খুউব ভাল লাগিল চাই ❤ সমাজলৈ এটা ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে ।।।মানুহ জনি পলাই গলে বাতৰি প্ৰকাশ পালে আমি হাঁহি ৰস লওঁ কিন্তু গিৰিয়েক বোৰে হে জানে কিমান লাজ অপমান দুখ সহ্য কৰিব লগা হয়, সঁচাকৈ যদি বোৱাৰী পলাই গলে এনে সিদ্ধান্ত গ্ৰহণ কৰে তেন্তে সমাজত বোৱাৰী পলাই যোৱা প্ৰথাটো বহুত কমিব হয়তো।।।আগলৈ আৰু ভাল কাম কৰি যাওক শুভেচ্ছা থাকিল❤❤
@YouTubechaanel003 ай бұрын
Kune Kune part 1 tu sai ahiso like kora ❤
@debasishboruahvlog89623 ай бұрын
Mur video saba sobei
@Xaikia__Nabanita3 ай бұрын
❤
@YouTubechaanel003 ай бұрын
Mor channel tu sokoluya subscribe lobo ❤️
@BhanuSwargiary-wc4ef3 ай бұрын
Part 1moiu saisu kintu like kaku nidu😂
@KabitaRajkonwar3 ай бұрын
Main suwali joni agor joni deba aijoni suwalia vl koi acting korebo Jona nai 3 partot agor joni aneba
@ZGFANS-lg5un2 ай бұрын
সকলোৱেই কৈ আছে যে আগৰ শ্ৰীমতী জনী হোৱা হলে ভাল আছিল। কিন্তু কিবা সমস্যাৰো টো হ'ব পাৰে তেওঁলোকৰ কিবা কথা এক মত নহ'বওটো পাৰে। দাদা বাইদেউ সতে ইমান কষ্ট কৰি উৎপাদন কৰিছে চৰ্ত ফ্লিমখন, গতিকে এনেবোৰ মন্তব্য কৰিলে নিমিশা বাইদেউৰো বেয়া লাগিব। মোৰ কিন্তু নিমিশা বাইদেউক হে বেছি ভাল লাগিছে। বাকি মানস দাৰ অভিনয় মানিব লাগিব কিন্তু, তিতাবৰৰ পৰা মৰম জাছিলোঁ সকলোলৈকে ❤❤🥰
@trishnamatu34792 ай бұрын
takei muru val lagise... xoru swali xokoluye, উৎসাহ dibo morom dibo.. আগুৱাই যাবলৈ । v lagil ❤ bohut
@rajkumarmadahi19723 ай бұрын
আগৰ শ্ৰীমতী জনি থাকিলে আৰু ভাল লাগিল হয় ❤❤
@CrazyDeep-t3u3 ай бұрын
Suwali joni kio belek hl kob neki dada pleez
@JonmoniSonowal3 ай бұрын
Manash dar vdo ata saisilu upload kora besi dn huwa ny vdo tur kisuman kotha hunute anekuwa lagil j agr suwali Joni kheli meli korile sage@@CrazyDeep-t3u
@Kalitatiku4773 ай бұрын
Agr suwli jni besi vl lgisil❤
@moromi____deka___25772 ай бұрын
Agor sowali jonir acting to val lagisil bahot❤️❤️
@manachchutia90792 ай бұрын
Hosakoi mojaa lagil❤❤❤
@BabulBorah-sl2iy2 ай бұрын
নিমিষাৰ অভিনয় সুন্দৰ হৈছে ৷তাই আমাৰ যোৰহাটৰ এগৰাকী সাংস্কৃতিক নাম ৷তাইৰ অভিনয় বিশেষকৈ ৰাসত দৈৱকী লেখত ল’বলগীয়া
@BhaityDoley-t4n3 ай бұрын
প্ৰথম গৰাকী শ্ৰীমতী জনি বেছি ভাল লাগিছিলে ❤❤❤
@bindia.das.5552 ай бұрын
Wow বহুত ভাল লাগিল চাই আজিকালি সমাজত চলি থকা কাহিনী এটা দেখুৱালে আজিকালি বিয়া পতা পিছতে এইবোৰ হোৱাটো হয়ে relationship t থাকিও এজনী বিয়া পাতিম বুলি আশা দি বাকী কেইজনি মান ব্যৱহাৰৰ বাবে ৰাখিব সঁচাকৈ পৃথিৱী খন বহুতো বেলেগ হল জীয়াই থাকিবলৈ ভয় বিয়া পতা পিছত বাদে এটা relationship t থাকিবলৈ ভয় 😢 না লৰা ভাল না ছোৱালী ভাল কিছুমান e অকল দেহৰ জুতি বাবে নিজৰ সংসাৰ খন বৰ্বাদ কৰি দিয়ে বাকী নিজৰ সন্তানটোৰো ভৱিষ্যত শেষ কৰি পেলাই সেইবাবে অলপ শাসন থকাটো আজিকালি খুৱেই প্ৰয়োজন
@DhanMoniNath-l3b3 ай бұрын
Sai Sai Kune coment pohi asaa... like kra
@hirensarkar70592 ай бұрын
Aajir tarikhot bohut keikhn short film ba web series salu, kintu ei khne mor mon muhi gol,,, ghotona kahini aajir somoyr utkristha udahoron dangi loise, bohut bohut dhonyobaad -SRIMOTI- team to loi... Aaru aagoloio enekuwa somoy utkristha naat sabo pam buli aasha thakil..
@FokotiwaGiyani3 ай бұрын
Agor Shreemoti joni he Val lagisel hoi ne guys 😊
@FokotiwaGiyani3 ай бұрын
Hmm.mm
@riniborah563 ай бұрын
Hoi daii
@nirmalbaruah7763 ай бұрын
O reh @@riniborah56
@swapnalidadhara90443 ай бұрын
Hoi
@barashabora62613 ай бұрын
Hoi hoi
@sumitidevi68782 ай бұрын
Tq so much Mansh da আমাৰ মাজত ইমান ধুনীয়া short film উপস্থাপন কৰা বাবে । সমাজত চলি থকা বাস্তব ঘটনা । কাহিনী টো আৰু আপোনালোকৰ অভিনয় চাই চকুপানী ওলাই গৈছে মোৰ । ❤️From dhing tq ❤️
@wedframesbybikram3 ай бұрын
Amanisha সঁচাকৈ তোমাৰ acting বহুত বেছি ভাল হৈছে ।। আৰু আগুৱাই যোৱা ❤❤।। Best wishes for entire team