Рет қаралды 4,667
বিলাহীৰ নামত আপুনি বৰবিহ খোৱা নাইতো। কেঁচা বিলাহী পকোৱাৰ ভয়ংকৰ দৃশ্য়। ঘণ্টাৰ ভিতৰতে বিষাক্ত ৰাসায়নিক দ্ৰৱ্য় প্ৰয়োগৰ ফলত ৰঙা তুলতুলীয়া হৈছে সেউজীয়া বিলাহী। মাৰাত্মক বেমাৰৰ বাহক এনথ্ৰল নামৰ ৰাসায়নিক দ্ৰৱ্য় প্ৰয়োগৰ ফলত এৰাতিতে পৈণত হয় শাক-পাচলি। বিষাক্ত দ্ৰৱ্য়ই নিশাৰ ভিতৰতে ওজন বঢাই হাঁহ-কুকুৰাৰো।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/