শ্রীমদ্ভাগবতৰ প্ৰথ স্কন্ধ (দ্বিতীয় অংশ) ভাগৱত পাঠ = জ্যোতিষ মেধি।

  Рет қаралды 17,800

ভক্তি ৰসামৃত (Jyotish Medhi)

ভক্তি ৰসামৃত (Jyotish Medhi)

Күн бұрын

শ্রীমদ্ভাগবতৰ প্ৰথম স্কন্ধ
(দ্বিতীয় অংশ)
ভকতৰ নৱনিধিনো কি ?
কৃষ্ণত অৰ্পণ কৰি কৰা কৰ্মতো
বিঘিনি ঘটে কিয়?
কোন সকল পিতৃ মাতৃৰ বাবে নিজ সন্তান শত্রুত পৰিণত হয়।
সকলো কথাৰ সুন্দৰ আৰু সৰল ব্যাখ্যা শুনো আহক।
বাখ্যাকাৰ
জ্যোতিষ মেধি
৮৪৭৩৯৩০২১৭

Пікірлер: 72
@gitikakalita5413
@gitikakalita5413 Жыл бұрын
Krihsna. Ram. 🌺🙏🌺
@kirangogoi639
@kirangogoi639 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏।
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ আই
@dhireswarray8159
@dhireswarray8159 10 ай бұрын
Ram Ram Krishna Krishna probhu
@pulokborah1491
@pulokborah1491 Жыл бұрын
Krishna Krishna Bap
@alakabarman3917
@alakabarman3917 8 ай бұрын
বাপজনৰ‌ ভাগৱত পাঠ ইমান সুন্দৰ হৈছে সাত দিন সুনিলেও আমনি নালাগে বাপৰ চৰনত সেৱা নিবেদিছো। কৃষ্ণ কৃষ।
@jyotishmedhi335
@jyotishmedhi335 8 ай бұрын
কৃষ্ণ 🙏🙏
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd 9 ай бұрын
Krishna Krishna Krishna baap shwa nebadulu krishna
@pradiptalukdar7798
@pradiptalukdar7798 Жыл бұрын
বাপজনা -৬০ সহস্ৰ ঋষি-মুনি উপস্থিত থকাৰ তথ্য ক'ত পালে ? জনাব নে ? ভাগৱতত কতো উল্লেখ নাই ৷
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ হয় বাপ। ষাঠি হাজাৰ সংখ্যা ময়ো পোৱা নাই বাপ। কিন্তু প্ৰচলিত ভাগৱত ব্যাখ্যাত এনেধৰণে পাই আহিছো। ৬৪ হাজাৰ বুলিও শুনিছো। অনুগ্রহ কৰি সঠিক তথ্য ভাগ আপোনাৰ পৰা পালে নিশ্চয় উপকৃত হব পাৰিম। আমি আপোনা সৱৰ দাসে সেৱা জনাইছো। কৃষ্ণ।
@nirmalsaikia7594
@nirmalsaikia7594 8 ай бұрын
Prabhu.tuman.cat.kouti..pranam
@munindraborgohain6054
@munindraborgohain6054 10 ай бұрын
Krishnan ❤
@anitahitalukdar8766
@anitahitalukdar8766 Жыл бұрын
Jai krishnaguru
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ 🙏
@rinabarman5723
@rinabarman5723 8 ай бұрын
🙏🙏🙏🙏
@junali555
@junali555 Жыл бұрын
Shri Shri krishna🙏🙏🙏🙏
@kumudgayan1664
@kumudgayan1664 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাৰ অমৃতময় ভাগৱত পাঠ অনুষ্ঠানৰ দ্বাৰা সচাই আজি পৰম কৃতাৰ্থ কৰিলে সেয়ে আপোনালৈ কৌটি কৌটি আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ বাপ, কৃতজ্ঞতাৰ সেৱা নিবেদিলো আপোনালৈ। কৃষ্ণ।
@rinakutumpegu1427
@rinakutumpegu1427 11 ай бұрын
🙏 Jay shree Krishna.
@jyotishmedhi335
@jyotishmedhi335 11 ай бұрын
কৃষ্ণ 🙏
@GitesdasGdas
@GitesdasGdas Жыл бұрын
Krishna krishna
@madirampanging5077
@madirampanging5077 Жыл бұрын
আপোনাৰ দৰে শ্ৰেষ্ঠ ভাগৱত বক্তাইহে ভাগৱত কথা অমৃতময় কৰে। ভগৱানে কৃপা কৰক।
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@nilimapathak4130
@nilimapathak4130 Жыл бұрын
Krishna 🙏🙏❤❤
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ,🙏
@chinugogoi5411
@chinugogoi5411 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জনা শত কোটি সেৱা নিবেদন কৰিছো
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ 🙏🙏
@sidheswarrajbongshi4313
@sidheswarrajbongshi4313 5 ай бұрын
🙏🙏🙏
@jyotishmedhi335
@jyotishmedhi335 5 ай бұрын
কৃষ্ণ 🙏
@JaanmoniSarat
@JaanmoniSarat 10 ай бұрын
Krishna bap ati sundar
@jyotishmedhi335
@jyotishmedhi335 9 ай бұрын
কৃষ্ণ 🙏
@nirmalsaikia7594
@nirmalsaikia7594 9 ай бұрын
Prabhu.dhanyabad
@jyotishmedhi335
@jyotishmedhi335 9 ай бұрын
কৃষ্ণ 🙏
@prabinnath4158
@prabinnath4158 Жыл бұрын
Sewa Janalo Prabhu..Bhakta batshal Prabhu Bhagaban Krishna r shree Charanat jate Sarbada Bhakati kariba paro tare ashirbad kariba Prabhu.
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ 🙏🙏
@AnilTantibhagawat
@AnilTantibhagawat Жыл бұрын
Ram Krishna bap abirat jatara houk🌷🌄🌄🙏🙏🌄🌄🙏🙏🌄🌄🌄🌄🙏🌄🌄🙏🙏🌷🌷🌷👏🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷🌷
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ বাপ, আপোনালৈ শত কোটি প্ৰণাম।
@nitulnath1323
@nitulnath1323 Жыл бұрын
🙏
@minatimech4993
@minatimech4993 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ 🙏
@daduldas1643
@daduldas1643 9 ай бұрын
কৃষ্ণ কৃষ্ণ
@jyotishmedhi335
@jyotishmedhi335 9 ай бұрын
কৃষ্ণ 🙏
@latikabarman-dq3ci
@latikabarman-dq3ci Жыл бұрын
কৃষ্ণ বাপ জনাৰ সুন্দৰ ব্যাখ্যা ই আমাক আপ্লুত কৰিছে। শুনি থাকিলেও হেঁপাহ নপলাই। ভগৱন্তই কৃপা কৰিছে। আৰু কৃপা কৰক্ কৃষ্ণ
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ আই, আপোনালৈ প্ৰণাম নিবেদিছো।
@hiranyakalita9918
@hiranyakalita9918 Жыл бұрын
কৃষ্ণ কৃষ্ণ মেধীঁবাপ সেৱা জনালো
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ বাপ, আপোনালৈও সেৱা আগবঢ়ালো।
@dibyagogoi7823
@dibyagogoi7823 Жыл бұрын
কৃষ্ণ মেধি বাপ কৃষ্ণ 🙏। আপোনাৰ মুখপদ্মহন্তে কৰা ব্যাখ্যা ভাগীয়ে পৰম কৃতাৰ্থ ও উপকৃত কৰিলে। কৃষ্ণ কৃষ্ণ হৰি ৰাম গ্ৰুপতো আপোনাৰ ব্যাখ্যা শ্ৰৱণ কৰিছো। আজি ও এই ভাগী শ্ৰৱণ কৰি অতি আনন্দিত হলো। কৃষ্ণ বাপ সেৱা জনাইছো কৃষ্ণ 🙏🙏🙏🙏🙏
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ বাপ, আপোনালৈ আমাৰ শতকোটি প্ৰণাম জনাই। কৃতজ্ঞতা জ্ঞাপন কৰিলো। কৃষ্ণ।
@নৰেন্দ্ৰচন্দ্ৰ
@নৰেন্দ্ৰচন্দ্ৰ Жыл бұрын
জয় শ্ৰী কৃষ্ণ,, এনেকুৱা নতুন নতুন video আগবঢ়ায় থাকে যেন, কৃষ্ণ 🙏
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ,আপোনাসৱৰ শুভাশিষ পালে নিশ্চয় প্ৰযত্ন কৰিম। কৃষ্ণ।
@sanahigogoi381
@sanahigogoi381 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@Anany_a789
@Anany_a789 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু জনা, আপোনাৰ পদ্মমুখ হন্তে ভগৱন্তৰ গুণানুকীৰ্তন শুনি বৰ আপ্লুত হলো। কৃষ্ণ কৃষ্ণ।
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ আই, সহস্র প্ৰণাম 🙏🙏
@umakantamohan4591
@umakantamohan4591 Жыл бұрын
​@@jyotishmedhi335 😮ihykhhmghxathpy😅😢😅😅iu? Whjo😅ybnuhmo noor of
@aairumidutta3711
@aairumidutta3711 Жыл бұрын
কৃষ্ণ কৃষ্ণ মেধি বাপ সেৱা নিবেদিলো কৃষ্ণ
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ, প্ৰণাম আই,🙏🙏
@tapankumarrayofficial9490
@tapankumarrayofficial9490 Жыл бұрын
কৃষ্ণ
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ 🙏🙏
@dmdworld3766
@dmdworld3766 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেয়া জনালোঁ , ভগৱন্তই কৃপা কৰক । আৰু আগুৱাই যোৱা ভাল লাগিল ভাগৱত বাখ্যা শুনি । মই ভগৱান দা কৃষ্ণ 🙏🙏
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ বাপ, আপোনাৰ আশিষ শিৰত লৈ চৰণ কমলত ভক্তি পূর্ণ সেৱা নিবেদিছো। কৃষ্ণ।
@MomiKalita-vo9tq
@MomiKalita-vo9tq Жыл бұрын
888
@junali555
@junali555 Жыл бұрын
কৃষ্ণ 🙏
@ভক্তিৰসামৃত
@ভক্তিৰসামৃত Жыл бұрын
কৃষ্ণ 🙏🙏
@anjalipathak4964
@anjalipathak4964 Жыл бұрын
কৃষ্ণ কৃষ্ণ 🙏
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@mainawbora39
@mainawbora39 Жыл бұрын
Joi Sri Krishna
@jyotishmedhi335
@jyotishmedhi335 Жыл бұрын
কৃষ্ণ 🙏
@nirmaliroy5757
@nirmaliroy5757 Жыл бұрын
কৃষ্ণবাপ আজি দেখিলোঁ বহু দিনৰ মূৰত ভাল লাগিল
@ভক্তিৰসামৃত
@ভক্তিৰসামৃত Жыл бұрын
কৃষ্ণ আই, সেৱা নিবেদিছো।
@ভক্তিৰসামৃত
@ভক্তিৰসামৃত Жыл бұрын
কৃষ্ণ 🙏🙏
@gayatritamuly2780
@gayatritamuly2780 Жыл бұрын
Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna prabhu
@ভক্তিৰসামৃত
@ভক্তিৰসামৃত Жыл бұрын
কৃষ্ণ কৃষ্ণ। প্ৰতি আপোনালৈ শতকোটি সেৱা নিবেদিছো।
Пришёл к другу на ночёвку 😂
01:00
Cadrol&Fatich
Рет қаралды 11 МЛН
Officer Rabbit is so bad. He made Luffy deaf. #funny #supersiblings #comedy
00:18
Funny superhero siblings
Рет қаралды 12 МЛН
Players vs Corner Flags 🤯
00:28
LE FOOT EN VIDÉO
Рет қаралды 72 МЛН
100 Identical Twins Fight For $250,000
35:40
MrBeast
Рет қаралды 52 МЛН
NARAYAN KAVACH DIRGHA
16:21
DGMUSIC. IN
Рет қаралды 12 МЛН
Sri Sri Ramakrishna Kathamrita                      Lecture by: Swami Stavapriyanandaji, Episode:14
57:17
Ramakrishna Mission Ashrama Manasadwip
Рет қаралды 11 М.
Пришёл к другу на ночёвку 😂
01:00
Cadrol&Fatich
Рет қаралды 11 МЛН