ৰাহুল গান্ধীক ইতিকিং কৰা স্মৃতি ইৰানীকো চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ

  Рет қаралды 131,819

DY365

DY365

Күн бұрын

ৰাহুল গান্ধীক ইতিকিং কৰা স্মৃতি ইৰানীকো দিয়া হ’ল চৰকাৰী ঘৰ খালী কৰাৰ নিৰ্দেশ। সাংসদ পদ খাৰিজৰ পিছত ৰাহুল গান্ধীয়ে চৰকাৰী ঘৰ খালী কৰাৰ সময়ত স্মৃতি ইৰানীয়ে ইতিকিং কৰিছিল ৰাহুলক। এই ঘৰ ৰাহুলৰ নহয় বুলি দাবী কৰিছিল স্মৃতি ইৰানীয়ে।
_______________________________
The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
FEARLESS, UNBIASED, TRUSTWORTHY
NEWS BEGINS HERE
Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
Connect on Social Media:
Follow Us on Twitter: / dy365
Like Us on Facebook: / dy365
Follow Us on Instagram: / dy365.in
Our Website: dy365.in
Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

Пікірлер: 211
@PRANABBORAHUNOFFICIAL
@PRANABBORAHUNOFFICIAL 3 ай бұрын
সেইবাবে ক্ষমতাত থাকিলেই আনক হাঁহিব নালাগে। এতিয়া নিজেই হাঁহিয়াতৰ পাত্ৰ হৈছে
@yeasminelahi1167
@yeasminelahi1167 3 ай бұрын
Assam r CM r o ane din ahibo aru lahe lahe
@RinjumoniNeog-i3l
@RinjumoniNeog-i3l 3 ай бұрын
how she become laughing character? pls explain. is smriti irani denied to vacant the qtr?
@taradoi7957
@taradoi7957 3 ай бұрын
তেও ভাৱিছিল নেকি গোটেই জীৱন মন্ত্ৰী হৈ থাকিম বুলি
@prabinmallabaruah8845
@prabinmallabaruah8845 3 ай бұрын
শমৃতি ইৰাণীয়ে ৰাহুল গান্ধীক যুঁজিবলৈ ফেৰ পাতি ৰৈ আছিল আৰু কৈছিল-- কেৰেলালৈ কিয় পলাইছা? মোৰ লগত যুঁজ দিয়া। কিন্তু ৰাহুল গান্ধীয়ে মনে মনে থাকি শেষত সিদ্ধান্ত ললে কিশোৰী লালকে যুঁজত নমাব। আচলতে কিশোৰী লাল শৰ্মাই ৰাজীৱ গান্ধী, সঞ্জয় গান্ধী, সোনীয়া গান্ধী সকলোৰে হৈ ৰায়বেৰেলী আৰু আমিঠীৰ কাম কৰিছিল । যাৰ বাবে শৰ্মা দুয়োটা সমষ্টিতে পৰিচিত । আমিঠীৰ জনতাই শৰ্মাৰ হৈ দুগুণ উৎসাহেৰে কাম কৰি দেৰ লাখতকৈ ওপৰ অধিক ভোটত জয় লাভ কৰিলে। কিশোৰী লাল শৰ্মা প্ৰাৰ্থি বুলি শুনাৰ পিচতেই ৰাষ্ট্ৰীয় সমীক্ষক সকলে কৈছিল শৰ্মা ৰাহুলতকৈও আৰু বেছিহে ভয়ানক শমৃতীৰ কাৰণে , যিয়ে আমেঠীৰ প্ৰতি জন ভোটাৰকে চিনি পায় ।
@prabinmallabaruah8845
@prabinmallabaruah8845 3 ай бұрын
তৃতীয় শ্ৰেণীৰ বজৰুৱা টিভি ছিৰিয়েলৰ সাধাৰণ অভিনেত্ৰীৰ পৰা একে কোবে গৈ কেন্দ্ৰীয় মন্ত্ৰীৰ চকীত বহিলগৈ। অসমৰ যিকেইটাই অহংকাৰী বুলি আমি কওঁ, তাতকৈও এও এখোপ চৰা। নিজকে দেশৰ মহাৰাণী বুলি ভবা সাধাৰণ এই মহিলা গৰাকীয়ে আনকি আমেঠীৰ কংগ্ৰেছ প্ৰতিদ্বন্দী জনকো তুচ্ছ-তাচ্ছিল্য কৰি গান্ধী পৰিয়ালৰ "নৌকৰ" বুলি কৈছিল । শেষত সকলোৱে দেখিলে কিমান বেয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী এজনক হৰুৱালে এজন সাধাৰণ দলীয় কৰ্মীয়ে। অহংকাৰ ধূলিস্যাৎ হল।
@hazarikasentertainmentvlog5990
@hazarikasentertainmentvlog5990 3 ай бұрын
Aibur asolote circus or manuh.....
@amarjoytidas8141
@amarjoytidas8141 3 ай бұрын
Right
@BharatiBorah-t3v
@BharatiBorah-t3v 3 ай бұрын
Ohongkarei potonor mul karon.
@bishalsarma5306
@bishalsarma5306 3 ай бұрын
ইয়াকে koy democracy যদি dictatorship হল হৈ এনেকুৱা নহল হৈ😂😂 বুজাই বুজিব সংবিধান ৰ বল চলে আমাৰ দেশত চৰকাৰ ৰ নহয়,,, অন্ধাভক্ত বোৰ বুজি নাপাব😂
@bipulrabha-xg7jr
@bipulrabha-xg7jr 3 ай бұрын
মহাৰাণী এতিয়া জীৱনৰ শেষ পুৰস্কাৰ পৰাজয় মহাৰাণী বাহিৰ ওলাব লাগে মজ্জা বোৰ সুখ পালোঁ দে
@shahanurislam5149
@shahanurislam5149 3 ай бұрын
A Mojja
@bokulkarmakar7784
@bokulkarmakar7784 3 ай бұрын
Mojaaaaaa.... Vry good news.
@ABHILASHRay-u1b
@ABHILASHRay-u1b 3 ай бұрын
অসমৰ আঙুৰ লতা হয় হয় এইজনী
@rrahman853
@rrahman853 3 ай бұрын
Waaaaaahhhhhhhhhh.......... bariya..............
@dharmaphukon3166
@dharmaphukon3166 3 ай бұрын
ভাল খবৰ।
@bitukonwar2116
@bitukonwar2116 3 ай бұрын
সময়ে কাকো ক্ষমা নকৰে, একালৰ বৃন্দাবন একালত পৰে চন
@ayatullahsheikh3118
@ayatullahsheikh3118 3 ай бұрын
ৰাণী হৱ গৈয় কানীত পৰিণত হল, মই কিন্ত বহুত ভাল পইছো বাহিৰ কৰি দিয়াৰ বাবে। ৰাইজ কি কয়???
@bishalsarma5306
@bishalsarma5306 3 ай бұрын
😂 papu প্ৰধান মন্ত্ৰী হোৱাই মই হলে সুখী হৈছোঁ😂😂
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw 3 ай бұрын
মোদী চাহাবৰ ভাল লগ এটা হেৰাল।অৱশ্যে°°°°°°°°°°°°?
@ranjitduttaey3967
@ranjitduttaey3967 3 ай бұрын
অহংকাৰী ৰাণীক ৰাইজে ঠিক কৰিলে গতিকে এতিয়া তেওঁ ক চৰকাৰী বাস খালি কৰাই দিবলৈ হে ৰাইজে পৰিবৰ্তন বিছাৰি বিদায় দিলে, এই খন সেই সময়ৰ ৰাহুল গান্ধী ক ঘৰ খালি কৰোৱা শূণ্য সহনশীলতা ৰ চৰকাৰ খন নহয় জানো বাৰু গতিকে দেৰি, , , , , , , , কি, , , , , , য
@k.k.movies
@k.k.movies 3 ай бұрын
​@@bishalsarma5306 andhabhakt ki joy ho 🌹
@sjhazarika5437
@sjhazarika5437 3 ай бұрын
ইয়াকে কয়,একালে সুন্দৰ একালে বান্দৰ,অহংকাৰ কৰিব নাপায়।
@hiranyarajkhowa4119
@hiranyarajkhowa4119 3 ай бұрын
ৰাজনৈতিক নেতা মন্ত্ৰীয়ে আমৃত্যু মন্ত্ৰী, বিধায়ক হৈ থাকিম বুলি ভবাটো মূৰ্খই স্বৰ্গত বাস কৰাৰ দৰেই কথা। লোকলৈ বুলি হুল পুতি, নিজেই মৰে ফুতি। তেনেধৰণৰ কথা হৈছে। দম্ভালী,দাদাগিৰী ,কৰি ৰাজনীতিত কোনোৱে স্থায়ী হব নোৱাৰে। ৰাজনীতি কৰা সকলে কথাষাৰ মনত ৰখা ভাল।
@birendoley7136
@birendoley7136 3 ай бұрын
এইটো কি ডাঙৰ কথা? তেওঁ MPবা মন্ত্ৰী নহ'লে ঘৰ এৰি দিবৈ লাগিব।
@PRITAMDEY-ui4dl
@PRITAMDEY-ui4dl 3 ай бұрын
Goooooooooodddddddd
@bantidas2403
@bantidas2403 3 ай бұрын
😢 এই ক্ষেত্ৰত পাপিৰ মন এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
@youtubetv9392
@youtubetv9392 3 ай бұрын
ৰাহুল গান্ধী এজন ভাল মানুহ নৱ প্ৰজন্ম আদৰখ ❤
@rajudas4428
@rajudas4428 3 ай бұрын
Bl manuh oxom dhonkho kara manuh .
@yogeshborpatragohain6775
@yogeshborpatragohain6775 2 ай бұрын
@@rajudas4428 Saroda mamar pokor salaki thak
@MainulHoque-p7s
@MainulHoque-p7s 3 ай бұрын
Smriti Zubin Irani good bye for ever from Amethi
@jibongogoi6940
@jibongogoi6940 3 ай бұрын
Flying kiss flying kiss smriti Irani
@alwayshappy7096
@alwayshappy7096 3 ай бұрын
সকলো সময় একেই নাথাকে , আজি তুমি ৰজা তো কাইলৈ আকৌ কিজানি পথৰ ভীক্ষাৰী, সময় বৰ নিষ্ঠুৰ, গতিকে যিমান দিন জীয়াই থাকে নীৰৱ আৰু শান্ত হোৱাটো প্ৰয়োজন😊😊
@nabanitabora5818
@nabanitabora5818 3 ай бұрын
Mojja😅
@Alonetiger-q7m
@Alonetiger-q7m 3 ай бұрын
বনৰীচুদী হয়, গিদাখাদি হয় হে‌ইজনী
@kamalsarma417
@kamalsarma417 3 ай бұрын
Good 👍 bahut Val lagil,,,,,, power is not everything
@dhanjitrabha5809
@dhanjitrabha5809 3 ай бұрын
Out
@rahulaxom2603
@rahulaxom2603 3 ай бұрын
Mojia... Khobor tu xuni.. Mon tu xat pori gol.. 😊😊
@mofidrohman6393
@mofidrohman6393 3 ай бұрын
এতিয়া তেওঁৰ কি হ'ল।😅😅😅😅😅
@RajuAli-j8e
@RajuAli-j8e 3 ай бұрын
খচাকৈ ভাল কথা অহংকাৰে হল পতনৰ মুল কাম
@NKMedia-d6k
@NKMedia-d6k 3 ай бұрын
এইবাৰ কংগ্ৰেছ যদি কিবাকৈ শাসনত আহিলে হৈ তেনেহ’লে মোদীয়েও চৰকাৰী ঘৰ এৰিব লাগিলে হয়
@rishirajomivaidya5648
@rishirajomivaidya5648 3 ай бұрын
Lol....MP hoi thkil hoi kiba jne ne njane 😂😂😂😂😂😂
@ajitsarma8237
@ajitsarma8237 3 ай бұрын
নাপায় ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে 😥 ।
@MintuDas-pd5uj
@MintuDas-pd5uj 3 ай бұрын
I'm coming back from office Assam
@KhanindraTalukdar-e6h
@KhanindraTalukdar-e6h 3 ай бұрын
ক্ষমতা লোভী 😅😅🎉অহংকাৰী বিজেপি নেতা মন্ত্ৰীয়ে হয়তো ভাবিছিল আজীৱন VVIP হৈ কটাব। পিছে সকলো ক্ষমতা যে সাধাৰণ ৰাইজৰ হাতত সেই কথা হয়তো এবাৰো ভাবি নাচালে।
@jayantakumarsut5924
@jayantakumarsut5924 3 ай бұрын
Eijoni fikotia mp
@dipankardutta3319
@dipankardutta3319 3 ай бұрын
ভাল হৈছে
@shahidurrahman3669
@shahidurrahman3669 3 ай бұрын
ওপৰলৈ থুৱালে সেই থু নিজৰ গাতেই পৰে Cylinder Chachi ,
@sanjoy.sanjoy71
@sanjoy.sanjoy71 3 ай бұрын
Simti.rani.apuni.sar.kare.ghor.khali.korok..nohola.apuni...pasot.igdar..pabo
@HABIBUR_RAHMAN_2002
@HABIBUR_RAHMAN_2002 3 ай бұрын
নিজৰ পাপ নিজেই ভুগিব লাগিব এদিন। ক্ষমতা সদায় নাথাকে। 😮
@nironkurmi5845
@nironkurmi5845 3 ай бұрын
Moja
@thesecretboss7538
@thesecretboss7538 3 ай бұрын
Tair ako talent ni konba bjp controller k favour d minister post loisil sage😂😂😂
@NishantaNayan
@NishantaNayan 2 ай бұрын
Congress🎉❤😊
@rideepgogoi1720
@rideepgogoi1720 3 ай бұрын
Replacement baidew kanganai replace kori dile atia buhi hol kheda tu khaboi
@AliAhmed-tq5dj
@AliAhmed-tq5dj 3 ай бұрын
Very good 👍
@amalbaruah4498
@amalbaruah4498 3 ай бұрын
What kind of personality, smrti Rani posses is now clear to the Public nd result in her hand in the election of 2024.Now Smriti should apply herself in case of vacant Govt quarter 😂
@birenkachari5220
@birenkachari5220 3 ай бұрын
Bjp mp nijr hompotti buli vabisil sage
@bestudy8004
@bestudy8004 3 ай бұрын
Hahahahaha Mrs flying kiss
@nitulsaikiamusic6399
@nitulsaikiamusic6399 3 ай бұрын
oti ohongkar porinoti..dekhiboi mon nejai aijonik
@muned6442
@muned6442 3 ай бұрын
আনক হাঁহিব নাপায় নিজৰ সুচৰে 😂😂😂😂😂😂
@bijoydeka9134
@bijoydeka9134 3 ай бұрын
Aji kali dekha nepao dekhu. Mrs modi. Ki karibo atiya.
@bikashmarak776
@bikashmarak776 3 ай бұрын
Modi is not power full it's NDA Government
@Darthvader000
@Darthvader000 3 ай бұрын
It is only proudy result.Very nice to Irani n maza bi maza.
@mrinalhandique5217
@mrinalhandique5217 3 ай бұрын
empty vessel like smrity irani sound much.
@ainulhussein8536
@ainulhussein8536 3 ай бұрын
Like nai kio iman❤❤❤❤❤
@MultimediaTr.
@MultimediaTr. 3 ай бұрын
Heroine asil teu.... heroine aneu olp bnri type r hoi....
@rajani149
@rajani149 3 ай бұрын
এই জনিৰ মুখ খনৰ বাহিৰে আন একো নাই....😮😮😮😢😢😢😅😅😭😭 যেনে কুকুৰ তেন তাঙন... নাহাহিবি মোক সুচৰিব টোক...😭😭😭😭 আজিৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ৰ যুগত এই বিলাক জানো যোগী ভাৰতীয় parilament ৰ সদস্য হোৱাৰ আৰু আজিৰ ভাৰতীয়ক প্ৰতিনিধিত্ব কৰাৰ....???🤔🤔🤔🤔 ডিগ্ৰী টোও হেনো ফেক 😮😮😮😮 আৰু আহিছে ১৪২ কোটি ভাৰতীয়ৰ ভাগ্য নিয়ন্ত্ৰক হবলৈ...??? হাই কি ভাগ্য দেশৰ...😭😭😭😭 মায়াৱতী ও এইট কৈ অধিক যোগ্য বুলি মই ভাবো...😮😮😮😮😮
@Extremecreator-x8i
@Extremecreator-x8i 3 ай бұрын
A majjaaaaaasaa
@abdulkalam5283
@abdulkalam5283 3 ай бұрын
আনা জানা ঘর কাহারজন্য স্থাহি নহয় ইয়াদ রাকনা জরুরি হায় ।
@alangberbasumatary2186
@alangberbasumatary2186 3 ай бұрын
Arrogance lady….karma gives back
@NabajitPhukan-d6z
@NabajitPhukan-d6z 2 ай бұрын
গতিয়াই উলিয়াই দিব লাগে। জাননী দিব ই নালাগে
@NabajitPhukan-d6z
@NabajitPhukan-d6z 2 ай бұрын
গতিয়াই উলিয়াই দিব লাগে। জাননী দিব ই নালাগে
@jibongogoi6940
@jibongogoi6940 3 ай бұрын
Flying kiss flying kiss smriti Irani
@RinjumoniNeog-i3l
@RinjumoniNeog-i3l 3 ай бұрын
but is this a news. is smriti irani denied to vacant the qtr? what a nonsense video.
@bhargaV567d
@bhargaV567d 3 ай бұрын
A mojjja😂
@Rahul-e2x7z
@Rahul-e2x7z 3 ай бұрын
কোন ইৰানী হয় ঐ কিয় চৰকাৰী ঘৰ লাগে কি কাৰণে
@sribanajitchamuah1939
@sribanajitchamuah1939 3 ай бұрын
Aibor faltu manuh
@WahidHussain-xc3et
@WahidHussain-xc3et 3 ай бұрын
Lukak hahile nijeu lukar usarat hahiyattar. Patta hai ,
@BabaChangmai-i5n
@BabaChangmai-i5n 3 ай бұрын
Saas bhi kabi to bohu thi,,,,😂😂😂😂😂😂😂😂
@GhanashyamSarma-h7g
@GhanashyamSarma-h7g 2 ай бұрын
Smrity Irani is a blunt headed dancer
@eliyasrahman7303
@eliyasrahman7303 3 ай бұрын
Bahut badia
@PranabChutia-hb3tw
@PranabChutia-hb3tw 3 ай бұрын
Good 😂😂😂
@kowserlaskar-qt7kv
@kowserlaskar-qt7kv 3 ай бұрын
যেমন কর্ম তেমন ফল 😅😂😂
@OzaruGaming
@OzaruGaming 3 ай бұрын
Good News 👍👍👍👍👍👍
@anantasonowal287
@anantasonowal287 3 ай бұрын
হগা সমান সুখ পালো ঐ
@rebasaikia7452
@rebasaikia7452 3 ай бұрын
Now you may take a IAY home,saram nahin hai
@nibirjonak6978
@nibirjonak6978 3 ай бұрын
Bht val hoise....
@rupamgogoi2998
@rupamgogoi2998 3 ай бұрын
Bor val lagil dei❤
@nizamulhussain4578
@nizamulhussain4578 3 ай бұрын
😂😂😂😂😂😂 jaise kari waise varni
@BikromSobor-vm2dx
@BikromSobor-vm2dx 3 ай бұрын
এইয়া পালে মজা😅
@halimabegum9484
@halimabegum9484 3 ай бұрын
A mojja ,bhal koi gonga jol sotiyai lok .kub lebel dekhowaisil mukh thokesa khale 😂😂😂
@j.devnath3002
@j.devnath3002 3 ай бұрын
Asabhali, Dambhikota, Khamater dambhik prayog, Bhagobane Bisar korile. Jesa korni, tesa Bhorni.
@Mr.Daimaryy
@Mr.Daimaryy 3 ай бұрын
Worth it. Cylindrella 😂
@JunAliKumarAshique
@JunAliKumarAshique 3 ай бұрын
Kisuman andhovokto r pokor jolise
@bikashHazarika-xb7kd
@bikashHazarika-xb7kd 3 ай бұрын
Ahankare potonor mul
@bobykhound6088
@bobykhound6088 3 ай бұрын
Atea upor malor ki hob👌
@kamalmalakar2933
@kamalmalakar2933 3 ай бұрын
Janta ka ghar jaldi khali karo
@jintuali4510
@jintuali4510 3 ай бұрын
Sukun mila 🎉😅😅😅😅
@hamashrisarma
@hamashrisarma 2 ай бұрын
Rahul Gandhi is the best
@ProkantaPadi
@ProkantaPadi 3 ай бұрын
Mojaaaa
@reetamonigogoi2151
@reetamonigogoi2151 3 ай бұрын
Mozza
@hemantakumarborah6196
@hemantakumarborah6196 3 ай бұрын
Napai ..🤸🤸💃
@jonoyt8991
@jonoyt8991 3 ай бұрын
মোদিৰ লগত থাকিবলৈ যা।তুমি মোদিৰ ৰাখেল হ।
@mizanurhussain3859
@mizanurhussain3859 3 ай бұрын
Jeisi karni waisi varni
@samreenvloger1964
@samreenvloger1964 3 ай бұрын
Mojja
@JohnsonLish-ip7tm
@JohnsonLish-ip7tm 3 ай бұрын
Mojja
@pankajboro1197
@pankajboro1197 3 ай бұрын
Mojja
@allone2175
@allone2175 2 ай бұрын
Smrity is now brismity
@junaliseducationchannel3463
@junaliseducationchannel3463 3 ай бұрын
Cilinder wala aunty
@arjungogoi4624
@arjungogoi4624 3 ай бұрын
Moja
@adityadas5804
@adityadas5804 2 ай бұрын
Mja
@worldhumanity.
@worldhumanity. 3 ай бұрын
PATI CHOOR NI...
@majidurislam9424
@majidurislam9424 3 ай бұрын
Congratulations
@abushamaahmed7746
@abushamaahmed7746 3 ай бұрын
Pride will have a fall
Cute
00:16
Oyuncak Avı
Рет қаралды 12 МЛН