ৰাছিয়াৰ স্কুলত বিহু, এশিঙীয়া গড়,চাহপাত ইত্যাদিৰ প্ৰচাৰ 🔥😮,(- 53 Degree) ত বিহু Yakustk, Russia

  Рет қаралды 139,440

Assamese Mixture

Assamese Mixture

Күн бұрын

#TVSRaider #Raider #bikeride #MarvelThemed #TVS
Bhukhan Pathak
Assamese vlog
Assamese Mixture
Bihu in Russia
Bihu In Siberia
Assamese video
#bhukhanpathak #bihuinrussia

Пікірлер: 727
@RajumoniRajumonidas
@RajumoniRajumonidas Жыл бұрын
ভূষণ তুমি সচাকৈ আমাৰ অসম তথা ভাৰতৰে গৌৰৱ । তুমি আমাৰ অসমীয়াৰ বাপোতি সাহোন বিহুটো বিদেশত এই দৰে সুন্দৰ ভাৱে উপস্থাপন কৰি দেখুৱাইছে আৰু অসমীয়াৰ মৰমৰ গামোচা খন, অসম গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এশিঙিয়া গঁড়ৰ বিষয়ে ইমান সুন্দৰ কৈ বুজাই দিছা , বিদেশৰ বিদ্যালয়ত । তোমাক সচাকৈ ," salute " দিছোঁ অন্তৰৰ পৰা । এই দৰেই তুমি আৰু আগবাঢ়ি যোৱা --এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা, ভগৱান তোমাৰ সহায় হ'ওক । 🙏❤❤
@diamondpayeng1119
@diamondpayeng1119 10 ай бұрын
Great you are brother, keep it up....
@nagench.baishya4486
@nagench.baishya4486 10 ай бұрын
ভূষন তোমাক অন্তৰৰ পৰা ধন্যবাদ জনালো ৷ অসমৰ সম্পদ আৰু সংস্কৃতিৰ কথা সুদুৰ বিদেশত প্ৰচাৰ কৰি জাতিটোক গৌৰবান্বিত কৰাৰ লগতে নিজকো ধন্য কৰিছা ৷ আগলৈও তেনেকৈ আগবঢ়ি ষোৱা ৷ পুনৰ ধন্যবাদ ৷
@pabitrabhuyan5266
@pabitrabhuyan5266 3 ай бұрын
Best of luck bhushan
@durnakantasaikia8574
@durnakantasaikia8574 Жыл бұрын
অসমৰ সংস্কৃতি বিষয়ে যি অকন বিদেশৰ মাটিত বিলাই দিলা তাৰ বাবে অশেষ ধন্যবাদ।ভাল দৰে ইংৰাজী কব নোৱাৰিলেও আজি এজন সাহসী অসমীয়াই যে বিদেশীৰ অন্তৰ জয় কৰিবলৈ সক্ষম হৈছা তাৰ তোমালৈ মৰম আৰু আৰ্শীবাদ থাকিল।তুমিয়েই হয়তো প্ৰথম অসমীয়া যি অকলেই জাতীটোৰ জয়গান গাই আনন্দ কৰিছা আৰু আমাকো আনন্দ দিব পাৰিছা।অসমত যিমাপ ইউতিউবাৰ আছে সকলোৱে তোমাৰ পৰা জাতীৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা অনুসৰণ কৰক।ধন্যবাদ।আগবাঢ়ি যোৱা।ভগৱানে মঙ্গল কৰিব।
@mousumisworld7331
@mousumisworld7331 Жыл бұрын
প্ৰকৃত অসমীয়া ❤ salute Bhukhan daa🙏
@SatyaJit182
@SatyaJit182 Жыл бұрын
প্ৰকৃত অসমীয়া তুমি ভাল লাগিছে আমাৰ অসমৰ বিহু যে বিদেশত প্ৰচাৰ কৰিছাঁ। জয় আই অসম❤❤❤❤❤❤
@MonmiBaruah-lz5oc
@MonmiBaruah-lz5oc Жыл бұрын
We are proud of you Bhukhan 🙏🙏🙏🙏🙏ভূষন তুমি উইজিনক কাপোৰ সাজ দি আহিবা, বহুত সহায় কৰিছে তোমাক, তেওঁ এজন অতিথি পৰায়ন লোক,,,,ভালে ৰাখক ভগৱানে 🙏🙏🙏🙏🥰🥰🥰
@debamedhi253
@debamedhi253 Жыл бұрын
💓💓💓💓💓
@Amrita-r-1
@Amrita-r-1 Жыл бұрын
@diiimpul3044
@diiimpul3044 Жыл бұрын
❤❤❤🥰🙏🙏
@AssameseMixture
@AssameseMixture Жыл бұрын
Teuk di ahiso moi 😊
@hillsnplains
@hillsnplains Жыл бұрын
ভূষণ তোমাৰ কামক শলাগ লৈছোঁ৷ তোমাৰ শত্ৰুইও তোমাৰ পৰি নমস্কাৰ কৰিব৷ অসমৰ সংস্কৃতি প্ৰচাৰ কৰি থাকা৷ তুমি এদিন পুৰস্কৃত হবা৷ 👏👏👏
@BuliBorah-os8eg
@BuliBorah-os8eg 3 ай бұрын
প্ৰকৃত অসমীাৰ পৰিচয়, গৌৰৱ। অভিনন্দন 🙏
@bantigoswamibora9726
@bantigoswamibora9726 Жыл бұрын
তোমাক লৈ গৌৰৱান্বিত, আগুৱাই যোৱা শুভেচ্ছা থাকিল তোমালৈ ভোগালী বিহু উপলক্ষে 🎉🎉
@dipjyotimahanta7386
@dipjyotimahanta7386 Жыл бұрын
ভূষণ দাই কথা কৈ থকা মানুহখিনিক দেখাত ৰাছিয়াৰ যেন নালাগে চীন দেশৰ যেনহে লাগে। আমাৰ ভাৰতৰ দৰে ৰাছিয়াতো চাগে ভিভিন্ন জাতিৰ মানুহ আছে!
@Assam1661
@Assam1661 Жыл бұрын
সঁচাই আজি বহুত গৌৰৱ কৰিছোঁ তোমাৰ দৰে এজন আমাৰ দাদা বুলি কবলৈ পাই বহুত বহুত ভাল লাগিল ❤❤❤❤❤❤
@jmbassamesepoemandculture6858
@jmbassamesepoemandculture6858 Жыл бұрын
সঁচাকৈ চকুপানী ওলাই গ'ল,,, কিমান কষ্ট কৰিব পাৰিলে নিজৰ মাতৃভূমি, নিজৰ ভাষাক ভাল পাব পাৰি বুজাই দিছে, আপোনাৰ কৰ্মই।কেৱল টকাৰ পিছত দৌৰি নাথাকি নিজৰ সংস্কৃতিক বিশ্বত চিনাকি কৰাইছে। আগুৱাই যাওঁক আৰু বহুদূৰলৈ। ভগৱান সহায় হওঁক আপোনাৰ কৰ্মৰাজিৰ সাক্ষ্য হৈ।
@ntrysaxom6618
@ntrysaxom6618 Жыл бұрын
No 1 youtuber in Assam India , Bhukhan Pathak Direct Dil se Thanku , Proud of you Bhukhan , জয় আই অসম ❤
@funusenapoti9220
@funusenapoti9220 Жыл бұрын
ভূষন তোমাক বহুত ধন্যবাদ জনালোঁ। অসমৰ বিষয়ে তুমি ভাৰতৰ বাহিৰত গৈ ইমান সুন্দৰ কৈ প্ৰচাৰ কৰি আহিছা, বিশেষকৈ আমাৰ বাপতি সাহোন বিহুটি আৰু অসমীয়া ৰ আবেগ গামোচা খনিক ইমান সুন্দৰ কৈ প্ৰচাৰ কৰি আহিছা , তাৰ বাবে তোমাক মই চেলুট দিছোঁ, তুমি বহুত কষ্ট কৰিছা য়াকুষ্ট ত গৈ তাৰ বাবে পুণৰ এবাৰ ধন্যবাদ জনালোঁ।
@minibordoloi8714
@minibordoloi8714 Жыл бұрын
খুউব সুন্দৰ ভূষণ। লগতে ইউজিনক বহুত বহুত ধন্যবাদ। Eujin is very nice
@localboyofficial5582
@localboyofficial5582 Жыл бұрын
We as Assamese proud feel.Even after going outside the country, you have explained the Bihu of Assam very well to the people. It was nice.
@arupjyoti1222
@arupjyoti1222 Жыл бұрын
ধন্যবাদ সঁচাই গৌৰৱ অনূভৱ কৰিলোঁ।
@jinkujyotijinkujyoti233
@jinkujyotijinkujyoti233 Жыл бұрын
গাৰ নোম সিহৰি উঠা vdo, ভূষণ দা❤❤❤🎉🎉❤❤
@chiyo4594
@chiyo4594 Жыл бұрын
অসম তথা অসমীয়াৰ পৰিচ্য় বিদেশত প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ ।
@rahonmahon2310
@rahonmahon2310 7 ай бұрын
প্ৰকৃত অসমীয়া আপুনি। বাহিৰৰ দেশত গৈ আমাৰ বিহুৰ কথা গামোচা কথা ইমান ধুনীয়া কৈ বুজাই দিয়া বাবে বহুত বহুত শুভেচ্ছা থাকিল ❤❤❤ ধন্যবাদ ।
@uditabhattacharya9068
@uditabhattacharya9068 Жыл бұрын
বহুত ভাল কাম কৰিছা ভূষন, বহুত আগবাঢ়ি যোৱা।মৰম আৰু শুভকামনা সদায় থাকিব
@rupjyotiborah3967
@rupjyotiborah3967 11 ай бұрын
তোমাক ধন্যবাদ, আগুৱাই যোৱা ভগৱানে সহায় কৰক। বহুত বহুত ভাল লাগিল।
@jayanta542
@jayanta542 Жыл бұрын
ভূষন সচাকৈ বহত গৌৰৱ অনুভৱ কৰিছো। তোমাৰ উজ্জল ভবিষ্যত কামনা কৰিলো
@Sanubordoloi166
@Sanubordoloi166 Жыл бұрын
This is bhukan pathak.best in Assam so far.Eman dhuniye k kunuba dekhaise amar culture amar gamusa.buhut vhl laage eneka travel vlogs bur sabole.best youtuber in Assam
@kamaldutta-g4v
@kamaldutta-g4v Жыл бұрын
খুবেই ভাল লাগিল আপোনাৰ গোটেই ৰাছিয়াৰ জাৰ্নী টো, সততে নিজৰ দেশ আৰু ৰাজ্যৰ বিষয়ে জনাই আহিছে, গৌৰৱ অনুভৱ কৰিছো
@phukon_axom
@phukon_axom 11 ай бұрын
🥺🥺❤❤ হৃদয় চুই গ'ল🙏🏻... তুমি আগুৱাই যোৱা ককাই❤
@likhansaikia7013
@likhansaikia7013 Жыл бұрын
সুন্দৰৰ হৈছে ভূষণ পাঠক
@premataid4894
@premataid4894 Жыл бұрын
Prokit asomiya ❤bhukan daa salute ❤ জই আই অসম
@warzone8012
@warzone8012 2 ай бұрын
Great work Thanks, ৰাছিয়াৰ শিক্ষানুষ্ঠান তাৰ ‌শিক্ষাৰথিক বিহু নচাই সচায়ে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰো প্ৰয়াস,, ধন্যবাদ ।।
@creative_things2390
@creative_things2390 Жыл бұрын
Person with good heart We r proud of you.. U represent our Assamese culture in the world's coldest place, which is unbelievable.. Thank you 🙏
@ponkiesaikia4038
@ponkiesaikia4038 Жыл бұрын
We are proud of you Bhukhan da..... A big salute to you...
@KanakKalita-s9g
@KanakKalita-s9g Жыл бұрын
ফুকন দা ধন্যবাদ অসমক বিশ্বৰ বুকুত প্ৰচাৰ কৰাৰ কাৰণে বাকী অসমীয়া KZbinr ৰ দৰে আপুনি দোকান shoping mall Garir Diler Opening কৰি পইচা উপাৰ্জনৰ কথা নাভাবি অসম ৰ কথা ভাবিছে তাৰ বাবে প্ৰণাম আপোনাক অতি সোনকালে আপোনাৰ 1 Million Subscribers হওঁক তাৰে আশা কৰিলোঁ
@bandanadas7096
@bandanadas7096 Жыл бұрын
সঁচাকৈ বহুত ভাল লাগিল ❤ ইমান ভাল ভাল ভিডিও বিলাকত ইমান কম ভিউছ কিয় বুজি নাপাও 🤔 এনেদৰে ভাল ভাল কাম কৰি যাওঁক... ভালে থাকক । ইউজিনে কিন্তু আপোনাক বহুত সহায় কৰিছে 🙏
@yumtastewithritu490
@yumtastewithritu490 Жыл бұрын
বহুত গৌৰৱ অনুভৱ কৰিছোঁ, সদায় ভালে থাকা, নতুন প্ৰজন্মৰ বাবে তুমি আদৰ্শ ❤ ইউজিনে বহুত সহায় কৰিছে❤
@PranjalDeka-hq6zr
@PranjalDeka-hq6zr Жыл бұрын
বহুত ধুনীয়া লাগিল দেই ভিদিঅ টো চাই love you Bhukhon da ❤❤❤
@AtulGogoi-k7n
@AtulGogoi-k7n 3 ай бұрын
অসম গৌৰৱ,তোমালৈ অষেশ ধন্যবাদ জ্ঞাপন জনালোঁ
@SaliyaBoy-D.d
@SaliyaBoy-D.d 3 ай бұрын
কবলৈ ভাষা নাই দাদা ___❤❤❤❤❤❤
@nitulsaikia6652
@nitulsaikia6652 2 ай бұрын
সঁচা আপুনি অসম গৌৰৱ এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ ইশ্বৰৰ সান্নিধ্যত আৰু আগবাঢ়ি যাওক তাৰেই কামনা
@MAINA33
@MAINA33 Жыл бұрын
Bhukhan da mojja.🔥🔥 .. Background music🎶 🔥❤❤.. Axom gourab🎉❤
@jahidulislam693
@jahidulislam693 Жыл бұрын
We are proud of you as a Assamese person , you are a great person bhukhan daaa , you are real Assamese I salute you 🙏🙏🙏❤❤❤❤❤
@souravboruah7586
@souravboruah7586 2 ай бұрын
আপোনাৰ বহুত ধুনীয়া প্ৰদখেপ।
@harshikasworld3687
@harshikasworld3687 Жыл бұрын
❤❤❤❤ সঁচাকৈয়ে গৌৰৱ অনুভৱ কৰিছো ❤❤❤
@michaelvlogs4811
@michaelvlogs4811 Жыл бұрын
Bhukhon Da apuni eman dhunia koi akhomok represent korise apunak bht bht dhoinobad logot apunak salute 🫡 ♥️
@majanikalita6025
@majanikalita6025 Жыл бұрын
সঁচাকৈ ভূষণ তোমাক লৈ আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ।
@nafiaafsin
@nafiaafsin Жыл бұрын
Proud of you Bhukhan da..❤ Tumar aitu video sai gar num hiyori uthise. Val lagise bohut video tu sai. Tumi assam r bihu hundor vabe uposthapon kori hokolu Rasia t dekhuwaisa aru Rasia r hokoluke hikaisa. Val lagise bohut. God bless you. Always be happy & always keep smiling. Stay Safe & Take Care. Lots of love from Charaideo..❤
@chaobhai3541
@chaobhai3541 Жыл бұрын
Salute bhukhan... God bless you🎉❤... Proud to be an Assamese, India= Russia
@RajumoniTamuli-et1lt
@RajumoniTamuli-et1lt Жыл бұрын
সুন্দৰ, বহুত সুন্দৰ ❤❤
@abinashboro3616
@abinashboro3616 Жыл бұрын
বহুত ভাল লাগিল...জয় আই অসম
@himujitsvlog3956
@himujitsvlog3956 Жыл бұрын
গাৰ নোম শিয়ঁৰি উঠা ভিডিও । ইমান ঠাণ্ডাত গৈ অসমক উজ্বলাই উঠাইছা । আন্তৰিক ধন্যবাদ ভূষণ তোমাক । ভালে থাকা ।❤️
@pabantalukdar7081
@pabantalukdar7081 Жыл бұрын
I always proud of Bhukhan Da ❤❤❤❤ tme amr bihu tk Rassia t explain kresa vl lgil 🙏🙏❤️❤️❤️
@_izza_Miss.-.867._
@_izza_Miss.-.867._ Жыл бұрын
This is an impossible task man who could you survive man hat's off you we are proud of you ❤️❤️
@HaridevRabhaJaysriRam
@HaridevRabhaJaysriRam 3 ай бұрын
Bhushan you are a Axomiya like Bhupen Hazarika, Papon, Zubin, Himanta biswa Sarma and many others who reflact our Assamese cultures in world. Thanks to you.
@durlovegogoidurlovegogoi4632
@durlovegogoidurlovegogoi4632 Жыл бұрын
খুব সুন্দৰ ❤
@dmanta5218
@dmanta5218 Жыл бұрын
ধন্যবাদ ভূষণ পাঠক ডাঙৰীয়া ❤❤❤❤❤
@priyulifes3959
@priyulifes3959 11 ай бұрын
আপোনাক লৈ সদাই গৌৰৱ কৰোঁ সদাই এইদৰে আগুৱাই যাওঁক
@durgeswardas7159
@durgeswardas7159 2 ай бұрын
Good performance ,showing bihubdance of assam in russia. God will be bless. You to your long journey
@rajibbarman-xf9nu
@rajibbarman-xf9nu Жыл бұрын
অসমৰ সংস্কৃতিৰ এনেদৰে উপস্থাপন কৰাৰ বাবে বহুত বহুত ধন্যবাদ।
@SantanuDutta55
@SantanuDutta55 Жыл бұрын
চেলুট ভুষনদা ভোগালী বিহু বহুত বহুত সুভেচ্ছ্বা জনালো ।
@tezpurialuittl8983
@tezpurialuittl8983 2 ай бұрын
বহুত ভাল লাগিছে ভিডিঅ'টো, অসমীয়া বিহুক বিশ্ব দৰবাৰত চিনাকি কৰাই দিয়াৰ বাবে। ধন্যবাদ ভূষণদা।
@chandanbora5978
@chandanbora5978 Жыл бұрын
এজন প্ৰকৃত youtuber , আপোনাৰ videoচাই ভাল লাগে
@MrDebDas
@MrDebDas Жыл бұрын
We don't need dimpu , we don't need himanta biswa sarmah ,we need bhukhan Pathak da , Love from Gohpur
@Jyotirmoysarma1
@Jyotirmoysarma1 Жыл бұрын
That's what I am feeling
@puronpayeng7151
@puronpayeng7151 3 ай бұрын
সাত সাগৰ তেৰ নদী পাৰ হৈ ৰাছিয়াত গৈ অসমৰ পৰিচয় দাঙি ধৰিলে , তাৰ বাবে বহুত বহুত ধন্যবাদ ।
@rubulsaikia9419
@rubulsaikia9419 Жыл бұрын
Class 1 Assamese youtuber Bhukhan Dimpu Bhaskar always impressed by their videos God bless them
@tuluborah1162
@tuluborah1162 10 ай бұрын
Coldest yaku with activitys really nice record.thanks.
@rinku97836
@rinku97836 Жыл бұрын
hosa koi bht bht bhtei val lagil vdo tu sai...imn hohoj sorol manu bilak imn dhunia koi milise...aru hosakoi moromiyal manu khini😊❤❤❤❤tumakko dada bht bht dhoinyobad apunar joriyote ami nedekha dekh khn dekha paisu...hosakoi manu khini bht val lagise😊😊😊😊
@FutureofIndia07
@FutureofIndia07 Жыл бұрын
We are proud of you Bhukhan da A big salute to you
@sukanyar9705
@sukanyar9705 Жыл бұрын
বহুত ধন্যবাদ দাদা🎉🙏
@bhuboneswarbhuyan7251
@bhuboneswarbhuyan7251 Жыл бұрын
Dear Bhushan Pathak __ that's great nd unique &also ideal _o ahead __hearty thanks (from Dibrugarh )
@emote90ff20
@emote90ff20 Жыл бұрын
Jai ai axom bhukhan da happy magh bihu❤
@DAIZEEpapanemummy
@DAIZEEpapanemummy Жыл бұрын
Moi gaowrabitto vukan da.. Love you... Jai ai Assam... Jai Hind
@user-Sondesh48
@user-Sondesh48 Жыл бұрын
ভাল লাগিল দাদা ❤🎉
@LokeswarGogoi-xh9ef
@LokeswarGogoi-xh9ef Жыл бұрын
Great selute to Bhushan Pathak for your hard work as a good relationship between Assamese and Rassian people. 🙏🙏🙏🙏
@latikadevi3145
@latikadevi3145 Жыл бұрын
Cakupani oli gol
@mridulborah7
@mridulborah7 Жыл бұрын
অতি সুন্দৰ,ভাল লাগিল
@pranabjyotihazarika7145
@pranabjyotihazarika7145 3 ай бұрын
ভাল লাগিল দেই বহুত ভাল কাম কৰিছা ❤❤❤❤❤
@saniwarhussain4968
@saniwarhussain4968 Жыл бұрын
Proud of u bro Salute to u my bro Lots of lv to u
@jayantahirahira-jn1ht
@jayantahirahira-jn1ht 8 ай бұрын
Bhout bhout Val lagila Dada 🙏🙏🙏🇮🇳🇮🇳🇮🇳💐💐💐🤝🤝🤝
@-RanjuDoley20
@-RanjuDoley20 3 ай бұрын
Good job bhukan daa❤❤❤❤ for representation Assamese culture ❤❤❤❤
@KakaliDas-uo9vt
@KakaliDas-uo9vt 2 ай бұрын
Most dada anekoi vidio b🎉anab mojalagse
@ramananddrawingofficial7420
@ramananddrawingofficial7420 Жыл бұрын
আৰু আগুৱাই যোৱা ভূষণ দা ❤ Love from dhemaji ❤
@Bijayborah01234
@Bijayborah01234 Жыл бұрын
বহুত গৌৰৱ অনুভৱ কৰিছোঁ ককাই❤❤❤❤
@prasantahazarika3512
@prasantahazarika3512 Жыл бұрын
Bhukhan dak June Val pai like kora
@bumonvlogs3222
@bumonvlogs3222 Жыл бұрын
Wow nice. We proud of u Bhukhon.
@jitendrarabha4660
@jitendrarabha4660 Жыл бұрын
very good,বহুত ভাল লাগিল৷
@mandi9170
@mandi9170 Жыл бұрын
Salute bro .. and your confidence is really appreciable.. salute
@dipakkalita7034
@dipakkalita7034 Жыл бұрын
অতি সুন্দৰ ভূষণ ।❤❤❤❤🎉🎉🎉
@prataprabha374
@prataprabha374 Жыл бұрын
ভূষণ তোমাৰ নিচিনা আৰু ‌দহজনমান থাকিলে ভাল আছিল। From ML.
@momisaikia8150
@momisaikia8150 Жыл бұрын
বহুত ভাল লাগিল, সুন্দৰ
@harenborah7786
@harenborah7786 3 ай бұрын
You are the example of real and courageous KZbinr. God ahead.
@RAJU285K
@RAJU285K 11 ай бұрын
Bhukha Da We are proud of you. ভুখন দা সচাকৈ আপোনাক বহুত-বহুত শুভেচ্ছা জনালোঁ ।
@gopinathkoch6230
@gopinathkoch6230 Жыл бұрын
Proud of you Bhukhan da aguwai joa shubhecha thakil
@TiluDas-w6s
@TiluDas-w6s 2 ай бұрын
Your realy good son of assam matri.we so prowed to you.live long.live long.god be with you.
@rejekali6520
@rejekali6520 Жыл бұрын
জয় আই অসম ❤❤
@dipakkumardutta3826
@dipakkumardutta3826 10 ай бұрын
ভাল লাগিল , ধন্যবাদ ।
@mixerworld3746
@mixerworld3746 Жыл бұрын
This is the best video ever .You have shown our culture to the Russian and they are enjooying it.
@krishnaborah2420
@krishnaborah2420 Жыл бұрын
সুন্দৰ
@padumikalitadutta9730
@padumikalitadutta9730 3 ай бұрын
Very good we assamese proud of you for showing bihu important ance of tea and gamosa thank you very mash
@fifthbells6965
@fifthbells6965 Жыл бұрын
Proud of you bhukhan daa🙌❤️
@champoksaikia-mc2cd
@champoksaikia-mc2cd Жыл бұрын
Nice , You are deserve million views... Good work dada..❤
@Rimpikonwar111
@Rimpikonwar111 Жыл бұрын
জয় আই অসম ✊️
@debarajdoley3656
@debarajdoley3656 3 ай бұрын
Bohut bohut val lagile
@sushilaborah3141
@sushilaborah3141 Жыл бұрын
খুউব সুন্দৰ আগুৱাই যোৱা
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН
Don’t Choose The Wrong Box 😱
00:41
Topper Guild
Рет қаралды 62 МЛН
Une nouvelle voiture pour Noël 🥹
00:28
Nicocapone
Рет қаралды 9 МЛН