'ৰেন মৌ'ত আইচেংফাৰ স'তে জনপ্রিয় সু-কণ্ঠী শিল্পী সুবাসনা দত্ত

  Рет қаралды 51,471

Jaatra

Jaatra

Күн бұрын

Пікірлер: 338
@aichengfaboruah
@aichengfaboruah 2 ай бұрын
অশেষ ধন্যবাদ প্ৰতিগৰাকী মৰমৰ সহযাত্ৰীলৈ ইমান মৰম আৰু আদৰেৰে আমাক উপচাই দিয়াৰ বাবে …কুশলে থাকক সদায় আপোনালোক দেই ! ❤️✨🙏
@misssumpisonowal7813
@misssumpisonowal7813 2 ай бұрын
গায়িকাৰ ভিতৰত এগৰাকী ভাল লগা ,প্রিয়, অন্যতম, সকলো তুমি Subasana বা..,কুশলে ৰাখক তোমাক ,লগতে তোমাৰ পৰিয়ালক❤,,,! সদায় প্রিয় থাকিবা❤❤❤
@Parishmita_deka15
@Parishmita_deka15 2 ай бұрын
এই channel tu val লগাৰ অন্যতম কাৰণ হৈছে ইমান ধুনীয়াকৈ স্পষ্ট ভাবে ভাষা ব্যৱহাৰ কৰে অৰ্থাৎ কথা বোৰ শুনি বৰ ভাল লাগে ... আজি অনুষ্ঠানটিত subasana bak নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ...❤ Ba
@dimpiborgohain6479
@dimpiborgohain6479 2 ай бұрын
Khub val lgel baa....duigoraki mur priyo...kotha khini emn bse productive hokolure babei...god bless u both...without hasitation koisu...both r fvrt soul❤
@kasturishivam9005
@kasturishivam9005 2 ай бұрын
One of the best episode ever❤aichengfa ba apunar dore muru আপুনি আহিব gan tu bohut favourite..kiman j kandisu huni aru sai gan tu..thnq for this episode.. ৰেন মৌ সদায় এনেকৈয়ে জীপাল হৈ ৰওক❤
@silpiranibhagawati5558
@silpiranibhagawati5558 2 ай бұрын
আটাইতকৈ প্ৰিয় ,সাধাৰণকৈ অসাধাৰণ ,সুকীয়া চিন্তাধাৰাৰ শিল্পীগৰাকীক মতা বাবে অশেষ ধন্যৱাদ 😘দুয়োগৰাকী ক'ৰবাত সাঃঘাতিক মিল আছে🥰
@jyotichetia3272
@jyotichetia3272 2 ай бұрын
আগছোৱাত ভাবি আছিলোঁ কেতিয়া এটা বিহু সুৰীয়া এটি গীত গাব বুলি কিন্তু অৱশেষত শুনিব পালোঁ ❤। fvrt singer ❤😍
@ChiranjeebChutia-qe2oq
@ChiranjeebChutia-qe2oq 2 ай бұрын
Finally Subasana Dutta Ba 🎉... My favourite Assamese female Singer... Love you Ba❤
@janmoni-moni604
@janmoni-moni604 2 ай бұрын
ধন্যবাদ আইছেংফা বা সুবাসনা বা আমন্ত্ৰণ জনোৱাৰ বাবে ❤ সুবাসনা বাৰ গানে যে সুবাস বিলাই 😌💝
@dhandas8192
@dhandas8192 2 ай бұрын
My all time favorites singer❤ ভগৱানে আপোনাক ভালে ৰাখক
@chandanabarman5301
@chandanabarman5301 2 ай бұрын
ইমান সুন্দৰ ব্যক্তিত্ব.. নিভাঁজ কথা, সুৰ.. খুবেই আকৰ্ষণীয় আৰু আদৰ্শনীয়। ভালে থাকক দুয়োগৰাকী বা ❤🙏
@shyamaleegogoi143
@shyamaleegogoi143 2 ай бұрын
Imaan j dhuniya kotha koi Subasana ba e... matured aru practical karone aru besi val lagile..thank you Aichengfa for inviting Subasana...long live Jaatra
@Aranyak1423
@Aranyak1423 2 ай бұрын
One and only Subasana baa. Nobody can replace her. Shreya ghosal of Assam. Best wishes to baa
@kalpanakataky9092
@kalpanakataky9092 2 ай бұрын
প্ৰথমতে বহুত ধন্যবাদ আপোনাক আইছেংফা।অনুৰোধ ৰক্ষা কৰি সুবাসনাক আমন্ত্ৰণ কৰাৰ বাবে।ভাল লগা এগৰাকী সু গায়িকা আপোনাৰ কণ্ঠ ও বৰ সুন্দৰ দেই আইছেংফা মেম
@porishmitarajkhowa-fn9mv
@porishmitarajkhowa-fn9mv 2 ай бұрын
বহুত বহুত মৰম দেই বা তোমালৈ 🥰 সুবাসনা বাক আমন্ত্ৰণ জনোৱা বাবে 🤗🤗 প্ৰিয় বহুত 😘
@dorothyshivam1466
@dorothyshivam1466 2 ай бұрын
সুভাসনা বা ক দেখিলে মোৰ positive vibes আহে🌟।।Love u Subhashana BA💯💗🥀♥️♥️..You r always special🤗💛...by the way apunar mahi r nam Ranjana aru Mor ma r nam...🌼😊
@pranabgogoi9134
@pranabgogoi9134 2 ай бұрын
Finely my fvt....ba joni 🎉❤❤ Eta Dangar biggg Thank Aichengfa baaaa ❤❤❤
@ansusaikia5422
@ansusaikia5422 24 күн бұрын
Uff aichengfa ba imn dhuniyakoi kothabur koi ,,hosakoi adorkho nari usorr pora hepah poluwai paboloi mon ase❤❤
@ArindamsWorld
@ArindamsWorld 2 ай бұрын
সকলোৰে বা হ'ব পাৰে, মোৰ নহয় কিন্তু দেই, বয়সত অলপ সৰু হ'বা যিহেতু। তোমাৰ অনুৰাগী কেৱল নৱপ্ৰজন্মই য়ে নহয় তোমাৰ সম পৰ্য্যায়ৰ প্ৰজন্ম ও হয় লগতে তোমাতকৈ জেষ্ঠসকলো হয়। তোমাৰ সৰলতা আৰু সুন্দৰ গায়ন শৈলীৰ বাবে তুমি সকলোৰে প্ৰিয়।
@bastobkalita6328
@bastobkalita6328 2 ай бұрын
Momicry portion tu best hahilu.... Ufff jetea duigoraki prio hoi tetea Blg ata feel t saw baa.... Bohut val lgl.....
@asdehingia8478
@asdehingia8478 2 ай бұрын
Baajoni Bohut moromor ❤ Dey. AXOMOR Female Best Singer All time Favorite ❤❤❤
@indranimukherjee8994
@indranimukherjee8994 2 ай бұрын
Mimicry in different voice is a God-gifted quality of Aichengfa Baa. Keep it up, Baa ❤❤👍😘.
@pallab-gohain
@pallab-gohain 2 ай бұрын
কিনো লিখো কিনো কৰো হায়...... মৰমৰ বা জনী সঁচাই বহুত ভাল লাগিল। যাত্ৰা লৈ বহুত মৰম ❤❤❤❤
@abhishrutibaruah
@abhishrutibaruah 2 ай бұрын
Much much love to both of you Aichengfa and Subasana ma'am❤
@gauravsaikia12
@gauravsaikia12 2 ай бұрын
প্ৰথমতে ধন্যবাদ সকলোলৈ সুবাসনা বা ক নিমন্ত্ৰণ জনোৱাৰ বাবে । ভাল লাগে যাত্ৰাৰ 'ৰেন মৌ' ৰ episode বোৰ চাই। ভাল লাগিল খণ্ডটি চাই । সুবাসনা বাৰ কথাবোৰ শুনি থাকিলেই কিবা positive vibe এটা আহি যায় । ইমান মৰম লগা কথাবোৰ । আৰু তেখেতে কোনোবা অনুষ্ঠান হওঁক বা অন্য কোনো show লে গলে সেই যে মেখেলা চাদৰ নাইবা শাৰীখন যে পৰিধান কৰে কিবা এটা ভাল লাগে ।❤❤❤
@anjumanimedhi2470
@anjumanimedhi2470 2 ай бұрын
দুয়োজনী খুব মৰমৰ। আটাইটকৈ প্ৰিয় গায়িকা যাৰ গীতৰ কণ্ঠই সকলোৰে মন মোহিত কৰে আৰু যাৰ প্ৰশ্নই অনুষ্ঠান টো অতি হৃদয়স্পৰ্শী কৰি তোলে ❤❤
@sulekhasaikia4951
@sulekhasaikia4951 2 ай бұрын
Bhut Bhut vl lge ba Subasana Ba❤tma song bu huni bhut vl pw❤love you ❤From Dibrugrh
@pranjalbaruah4299
@pranjalbaruah4299 2 ай бұрын
My one of the most best female singer...she is Subasana Dutta...
@sushilkonwar7012
@sushilkonwar7012 2 ай бұрын
সুভাসানা নামটো -- বৰ মৰম লগা -- কিবা যেন -- আছুতীয়া কণ্ঠৰ -- আবেগ সনা অনুভৱ - - ভাল লাগে মোৰ -- বৰ্তমান গৰম -- বতাহ বলিছে -- তাৰ মাজতো যেন -- সুভাসনা যেন -- আনৰ পৰা ব্যক্তিক্রম --
@nabanitaborah4463
@nabanitaborah4463 2 ай бұрын
Baa r hunporuwa git tu bohut bohut vl lagil.. Moi hodai hunu.. Ratipwa kam krute huni thaku❤
@anamikahazarika4825
@anamikahazarika4825 2 ай бұрын
সুৱাসনা মোৰ অতিকৈ মৰমৰ আৰু আদৰৰ গায়িকা , তেওঁৰ ( আপুনি আহিব ) এই গীতটো বহুত বেছি ভাল পাওঁ , প্ৰতিতো দিনত এবাৰ হ'লেও শুনো , আইচেংফা তুমি ইমান ধুনীয়া অনুষ্ঠান এটা আজি উপহাৰ দিয়াৰ বাবে তোমালৈ বহুত ধন্যবাদ ❤
@joonsmith
@joonsmith 2 ай бұрын
Bor xundor onusthan..👌👌 shubaxona dutta is all time favourite 👍👍
@ArindamsWorld
@ArindamsWorld 2 ай бұрын
বহুত ভাল লাগে সুবাসনাক আৰু তেখেতৰ গানবোৰ
@lunarajkumari7147
@lunarajkumari7147 2 ай бұрын
Subhasana baa r hundor kontho...kinto aichengfa ba u dhuniya guwasun❤️
@kangkantalukdar3925
@kangkantalukdar3925 2 ай бұрын
Val lagil❤❤❤❤all time favourite
@bhrigumonidas1455
@bhrigumonidas1455 2 ай бұрын
ধুনীয়া অনুষ্ঠান এটা ❤❤❤
@RijumaniBaruah-sf4my
@RijumaniBaruah-sf4my 2 ай бұрын
ইমান ভাল গায়িকা hoyu ইমান সহজ সৰল ইমান simple বহুত বেছি ভাল subasana বা তোমাক lv u❤ tumi xodai enekoea xohoj সৰল amaar মৰমৰ বা joni ei hoi thaka vle thaka tumi xeyai vagabanor osorot parthona🙏
@aratidevi3590
@aratidevi3590 2 ай бұрын
Special বা জনী, সুন্দৰ ব্যক্তিত্ব, সুন্দৰ মন আৰু কন্ঠৰ কথা কি কম,,,,
@assamguwahati5265
@assamguwahati5265 2 ай бұрын
My favorite subasona baa❤
@DaizyDeka
@DaizyDeka 2 ай бұрын
সুন্দৰ কণ্ঠ লগতে এটি সুন্দৰ সহজ - সৰল মনৰ অধিকাৰী বহুত বেছি প্ৰিয় মোৰ তেখেত ❤️‍🩹.....
@manuwarahazarika3020
@manuwarahazarika3020 2 ай бұрын
Bohut val lagil❤❤
@aparajitaphukan1371
@aparajitaphukan1371 2 ай бұрын
Eti xundor monor adhikari subasana .duyou gorakiloi bohut bohut morom thakil ❤❤
@chayanikadas7937
@chayanikadas7937 2 ай бұрын
Subasana baa your voice is a true gift, effortlessly weaving emotion into every note. Whether it's a soulful melody or an upbeat rhythm, your singing carries a unique blend of passion and grace that captivates listeners. The way you breathe life into each song with such clarity and emotion is inspiring. Your ability to express raw feelings through your voice creates an intimate connection with your audience, making every performance unforgettable. Keep soaring with your amazing talent-you're a star in every sense!
@mouchumidas9373
@mouchumidas9373 Ай бұрын
আমিও 📀💿 বহুত কিনি আনি চাও আইছেংফা বা আপোনাৰ বগিতৰা চাই ভাল লাগিছিল দুখ ও লাগিছিল ❤❤❤❤ যাত্ৰা আগলৈও এনেকৈয়ে চলি থাকক শুভ কামনা জাচিছোঁ ভাল লগা অনুৰাগী সকলৰ ভাল লগা কথাবোৰ জানিব পাই থাকো যেন তোমাৰ জৰিয়তে❤❤ বা আপুনি ইমান ধুনীয়া কে কথা কয় খুব ভাল লাগে তোমালোক দুয়োগৰাকী শিল্পীয়ে বহুত প্ৰীয় ❤❤❤❤❤ অসমৰ সংগীত জগতৰ এটুকুৰা হীৰা হয় 🎉🎉❤❤❤❤
@apurbadeka6823
@apurbadeka6823 2 ай бұрын
প্ৰিয় বা জনী ❤❤ বহুত বহুত মৰম দেই বা তোমালৈও❤
@phtravellife5176
@phtravellife5176 2 ай бұрын
Subasana ba apunar kotha bur bohut cute morom loga emotional hoi jao moi ....bohut vl lage ❤❤❤❤
@abritikoch4240
@abritikoch4240 2 ай бұрын
Aioooohhh❤❤❤❤eamnnn dhuniya okanmmaniii morom loga ba dujonii🥰🥰🥰khub dhuniya lagile saii video tu❤❤bohutt bohutt morom duiujoni ba le❤❤vale thaka hodai🥰🥰🥰
@chimidas8627
@chimidas8627 2 ай бұрын
Thank you baa for inviting her... please invite Barsha Rani bishaya...it's a humble request baa.. please
@haripriya7350
@haripriya7350 2 ай бұрын
Always fvrt ba.....❤❤
@NikitaDevi-sc2oj
@NikitaDevi-sc2oj 2 ай бұрын
আইচেংফা বা বহুত মৰম তোমালৈ । মই বৰ্তমান দৰং মহাবিদ্যালয়ৰ ছাত্ৰী, যাত্ৰা প্ৰতিটো খণ্ডয়েই মোৰ অতি প্ৰিয় লগতে যাত্ৰা লৈ আমন্ত্ৰণ কৰি অনা প্ৰতিগৰাকী ব্যক্তিৰ কৰ্ম, জীৱন অভিজ্ঞতা আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতা আদিৰ পৰা মই বহু কথাই শিকিছো, লগতে তোমাৰ মিঠা মাতটিয়ে যাত্ৰাৰ প্ৰতিটো খণ্ড চোৱাত মোক এটা আমেজ দিয়ে,❤ 'যাত্ৰা' সদায় শ্ৰোতস্বিনী হওঁক।😊 শেষত এটাই অনুৰোধ কৌশিক নন্দন বৰুৱা দাদাৰ বিষয়ে জানিব বিচাৰিছোঁ তোমাৰ 'যাত্ৰা' যোগেদি ।🙏🤍
@mousumideka8276
@mousumideka8276 2 ай бұрын
বহুত ভাল লাগিছে অনুষ্ঠানটি❤️❤️
@Angshuman007
@Angshuman007 2 ай бұрын
Val lagil bahut ❤
@dhrubajittalukdar8782
@dhrubajittalukdar8782 2 ай бұрын
মোৰ প্ৰিয় গায়িকা সুবাসনা বা জনীৰ অনুস্থানতো চাই সচাঁকৈ বৰ ভাল লাগিল। আৰু আপোনাৰ অনুস্থানতো ও চাই বৰ ভাল লাগে বা। বহুত মৰম বা আপোনালোক দুয়ো জনীলৈ😊 ❤❤ ভালে থাকক বা 🙏
@HasinaMannan-p2w
@HasinaMannan-p2w 2 ай бұрын
Moi vabisilu baideur ktha...... Thank u baaaa
@bitopantalukdar5420
@bitopantalukdar5420 2 ай бұрын
এইবাবেই তেওঁ শ্ৰেষ্ঠ ❤️
@rahulkashyap7199
@rahulkashyap7199 2 ай бұрын
Saraswati of Assamese music community ❤️❤️ respect and love to her ..
@rashmichetia2680
@rashmichetia2680 2 ай бұрын
ভাল লগা অনুষ্ঠান এটি উপভোগ কৰিলো...😍❤
@apesdiary2816
@apesdiary2816 2 ай бұрын
Aaichenhgpha baa apuni eman dhuniakoi akhomia hobdar ussaron kore bor vl lge..apunak log puar issa ase
@jayshreealishaangarikamili7157
@jayshreealishaangarikamili7157 2 ай бұрын
Mur aataitkoi priyo silpigoraki❤❤❤❤ tekhetor mat ,tekhetor biyogttitto kiman j bhal pao bujabo nuwaru❤️❤️ Bhogobane hodai kukhole rakhok🙏
@NoniBora-z3y
@NoniBora-z3y 2 ай бұрын
সেই তেতিয়াৰ পৰা এতিয়ালৈ, মনত এখন নিদিষ্ট আসন দখল কৰি থকা সেই গৰাকী গায়িকা "সুবাসনা"। ভাবি থকা খণ্ডটি আজি পালো। খুব ধুনীয়া লাগিল। ❤❤
@gogoisatyajx9043
@gogoisatyajx9043 2 ай бұрын
মোৰ আটাইতকৈ প্ৰিয় গায়িকা গৰাকী❤ বৰ ভাল লাগিল অনুষ্ঠানটো। সদায় ভালে থাকা❤❤
@manishadeka6600
@manishadeka6600 2 ай бұрын
একেবাৰে সহজ-সৰল,নিৰহংকাৰী,বিতৰ্ক এৰাই চলা বৰ মৰমীয়াল অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত।সুকীয়া সত্বা এটিৰে সমৃদ্ধ সুবাসনাৰ বাৰ অনুষ্ঠানটো বৰ ভাল লাগিল।দুয়োগৰাকীৰ শিশু সুলভ কাৰ্টুনৰ ভাষাৰে ধেমালি খিনি বৰ ভাল লাগিল বা🥰🥰।ভালে থাকক সদায় দুয়োগৰাকী।
@Jaynath2005
@Jaynath2005 2 ай бұрын
অসমীয়া সংগীত জগতৰ আটাইতকৈ প্ৰিয় গায়িকা গৰাকী সুবাসনা বা ❤❤ love from Goalpara ❤
@JatinkhanikarJatin
@JatinkhanikarJatin 12 күн бұрын
I love subsaona dutta song ....you are best singar off Assamese industry
@daisydas2810
@daisydas2810 2 ай бұрын
বহুত ভাল কথা শিকিলোঁ সুবাসনা বাৰ পৰা
@nayanjyotipriyomofficial3310
@nayanjyotipriyomofficial3310 2 ай бұрын
বহুত বেছি ভাল লাগে সুৱাসনা বাক ❤❤ Voice uffff 😍😍
@sudarshanabordoloi4490
@sudarshanabordoloi4490 2 ай бұрын
আপুনি সদায় পৃথক বা❤❤❤সদায় ভাল পাওঁ আপোনাৰ গান আগতেও..বৰ্তমানো৷
@archanadas1562
@archanadas1562 2 ай бұрын
"আপুনি আহিব " উফ বুজাব নোৱাৰোঁ কিমান যে ভাল পাওঁ ❤ বহুত বেছি প্ৰিয় আপুনি, সদায় মৰমৰ হৈ থাকক বা জনী ❤🫶
@dhiraajdas9
@dhiraajdas9 2 ай бұрын
Melodious queen❤
@sushmitalakhi6536
@sushmitalakhi6536 2 ай бұрын
Shreya Ghoshal of Assam ❤
@moyurihazarika9083
@moyurihazarika9083 2 ай бұрын
অন্যতম প্ৰিয় কণ্ঠশিল্পী❤
@dhanadadevidoley8594
@dhanadadevidoley8594 2 ай бұрын
আইচে্্ফা তোমাৰ অনুষ্ঠান টো বহুত ভাল লাগে । আৰু বেছি ভাল লাগিছে মোৰ অতি মৰমৰ সুবাসনাক দেখি বুজাব নোৱাৰা ভাল লাগিল দেই । তেওঁৰ গান খুব ভাল লাগে ।‌আৰুছোৱালী জনী ইমান ভাল মনৰ অকনো অহঙকাৰ নাই ।‌ভগৱানৰ তোমাৰ ওপৰত আশীৰ্বাদ সদায় থাকে যেন আৰু আগুৱাই যোৱা
@subhabordoloi519
@subhabordoloi519 2 ай бұрын
প্ৰিয় শিল্পীগৰাকী ❤️ বাৰ গানবোৰ শুনি বহুত ভাল লাগে🥰
@RiturajBora-r9b
@RiturajBora-r9b 2 ай бұрын
Bhtt dhunia lagil❤ still I have a request for you aichengfa baa please next singer agorakik matile geet r quantity viewers r babe increase koribo , we want more more songs from them😍😍😍 through your ranmouu🌝
@ranjanahandique2171
@ranjanahandique2171 2 ай бұрын
সৰু ছোৱালী দুজনী বৰ মৰম লাগিল ❤❤
@urbashiborah8208
@urbashiborah8208 2 ай бұрын
One of the favourite singer of Assam ❤No 1 female singer of Assam ❤
@Beautifulworld062
@Beautifulworld062 2 ай бұрын
Ufff❤❤❤ My heart Subasana Baa❤❤
@Daisybayan1832
@Daisybayan1832 2 ай бұрын
প্ৰিয় বা দুগৰাকী ❤ অপেক্ষা বৰষা বা লৈ❤
@hemalatasarma291
@hemalatasarma291 2 ай бұрын
সুবসনা তোমাৰ গানৰ লগতে কথাৰ শৈলী সুন্দৰ। ❤নলবাৰী (আৰঙ্গমৌ)
@padmamoran2382
@padmamoran2382 2 ай бұрын
দুয়োগৰাকী বা অত্যন্ত প্ৰিয় ❤️❤️❤️
@maabhabaniprinters
@maabhabaniprinters 2 ай бұрын
Bar program bhut vl hoi bar poti to gan moi xunu God bless you baa
@Ddddd-e2o
@Ddddd-e2o 2 ай бұрын
Subsana baa have very sweet voice and she is also a proud Mother.
@subarnakashyapmusic
@subarnakashyapmusic 2 ай бұрын
Big fan shoftand sweet singer Assamese industry love u💖💖
@QueenKonwar-m1k
@QueenKonwar-m1k 2 ай бұрын
My all time favourit singer subashna dutta ba❤❤❤
@ila-s6s
@ila-s6s 2 ай бұрын
Aaayooooo❤🌻
@MahendranathMon
@MahendranathMon 2 ай бұрын
My all time favorite subasana Dutta ba love u
@risingsunabhijit5407
@risingsunabhijit5407 2 ай бұрын
May God bless you both 🎉🎉🎉
@ABdihingia
@ABdihingia Ай бұрын
দুয়োগৰাকী বা লৈ অশেষ মৰম থাকিল। 🎉সুবাসনা বাৰ গীতবোৰ সৰুৰে পৰা শুনি আহিছো, আগলৈও এনেদৰেই আমাক বহুত ভাল ভাল গীত দি যাওক বা। আৰু আমাৰ ৰেন মৌ ৰ যাত্ৰাৰ কেতিয়াও অন্ত নহওঁক।
@chitrineeborah2241
@chitrineeborah2241 2 ай бұрын
এগৰাকী প্ৰিয় গায়িকা সুবাসনা দত্তক বহুত বহুত ভাল পাওঁ ❤❤
@Rupali-b9w
@Rupali-b9w 2 ай бұрын
Melody Queen of Assam ❤
@dilipphangsho47
@dilipphangsho47 2 ай бұрын
সুবাসনা দত্ত বা মোৰ অতিকৈ প্ৰিয় মৰমৰ,আদৰৰ কণ্ঠশিল্পী ।
@jyotirupanath9661
@jyotirupanath9661 2 ай бұрын
Val lagil ba❤❤
@krishnahazarika6391
@krishnahazarika6391 2 ай бұрын
My one of the favourite female version 💞
@PalHumsafar
@PalHumsafar 2 ай бұрын
Top 5 Song of সুবাসনা দত্ত। অ চেনাই মন খোজা মাথো আকাশে বতাহে তোমাকে দেখিছো চাংঘৰ ধুনীয়া আনৰ যদি মৰম পোৱা নাই মইনাকণ বাখৰ অঁ মনে মন কও শুনা অঁ অঁ..., লা,লা,লা ।
@Akashjyotinath1998
@Akashjyotinath1998 2 ай бұрын
Always favourite subasana dutta Baideo ❤
@gitaligogoi5676
@gitaligogoi5676 2 ай бұрын
One of my Favourite singer. ... ❤
@lakhyajeetphukan2379
@lakhyajeetphukan2379 2 ай бұрын
Mojjaaa . . . . ❤❤❤
@Assamesepathsala
@Assamesepathsala 2 ай бұрын
সুবাসনা বাৰ ব্যক্তিত্ব বহুত ভাল লাগে ।❤️❤️
@ultimatecreation....
@ultimatecreation.... 2 ай бұрын
Real Swarasoti ❤❤. Love you❤
@bantiKonwar-d4e
@bantiKonwar-d4e 2 ай бұрын
My favourite singer subasana baa❤❤ melodious queen of Assam..
Players vs Pitch 🤯
00:26
LE FOOT EN VIDÉO
Рет қаралды 139 МЛН
Why no RONALDO?! 🤔⚽️
00:28
Celine Dept
Рет қаралды 92 МЛН
Ojaantric || Assamese Podcast ft. @SubasanaDutta || Ep.78
1:11:49
Oasis Motion Films
Рет қаралды 212 М.