RABHA TRADITIONAL FASHION SHOW 2019 || At Maladhara Bihu

  Рет қаралды 40,797

The All Assam Tube

The All Assam Tube

5 жыл бұрын

গোৱালপাৰাৰ মালাধৰাত ব'হাগী উত্সৱ উদযাপন
গোৱালপাৰাৰ পৰা Kuldeep Rabha :
গোৱালপাৰা জিলাৰ মালাধৰাত মালাধৰা বাৰেবৰণীয়া সাংস্ক্ তিক সংঘৰ উদ্যোগত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪৪ সংখ্যক ব'হাগী উৎসৱ উদযাপন কৰা হয় ।ব'হাগী উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ লগতে অতি আকৰ্ষণীয় " ৰাভা দৰায়চিনি " প্ৰতিযোগিতায়ো অনুষ্ঠিত হয়। বৃহস্পতিবাৰে নিশা অনুষ্ঠিত " ৰাভা দৰায়চিনি " প্ৰতিযোগিতাৰ মুল ৰাউণ্ডৰ চূঢ়ান্ত প্ৰতিযোগিতাত তামুলপুৰৰ জ্যোতিস্মা ৰাভাই ২০১৯ বৰ্ষৰ " ৰাভা দৰায়চিনি "ৰ চূঢ়ান্ত বিজয়ীৰ খিতাপ লাভ কৰাৰ বিপৰীতে বামুনডাংঘাৰ বন্দিতা ৰাভাই প্ৰথম ৰানাৰ্চ আপ আৰু মেঘালয়ৰ ৰিচু বেলপাৰাৰ পবিতা ফেনাং ৰাভাই দ্বিতীয় ৰাণাৰ্চ আপৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । ইপিনে প্ৰবল বৰষুণকো নেওঁচি হেজাৰ হেজাৰ দৰ্শকে যোৱা নিশা অনুষ্ঠিত জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সাংস্ক্ তিক অনুষ্ঠান উপভোগ কৰা পৰিলক্ষিত হয় ।

Пікірлер: 46
@phulsonjurbaray1683
@phulsonjurbaray1683 2 жыл бұрын
Thank you
@uttamrabha1475
@uttamrabha1475 3 жыл бұрын
Rabha feshion show Aru aagowaie renga Lagiya nemrasong
@debojitrabha7843
@debojitrabha7843 2 жыл бұрын
Super 👌❤️
@joyontorabha8224
@joyontorabha8224 2 жыл бұрын
Nice beautiful ❤️🥰
@rabikpamofficial4193
@rabikpamofficial4193 4 жыл бұрын
All rabha pple saport khar jate chingi khurang agoi renga janga💐❤
@bhanitajuro3404
@bhanitajuro3404 4 жыл бұрын
buht val lagil
@BanjanRabha
@BanjanRabha 5 жыл бұрын
hi friend good video👍👍👌🌷🌺🌻🌹💖💖💖💖
@baponrabha1082
@baponrabha1082 5 жыл бұрын
bohut dhuniya lagise dei
@Prashantarabha691
@Prashantarabha691 5 жыл бұрын
Supop Vhai ....complete Video diyar vave Nimin nimin Nemata de.....👌👌👌👌
@kukhalrava8702
@kukhalrava8702 4 жыл бұрын
Jyotishmar Karone bhal lagise
@mosteprb816
@mosteprb816 4 жыл бұрын
নেমা
@algatila6600
@algatila6600 5 жыл бұрын
Mojjaaa bro 😎
@user-qw1mu5ry2z
@user-qw1mu5ry2z 3 жыл бұрын
Bro background song tur nam jnbo sun
@bidyutra
@bidyutra 5 жыл бұрын
nice video boro
@rajeshrabha8144
@rajeshrabha8144 5 жыл бұрын
complete video chi nemtajo, nemanta
@sonanikhurang7704
@sonanikhurang7704 5 жыл бұрын
Moja Changata
@VillageBoyg
@VillageBoyg 5 жыл бұрын
Nemrasong
@zzzz2772
@zzzz2772 5 жыл бұрын
Mojahh 💖💕
@uditrabha4936
@uditrabha4936 5 жыл бұрын
Moja
@mrinmoyrva5210
@mrinmoyrva5210 5 жыл бұрын
Mja
Vivaan  Tanya once again pranked Papa 🤣😇🤣
00:10
seema lamba
Рет қаралды 34 МЛН
Became invisible for one day!  #funny #wednesday #memes
00:25
Watch Me
Рет қаралды 55 МЛН
Farkanti Dance|| dudhnoi Ansulik....
3:35
ABOUT BODOS
Рет қаралды 122
Bisuwa | Slibhia Shilpa Rabha| Arindam Rabha  | Sukanya Rabha
4:37
Barai Cine Productions
Рет қаралды 367 М.
PRIME MINISTER NARENDRA MODI GI WAPHAM MP DR. BIMOL NA REACT TOUBA
26:45