ৰাজনৈতিক বাকযুদ্ধৰ ফল ভুগিছে অসমীয়া গো-পালকে

  Рет қаралды 236,155

The CrossCurrent

The CrossCurrent

Күн бұрын

Пікірлер: 233
@Akash-yr9ly
@Akash-yr9ly Ай бұрын
এটা মন কৰিবলগীয়া কথা ৰাইজ 🙏🙏🙏 বহু অভিভাৱকে গৰু - ছাগলী বিক্ৰী কৰিয়েই ছাত্ৰ - ছাত্ৰীক শিক্ষা গ্ৰহণ কৰি আহিছে ।
@dibyabaruah7725
@dibyabaruah7725 Ай бұрын
Take
@beutyofnaturevlog9032
@beutyofnaturevlog9032 Ай бұрын
জানো অকল পঢ়া শুনা নহয় পৰিয়ালক অ ভৰণ পোষণ দিয়ে,তেওঁ লোকক চাকৰি দিব নে চৰকাৰ, এটা কথা ভাবিব আপোনাৰ ঘৰত চাউল নাথাকিলে চৰকাৰে নিদিয়ে খাব দিলে ওচৰৰ মানুহে দিব এসাঁজ তেওঁ হিন্দু হওঁক বা মুছলমান হওঁক ,বিজেপি বা কংগ্ৰেছ এ নিদিব, তেওঁলোকৰ লাভৰ কাৰণে আমি নিজৰ ভৰিত কুঠাৰ মৰাৰ নিচিনা হৈছে অসমখন
@AliHussain-y1s
@AliHussain-y1s Ай бұрын
গাখীৰ সেৱন কৰাৰ পৰিবৰ্তে মদ খাওক,,,, দুখীয়া কৰিব
@AdamAli-qd8uv
@AdamAli-qd8uv Ай бұрын
U. 😅 .
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
অহংকাৰী ৰজা হ'লে পজাৰ গতি এনে কোৱাই হ'ব অকন মান পজাৰ কথা ভাবক নহ'লে এইবোৰ সহজ সৰল মানুহ অভিখাপ লাগিব
@Alhanakhatun
@Alhanakhatun Ай бұрын
himonto danogriar goru jodi ma himonto domora
@assam2006
@assam2006 Ай бұрын
ভাৰতবৰ্ষৰ পৰা গো মাংস ৰপ্তানি কৰা কোম্পানিৰ সুবিধাৰ্থে এই কায্য কৰা হৈছে।
@a2guru16
@a2guru16 Ай бұрын
Right eitu a main plan👍
@rajibulfuns
@rajibulfuns Ай бұрын
গৰু মাংস বন্ধ নকৰি গৰু চোৰক ধৰিব লাগিছিল
@abdulmatlib8448
@abdulmatlib8448 Ай бұрын
ভাল লাগিছে নিউজটো শুনি
@sayakborbora9332
@sayakborbora9332 Ай бұрын
এক মাহিয়া আইন, নিজেই বাতিল কৰিবলৈ বাধ্য হব,চাই থাকক।
@rajenborah6629
@rajenborah6629 Ай бұрын
গৰু বিক্ৰি নহলে দিছপুৰ লৈ যাব লাগে 😂😂😂😂😂😂
@jeherulali6954
@jeherulali6954 Ай бұрын
😊😂
@rajibulfuns
@rajibulfuns Ай бұрын
@@rajenborah6629 Hoy bro aitui koribo lagibo
@DebanandaKaman
@DebanandaKaman Ай бұрын
ভাবি চিন্তি ভোট নিদিয়াৰ ফল আৰু ভুগিব।
@Akash-yr9ly
@Akash-yr9ly Ай бұрын
Hoi
@BhabeshSarma-qf4dv
@BhabeshSarma-qf4dv Ай бұрын
গৰু গাই লৈ আপোনালোকে দিশপুৰ চলো আন্দোলন আৰম্ভ কৰক ! নহ'লে গোপালক সকলৰ জীৱনলৈ অন্ধকাৰ নামি আহিবলৈ আৰু বেছি সময় নালাগে। গতিকে সময় থাকোঁতেই ব্যৱস্থা গ্ৰহণ কৰক ।
@bhabendoley6151
@bhabendoley6151 Ай бұрын
গৰু কান ফুলি পিন্ধালে।গৰু বেমাৰ লাগিল।এতিয়া ২০২৬ চনলৈ ৰয় থাকক, বিজেপি হাৰিলে গৰু বিক্ৰী কৰিব, জীকিলে গৰু পূহা বন্ধ কৰক।কাৰণ কাম নাই।
@premodharphukan1101
@premodharphukan1101 Ай бұрын
চৰকাৰ তথা ৰাজনৈতিক দলবোৰৰ ওচৰত জনসাধাৰণৰ জীৱন জীবিকাৰ কি মুল্য আছ? তেওঁলোকে নিজৰ ৰাজনৈতিক স্বা‘থত ৰাইজৰ পেটত লাঠ মাৰিবলৈ অকণমানো কুণ্ঠাবোধ নকৰে ৷
@backlegand3794
@backlegand3794 Ай бұрын
Aru Bjp k support korok
@DBasumatary-h2s
@DBasumatary-h2s Ай бұрын
Pogola sarkar hoi hitu
@beutyofnaturevlog9032
@beutyofnaturevlog9032 Ай бұрын
ভাল লাগিছে শুনি , মই সমগ্ৰ মুছলিমক আহবান কৰিব খোজোঁ যে কোনেও যাতে গৰু নিকিনে ,আৰু নাখায়, মুখ্য মন্ত্ৰী এ বুজিব গৰু বিলাক কি কৰিব , আমি এতিয়া ছাগলী খাম, চাও গৰু কি কৰে পইচা খৰচ কৰি দানা খোৱাই পালি পিছত এনে বুঢ়া হৈ মৰিব তাৰ পিছত কি কৰিব চাম,
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
অসম চৰকাৰে এইবোৰ কথা বুজি পালে তেনেকুৱা কামটো কৰি নাপালে হয়, হিমন্ত ওৰফে পগলা কুকুৰটোৱেই ভাবিছে অকল মুছলমানৰ লছ হ'ব কিন্তু তেনেকুৱা নহয়, কাৰণ ভাৰতবৰ্ষতে যিমানেই গৰুৰ কোম্পানী আছে চব কেইটা হ'ল হিন্দু মানুহৰ কতো মুছলমানৰ ডাঙৰ ডাঙৰ কোম্পানী নাই 😊😊😊
@ujjalnayanGogoi
@ujjalnayanGogoi Ай бұрын
হিমন্ত sudur vai অৰুনোদইৰ ১২৫০ টকা পোৱা মাইকী মানু্হ বোৰে নুবুজিব
@Craftylifestyle2.0
@Craftylifestyle2.0 Ай бұрын
Khatra khel kheli asa Mama ai Axom t.😂😂😂
@BabulBorah-jo5dq
@BabulBorah-jo5dq 12 күн бұрын
অতি সুন্দৰ কথা কলে
@rabilalmurmu6203
@rabilalmurmu6203 Ай бұрын
আজি আছোঁ কালি নাই মানুহৰ দুদিনীয়া জীৱন ইমান অহংকাৰ কিয়
@beutyofnaturevlog9032
@beutyofnaturevlog9032 Ай бұрын
সঁচা কৈছ কালি বাদ দিয়ক 1 মিনিট পিছত থাকিব নে নাই গেৰান্তি নাই কিহৰ ঘৃণা কিহৰ লেভেল,
@DilipChakraborty-j6b
@DilipChakraborty-j6b Ай бұрын
মতা গৰু বোৰ বিজেপি দলৰ অফিচত ৰখাৰ ব্যৱস্থা kori দিব লাগে
@Raju143hq
@Raju143hq Ай бұрын
😂😂😂
@AsadulHoqueAsadulHoque-nr2sl
@AsadulHoqueAsadulHoque-nr2sl Ай бұрын
Baiya kiya bol diya😅😅😅😅
@Garuda-dl4dn
@Garuda-dl4dn Ай бұрын
পাৰিলে মতা গৰু বিলাগক ভোটাৰ card উলিয়াই bjp ক ভোট দিয়া ব্যৱস্থা কৰিব লাগে হিমন্ত মামাই
@nujrulHoque-yb1hf
@nujrulHoque-yb1hf Ай бұрын
জাতি ধৰ্ম বিশেষকে সকলো মানুহে চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক বাবে সংগ্ৰাম কৰিব লাগে
@pulinpayun8037
@pulinpayun8037 Ай бұрын
ভাল হৈছে b jp ক শিকাই লৈ
@MastafaSk-kx2jj
@MastafaSk-kx2jj Ай бұрын
আমি গো মাংস নেখালেও জীয়াই থাকিব পাৰিম কিন্তু গো পালক সকলোৰ অবস্থা একেবাৰে শুছনিও হৈ পৰিব
@maizuddin2216
@maizuddin2216 Ай бұрын
এহাল গৰুৰ দাম কিমান গুৱাহাটীবাসীয়ে নাজানে।শকত আৰু ডাঙৰ হ'লে 2,00000 টকা। একেবাৰে সৰু হলেও 50,000। দুই আৰু পাচ তাৰ লগত শূণ্য কেইটা আছে এবাৰ গনি চাওক গুৱাহাটীবাসী ৰাইজ। আপোনাৰ হয়তো বিশ্বাস নহ'বও পাৰে কথাটো কিন্তু সঁচা। দুখীয়াৰ পেটত আঘাত নকৰিব ভগৱানে সহ্য নকৰিব।
@digreattiamarak6410
@digreattiamarak6410 Ай бұрын
We the citizens tremendous ly will suffer. Thank you for your Appeal.
@bubulali1282
@bubulali1282 Ай бұрын
অ দাদা আপুনি গৰু কিয় বিক্ৰী কৰা এইটো গো মাতা হয়।
@ujjalnayanGogoi
@ujjalnayanGogoi Ай бұрын
Toi bamun neki Koli গাই
@giantmountain2020
@giantmountain2020 Ай бұрын
Oversmart is beggining of downfall, our CM is acting oversmart!
@Nargissultana-tn8ze
@Nargissultana-tn8ze Ай бұрын
Good
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
ৰজা বেপাৰী হলে প্রজা ভী খাৰী হব এইটো পুৰণা বচন |
@MastafaSk-kx2jj
@MastafaSk-kx2jj Ай бұрын
চিন্তা নকৰিব আপোনালোকৰ গৰু হিমন্ত কিনি শুনিল কাপুৰৰ ফেব্ৰুৱাৰী লৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰিব
@MizanurRahman-li2pz
@MizanurRahman-li2pz Ай бұрын
A moja
@HafijarAli-ym3ci
@HafijarAli-ym3ci Ай бұрын
Vharyi good sir apnag
@abenbasumatary3529
@abenbasumatary3529 Ай бұрын
Thanks very good voice
@majirahmed5476
@majirahmed5476 Ай бұрын
Good 👍👍
@Debojitkumarbora
@Debojitkumarbora Ай бұрын
আমাৰ দুখিয়া দৰিদ্ৰক মুৰত মাধমাৰ দিছে।।
@Craftylifestyle2.0
@Craftylifestyle2.0 Ай бұрын
Ru jikaba BJP k .Digital Meter logaisa na tumalukor ghr t, digital meter logai tu pura luti pelaisa hadharon manuh k.
@KandarpakKalita
@KandarpakKalita Ай бұрын
Aru aber bjp sorkar
@RehanUddin-l9z
@RehanUddin-l9z Ай бұрын
Thanky
@pobenbasumatary6689
@pobenbasumatary6689 Ай бұрын
💯 right kota ❤❤❤❤❤
@harmujali6530
@harmujali6530 Ай бұрын
Good news
@amreenstar9824
@amreenstar9824 Ай бұрын
তিল ঋগ্বেদত (6/17/1) কোৱা হৈছে যে "হিন্দু দেৱতা ইন্দ্ৰই গৰু, পোৱালি, ঘোঁৰা আৰু ম 'হৰ মাংস খাইছিল।" অ-ৰাজনৈতিক মনুস্মৃতিত (অধ্যায় 5/শ্লোক 30) কোৱা হৈছে, "খোৱা জন্তুৰ মাংস খোৱাটো পাপ নহয়, কিয়নো ব্ৰহ্মই খোৱা আৰু খোৱা বস্তু দুয়োটাই সৃষ্টি কৰিছে।" শতপথ ব্ৰাহ্মণত (3/1/2/21) মহৰ্ষি যজ্ঞবাল্ক্যই কৈছে যে, "মই গোমাংস খাওঁ কাৰণ ই অতি কোমল আৰু সুস্বাদু।" অপস্তম্ব গৃহসূত্ৰম (1/3/10) ত কোৱা হৈছে, "অতিথিৰ আগমনত, পূৰ্বপুৰুষৰ 'শ্ৰদ্ধা' উপলক্ষে আৰু বিবাহ উপলক্ষে গৰু বধ কৰা উচিত।" ঋগ্বেদত (10/85/13) ঘোষণা কৰা হৈছে, "ছোৱালী এগৰাকীৰ বিবাহ উপলক্ষে গৰু-ম 'হ বধ কৰা হয়।" ঋগ্বেদত (6/17/1) কোৱা হৈছে যে "ইন্দ্ৰই গৰু, পোৱালি, ঘোঁৰা আৰু ম 'হৰ মাংস খাইছিল।" বশিষ্ঠ ধৰ্মসূত্ৰই (11/34) লিখিছে, "যদি এজন ব্ৰাহ্মণই 'শ্ৰদ্ধা' বা পূজা উপলক্ষে তেওঁক আগবঢ়োৱা মাংস খাবলৈ অস্বীকাৰ কৰে, তেন্তে তেওঁ নৰকলৈ যায়।" হিন্দু ধৰ্মৰ সবাতোকৈ ডাঙৰ প্ৰচাৰক (The Complete Works of Swami Vivekanand, vol.3, p. 536). আদি শংকৰাচাৰ্য্যৰ বৃহদৰণ্যকোপনিষদ 6/4/18 ৰ ওপৰত কৰা ভাষ্যত কোৱা হৈছেঃ 'ওদন' (চাউল) মাংসৰ সৈতে মিহলি কৰাটো 'মনসোদন' বুলি কোৱা হয়। এইটো কাৰ মাংস হ "ব লাগে বুলি সোধাত তেওঁ উত্তৰ দিয়ে 'উক্ষা"। বীৰ্য্য উৎপাদন কৰিব পৰা ষাঁড়ৰ বাবে 'উক্ষা "ব্যৱহাৰ কৰা হয়। ভাৰতীয় বিদ্যা ভৱন, ব 'ম্বেৰ দ্বাৰা প্ৰকাশিত আৰু প্ৰখ্যাত বুৰঞ্জীবিদ R.C.Majumdaar (Vol.2, পৃষ্ঠা 578) ৰ দ্বাৰা সম্পাদিত' দ্য হিষ্ট্ৰী এণ্ড কালচাৰ অৱ দ্য ইণ্ডিয়ান পিপল 'গ্ৰন্থখনত কোৱা হৈছেঃ "মহাভাৰতত কোৱা হৈছে যে ৰজা ৰান্তিদেৱে দাতব্য কামত তেওঁলোকৰ মাংস দিবলৈ দৈনিক দুই হাজাৰ গৰুৰ উপৰিও আন দুই হাজাৰ জন্তু হত্যা কৰিছিল।" লীন গোমাংস হৈছে প্ৰ 'টিনৰ এক অতি ভাল উৎস, যিয়ে মাত্ৰ 4 আউন্সত পুষ্টিৰ দৈনিক মূল্যৰ 64.1% প্ৰদান কৰে। ই ভিটামিন বি12 আৰু ভিটামিন বি6-ৰ এক ভাল উৎস হিচাপে কাম কৰে, যি সম্ভৱতঃ বিপজ্জনক ৰাসায়নিক হোমোচিষ্টাইনক সৌম্য অণুলৈ ৰূপান্তৰিত কৰিবলৈ শৰীৰৰ বাবে প্ৰয়োজনীয়। ভিটামিন বি12 সমৃদ্ধ খাদ্য অধিক, কিন্তু চৰ্বি কম থকা আহাৰে কোলন কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। জৈৱিক গোমাংস হৈছে চেলেনিয়াম আৰু জিংকৰ এক ভাল উৎস। দুৰ্বল গোমাংসত থকা চেলেনিয়াম গ্লুটাথিয়ন পেৰক্সিডেজৰ সঠিক কাৰ্য্যৰ বাবে প্ৰয়োজনীয়, এক এণ্টিঅক্সিডেণ্ট যিয়ে হাঁপানি আৰু বাতবিষৰ দৰে প্ৰদাহজনিত অৱস্থাৰ তীব্ৰতা হ্ৰাস কৰে।
@Jacksparrow13963
@Jacksparrow13963 Ай бұрын
You are right sir.. As a Muslim, I also know this.... 😊😊😊
@AttikulIslam
@AttikulIslam Ай бұрын
Wright
@MinharAli-qm5gl
@MinharAli-qm5gl Ай бұрын
👍👍👍💪💪💪
@C.hussain123
@C.hussain123 Ай бұрын
Thanks.be patience Minister/ MLA ki aha jai ''''''''
@nurjahanbegum2505
@nurjahanbegum2505 Ай бұрын
Right
@BISHAMNARZARI
@BISHAMNARZARI Ай бұрын
Take the news important cm sir
@BhaitiDoley-s5c
@BhaitiDoley-s5c Ай бұрын
Ami goru puhi jivon nirbark kori asu.atiya amar bohut problem hobo.cm sir oti hunkale ei ahin poityahar korok.majulir pora koisu.
@BabuRaj-m2w
@BabuRaj-m2w Ай бұрын
2026 লৈ সকলোৱে সাজু হৈ থাকক, আৰু বিবেচনা কৰি ভোট দিয়ক
@DilwarHussainBarbhuiya-vv3bd
@DilwarHussainBarbhuiya-vv3bd Ай бұрын
Guru bondhu Ho lagibo
@Saath_Chale_toh_Jeetenge
@Saath_Chale_toh_Jeetenge Ай бұрын
Free medical, Free Education, Free Electricity Axomia jatituk diyok, UP Bihar r Politics yaat nokoribo CM sir hobo pare apunar origin UP Bihar, kintu ami khati Axomia
@shohidurrahman7158
@shohidurrahman7158 Ай бұрын
গৰুলৈ দিছপুৰ যাত্ৰা কৰক , চৰকাৰে এনেই বাধ্য হ'ব। আইন বাতিল কৰিবলৈ।
@SarjahanAli-zg4gz
@SarjahanAli-zg4gz Ай бұрын
এওঁ লোকে ক্ষমতা পায় ক'ত ব্যৱহাৰ কৰিব বিচাৰি পোৱা যায়। এই বোৰতে ব্যৱহাৰ কৰিছে আৰু।
@ajitpaulc4489
@ajitpaulc4489 Ай бұрын
Val korise
@MonserAli-y8h
@MonserAli-y8h Ай бұрын
Cm sir xuni loyok. Ac roomot thaki dangor dangor bakhon diya jay. Kintu bastobot bohut kothin
@ahidulshek2607
@ahidulshek2607 Ай бұрын
অসমীয়াক সেস কৰী দিয়াৰ ঠিকা লৈছে জেন লাগে
@Jitupegutrailer
@Jitupegutrailer Ай бұрын
Hosa dada.
@ratulali5843
@ratulali5843 Ай бұрын
খাব দিয়ক লাগিলে GST লগাই দিয়ক
@AbdulRahman-yb1jb
@AbdulRahman-yb1jb Ай бұрын
মামিত ফোন করুক গো মাংস কোম্পানির মেনেজার হয়ে মামি😂😂
@abidurrohman4585
@abidurrohman4585 Ай бұрын
গো যদি মাতা হয় মাতা বজাৰত বিক্ৰী হয় নেকি
@MizarulKhan-n7u
@MizarulKhan-n7u Ай бұрын
👌👌👌👌👌👌👌👍👍👍👍👏👏👏
@SkAnsarul-ld9nu
@SkAnsarul-ld9nu Ай бұрын
বিজেপি হাঁটাও আসাম বাঁচাও আসাম বাঁচাও বিজেপি হাঁটাও আসাম বাঁচাও
@muktadikhan1556
@muktadikhan1556 Ай бұрын
খিলঞ্জীয়া টিলঞ্জীয়াৰ সংজ্ঞা নিৰ্নয় হৈছে নে ? যদি হৈছে প্ৰকাশ কৰক। যদি হোৱা নাই -সংজ্ঞাহীন শব্দ কিয় কয়?
@rantuali6074
@rantuali6074 Ай бұрын
😂😂😂 মা দেউতা ক বিক্ৰী কৰিব নাপায় কিন্তু?
@Dk1986.
@Dk1986. Ай бұрын
Ekdom khosa kotha guru puhi bahut manuhe ghor soli ase
@atowarrahman8338
@atowarrahman8338 Ай бұрын
B J P ৰ পৰা আতঁৰি আহোক ছব ঠিক হৈ যাব
@nitulsaikia598
@nitulsaikia598 Ай бұрын
মামাই মদ ফ্ৰী কৰিলেহে গৰু মাংস বন্ধ কৰিব পাৰিব,
@mdmunna538
@mdmunna538 Ай бұрын
@aminulhusain132
@aminulhusain132 Ай бұрын
Gd cm sir amr aku nhoi ami goru gus khai asu thanda botr gus bonse kham aji bht
@viralonly2
@viralonly2 Ай бұрын
কম দামত কিনি নিয়ক,,নি আমাৰ ফালে লৈ আহক আমি খাইয়ে আছো
@akhtarali6424
@akhtarali6424 Ай бұрын
Sarkare goru kinibo chinta nokoribo
@irfankhan-pk9gt
@irfankhan-pk9gt Ай бұрын
Sinta krib nalage .mamai sob goru khini kini apunalokok poisa dib 😂
@BimalDaimari-k9u
@BimalDaimari-k9u Ай бұрын
Goru logot gari tana hal bua sob bonda hobo Lage goru bhagowan: : :
@firosebasumatary3629
@firosebasumatary3629 Ай бұрын
Advise to Muslim brothers respecting others feelings not to buy cows from others..
@hunk4008
@hunk4008 Ай бұрын
Hau maksudai emotional blackmailing koribo ahiso tohote ki ki khao kom ni laaj t pani pani hoi jabi chup chap bohi thak kla maderchut
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm Ай бұрын
গৰুৰ মাংস খোৱা পৰিহাৰ কৰক অসমৰ মুছলমানে ।
@shahnazruhi2022
@shahnazruhi2022 Ай бұрын
আমি মুছলমানে যেনিবা গৰু খোৱা বন্ধ কৰিলোয়ে। কিন্তু অসমীয়া হিন্দু ভাই কেইটাৰ অবস্থা কি হব ভাবিছা নে? সিহতে গৰুবোৰ কত বিক্রি কৰিব? মানুহৰ পেটত লাথ মাৰিছে হিমন্তই। আব্দুলক টাইট কৰিম বুলি ৰামৰ জাঙিয়াটোও খুলি পেলাইছে
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
গাখীৰ নিদিয়া গৰুক ভোট দি কি লাভ মামাৰ ভাষণ
@mohanboruah9962
@mohanboruah9962 Ай бұрын
Himanta moha fokor
@teenpatti1853
@teenpatti1853 Ай бұрын
Mama ebilak noha noha kotha koi raijok dukh dise . Jib hoita moha pap jodi tente okol goru kio chagol,boiler,murgi sob bondho kori diok mamar kiman dom ase tetia he gom pao jabo.
@BirishPegu
@BirishPegu Ай бұрын
💔💔😭😭
@sahedalisahedali5273
@sahedalisahedali5273 Ай бұрын
অসমৰ মুছলমান সকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে গৰু খোৱা বাদ দিয়ক । আপোনালোকে প্ৰত্যেকে এখনি দূজনি কৈ গাই গৰু পুহক আৰু গৰুৰ মাংস বাদ দি গাখীৰ খাওক কাৰণ আমাৰ নবিজিয়ে গৰুৰ মাংস কমকৈ খাব দিছে আৰু গৰুৰ গাখীৰ বেচি কৈ খাব কৈছে ।
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
ত‌ই হাদিছটো ক'ত পাইছা, আমি কি খাম কি নাখাম এইটো আমাৰ সিদ্ধান্ত চৰকাৰে কলে আমি কি মানি লম জীয়াই থকা লৈকে খাই থাকিম গৰু পাৰিলে কোনোবাই বন্ধ কৰি দেখুৱাই দিয়ক, আল্টু-ফাল্টু কথা নকবা, যিবোৰ ইছলাম বিষয়ে জ্ঞান নাই এইবোৰৰ পৰা দূৰত থাকিবা 😡😡😡
@hunk4008
@hunk4008 Ай бұрын
Ulta hadis hunabo nahibi aneu kom ke ai khau, jnu besi khale health r krne val bohoi buli toi dalali kom kor, ki kham ki nakham amar kotha, toi ja agot nijk saa😊
@nurislamsheikh-jh5le
@nurislamsheikh-jh5le Ай бұрын
Atia ahomiak kolgas khabo ligibo oi
@Dubailife-c4k
@Dubailife-c4k Ай бұрын
Moi Muslim but I like this I support cm.miya manuhe nijei goru puhi nijei khabo moribo axomiya
@pravadeka8376
@pravadeka8376 Ай бұрын
Bhut diwa bondho korok
@bwhwigoyary8751
@bwhwigoyary8751 Ай бұрын
Val kotta kole dada apuni 👍🏻,hosakoi Mama hol ki ????🤔 Ami eman Val paisilu mamak,jote mamar (BJP) meeting hoi tate goisilu, kintu atiya lahe lahe tita lagibo ধৰিছে 😟😟😏😏
@nazimahmed1610
@nazimahmed1610 Ай бұрын
King is not interested in your problem. King only interested to increase his property only . Interested to buy tea garden.
@NazirKhan-fl3kh
@NazirKhan-fl3kh Ай бұрын
Vot diok
@KomitDaimari-d9s
@KomitDaimari-d9s Ай бұрын
Goru bikri manei goru hoitya.tene apuni ki koribo?
@zakirhussain-mg2zv
@zakirhussain-mg2zv Ай бұрын
Aru diok 1 ta xadaran poriyalor line bill ahe 1000/1500 toka Smart mtr
@firsudahmed9283
@firsudahmed9283 Ай бұрын
jaan
@DhaneswarNath-r8f
@DhaneswarNath-r8f Ай бұрын
Suaselekabore Pisot Pahari Jabo
@PranobJyotiLahon
@PranobJyotiLahon Ай бұрын
Goru tuk bisnes buli kio lobo lage baru ki hbo
@Craftylifestyle2.0
@Craftylifestyle2.0 Ай бұрын
Goru kotha tu bru bad disu Digital meter logaisa na sbr ai ghr t..?.Bhabi sauk sun kimn lutisa Digital Meter logai.Himanta Mama ai khatra khel kheli asa Axom t. Kunu gm ai pua nai etia loika sobe soku bondho kori asa.😂😅
@abdulmatlib8448
@abdulmatlib8448 Ай бұрын
ভাল হৈছে totally বন্ধ হবলাগে গৰুমাংস নেখালে বহু বেমাৰ আতৰিব হাঃ হাঃ হাঃ আমি অসমীয়া আগুৱাই যাব পাৰিম আকৌ এবাৰ মামাৰ চৰকাৰ
@rajuahmed8901
@rajuahmed8901 Ай бұрын
Right koril C M jiman ghoru aase saab kini lobo wait kora
@rajumonichetry9103
@rajumonichetry9103 Ай бұрын
Very good.....BJP Zindabad
@Heartless6113
@Heartless6113 Ай бұрын
Himantar biruddhe public awaz tulok. Aijon CM nohoy jom raz hoy
@ujjalnayanGogoi
@ujjalnayanGogoi Ай бұрын
E kela asomiya bamun hoi ne nohoi Mur doubt ase
@shyamolikabora2924
@shyamolikabora2924 Ай бұрын
চৰকাৰ খীলনজীয়া পক্ষত আছেনে ?
@abulazadhighschool1381
@abulazadhighschool1381 Ай бұрын
Sob gorur bajar bond hobo
@Craftylifestyle2.0
@Craftylifestyle2.0 Ай бұрын
Akou Ebar Modi Sarkar. Vl din ahi asa ru. Bharat r GDP 7% r pora etia 5.4% hoi gol.😂😂
@tukultutu9344
@tukultutu9344 Ай бұрын
Only goru nhoi sb a bndho kribo lge krn sbre ata ata jibon ase plz ankwa kri diyok na murgi na hah na sagoli gtai khni
@achyutdeori6416
@achyutdeori6416 Ай бұрын
Krikhokor goru bikri kori pua takakitar uport u sarkaror soku poril ki j hbo aru
@pravadeka8376
@pravadeka8376 Ай бұрын
Bhut di jikai labh nai
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН