Faltu neki eibor pati loa bastu .,political science poha suna nai ..duitai home jogya nomona belegor prasad nokhoa anusthan ,,,jen ehot hindu nohoiei,,,,,,bamoon manuhok ninda kpri tel fati goiche
কৃষ্ণ সংঘ আৰু। সমাজৰ কথা খিনি শুনি অতি সুখী হৈছো আপোনালয় কৌটি কৌটি প্ৰণাম জনাইছো
@arunpathak21202 жыл бұрын
কৃষ্ণ।বিষয়টি উপস্থাপন কৰাৰ বাবে ধন্যবাদ থাকিল। সেই সময় আৰু এই সময়। বৰ্তমান এই সময়ত আকৌ আমি এৰা ধৰাৰ মাজেৰে একহৈ গুৰুজনাৰ একশৰণ নামধৰ্মভাগিৰ প্ৰচাৰ কৰিলে অতি শুদ্ধ হ'ব বুলি ভবা হৈছে। জয় গুৰু শঙ্কৰ।
@bhagwatorgyan.2 жыл бұрын
হয় ৷ একেবাৰে শুদ্ধ ৷ এই অভাজনক বহুতেই এই বিষয়টোকলৈ প্ৰশ্ন কৰিছিল !! সেইবাবেই এই ভিডিঅ ভাগ কৰি দিয়া হল !! নতুন প্ৰজন্মই কথাটো জানক আৰু আমি শুদ্ধ পথেৰে খোজত খোজ মিলাই আগবাঢ়িব পাৰোঁ ****!! সেই চিন্তাৰে ঈশ্বৰক চিন্তি কৰা হল *** কৃষ্ণ ৷ ধন্যবাদ ৷ আপোনাক ৷
@amiyachetia20174 ай бұрын
সঙ্ঘ ই হোক একশৰণ ভাগৱতী সমাজেই হক ইলাৰাম দাস ডাঙৰীয়া ৰ দৰে লোক কোনো হব নোৱাৰে।তেখেতলৈ শত কৌটি প্ৰণাম।চকুলো বাগৰি যোৱা তেখেতৰ জীৱনী। বহুত অন্যায় কৰিলে তেখেতৰ ওপৰত।
এটি উদাহৰণ দিওঁ ---- বন্দুকৰ গুলি এট আপোনাৰ আছে ধৰা হল !! আপোনাক গুলিটো ফুটাবলৈ কি লাগিব বাৰু ?? কৃষ্ণ ৷ এটা কথা আছে *** জানি নামে পশিলো শৰণ ৷ জানি কৰিব লাগিব ৷ নহয়নে !?
সত্ৰ সমাজ নহয় ৷৷ মহাপুৰুষীয়া পালনাম সমাজ ৷ নগাঁওত হে আছিল সেই সময়ত ৷ আপুনি যিটো ভাৱিছে *** দল এৰি শ্ৰীমন্তশঙ্কৰদেৱ সংঘলৈ আহিল সেইটো নহয় ৷ গোটেই সমাজ খনেই আহিছিল ৷ কৃষ্ণ ৷
@jitudutta35742 жыл бұрын
কৃষ্ণ বাপ আপোনাৰ পৰা কথাবোৰ বুজি পালো।পাৰিলে জনাবচোন শংকৰ দেৱে কি কি সমাজ প্ৰতিষ্ঠা কৰিছিল।
@dhrubajyotisarmah6733 Жыл бұрын
Enei ihot ahindu
@dipakkumarbora909 ай бұрын
Tohotor nidina abhadrar/baimanar babe hindu samaj bhag-bhag hol.@@dhrubajyotisarmah6733
@brojenkhargharia15 Жыл бұрын
Sankar sanghak mesa opbad desa dukh palu Krishna Krishna bap
@bhagwatorgyan. Жыл бұрын
তথ্য সহকাৰে দিয়া হৈছে !! মোৰ নিজৰ কথা নহয় ৷৷ কৃষ্ণ ৷
প্ৰণাম বাপ আপোনালোকৰ আদৰ্শৰ আমি অনুগামি অসমৰ নাম যাতে বিশ্ব বন্দিত হয় আৰু তেৰাৰ নামত যাতে অসম তথা ভাৰত বৰ্ষে কোনো ন ন্যা্ৰথক ভাক্য ও ভাষ্য আমাৰ যাতে কণ গোচৰ নহয় তাৰ বাবে আমি সদায় নিছিদ্ৰ প্ৰহৰী সদৃশ কাম কৰি জাতি তোক দেশখনক আগুৱাই লৈ যাও আহক
@ajitchandradas89242 жыл бұрын
jani khukhi holu. Guru issor.
@nehasaikia162 ай бұрын
ইলাৰাম দাস বাপ জনাই যদি ইমানেই গুৰু জনাৰ বাণী প্ৰচাৰ কৰাৰ মনস্থ কৰিছিল, আৰু শ্ৰী মন্ত শংকৰ দেৱ সংঘৰ প্ৰচাৰক আছিল, তেন্তে মালাজপ, পাল নাম এই বিলাকত কিয় ভাগ লৈছিল? ৰাম শব্দ উচ্ছাৰণ কৰিলে যে মালা জপ নকৰিলেও হয় সেয়া হিন্দু দৰ্শনেও কৈছে। গুৰু জনাৰ উদ্দেশ্য এক শৰণ হৰি নাম ধৰ্মহে। আমি সকলোৱে জনা উচিত।
@bhagwatorgyan.2 ай бұрын
বাবাটো !! মহাপুৰুষীয়া ধৰ্মত মালাই নহয় ! ধুলা আৰু পালনামৰ কথা আছে !! তুমি যেতিয়া অলপ ডাঙৰ হবা তেতিয়া এইবোৰ বুজিবা !! আচাৰ্য ইলাৰাম দাস ; শঙ্কৰদেৱ বঁটা প্ৰাপ্ত ৷ এই আচাৰ্য জনক বুজিবলৈ বহু সাধনাৰ প্ৰয়োজন অ বোপাই ৷ ইমান সহজ নহয় !! কৃষ্ণ ৷