে ইয়াত বলপ্ৰয়োগ বা কাজিয়াৰ কথা নাহে। চৰকাৰে বিবেচনা কৰি কিবা কৰাৰ উপায়ো নাথাকিব। সেয়ে লিখা গ'ল। অন্য বুলি নাভাবিব ।
@anjanasom-t4z
@anjanasom-t4z 2 ай бұрын
তেওঁলোক নহয় সিহঁত।শ্ল'গান ভুল হৈছে তেজ বা তেল সকলো লম দিম নহয়।
@lnbora7529
@lnbora7529 2 ай бұрын
Matir pasot manuh biki
@TridipSaikia-od3ko
@TridipSaikia-od3ko 2 ай бұрын
মজা .আকৌ মুদী চৰকাৰক ভোট দিয়ক. অসমৰ ৰাইজ ৰ কাম নাই
@AnilDutta-l5s
@AnilDutta-l5s 2 ай бұрын
Ami asomiya jatiyei BJP sorkar totha CMk sini puwa bohut bohut polom hol !!!!!!!!
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
জাতি,মাটি,ভেঁটি ৰক্ষাৰ নামত খিলনজীয়াক উচ্ছেদ কৰিছে, মেৰিটৰ নামত চাকৰি দিয়া বুলি কৈছিল কিন্তু উচ্চ শিক্ষিত ইনজিনিয়াৰ, এম এ,এম এচ চি পাছ ধনী ঘৰৰ লৰা ছোৱালীয়ে তৃতীয়,চতুৰ্থ বৰ্গ চাকৰি পাইছে ।তাৰমানে দুখীয়া মানুহৰ বাবে চাকৰি নাই ।
@lnbora7529
@lnbora7529 2 ай бұрын
Thik katha koise
@BibpobMohan
@BibpobMohan 2 ай бұрын
Ki hobo janu pisor prajanmor.
@bishnuramrabha4714
@bishnuramrabha4714 2 ай бұрын
Axomor maati dekhu Baamun bilaakorei..
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
আমিও বামুণ আমাৰ পিছে বিঘাই বিঘাই মাটি নাই।
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 2 ай бұрын
সেই সকল মিঞা।মিঞাক উচ্ছেদ কৰিলে ভাল পাব লাগে। প্ৰতিবাদ নকৰি বা। অসমীয়া গিৰি।
@ranjitdas6507
@ranjitdas6507 2 ай бұрын
Mati tu bade ...adin sage okhom khone bikri jabo...
@PujaBarman-fh7sk
@PujaBarman-fh7sk 2 ай бұрын
Hosa kotha
@jintuboruah7242
@jintuboruah7242 2 ай бұрын
Aami 26ot vote dim kintu BJPik jikibo nidu... Oukad nuhua kori dim
@arunsaloi209
@arunsaloi209 2 ай бұрын
আছু ক'ত
@RahitRabha-w2b
@RahitRabha-w2b 2 ай бұрын
You ate roght
@mridulkumarborah4181
@mridulkumarborah4181 2 ай бұрын
Pratinidhir Vikash Aru raijar durdasa upaladhir proyojan. Thanks.
@BholanathTanti-fz6vl
@BholanathTanti-fz6vl 2 ай бұрын
Next time vote napai
@prafulladas756
@prafulladas756 2 ай бұрын
Ahati.. Pagal.. Hosa
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 ай бұрын
Kam nai BJP Sarkar very
@PBFilms-od2kj
@PBFilms-od2kj 2 ай бұрын
Aru dee bjp k vote.....olop pabou lage pauk....laajei nii vote diya xomoyot akou bjp kri dibo 😅😅😅😅😅
@lnl6069
@lnl6069 2 ай бұрын
Enekoi Sangbad di kuno kamot oha nai...teulokr kam koriye ase...karo kotha mana nai..? Amar Okhomiyak jenekoi ussed kori kosto di khoti korise...tenekoi ami Rinikiye Himantai Sir. ji bur mati dokhol kori kori loise, ei dokhol kora mati bur Okhomr raij ulai ahi teuloke dokhol kora mati bur ami dokhol korib lage...🙏🙏
@RinaGohain-en1pc
@RinaGohain-en1pc 2 ай бұрын
B.j.p.kvote dia poriinam
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Bjpik.atihunkale.bharatarpara.bidaidiba.lagisil.kieajanu.manuhe.sku.anile.kathatuki.hakaluea.kaidekhun.bjpik.vot.nidieu.
@BhagwanDeka-yg4yw
@BhagwanDeka-yg4yw 2 ай бұрын
আগতে কি ঘেনটা কৰি আছিলি।
@mantudeka6951
@mantudeka6951 2 ай бұрын
Mattiu tu kalohe kalohe raiza dile daxun.
@Raj-f1j
@Raj-f1j 2 ай бұрын
Aru bjp k vut dia
@tayyeburrahman7362
@tayyeburrahman7362 2 ай бұрын
এই কেইজন এদিন অতুল বড়া হবলৈ গৈ আছে |বুঢ়া ASSU জনে মাল কাতি দুৰৰ পৰা চাই আছে
@jugeswarphukan9726
@jugeswarphukan9726 2 ай бұрын
Himanta.kintu kam.nahai.kiman.mati.laieaase.tar.pisat.bjp.bahiar.manuh.mane.mantik.matidiba.nijetu.labai.takabur.kikariba.ambani.adanir.harile.goiase.ao.ponar.mor.karane akunakare.atiea.anekua.rajinitit.namise.dhemajit..sivasagarat.kikarise.manuhe.bujipaisene.nai.najanu.gharate.kajia.lagaba.bisarise.hsihakale.gameipowanai.nijar.majat.jetiea.kajiea.haba.labh.kar.hava.aibure.nubuje.kintu.haihakale.bujipabs.lagiba.nhale.nije.nijar.majat.lagi.nijake.hekhkaribs.labh.karhabs.haihakalar.aiea.rajniti.
REAL 3D brush can draw grass Life Hack #shorts #lifehacks
00:42
MrMaximus
Рет қаралды 11 МЛН
Life hack 😂 Watermelon magic box! #shorts by Leisi Crazy
00:17
Leisi Crazy
Рет қаралды 80 МЛН
啊?就这么水灵灵的穿上了?
00:18
一航1
Рет қаралды 61 МЛН
India-Canada row: Media briefing by Ministry of External Affairs | Live
50:36