'ৰূপজ্যোতিক কুৰ্মীৰ এয়া ভুল ব্যাখ্যা। যেতিয়া-তেতিয়াই যি টি বকি থাকিব নালাগে'

  Рет қаралды 37,737

NB News

NB News

5 күн бұрын

'ৰূপজ্যোতিক কুৰ্মীৰ এয়া ভুল ব্যাখ্যা। পূৰ্বেও ভুল ব্যাখ্যা দিছিল ৰূপজ্যোতিয়ে। যেতিয়া-তেতিয়াই যি টি বকি থাকিব নালাগে।' যোৰহাট সমষ্টিক লৈ মন্তব্য কৰি নিজ দলৰে মন্ত্ৰী বিধায়কৰ ৰোষত পৰিল ৰূপজ্যোতি কুৰ্মী
#nbnews #nbnewsdigital #RupjyotiKurmi #GauravGogoi #jorhat #Congress #bjp #assampolitics
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 160
@PunomDeori-gq9cy
@PunomDeori-gq9cy 4 күн бұрын
কেৱল ৰূপজ্যোতিকেই নহয়। বিজেপি দলটোৰ প্ৰতিয়ে ঘিনা আহিছে। বিশেষকৈ মূখ্যমন্ত্ৰী, পিজুছ, জয়ন্ত মল্লব,ৰূপজ্যোতি এই সকলে অহেতুক কথা কোৱাৰ বাবেই মোৰ দলটোৰ ওপৰতেই খং উঠে।
@jalaluddinahmed9888
@jalaluddinahmed9888 3 күн бұрын
আপোনাকৰেই নহয়। বহু লোকৰ হৈছে।
@madhabmedhi1322
@madhabmedhi1322 4 күн бұрын
কুৰ্মি ৰ মুখ খন থাকিল বুলিয়ে প্ৰায়ে পাগলৰ প্ৰলাপ শুনিবলৈ পোৱা যায়
@LabonyaBorgohain
@LabonyaBorgohain 4 күн бұрын
4:01
@fromindiamix9138
@fromindiamix9138 4 күн бұрын
২০২৬ ত মৰিয়নিৰ ৰাইজে উচিত শিক্ষা দিব এই জনক
@bhabensaikia5028
@bhabensaikia5028 4 күн бұрын
2026 ত এইজনে টিকটেই নাপায়
@user-fr3uo9mu3s
@user-fr3uo9mu3s 2 сағат бұрын
​@@bhabensaikia5028Nai Bhai Hi Ticket ohh pabo jikibou
@mamoniborah8809
@mamoniborah8809 4 күн бұрын
যোৰহাট লোকসভাত জিকাৰ বাবেই ৰূপজ্যোতিৰ টোপনি হৰণ হৈছে।২০২৬অত গৌৰৱ মুখ্যমন্ত্ৰী হ'ব। তেতিয়া ৰূপজ্যোতি বৰনৈত জপিয়াই মৰিব।দুখ লাগে দেই দল বাগৰিবলৈও ক'তো ঠাই নাথাকিব।
@rajusaikia2328
@rajusaikia2328 4 күн бұрын
ন BJP যে কংগ্ৰেছ শেষ কৰিলে এই বাৰ BJP শেষ কৰিব গতিকে ন BJP ক দলৰ পৰা খেদিব লাগে
@putulgayan648
@putulgayan648 4 күн бұрын
ৰূপজ্যোতি কুৰ্মী এটা জধামূৰ্খ - আধাবলিয়া মানুহ😮😮😮
@munindraborgohain-vf1el
@munindraborgohain-vf1el 4 күн бұрын
শুদ্ধ আৰু উচিত মন্তব্যৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটা দেৱলৈ ধন্যবাদ।
@JakirHussain-nh7ho
@JakirHussain-nh7ho 4 күн бұрын
অহা বিধান সভাৰ টিকত নিদিলে হল কুৰমিক।
@timepasschannel7582
@timepasschannel7582 4 күн бұрын
যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰ সকল এই ছাগলীটো দৰে নহয়।বে বে বে তোক তোৰ দলৰ মানুহেই 😊😊😊😊😊😊।
@mafijahmed1533
@mafijahmed1533 4 күн бұрын
এইটো এইবাৰ ৰাইজে বহিষ্কৃত কৰিব ।
@hridyanshugogoi2943
@hridyanshugogoi2943 3 күн бұрын
সচা কথা আমাৰ ও শুনি অসহ্য লাগিছে
@bakulborah8941
@bakulborah8941 4 күн бұрын
মৰিয়নি নাগৰিক সমাজৰ মূল সিদ্ধান্ত ।
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn 4 күн бұрын
তোৰদৰে সকলোকে পাগল বুলি ভাবিছ নেকি ?
@jalaluddinahmed9888
@jalaluddinahmed9888 3 күн бұрын
সেইটো এটা ফটুৱা।
@axomcomedy4587
@axomcomedy4587 4 күн бұрын
অসম অধপতনে যাব এনেকুৱা মূৰ্খৰ নিচিনা মানুহ থাকিলে। সাংবাদিক সকলৰ কাম নাই।
@muhitsharmah259
@muhitsharmah259 4 күн бұрын
Rupjyti kurmik tezpur nohole ranchi loi pothale bhal hobo. Nohole manuhoku kamuribo pare
@PranjalDoley-pm2qe
@PranjalDoley-pm2qe 4 күн бұрын
আপোনাৰ লোকক হাত মোৰ কৰিছো এই পাগল লেবাৰ বাতৰি পৰিৱেশন নকৰে যেন
@manikeswardeka8996
@manikeswardeka8996 4 күн бұрын
এই দলটুৰ প্ৰতি মোৰ ঘৃণা হৈছে
@bipulborah1718
@bipulborah1718 4 күн бұрын
যোৰহাটৰ পৰিৱেশ অসমৰ অন্যান্য সমষ্টিলৈও অতি সোনকালেই বিয়পিব ।
@khargeswarkalita4630
@khargeswarkalita4630 4 күн бұрын
এটা ওলাইছিল পে পে পে ৰূপজ্যোতি হল বে বে বে
@excusemeofficial799
@excusemeofficial799 4 күн бұрын
শিক্ষিত যোৰহাট বাসীয়ে ২০২৬ত পুনৰ প্ৰমাণ কৰিব যে কোনো চল চাতুৰিৰ কথাৰে যোৰহাট বাসীক মতিভ্ৰম কৰিব নোৱাৰে।যোৰহাট অনন্য, অতুলনীয়।গৌৰৱ গগৈ ডাঙৰীয়া জিন্দাবাদ।
@apulvlog7097
@apulvlog7097 4 күн бұрын
ৰূপ জ্যোতি ক বিধায়ক বুলি নাভাবোঁ।
@bhabensaikia5028
@bhabensaikia5028 3 күн бұрын
এইজন বিধায়কৰ উপযুক্তই নহয়
@adritagogoi2088
@adritagogoi2088 3 күн бұрын
এইটো নিলাজ কি কয় সি নাজানে ৷ অপৰিপক্ক মইবৰ এম এল এ হল বুলি সি পাগল হল এইজনৰ অহ’তা কম যে কাক কেনেকে কব লাগে নাজানে পৰিবেশ নাইপোৱা পাব কত
@baikunthabarman2623
@baikunthabarman2623 4 күн бұрын
এইটো প্ৰাথমিক শিক্ষা হে পালে । শিক্ষা পালেও কিন্তু শিক্ষিত নহব কাৰণ আপোনালোকৰ কেইজন মানৰ কথা বতৰা ,ঠাট্টা মস্কৰা, ইতিকিং , অহংকাৰ,দাম্ভিকতা আদি ভাৱবোৰ লগতে থাকিব । 2026 ত নিশয় উচ্চ শিক্ষা লব পাৰিব ।
@user-rh9fz3yf5y
@user-rh9fz3yf5y 3 күн бұрын
এইজনক দলৰপৰা উলিয়াই দিব হ'ল
@tanbeerariz892
@tanbeerariz892 4 күн бұрын
26t vote khujibo ahibi tetia gom pbi
@hemjeet2023
@hemjeet2023 4 күн бұрын
Rupjyoti kurmi is most nonsense, last mental
@KeshabHazarika-dr1ub
@KeshabHazarika-dr1ub 4 күн бұрын
ৰূপজ্যোতিক।দলৰ।পৰা।বহিস্কাৰ।কৰিব।লাগে
@tulonmohan9583
@tulonmohan9583 3 күн бұрын
চব ঠিক আছে। এতিয়াও প্ৰায় দুবছৰ বাকী। বৰ্তমানৰ চৰকাৰে যদি জন কল্যাণ মূলক কামৰ মাত্ৰা আৰু বঢ়াই দিয়ে আৰু কাৰ্য্যকৰ্তা সকলে চৰকাৰে কৰা জন কল্যাণ মূলক কামবোৰ সঠিকৰূপত জনসাধাৰণৰ দৃষ্টিগোচৰ কৰিব পাৰে তথা কাৰ্য্য কৰ্তা সকলৰ আচাৰ-আচৰণ মানুহৰ ভাল লগা ধৰণৰ হয় - তেন্তে নিশ্চিত --- 2026 ত অসমত -- " আকৌ এবাৰ শৰ্মাৰ চৰকাৰ..." ।
@user-dg4vz2sl1k
@user-dg4vz2sl1k 4 күн бұрын
ভোবোৰা পথা ছাগলীক পগলা কুকুৰে কামুৰিছিল সেই কাৰণে এতিয়া জকা আৰম্ভ কৰিছে
@pranabkhakhalary539
@pranabkhakhalary539 4 күн бұрын
ৰাহুলৰ কথা বাদ দিয়ক ১৫ লাখ কত গ'ল? ওপৰলৈ থু নেপেলাব নিজৰ গাতে পৰে।
@user-fx7zl4ei5f
@user-fx7zl4ei5f 4 күн бұрын
Pabitra Margherita ai Jorhat manuhak atia moha tel marise.Hihot Akai lobir manuh
@entertainmentandexercies415
@entertainmentandexercies415 4 күн бұрын
হিমন্তৰ গতে কিন্তু হাঁহি কান্দি নাচি বাগি আৱেগিক হোৱা দেখা নাপালো।আমাৰ যোৰহাটৰ দৰে বাকী ৰাইজ এক লগতে সজাগ সচেতন সচেতন হ'ব লাগিব।
@handique6888
@handique6888 4 күн бұрын
আধা বলীয়া থাকিলে পৰিবেশ কেনেকুৱা হয় সকলোৱে জানে ।
@girishkandali2550
@girishkandali2550 3 күн бұрын
যোৰহাটত বাষিয়ে এনে নেতা পালি নেতা ক বিচাৰ কৰিব লাগে
@muned6442
@muned6442 4 күн бұрын
তই নাজান নেকি কংগ্ৰেছ চৰকাৰ আহিলেহে ৮৫০০ টকা দিব বুলি, তোৰ নিচিনা পাগল এটা আৰু দেখা নাই দেই 😂😂😂😂😂😂😂
@RG-ch7kg
@RG-ch7kg 3 күн бұрын
হিমন্ত, পিয়ুজ, জয়ন্তমল্ল, দিগন্ত কলিতা, ৰূপজোতি, বিজেপি হৰাৰ মূল কাৰণ।
@dhaneswartamuliphukan4873
@dhaneswartamuliphukan4873 4 күн бұрын
আজি লখিমপুৰত জেউতি ক্লাৱ আৰু পুথিভঁৰালৰ নবনি’মিত পুথিভঁৰাল দ্বাৰ উন্নচনী সভা আৰু চাওলুং চুকাফাৰ প্ৰতিমূৰ্ত্তি উন্মোচনী সভাত লখিমপুৰৰ সন্মানীয় বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়াই অংশ গ্ৰহন কৰিছিল ৷ ডেকা ডাঙৰীয়াই উন্মোচনী ভাষনত কথা কোৱা শৈলী বৰ সুন্দৰ হৈছে ৷ সভাখনত উপস্হিত বহুত ভাল লাগিল ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কু’মমীৰ দৰে অভদ্ৰ নাছিল ৷ ৰূপজ্যোতি কু’মমীৰ লোক জনপ্ৰতিনিধি হবলৈ আগবাঢ়ি নহাই ভাল ৷ আমাৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়াক ধন্যবাদ জনালো ৷ ভগবানে যেন আৰু শক্তি দিয়ক জনসেৱাত ব্ৰতী হবলৈ ৷
@bakulboruah2026
@bakulboruah2026 4 күн бұрын
২৬ ত দাদা বিগ্ৰেডৰ অন‍্যতম সদস্য মানৱ ডেকা হৰাটো প্ৰায় খাটাং।
@Moha123914
@Moha123914 4 күн бұрын
BJP n RSS n their workers will never understand the ethics, values n moral of Democracy.
@indrajitsaikia8877
@indrajitsaikia8877 4 күн бұрын
ভোটাৰ ক অপমান কৰিব নাপাই ।
@dipdas8946
@dipdas8946 4 күн бұрын
ই অলগদ্ধ
@srimantamotivatoranushilan8846
@srimantamotivatoranushilan8846 2 күн бұрын
আপোনালোকে এই বোজাটো কিয় গোটাই ল'লে
@dayalral1436
@dayalral1436 4 күн бұрын
Rupjyati cormi sir
@user-zl9xo7yl4o
@user-zl9xo7yl4o 3 күн бұрын
B J P a eak baykat karak .
@Parbin_sultana_aziz
@Parbin_sultana_aziz 2 күн бұрын
এওঁৰ মুখখনৰ এনেও একেবাৰেই লেকাম নাই 🥺 সাংবাদিক কেইজনৰ হে সময় নষ্ট 😢
@davidgaming5717
@davidgaming5717 4 күн бұрын
Srodhar Margherita, okaratuk (kurmi) vl upodek dile. Thanks
@krishnagogoi1657
@krishnagogoi1657 3 күн бұрын
তই 2026 হাৰিবি হাৰিবি
@intajulzaman4393
@intajulzaman4393 3 күн бұрын
Good Diganta Da,kintu ai sagaltoi ji ti baki bvranti kare
@bitukonwar2116
@bitukonwar2116 2 күн бұрын
ই ভোবোলাই বাগানৰ মাজত ঘপাঘপ কৰি থাকোতেই গ'ল
@bakulboruah2026
@bakulboruah2026 4 күн бұрын
ছাগলী বোৰে বেবাবেই। ২০২৬ ত আমি গৌৰৱ গগৈ ডাঙৰীয়াক মূখ‍্যমন্ত্ৰী বনাম।দম আছে যদি দাদা বিগ্ৰেডে ৰখাই দেখাওঁক।
@jungleman3909
@jungleman3909 4 күн бұрын
Jorhat e okole cm bonabo nuare
@bakulboruah2026
@bakulboruah2026 4 күн бұрын
​@@jungleman3909সমগ্ৰ অসমে বনাব।
@saddakahmed6481
@saddakahmed6481 4 күн бұрын
আকৌ পাগল ওলাইছে.....
@sanjuhq4253
@sanjuhq4253 4 күн бұрын
26T toht sobe pabi eheka, sai thak. Khabi ro 25-26 khan sabji tarakarere bhat
@dilipkrbora1132
@dilipkrbora1132 2 күн бұрын
এই মূৰ্খটোক কিয় দেখাই ।
@gogoimithu
@gogoimithu 4 күн бұрын
Classy people are sexier and great influencers, rest take a note and follow
@lalithazarika0110
@lalithazarika0110 4 күн бұрын
আমি টো নিদিওঁ
@user-lm6ih9lk9p
@user-lm6ih9lk9p 4 күн бұрын
Rupnyoti ako congess t ahib o
@dwipenhuzuri2764
@dwipenhuzuri2764 3 күн бұрын
Jorhator raij educated hoi aru xeibabei Gaurav Gogoi dangoria joyee hoise
@lalithazarika0110
@lalithazarika0110 4 күн бұрын
যোৰহাট মৰিয়নি ত অহাবাৰ ৰূপজ্যোতিক ৰাইজেভোট দিব জানো
@babusaikia7886
@babusaikia7886 4 күн бұрын
বে বে বে😂😂
@siddharthaphukan9925
@siddharthaphukan9925 4 күн бұрын
Prabhu Deputy CM
@madhuribothra6277
@madhuribothra6277 3 күн бұрын
Nilojjo neki 1500 tokia Pagol
@dhrubajyotiborah4718
@dhrubajyotiborah4718 4 күн бұрын
ছাগলীটোক দেখুৱাই নাথাকিব । ইয়াৰ ৰাজনৈতিক জীৱন 2026 ত সমাপ্তি ঘটাৰ দিশে অগ্ৰসৰ হৈছে
@rupjyotikonch3608
@rupjyotikonch3608 19 сағат бұрын
বৰ মূৰ্খ hoi hi
@siddharthaphukan9925
@siddharthaphukan9925 4 күн бұрын
Brahmaputra theatre returns
@PurnaSaikia-bz3gx
@PurnaSaikia-bz3gx 9 сағат бұрын
৮৫০০ টকা ৰাহুল গানধিৰ পৰা বিছৰাটো উচিত নহয়, কাৰন ৰাহুল গানধি এতিয়া পিএম নহয়। পিএম হোৱা হলেহে বিচৰাতু জোকটি হল হেতেন।
@khargeswarkalita4630
@khargeswarkalita4630 4 күн бұрын
Rupjyoti এজন মূৰ্খ ,জ্ঞান বুলি একো নাই। 8500 বিচৰা কুৰ্মী এ পাহৰি গৈছে 15 লাখ দিম কোৱা মোদী এ দিছে নে? তাতকৈ ডাঙৰ কথা হল কুৰ্মী এ যোৰহাট ৰ ৰাইজ পইছাৰ লোভ ত হে ভোট দিয়ে বুজাইছে। আহি থকা দিনবোৰত ৰাইজে মনত কৰিব বুলি আশা থাকিল কুৰ্মী ৰ ঔকাত দেখা paam কিমান পইছা দিব পাৰে
@pallabjyotipegu1550
@pallabjyotipegu1550 2 күн бұрын
Be be be
@bpathok5886
@bpathok5886 Күн бұрын
15 Laks where
@putulgogoi3644
@putulgogoi3644 4 күн бұрын
Apuni kanduli mass
@jhonmonidas8796
@jhonmonidas8796 3 күн бұрын
Aituk news chanal dekhbo nlge ani bki thke
@dayalral1436
@dayalral1436 4 күн бұрын
Asol kotha koli beya pay
@daduamguri3054
@daduamguri3054 4 күн бұрын
Eitur kotha kune xune ooo
@netraranjanpandit5568
@netraranjanpandit5568 4 күн бұрын
Jorhator raij emanu luvia nahoi dei
@khagiramdoley2912
@khagiramdoley2912 4 күн бұрын
Hei manutur logot kiyo media kotha pate baru! besera kothai valke kobo nuare😅 😅
@montalukdar40
@montalukdar40 4 күн бұрын
Jorhat or nesinia shonmania samast atar manhu borok jadi tanakua katha Kai val nalaga...manhor ki asta thakibo....
@siddharthaphukan9925
@siddharthaphukan9925 4 күн бұрын
Baap jon Bhajan kot lom
@krishnabaruah3608
@krishnabaruah3608 4 күн бұрын
Go back bjp
@user-fu7ej9sh3n
@user-fu7ej9sh3n 4 күн бұрын
kurmi dangoriya will go Member of parliament if he becomes change from now and lock his mouth by lock n key , people of Assam dislike his talk @ un necessarily for his defendents , avoid his bed practice from now being an Honble. MLA 😢
@sourabhray3801
@sourabhray3801 4 күн бұрын
mamai koi thoisei pagolor lgt pgl hoi laf ni ..
@tarunsaikia5277
@tarunsaikia5277 3 күн бұрын
Rupjoti adha boliaa pagoltu kiyo vut diea
@sarifulhaque7443
@sarifulhaque7443 3 күн бұрын
ৰূপজ্যোতি এটা সৰু batsha হৈ তাৰ 3 yers man hoise sage xaikaron মুখত যি বাল আহে তাকে বকি দিয়ে বিজেপি অহবৰ যিমান kheni vote pabo loga asel xaikheni o নোহোৱা kori dile de bapere
@rajeshnayak8173
@rajeshnayak8173 4 күн бұрын
Mudi u.tu.ahomoit koisil donjoy 0.ac toka.homabo kot ki.hol ?? Ajio atoka napalu...
@rajivhazarika326
@rajivhazarika326 Күн бұрын
Mur agor 15lakh tu pan niki
@mukutsaikia6302
@mukutsaikia6302 4 күн бұрын
Bjp kma nai
@atultanti1597
@atultanti1597 4 күн бұрын
G G sir a eman horolotare hundorbhave johadharonok totha hikhiyok ba sarakrii karmosarir rinatmak dikhhomuh atorai positivebahvely kaamkoriboloi perona diye Axomot GG dore neta jonmo loboloi hajarta jonom lagibo ,
@chaorishi898
@chaorishi898 4 күн бұрын
Be be be be bubu baba bubu
@h.vaijan4446
@h.vaijan4446 4 күн бұрын
😂😂😂
@RohimAli-nv3zi
@RohimAli-nv3zi 4 күн бұрын
😅😅😅
@user-zq6qo2sf3c
@user-zq6qo2sf3c 4 күн бұрын
Atu ati nonsense aru last mental
@mukshedullah6863
@mukshedullah6863 4 күн бұрын
Moi bisaru Rupjyoti kurmi hodai BJP t thakok aru enekuwa pagolami Kori thakok,jate,Axom bakhiye bhaldore upolobdhi korok, Rupjyoti r sthan aru xonman kebol BJP dolot.washing machine 😂
@mintugogoi9944
@mintugogoi9944 3 күн бұрын
A2 karne bjp sbte harib
@DipenNath-z9l
@DipenNath-z9l 4 күн бұрын
,,,,,,,,,,,ছাগলে নেখাই কি
@tirthaboruah6127
@tirthaboruah6127 4 күн бұрын
Bhabuwa chagali tu hoi Mandir namat bali diyak. nutuba mukta mone ghagabanar charanat ari diyak.
@tridipneog3717
@tridipneog3717 3 күн бұрын
Besera beya a lage aanoloi buli thu pelaute nijor mukhote poril.😂
@romeshpatarromeshpatar3190
@romeshpatarromeshpatar3190 Күн бұрын
Rup jyuti kurmi sah jonjati juwok.teu jonna nojnakoi boki thake thik .kintu baki bureu pagol kikuror dore boki thake kiyo.
@durgeswarphukan8498
@durgeswarphukan8498 3 күн бұрын
ৰূপজুতি এটা পাগল
@NilutpolKhound
@NilutpolKhound 3 күн бұрын
ৰুপজ্যোতি কুৰ্মি এটা পাগল জহৰা।
@rupdutta3305
@rupdutta3305 4 күн бұрын
Eai repoter kitai eai faltu tu ki iman hudi thake?
@numal554
@numal554 4 күн бұрын
Rk polAp bokise
@mehbubkhan7684
@mehbubkhan7684 4 күн бұрын
Hikito manuhar hikito khata
@ratanbarman163
@ratanbarman163 4 күн бұрын
Blab,blab, bleb,bleb be,be,be,be
@user-ke1fl1zd1e
@user-ke1fl1zd1e 4 күн бұрын
Bjp jesto hokolok koisu bese pagul sagok nolobo
atanu bhuyan"s  video
5:37
atanubhuyan"s news video
Рет қаралды 44 М.
1❤️
00:17
Nonomen ノノメン
Рет қаралды 10 МЛН
LOVE LETTER - POPPY PLAYTIME CHAPTER 3 | GH'S ANIMATION
00:15
🌊Насколько Глубокий Океан ? #shorts
00:42
Raghav Chadha Attacks BJP Over NEET Paper Leak Row | Rajya Sabha
5:56
The Indian Express
Рет қаралды 90 М.
1❤️
00:17
Nonomen ノノメン
Рет қаралды 10 МЛН