Рет қаралды 203,654
📌ৰাজ্যজুৰি বছৰৰ দ্বিতীয়টো বানৰ প্ৰলয়। চৌদিশে ৰাইজৰ মাজত হাহাকাৰ। কলিয়াবৰত বানে ছিঙি নিলে হাতীমূৰা বান্ধ। ২০১৭ চনৰ পাছত পুনৰ কলিয়াবৰত ভয়াৱহ বান। কোবাল সোঁতে উটুৱাই নিলে ফুটব্ৰীজ। নুমলীগড়ত বানপীড়িতৰ দুখলগা ছবি।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/