ৰাজীৱ শদিয়াক জুবিন গাৰ্গে কিয় চিনি নাপাই ? Rajib Sadiya | Zubeen Garg|

  Рет қаралды 120,493

Ritu Kalita

Ritu Kalita

Күн бұрын

Пікірлер: 590
@RumujyotiBorGohain-b1e
@RumujyotiBorGohain-b1e 12 күн бұрын
বহুত সুন্দৰ কথা ভাল লাগিল জাতীয়তাবাদী মনোভাৱ প্ৰকাশ কৰা বাবে l জই আই অসম
@Mridul_Hazarika.
@Mridul_Hazarika. 12 күн бұрын
অতি সুন্দৰ আৰু সময়োপযোগী মন্তব্য। অপ্ৰিয় সত্য কথা ক'লে কিছুমান মানুহে লাজ পায়েই।
@biswajitkataki5303
@biswajitkataki5303 12 күн бұрын
দাদা, আপোনি খুব সুন্দৰ বক্তব্য দাঙি ধৰিলে,, অতুলনীয়,,,, 🙏 বৰ্তমান যি সমালোচনা হৈ আছে,,, আপোনিয়ে প্ৰথম শুদ্ধটো দাঙি ধৰিলে,, ধন্যবাদ,,,।
@Dstdoley
@Dstdoley 12 күн бұрын
সুন্দৰ দাদা আমাৰ অসমীয়া সমাজলৈ আপুনি ভাল Massage দিলে৷ জয় আই অসম❤❤❤❤❤❤❤❤❤❤❤
@basantiboro4314
@basantiboro4314 12 күн бұрын
এই বিতর্কৰ মাজত জুবিনেই জগৰীয়া নহয় সংবাদ মাধ্যম , ইউতুপাৰ আৰু সচৰাচৰ সমাজত চলি থকা নামী, দামীৰ পিছত দৌৰি থকা সকলো লোকেই জগৰীয়া।
@projshdbdhsb
@projshdbdhsb 12 күн бұрын
ককাইদেউ আপুনি কথাখিনি সুন্দৰ ভাৱে উপস্থাপন কৰিলে, ধন্যবাদ থাকিল আপোনালৈ
@debajitchetia1659
@debajitchetia1659 12 күн бұрын
সুন্দৰ আৰু সময়োপযোগী বক্তব্য আগবঢ়ালে ।
@H.J.K.CREATION
@H.J.K.CREATION 12 күн бұрын
আজি আপোনাক ধন্যবাদ দিলো❤️
@JunDa-u6m
@JunDa-u6m 12 күн бұрын
আপোনাৰ ভিডিও আজি প্ৰথম চাইছো।কিন্তু বহুত ভাল লাগিল. কথা খিনিত জাতিৰ হকে মাত মতা যেনে লাগিল।
@PurabiandRiyanVlogs
@PurabiandRiyanVlogs 4 күн бұрын
Khub dhuniya khota koise Dada 🙏
@sunu9306
@sunu9306 6 күн бұрын
বহুত ভাল কথা কলে দাদা 🙏
@rahulmahato122
@rahulmahato122 7 күн бұрын
ধন্যবাদ জনালোঁ❤ ধুনীয়াকৈ বুজায় দিয়াৰ বাবে
@gouravburagohain597
@gouravburagohain597 12 күн бұрын
বহুত সুন্দৰ কথা কৈছে দাদ আপুনি কথা খিনি শুনিছোঁ
@raktimchiring
@raktimchiring 12 күн бұрын
100 % right dada ❣️
@sarbeswarrabha9903
@sarbeswarrabha9903 11 күн бұрын
সুন্দৰ পৰামৰ্শ দাদা
@bapanrajbongshi6637
@bapanrajbongshi6637 7 күн бұрын
দাদা আপুনি বহুত ভাল মনৰ মানুহ । আপুনি সুন্দৰ কথা কলে ।
@gitarthazgmedhi.
@gitarthazgmedhi. 11 күн бұрын
সচাঁ কথা কৈছে দেই দাদা ❤
@KamalSaloi-y4t
@KamalSaloi-y4t 8 күн бұрын
বহুত ভাল কথা কৈছে দাদা
@RewatiSaikia-l2i
@RewatiSaikia-l2i 12 күн бұрын
বহুতে ভাল কথা কেইটামান কলে ,বৰ ভাল লাগিল।
@humenbhuyan4088
@humenbhuyan4088 6 күн бұрын
অসমৰ ৯৯.৯৯% মানুহে চিনি পোৱা নাছিল মৃত্যুৰ আগত, উজনি অসমৰ মানুহ কিছুমানে হে চিনি পাইছিল।
@pranitadas6394
@pranitadas6394 10 күн бұрын
💯percent right kotha koise 👌👌😊
@7gc970
@7gc970 12 күн бұрын
ভাল লাগিল আপোনাৰ কথাবোৰ সত্য উপৰত মন্তব্য দিয়াৰ কাৰণে ধন্যবাদ থাকিল ।
@kutandey4444
@kutandey4444 12 күн бұрын
Right 👍🏻
@Anuvobranuronan04
@Anuvobranuronan04 11 күн бұрын
কথা খিনি বহুত ভাল লাগিল আপোনাৰ 👏🙏
@pranabjyotihazarika7145
@pranabjyotihazarika7145 11 күн бұрын
সঁচা কথা কৈছে 😢😢😢 ৰাজীৱ শদিয়া দেৱৰ মৃত্যু অসমৰ এক ডাঙৰ ক্ষতি 😢😢😢😢😢
@rinkubhuyan2663
@rinkubhuyan2663 11 күн бұрын
সুন্দৰ মন্তব্য দিলে আপুনি ৰিতু দা ধন্যবাদ 👏
@manoranjankalita7069
@manoranjankalita7069 11 күн бұрын
বঢ়িয়া কৈছে দাদা ।
@TapanSaikia-i8w
@TapanSaikia-i8w 11 күн бұрын
সুন্দৰ অতি সুন্দৰ কথাবোৰ আগবঢ়ালে ধন্যবাদ দাদা
@BijoybordoloiBijoy
@BijoybordoloiBijoy 8 күн бұрын
Ji ki nahok kiyo joi zubeen da zubeen da is bast
@BiswajyotiPayeng-y7r
@BiswajyotiPayeng-y7r 11 күн бұрын
ভাল লাগিল আপোনৰ কথা তো শুনি । সচাকৈয়ে জুবিন ক নিজে স্বিকাৰ কৰিব দিব লাগে। জয় আই অসম জয় ইন নমস্কাৰ❤❤🎉🎉
@KayomAli-r6i
@KayomAli-r6i 12 күн бұрын
ময়ো চিনি পোৱা নাছিলো তেওঁৰ মৃত্যুৰ পিছত হে তেওঁক চিনি পাইছো
@pankajpawPaw
@pankajpawPaw 12 күн бұрын
জুবিন গাগ চিনি নোপোৱাৰ কাৰনে এতিয়া ৰাজীৱ শদিয়াক সকলো চিনি পাৱৰ হল
@KanakDas-n4f
@KanakDas-n4f 12 күн бұрын
ঠিকেই ,
@bnjn5135
@bnjn5135 12 күн бұрын
​@@KanakDas-n4f আৰু জুবিনক পাহৰিবৰ হ'ল ।
@gitarthazgmedhi.
@gitarthazgmedhi. 11 күн бұрын
​@@bnjn5135অসম্ভব মহাশয়
@gunajitsarma5579
@gunajitsarma5579 11 күн бұрын
আচল কথা2 হল, যিটো মানুহ জীয়াই আছে তেওঁক জিনাহৰাম কৰা ,আৰু মৰি যোৱা জনক hero bonuwa ,aytu মানুহৰ চৰিত্ৰ।
@MadhushmritisStyle
@MadhushmritisStyle 11 күн бұрын
Bohut xundar kotha kole.Joi ai Axom
@Life1978gogoi
@Life1978gogoi 9 күн бұрын
Very nice ❤❤❤
@RashmiRekhaBorah-i5x
@RashmiRekhaBorah-i5x 12 күн бұрын
সুন্দৰ বাৰ্তা দাদা ।
@mrinaljyotidas8107
@mrinaljyotidas8107 9 күн бұрын
Zubeen Garg ♥️
@ManjitDas-tq1ij
@ManjitDas-tq1ij 12 күн бұрын
Dhuniya kotha koise apuni...🙏
@mrxrubulsaikia6916
@mrxrubulsaikia6916 11 күн бұрын
সুন্দৰ মন্তব্য।
@DeepDeka-mj5bz
@DeepDeka-mj5bz 10 күн бұрын
Zubeen dai ji icha xei a kba pre joy Zubeen da Love you Zubeen da
@rijuborah6053
@rijuborah6053 12 күн бұрын
দাদা বহুত ভাল কথা কৈছে । ধন্যবাদ
@dhritisundarsarma8162
@dhritisundarsarma8162 11 күн бұрын
❤ আপুনি খুউব সুন্দৰ কথা কৈছে ডাঙৰীয়া ৷
@jintupathak1593
@jintupathak1593 8 күн бұрын
আপুনি বহোত ভাল কথা কৈছে জয় আই অসম
@SatyavratRaj781
@SatyavratRaj781 12 күн бұрын
বঢ়িয়া!
@makhleswarrahmanvideos7360
@makhleswarrahmanvideos7360 11 күн бұрын
আপোনাৰ মন্তব্য বোৰ খুব ভাল লাগে মোৰ।
@JugaDuwari
@JugaDuwari 12 күн бұрын
সুন্দৰ মন্তব্য আগবঢ়াইছে।
@DNDEEP
@DNDEEP 11 күн бұрын
apunar video চাই vall lagil dei dada
@Tyyhhhjjjnhh-d6g
@Tyyhhhjjjnhh-d6g 12 күн бұрын
ভাল লাগিল দাদা আপোনাৰ কথা শুনি ❤
@karabiborah1
@karabiborah1 12 күн бұрын
আপুনি বহুত ভাল কথা কৈছে 🙏সচাকৈ শিল্পী সমাজখন নিস্বাৰ্থ আৰু নিকা হ'ব লাগে😊
@SewaliDevi-o2c
@SewaliDevi-o2c 11 күн бұрын
Khub dhunia kotha koi dadai ❤❤❤
@JantuChetia-r7h
@JantuChetia-r7h 11 күн бұрын
ভাল মানুহ ভগৱানৰ প্ৰিয় হয়। গতিকে ৰাজীৱ শদিয়া লৈ গুচি গ'ল। মই যেতিয়া পৰা ডাঙৰ হৈছোঁ। আগৰ কথা নাজানোঁ। প্ৰথম ভূপেন হাজৰিকাৰ মৃত্যুৰ সময় যিমান অগণন মানুহ দেখা পাইছিলোঁ । তাৰ পিছতেই বৰ্তমান ৰাজীৱ শদিয়া মৃত্যু হময়ত দেখা পালোঁ। বৰ্তমানেও চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈ আছে । কিয়নো তেওঁলোক অমৰ হৈ থাকি যাব। ইয়াৰ মাজৰ সময়ছোৱাত যিসকলে শিল্পী মৃত্যু হৈছিল এইটো পৰিৱেশ দেখা নাই। 😢😢 শিল্পী বুলি ক'লে এজনে আনজন বা আমি সকলোৱে সন্মান ' মৰম আৰু শ্ৰদ্ধা কৰিব লাগে। তেতিয়াহে এখন সুন্দৰ শিল্পী সমাজ গঢ় দিব নহ'লে সৃষ্টি শেষ হ'ব।
@SamirprabhaGogoi
@SamirprabhaGogoi 8 күн бұрын
বহুত বহুত ধন্যবাদ কলিতা মহোদয়। কিন্তু বৰ্তমান সত্য, সততা মানেই অপমান পাব লাগেনে কি বাৰু!!
@RekhaDas-k4f
@RekhaDas-k4f 12 күн бұрын
সুন্দৰ মন্তব্য আপোনাৰ কথা খিনি শুনি খুব ভাল ‌লাগিল।দাদা আপুনি স্পষ্ট বাদী সেইকাৰণে আপোনাৰ ভিডিঅ' বোৰ চাই বহুত ভাল ‌লাগে
@prasantabordoloi5555
@prasantabordoloi5555 10 күн бұрын
আপোনাৰ কথা শুনি বহুত মানে অন্তৰৰ পৰা ভাল লাগিল । মোৰ এটাই বেয়া লাগে আমি (অসমীয়া মানুহ এটা গুণ আছে এজন ভাল মানুহ ঢুকোৱা পিছত তেও বহুত গুণ গায় কিন্ত জিয়াই থাকোতে কোনও চিনি নাপায় এতিয়াও এজন ভাল বিহুৱা আছে তেও হ'ল বিপুল চেতিয়া ফুকন অবস্থাও ভাল নহয় নেকি যেতিয়া নাইকীয়া হ'ব কিমানে কান্দিব চাব আপোনি ।
@jayantaborah703
@jayantaborah703 2 күн бұрын
Nice 👍👍👍👍👍👍
@lolitbora8131
@lolitbora8131 11 күн бұрын
Apuni val kotha koise dada bhut val lagil
@anupsadiya2752
@anupsadiya2752 12 күн бұрын
Tq dada kotha khar suni bhal lagil I love rajib sadiya dada
@PranjitKhatowal
@PranjitKhatowal 6 күн бұрын
Bohut val kotha kola dada
@DibyajyotiTamuli-g9j
@DibyajyotiTamuli-g9j 8 күн бұрын
Right koise❤❤
@RahulAli-w1i
@RahulAli-w1i 12 күн бұрын
Only one zubeen da.❤
@Debojitkashyap
@Debojitkashyap 7 күн бұрын
Right ritu da 👍
@GhanaSonowal-b3d
@GhanaSonowal-b3d 3 күн бұрын
Good ❤❤
@abonrabha3035
@abonrabha3035 12 күн бұрын
Aponi bhut val kotha kole ❤
@Nitul_yt
@Nitul_yt 10 күн бұрын
Nice ❤❤
@Ankur2.0-z1w
@Ankur2.0-z1w 12 күн бұрын
Joi Zubeen da ❤
@dhanjitdasdhanjitdas8070
@dhanjitdasdhanjitdas8070 12 күн бұрын
Ati hundor love and joi Zubeen da and rip rajib sadiya
@dekavideos6404
@dekavideos6404 12 күн бұрын
Rajib xodiya mora pist he popular hol news channelt kintu tar agte aku nkoril mediai val manuh vl hoi gol goi.. atia chnl burok trp lge . Jai zubeen daa ❤️
@pabitrabaruah9965
@pabitrabaruah9965 10 күн бұрын
Dhuniya dada
@monuranjanbaisya5819
@monuranjanbaisya5819 12 күн бұрын
Val lagil xuni joi Zubeen da
@KabitaPatar-yh6lh
@KabitaPatar-yh6lh 10 күн бұрын
Apunak ki buli doinyabad dim bohut dhuniya kotha kola
@GuneswarSonowal-g3z
@GuneswarSonowal-g3z 11 күн бұрын
Val lageel kotha keita, dhonyabad😊
@MinakshiBordoloi-ks7zj
@MinakshiBordoloi-ks7zj 11 күн бұрын
Bhut val lagil aapunar mantoib tu
@jollywoodworld7395
@jollywoodworld7395 12 күн бұрын
Atiya rajib sadiya r namot channel a bepar kori ase ...kidumn kothat olp zg r vul thake moi xi2 big fan hisape kou ...
@Cricket____fever616
@Cricket____fever616 10 күн бұрын
আপোনাৰ কথা বিলাকত পইন্ট আছে ❤
@RajibPegu-m3l
@RajibPegu-m3l 3 күн бұрын
Jubeen da take Sini pai 🍷
@shasankagogoi1448
@shasankagogoi1448 9 күн бұрын
💯 hosa kotha koise..joi aai asom✊
@DuleshNath-h9w
@DuleshNath-h9w 11 күн бұрын
Vhall lagil ktha
@SunShine-ep7vt
@SunShine-ep7vt 10 күн бұрын
Right talking... TRUE says.. salute you ❤
@DgirajNath
@DgirajNath Күн бұрын
Bohut val ritu da
@bandanadeka83
@bandanadeka83 12 күн бұрын
Mor ajihe apunar motebba Val lagise ,sakolobor video r vitorat ,
@bhonisharma8971
@bhonisharma8971 12 күн бұрын
আপোনালোক বাৰু অসমতে থাকে নে ? ইমান ৰাজীৱ শদিয়াৰ গুনবোৰ কিয় লুকাই ৰাখিছিল জুবিনতকৈ আগত তেখেতক সন্মান নিদিলে কিয় ? মৃত্যু ৰ পিছত সন্মান দি লাভ নাই কাৰণ তেখেতে এতিয়া একো গম নাপায় । জীয়াই থাকোঁতে একোয়েই নকৰিলে এতিয়া চিঞৰি লাভ নাই । তেখেতৰ নাম মৃত্যু ৰ পিছত হে শুনিছো
@Jaiaiiaxom123
@Jaiaiiaxom123 12 күн бұрын
Jati matir gaaan huniso nai baru ??????? Agiloike.....bisarisili nai agiloike KZbin t??????? Bisarili heten jodi pali heten
@upendarbhai6200
@upendarbhai6200 12 күн бұрын
❤❤❤ love you Bhai
@RatulAli-pq9kq
@RatulAli-pq9kq 12 күн бұрын
Right val lagel huni
@rajatchamuah3993
@rajatchamuah3993 9 күн бұрын
Vl kotha koise dada
@dhrubajyotitalukdar3808
@dhrubajyotitalukdar3808 12 күн бұрын
Ritu da dhunia koise ❤ Sini poa nopoa dangar nahai But 'Zatir Gaan moi o gaiso Then ?' Ei sentence to hojom nohoi😢
@PranjitBoruah-eq3xv
@PranjitBoruah-eq3xv 11 күн бұрын
Akdom right kotha apunar nisina kathabur Mur hajom hoi
@KalilashBaishya-y4p
@KalilashBaishya-y4p 10 күн бұрын
Mod khai koi paise o Zubin daaa love you ❤❤❤
@SantoshDas-b3m
@SantoshDas-b3m 7 күн бұрын
💯 %Right dada
@bashabdas1685
@bashabdas1685 12 күн бұрын
সুন্দৰ মন্তব্য আপোনাৰ
@PunaramSutradhar
@PunaramSutradhar 10 күн бұрын
Akdom right
@kanakbijoyboruah6804
@kanakbijoyboruah6804 Сағат бұрын
Joi zuben da
@rajeshbarman783
@rajeshbarman783 11 күн бұрын
Ekdom xosa kotha
@pollkonwar3049
@pollkonwar3049 11 күн бұрын
Ritu da apuni val kotha aru hasa kotha a koi sa..🙏🙏🙏
@debasishborah883
@debasishborah883 12 күн бұрын
Hundor kotha kole dada val lagil,Zubeen daru kisumam dukh ase kio enekua korile bea lage
@PunaramDeori
@PunaramDeori 12 күн бұрын
Bht vl kta br KY apuni thank u dada
@brojenkhargharia15
@brojenkhargharia15 9 күн бұрын
Jubenotka rgeb sodeya bohot oporot
@moinulali5945
@moinulali5945 12 күн бұрын
আপোনি সুন্দৰ বাৰ্তা দিছে
@snsvlogs6023
@snsvlogs6023 12 күн бұрын
Right 👍👍✊✊✊
@pilingadeka
@pilingadeka 11 күн бұрын
Agote 100 jonor vitorot 95 manuhe sini puwa nasille social media t viral koridile sinaki kori dile zubeen dai koi amiu sini puwa nasilua aji kalihe hunisu gom palu gotike জুবিন দাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ সঁচা কথা কৈ চিনাকি কৰি দিয়াৰ বাবে
@arifulhussain4378
@arifulhussain4378 12 күн бұрын
Great thinking dada👍👍👍
@RahulRaj-dt7gc
@RahulRaj-dt7gc 11 күн бұрын
Right 👍
Маусымашар-2023 / Гала-концерт / АТУ қоштасу
1:27:35
Jaidarman OFFICIAL / JCI
Рет қаралды 390 М.
Sigma girl VS Sigma Error girl 2  #shorts #sigma
0:27
Jin and Hattie
Рет қаралды 124 МЛН
Wednesday VS Enid: Who is The Best Mommy? #shorts
0:14
Troom Oki Toki
Рет қаралды 50 МЛН
কেনে  লাগিল
16:40
Runjun borah
Рет қаралды 85 М.
Маусымашар-2023 / Гала-концерт / АТУ қоштасу
1:27:35
Jaidarman OFFICIAL / JCI
Рет қаралды 390 М.