Abhi Saikia x Arindam Gohain - Aaxha | Featuring Rakesh Para-Cyclist

  Рет қаралды 2,040,996

Rainforest Records

Rainforest Records

Күн бұрын

Пікірлер: 2 900
@RainforestRecords
@RainforestRecords 3 жыл бұрын
Hi everyone. Thank you for all the love you have shown towards the song and the video! We would like to let you know that the dog featured in the video, Chiku, has been under the proper care of conservationist Manoj Gogoi, from Kaziranga, ever since he was rescued by Mr Gogoi some months back, before even shooting the video. Some of you have been asking us why we haven't gotten him a pair of prosthetic limbs yet. That is because the terrain he lives in will make it impossible for him to move around with prosthetics. Rest assured, we are exploring all probably treatments for him. But do know that Chiku is a very cheerful dog, and is very happy under the care of Mr Manoj Gogoi, whom a lot of you might know from the documentary The Man Who 'Speaks' Nature. You can read more about who he is, here: en.wikipedia.org/wiki/Manoj_Gogoi Thanks to all for your genuine concern! ❤️
@Sudarshan-fusu
@Sudarshan-fusu 3 жыл бұрын
❤️❤️❤️❤️
@pranjalbora1412
@pranjalbora1412 3 жыл бұрын
Video tutu dekhai dile val asil tak thik kora khini . Mozzah asil tatia
@nijubhuyan6239
@nijubhuyan6239 3 жыл бұрын
👍👍
@mintysaikia2
@mintysaikia2 3 жыл бұрын
🙏
@Arnabkb
@Arnabkb 3 жыл бұрын
নালাগে নাহিবি সোঁৱৰণী মোৰ- বাৰে বাৰে শুনি থাকিও আমনি লগা নাই গানটো। অতি সুন্দৰ মতিভেচনাল গীতৰ কথা আৰু সুৰ সুমধুৰ; সময় উপযোগী শিল্প। যুঁজি যুঁজি ভাগৰি পৰা সমাজক আৰু বহু দূৰ যুঁজিবলৈ প্ৰেৰণা দিব পৰা চিত্ৰনাট্যৰে সজাই আটোম-টোকাৰিকৈ দৰ্শকক উপহাৰ দিছে ৰেইনফৰেষ্ট ৰেকৰ্ডএ, ধন্যবাদ। প্ৰেম, পিৰিতি আৰু নাৰীৰ সৌন্দৰ্য বৰ্ণনাৰ গান বহুত হল, আমুৱাইছে। জুবিনদাৰ " আন্ধাৰ হব নোৱাৰো", "মন যায়" আদি গানবোৰৰ কথা যিদৰে জীৱনৰ যিকোনো ঘাট প্ৰতিঘাটৰ লগত ৰিজাব পাৰি ঠিক তেনেদৰে এই গীতিতিৰ কথাই জীৱনৰ জটিলতাট থমকি ৰৱ খোজা নৌকা খনক সুদুৰলৈ আগুৱাই নিবলৈ ন-উদ্দম আৰু প্ৰেৰণা যোগাব।
@anupamgogoi5852
@anupamgogoi5852 3 жыл бұрын
পেনপেনিয়া প্ৰেম ভালপোৱা বিষয় বস্তুৰ বাহিৰেও যে মানুহক মটিভেট কৰিৱ পৰা বাস্তৱিকতাৰ ওপৰত গান বনাৱ পাৰি আৰু তেনে গানে যে মানুহক বেছি উৎসাহিত কৰিৱ পাৰে তাৰ প্ৰমাণ এই গান টোৱেই।বহুত ভাল লাগিল।Never give up.
@deuka9545
@deuka9545 2 жыл бұрын
Aitu mitha mitha gaan nohoi aitu pure jibonok aguwai nibole har namanibole ussa aru hahokh diya eti maat ❤
@s.b175
@s.b175 2 жыл бұрын
🙏🙏🙏
@debateandquez6990
@debateandquez6990 6 күн бұрын
তাকেই অবাস্তৱ, অধিকাৰ নিচিনা উভতি আহিব নালাগে এদিতকৈ এইবোৰ গানে প্ৰজন্মটোক আগুৱাই নিয়াত সহায় কৰিব
@ArindamGohainYouTube
@ArindamGohainYouTube 3 жыл бұрын
Thanks for the overwhelming response guys!!! God bless you all! Biggest moment of my life!
@dhrtx
@dhrtx 3 жыл бұрын
♥️
@vagrantwatcher568
@vagrantwatcher568 3 жыл бұрын
You have a great voice. Keep it up ❤️
@bhabeshkahar3140
@bhabeshkahar3140 3 жыл бұрын
Awesome concept👌💕
@JohnDoe-pt6xn
@JohnDoe-pt6xn 3 жыл бұрын
Worth the wait, hridoy sui goise. ❤️❤️
@bhabeshkahar3140
@bhabeshkahar3140 3 жыл бұрын
Its really inspire us💝
@Harpalsaikia15
@Harpalsaikia15 3 жыл бұрын
Oh back with a bang. Goosebumps
@bhargabbaruah6825
@bhargabbaruah6825 3 жыл бұрын
TRUE SIR.......I HAD HIGH ON SHOOTING OF GOOSEBUMPS
@akbora1781
@akbora1781 3 жыл бұрын
Big fan Axom r BB ❤️
@thestoryteller4893
@thestoryteller4893 3 жыл бұрын
Be honest broda
@bito69gemar31
@bito69gemar31 3 жыл бұрын
Oh bohut vl lagile aponar comment dakhi
@angshumanpachani3305
@angshumanpachani3305 3 жыл бұрын
Savage army here
@manashpratimkakati6640
@manashpratimkakati6640 3 жыл бұрын
Revolution in Assamese music ❤️ জয় আই অসম ❤️✊
@subhankurbharadwaj1963
@subhankurbharadwaj1963 3 жыл бұрын
ভগৱানে কাকো perfect Life দি পঠোৱা নাই । ইয়াত নিজেই নিজৰ ওপৰত ভৰসা কৰি আগুৱাই যাবলৈ দিছে । তাৰেই এটা সুন্দৰ উদাহৰণ হৈছে এইটো Masterpiece❤️❤️। সেয়ে তুমি তোমাৰ নিজৰ কাম কৰি যোৱা, এদিন তুমি সফলতা কঢ়িয়াই আনিবা । Thank you abhi da ru arindam da ❤️তুমি এইটো গানৰ জৰিয়তে মোৰ জীৱনৰ ফালে থকা দৃষ্টি ভংগী সলাই দিলা।❤️
@payalsaikia6027
@payalsaikia6027 3 жыл бұрын
Thanks o
@payalsaikia6027
@payalsaikia6027 3 жыл бұрын
+I
@rajkamalsaikia6184
@rajkamalsaikia6184 3 жыл бұрын
আমাৰ দৰে দিব্যাংগ সকলৰ হাজাৰটা জীয়া কাহিনীৰ অনন্য ৰূপ হৈছে এই গীত "আশা" 🙏🙏
@bitopankalita1386
@bitopankalita1386 3 жыл бұрын
may god bless you brother
@rajkamalsaikia6184
@rajkamalsaikia6184 3 жыл бұрын
@@bitopankalita1386 thank you brother 😊
@ecea044gauravgogoi2
@ecea044gauravgogoi2 3 жыл бұрын
God bless you bro
@rajkamalsaikia6184
@rajkamalsaikia6184 3 жыл бұрын
@@ecea044gauravgogoi2 thank you bro 😊
@rajkamalsaikia6184
@rajkamalsaikia6184 3 жыл бұрын
@@koustovhandique7983 দিব্য অংগৰ অধিকাৰী তেওঁৱেই হৈছে দিব্যাংগ... এক সুন্দৰ শব্দৰ সমাহাৰ হৈছে দিব্যাংগ... হাৰ মনা নমনাৰ ওপৰত ভিত্তি নাই দাদা 🙏
@monjitborah2869
@monjitborah2869 3 жыл бұрын
শাৰিৰীক প্ৰতিবন্ধকতা মানুহৰ জীৱনত কেতিয়াও হেঙাৰ হৈ থিয় দিব পৰা নাই আৰু নোৱাৰে। তাৰ এটি উৎকৃষ্ট উদাহৰণ গীতটিত দাঙি ধৰিছে। গানটোৰ লগত জড়িত সকলো কলাকুশলীলৈ অভিনন্দন জনাইছোঁ।
@EduCareGK
@EduCareGK 3 жыл бұрын
আশা - বৰ সুন্দৰ হৈছে গীতটি 💚 অভি শইকীয়া - অৰিন্দম গোঁহাইলৈ ধন্যবাদ আৰু অভিনন্দন 💐 ৰাকেশ বণিক আমাৰ গৌৰৱ 🌻
@BSDas-lm7nw
@BSDas-lm7nw 3 жыл бұрын
Sir apuni o gan xune nki
@rajibkalita4097
@rajibkalita4097 3 жыл бұрын
'জীৱনে কি দিলে আৰু কি নিদিলে......." ব্যস্ত পৃথিৱীৰ হতাশাত ভুগি ভাগি পৰাবোৰৰ বাবে এই গানটি 'সঞ্জীৱনী' স্বৰূপ। সুন্দৰ সৃষ্টি । অপূৰ্ব উপস্থাপন । 👌👍💐
@deepbora682
@deepbora682 3 жыл бұрын
Literally, প্ৰতিটো শব্দই শিহঁৰন দিছে অসমীয়া সংগীত জগতৰ আকৌ সোণালী যুগৰ আৰম্ভ এয়া
@vagrantwatcher568
@vagrantwatcher568 3 жыл бұрын
I'm so glad that they chose a different story. It's not like the monotonous Assamese romantic music videos where a couple talks and walks in slow-motion. And the vocals and music are also great. Great work... Best wishes.
@monjilsarma7654
@monjilsarma7654 3 жыл бұрын
Exactly, very creative thought
@subhadarsanjr
@subhadarsanjr 3 жыл бұрын
That's what makes Rainforest Records different from everyone. Pure masterclass
@bonyap3268
@bonyap3268 3 жыл бұрын
Exactly 👍🏽
@HAJONGGUY
@HAJONGGUY 3 жыл бұрын
True . Irritate lage ketiyaba tenekua video bur sai.
@theblissedcorner1728
@theblissedcorner1728 3 жыл бұрын
The line ' জীৱনে কি দিলে আৰু কি‌ নিদিলে নাথাকো অতিত সাৱতি' jst touches my heart and inspired me a lot❤️
@jitusensua2062
@jitusensua2062 3 жыл бұрын
হৃদ়স্পৰ্শী 🥰🥰 সঁচাকৈ যান্তিকতা মাজত লুকাই যোৱা মানুহ বোৰে তোমালোকৰ কথা আৰু সুৰ বিলাকত নিজকে বিচাৰি পাই।। জীৱনে কি দিলে আৰু কি নিদিলে ঠিক কব নোৱাৰিম কিন্তু তোমালোকৰ গানবোৰত নতুন পৃথিৱী এখন বিচাৰি পাওঁ।।,❣️❣️ সঁচাকৈ কেনেকৈ ভাবিব পৰা এইলবিলক lyrics ❣️❣️❣️❣️❣️
@moonmusic6784
@moonmusic6784 3 жыл бұрын
এখেত আমাৰ কাৰ্যালয়ত আহিছিল, সজাগতা সভাত আহিছিল , inspiring story.
@ArifAhmed-bl8bj
@ArifAhmed-bl8bj 3 жыл бұрын
Who needs Bollywood when we have a great Assamese EDM industry and abhi da sound of uniqueness 💯❤❤
@Arnab_Xaikia
@Arnab_Xaikia 3 жыл бұрын
Damn true...
@kankannath8792
@kankannath8792 3 жыл бұрын
Bollywood khuneyu neki kunubai 🥱
@swagotbharadwaz1645
@swagotbharadwaz1645 3 жыл бұрын
Aji axomiya manuhe southor manuhor nisinake support kora hole...axomiya indrustry bhut agborha hol heten
@pankajvagin14
@pankajvagin14 3 жыл бұрын
নালাগে নাহিবি সোঁৱৰণী মোৰ, নুফুৰো আৰু বিচাৰি, জীৱনে কি দিলে আৰু কি নিদিলে, নাথাকো অতীত সাৱটি। যাম আজি আগুৱাই, পোহৰ ধিয়াই জীৱনৰ পলে পলে সপোন জীয়াই ❤️❤️
@manaswidutta7672
@manaswidutta7672 3 жыл бұрын
The absolute fact that this is solely an Assamese song and portraying an Assamese story connects with us at so many levels. The story of his struggle and glory is something that would keep us all going through these tough times. Abhi Saikia , Arindam Gohain - what a masterpiece. Videography and storyline what a wonder. Those who have disliked this video must have a very dry soul.
@BkThengalKachari03
@BkThengalKachari03 3 жыл бұрын
Why we love Abhi Saikia ?? This is the reason. He is unique . Love you Abhi Da and whole team . 🙂
@Arnabkb
@Arnabkb 3 жыл бұрын
নালাগে নাহিবি সোঁৱৰণী মোৰ- বাৰে বাৰে শুনি থাকিও আমনি লগা নাই গানটো। অতি সুন্দৰ মতিভেচনাল গীতৰ কথা আৰু সুৰ সুমধুৰ; সময় উপযোগী শিল্প। যুঁজি যুঁজি ভাগৰি পৰা সমাজক আৰু বহু দূৰ যুঁজিবলৈ প্ৰেৰণা দিব পৰা চিত্ৰনাট্যৰে সজাই আটোম-টোকাৰিকৈ দৰ্শকক উপহাৰ দিছে ৰেইনফৰেষ্ট ৰেকৰ্ডএ, ধন্যবাদ। প্ৰেম, পিৰিতি আৰু নাৰীৰ সৌন্দৰ্য বৰ্ণনাৰ গান বহুত হল, আমুৱাইছে। জুবিনদাৰ " আন্ধাৰ হব নোৱাৰো", "মন যায়" আদি গানবোৰৰ কথা যিদৰে জীৱনৰ যিকোনো ঘাট প্ৰতিঘাটৰ লগত ৰিজাব পাৰি ঠিক তেনেদৰে এই গীতিতিৰ কথাই জীৱনৰ জটিলতাট থমকি ৰৱ খোজা নৌকা খনক সুদুৰলৈ আগুৱাই নিবলৈ ন-উদ্দম আৰু প্ৰেৰণা যোগাব।
@legendbora265
@legendbora265 3 жыл бұрын
Now i can say Assamese music industry is in great hand.... Nowdays songs of Sanindhya, Shankuraj, Abhi sahi kia, karan das and many singers are awsm........ I am so proud to be a part of this culture
@sharmisthasaikia8363
@sharmisthasaikia8363 3 жыл бұрын
You should have seen me cry during premiere. Thank you Arindam Gohain, Abhi Saikia, Mr. Rakesh. Thank you for helping me to at least know that I can seen the light ahead. Much morom you guys. Thank you.
@bonyap3268
@bonyap3268 3 жыл бұрын
হৃদয় চুই গ'ল ভিডিঅ'টোৱে। বিশেষকৈ কুকুৰটোৰ লগৰ দৃশ্যখিনিয়ে মনটো গধূৰ কৰি তুলিলে। সঁচাকৈয়ে বৰ ভাল লগা হৈছে গীতটোৰ সৈতে কাহিনীটোৰ উপস্থাপন। ❤️👌🏽
@NabajitStudio
@NabajitStudio 3 жыл бұрын
হৃদয় চুই গ'ল 🌺 নালাগে নাহিবি সোঁৱৰণী মোৰ নুফুৰো আৰু বিচাৰি জীৱনে কি দিলে, আৰু কি নিদিলে নাথাকো অতিত সাৱটি যাম আজি আগুৱাই, পোহৰ ধিয়াই জীৱনৰ পলে পলে সপোন জীয়াই ❣️❣️
@vikashneog8906
@vikashneog8906 3 жыл бұрын
❤️👍
@santoshrai7124
@santoshrai7124 3 жыл бұрын
সঁচাকৈ বহু আবেগিক হৈ পৰিছো। আতাইতকৈ প্রিয় হৈ পৰিল গীতটি, ধন্যবাদ থাকিল আপোনালোকক
@ndutta7574
@ndutta7574 3 жыл бұрын
বহুত সুন্দৰ। হতাশাৰ পৰা পৰিত্ৰাণ পোৱা এটি গীত
@artbyvinod
@artbyvinod 3 жыл бұрын
Exactly... This one is a full inspirational and motivational song. I want more like this. .. ... ❤
@subarnabarman7430
@subarnabarman7430 3 жыл бұрын
ইমান দিনে কত লুকাই থৈছিল দাদা এনে গীতবোৰ ❤️❤️ শুনিলেই শুনি থাকিব মন যোৱা এটি গীত 💘💓 🔥🔥🔥🔥
@jupitara8969
@jupitara8969 3 жыл бұрын
নালাগে নাহিবি সোঁৱৰণী মোৰ নুফুৰো আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱটি যাম আজি আগুৱাই, পোহৰ ধিয়াই জীৱনৰ পলে পলে সপোন জীয়াই Aaah these lines 😇
@PallaviBorahVlogs
@PallaviBorahVlogs 3 жыл бұрын
hosaikoi bhal ei line hunie goosebump hoise bare bare
@ognoob9819
@ognoob9819 3 жыл бұрын
Samudra saikia is watching you
@Kaustav0208
@Kaustav0208 3 жыл бұрын
True !!!
@hunkonkonwar1360
@hunkonkonwar1360 3 жыл бұрын
জীৱনৰ সংগ্ৰামবোৰ এনেকুৱাধৰণে এটা অসমীয়া গীতৰ মাজেৰে ইমান সুন্দৰকৈ প্ৰকাশ হব পাৰে ভাবিবই পৰা নাছিলোঁ। এই বিপৰ্যয়ৰ সময়ত এইটো গীত সচাঁকৈয়ে বহুতৰ বাবে আশা হব। thanks to the team ❤❤
@parthibkashyapsarma2245
@parthibkashyapsarma2245 3 жыл бұрын
Bro u r here❤
@hunkonkonwar1360
@hunkonkonwar1360 3 жыл бұрын
@@parthibkashyapsarma2245 hey bro... whts up
@kaifrind76
@kaifrind76 3 жыл бұрын
Love from Pakistan. Can't understand the language but understood the message 😊🤗 Edit: I can relate to this song because I am also blessed with speech disorder. But I am doing various speeches after seeking motivation from this. Thanks
@kaishyapkarmakar8837
@kaishyapkarmakar8837 3 жыл бұрын
Welcome bro.... 👍
@kaifrind76
@kaifrind76 3 жыл бұрын
@@kaishyapkarmakar8837 Thank you so much brother.
@bireswarkeot8149
@bireswarkeot8149 3 жыл бұрын
Welcome bro
@nathdeepjyotiaxom1715
@nathdeepjyotiaxom1715 3 жыл бұрын
Namaste bro🙏
@kaifrind76
@kaifrind76 3 жыл бұрын
@@nathdeepjyotiaxom1715 Namaste 🙏🙏
@debajitborah900
@debajitborah900 3 жыл бұрын
Koboloi kunu bakha nai...bohut kolew eku kuwa Jen nalagibo...eman eta dhunia gan tate eman dhunia inspiration ase...ki kom.awsm abhi Saikia..
@071_dhirajprannath6
@071_dhirajprannath6 3 жыл бұрын
অসমীয়া সংগীত জগত খন আকৌ পোহৰলৈ উভতি আহিব ধৰিছে । অভিদা আৰু অৰিন্দমদালৈ বহুত মৰম❤️
@akhyaijyotimahanta3950
@akhyaijyotimahanta3950 3 жыл бұрын
অপূৰ্ব ! অসমত এনে কাম হোৱা দেখিলে মনত এক প্ৰশান্তি আৰু গৌৰৱ অনুভৱ কৰোঁ । সুন্দৰ কাহিনী উপস্থাপনেৰে এক সুন্দৰ গীত । 🙂
@IpsitaBharali
@IpsitaBharali 3 жыл бұрын
Super proud to see this song unfold, from the time it was composed, upto now in it's full glory. Keep it up my boys! ❤🌌🔥
@abhisheksaikia5366
@abhisheksaikia5366 3 жыл бұрын
Apunar voice u bohut val❤️❤️🙋🏽‍♂️🙋🏽‍♂️
@sankarkishorburagohain5511
@sankarkishorburagohain5511 3 жыл бұрын
Ow rangdhali baidew😁
@BeeUu_7
@BeeUu_7 2 жыл бұрын
প্ৰেম,ভালপোৱা বোৰৰ বাহিৰেও মানুহৰ বহুত ঘাট-প্ৰতিঘাট, সংগ্ৰাম থাকে জীৱনত। মই মোৰ নিজৰ জীৱনৰ লগত relate কৰিব পৰা এটা গান, গানটি মোৰ খুব প্ৰীয়। ধন্যবাদ এনেকুৱা এটা গান উপহাৰ দিয়াৰ বাবে।
@bhaskaraxom2305
@bhaskaraxom2305 3 жыл бұрын
আশা - আমাৰ জীৱনটো সচাঁকৈ আশাৰে ভৰা ।সুন্দৰ গীত এটি আমি উপহাৰ পাইছো ।
@bhaskarpegu9782
@bhaskarpegu9782 3 жыл бұрын
literally you made me cry..You made me realize how privilege we are , still most of us keep complaining about our lives. Thank you so much for the inspiration.
@_The_Lemon_Man
@_The_Lemon_Man 3 жыл бұрын
One doesn't need any super-power to become strong, it's the WILL that gives you strength.... Beautifully shown in this music video featuring one of the pride of Assam Rakesh da. Even the dog is not giving up and we are still humans. Wonder what we can achieve.
@bozropatmusic7968
@bozropatmusic7968 3 жыл бұрын
Speechless ♥️ Something fresh , something unique.....
@scarygaming4967
@scarygaming4967 3 жыл бұрын
All credit goes to this song and video. কোটিৰ ঘৰত গান আহক আৰু যাওক। কিন্তু মোৰ বাবে এই গীতটিয়ে শ্ৰেষ্ঠতম হৈ ৰব। ধন্যবাদ এনে এটি সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে।
@SuryaPrakashMedhi
@SuryaPrakashMedhi 3 жыл бұрын
The more you listen to this, the more addictive it gets. Kudos Abhi da and Arindam!
@arpidas4028
@arpidas4028 3 жыл бұрын
কি সুন্দৰ গীত, বহুত দিনৰ পিছত অভি দাৰ পৰা এটা বহুত ভাল লগা গান পালোঁ । বহুত inspiring হয়৷ লিৰিক্সটোৰ প্ৰতিটো শব্দই, প্ৰতি শাৰী বাক্যই মনত সাঁচ বহুৱাই গ'ল। লগতে মিউজিক, ভিডিঅ' বহুত সুন্দৰ । প্ৰতিজন লৈ অভিনন্দন ।
@akashpadun2218
@akashpadun2218 2 жыл бұрын
W
@priyamkashyap4393
@priyamkashyap4393 3 жыл бұрын
The scene when the dog and the guy walked together with synchronized steps, It was the best.
@preranapatowary1435
@preranapatowary1435 3 жыл бұрын
True!
@chandanbori3696
@chandanbori3696 3 жыл бұрын
Exactly
@AkhtarRohman
@AkhtarRohman 3 жыл бұрын
👍
@uddipbora9596
@uddipbora9596 3 жыл бұрын
আপোনালোকৰ কাম বোৰ সদায় অনন্য!এনে অনুপ্ৰেৰণা,এনে লিখনি,এনে সংগীত আজিলৈকে পোৱা নাছিলো।আজি সেই অভাৱ পূৰ হল।আপোনালোক আগুৱাই যাওক তাৰে কামনা।
@janashritakashyap8341
@janashritakashyap8341 3 жыл бұрын
এই যে বুকুৰ বিষবোৰ, কও বুলি কোৱা নাযায়, পাহৰো বুলি পাহৰা নাযায়, সেই বিষবোৰৰ মলম এই গীতবোৰ। Thank you for such a beautiful song. Keep shining ❤️
@krishnandukalita3979
@krishnandukalita3979 3 жыл бұрын
যিমান শুনিলেও হেপাহ নপলাই।।ধন্যবাদ আমাক এনেকুৱা এটি গান দিয়া বাবে।।
@nayanbaruah1445
@nayanbaruah1445 3 жыл бұрын
হেঁপাহ পলুৱা নাই হে কিমান বাৰ যে শুনিলোঁ।।hats off whole team
@dex92gaming66
@dex92gaming66 3 жыл бұрын
Kela ki mojah gaan be, pagol kori disa ake bare, videography and story aah mojaah 😍😍😍😍😍😍 love you guys 🙏
@tahajhussain7485
@tahajhussain7485 3 жыл бұрын
The people who disliked the video are none but the ones who can't see someone's achievements and great music !
@chinmoysonowal52
@chinmoysonowal52 3 жыл бұрын
They are slums ☺
@MR_Viral_
@MR_Viral_ 3 жыл бұрын
They are fans of vreguu, kusum..
@abhinabburagohain9150
@abhinabburagohain9150 3 жыл бұрын
Thay are Devils
@santanugeology1605
@santanugeology1605 3 жыл бұрын
One of the best motivational videos I have seen so far, even our life is filled with struggle but we should move forward, thank you guys for this beautiful song. If you guys perform this song in a concert, I will be the first to occupy the front chair. Keep making such songs please, please revive Assamese Music Industry
@harshajyotiray476
@harshajyotiray476 3 жыл бұрын
জীৱনৰ নতুন দিগন্ত পৰা এটি গীত...বাৰ বাৰ শুনিও শুনি থাকিব মন যায়...
@roshankove2258
@roshankove2258 3 жыл бұрын
I don't understand Assamese but I can feel the song, the story everything.. Beautiful ❤️
@ivolver90
@ivolver90 3 жыл бұрын
kove
@lakhyajitboruah4205
@lakhyajitboruah4205 3 жыл бұрын
Video টো full HD quality ত ডাউনলোড কৰি লৈছোঁ,যেতিয়াই নিজকে পৃথিৱীৰ আৱৰ্জনা যেন লাগে তেতিয়াই এবাৰ চাই দিম,
@porishmitaburagohain5511
@porishmitaburagohain5511 3 жыл бұрын
Such an inspiring song..
@TheWayOfLifeE
@TheWayOfLifeE 3 жыл бұрын
Ekdom ❤️
@JunakorBorokhun
@JunakorBorokhun 3 жыл бұрын
Jui oo🔥
@mridu5277
@mridu5277 3 жыл бұрын
❤️
@amlansonny1563
@amlansonny1563 3 жыл бұрын
Lyrics + Vocal + Music + Video Concept = Blast 😭
@rjb204
@rjb204 3 жыл бұрын
Maa kosom eman dhunia dhunia Axomiya gaan ulua hol akou. Bohut bhal lage. Thank you for this masterpiece.
@wineelikambi824
@wineelikambi824 3 жыл бұрын
"Nathaku otit haboti!" is all we need to understand sometimes. Thank you for this song team. ✨
@gourangakonwar2836
@gourangakonwar2836 3 жыл бұрын
সংগ্ৰামৰ পৰিভাষা অতি সুন্দৰভাৱে উপস্থাপন কৰিছে ❤️❤️ গীতটিৰ পৰা বহু উৎসাহ পাইছো 🥺❤️❤️❤️
@AnkurKashyapOfficial
@AnkurKashyapOfficial 3 жыл бұрын
Ekdom xosa kotha😊
@rishabarman7089
@rishabarman7089 3 жыл бұрын
What a concept ❤️❤️❤️ ...... সঁচাকৈ ভাবি এ ভাল লাগে আমাৰ অসমীয়া সংগীত জগত খন সু চিন্তাধাৰা আৰু উন্নতি ৰ শিখৰ ত উপনীত হব ধৰিছে। বহুত বহুত অভিনন্দন আপোনালোকক❤️
@teenskitchen8453
@teenskitchen8453 3 жыл бұрын
Moi nijor sokupani dhori rakhibo pora nai. Such a great great great👍👍👍 job. Hats off to the entire team
@BõrñalíBorah1111
@BõrñalíBorah1111 3 жыл бұрын
protibar e mon sui juakoi eti geet aguai ona babe bht bht dhoinyobad .aguai jua. n the video is very touching . mon sui gol skulu boi ahe .hosai onubhob hol j amar sob thki i ami nkoru thomoki poru har mni diu kintu kitiao nirakh hbo nlge. hundor sesta notun projonmor babe eti hundor ortho aguai disa. god bless you💗💗
@nitulpatgiri8512
@nitulpatgiri8512 3 жыл бұрын
ভাষাহীন হৈছো....আজিৰ পৰা কেতিয়াবা জীৱন যুঁজত হাৰিব খুজিলেই এই গানটো চাম।
@mriduking
@mriduking 3 жыл бұрын
৫ মিনিট কেনেকৈ গল গমেই নেপালো। সংগীত তথা উপস্থাপন সুন্দৰ হৈছে। আগলৈও এনে অনুপ্ৰেৰণা যোগোৱা উপহাৰ পাই থকাৰ আশাৰে শুভেচ্ছা জ্ঞাপন কৰিলো ❤
@dailycarzycarvideos
@dailycarzycarvideos 3 жыл бұрын
ekdom thik kola...xixoron ani dile...
@nayanjyotinath4511
@nayanjyotinath4511 3 жыл бұрын
Assamese music is in safe hands. Kudos to Abhi Saikia and the team. I really look forward to some thoughtful songs in the future. Good luck with your future endeavors
@Gunjan_Bordoloi12345
@Gunjan_Bordoloi12345 2 жыл бұрын
চকুমুদি গান টো শুনিলে অতীতে বোৰে বৰকৈ আমনি কৰে❣️ Song+headphone+close eyes = nostalogic😘 I like this song💞💞💞
@nandinidas6833
@nandinidas6833 Ай бұрын
I was going through the trauma of my someone that I lost forever than my mumma told about you today j. Ei lorajon podcast ot aahisile taar kahini tu saa aru aagbaahi jaa thank you for such inspiration though everyone has different stories but we should never dwell in the past ❤ it made me cry aru ajileke eitu gaan eman hunisu but first time moi video tu sabole aji bhaigyo hol.
@panacea3567
@panacea3567 3 жыл бұрын
নালাগে নাহিবি সোঁৱৰণি মোৰ, নুফুৰো আৰু বিচাৰি জীৱনে কি দিলে আৰু কি নিদিলে, নাথাকো অতীত সাৱটি যাম আজি আগুৱাই, পোহৰ ধিয়াই জীৱনৰ পলে পলে সপোন জীয়াই 😍
@Debkon25
@Debkon25 3 жыл бұрын
Arindam... so so proud of this one bro ❤️ Cinematography and the story altogether is a mesmerizing blend with your voice and Abhi's music in the backdrop
@trisharay6194
@trisharay6194 3 жыл бұрын
Can't even explain how much I love this son😩😭😭....love from North Bengal ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
@zenithbg
@zenithbg 3 жыл бұрын
People say Music is a language that transcends all the boundaries, but this time this video will do the same..that's my "AAXHA" & bahut bahut Suvesha...
@chillnix
@chillnix 3 жыл бұрын
*Loved the storytelling and great music Abhi da*
@diptanshugogoi
@diptanshugogoi 3 жыл бұрын
Cannot write in words how beautiful this is! Abhi da, Raktim, Himbarsha, Upamanyoo da, well done! Added to favourites ✨
@pricetrader621
@pricetrader621 3 жыл бұрын
I wanna thank god for his blessing and thank you guys to making me realise the value of life through this song .
@biswajitgogoi7445
@biswajitgogoi7445 3 жыл бұрын
First ever assamese song that make me feel I can do it really goosebumps...vocalist is on next level...music rainforest my grand salute....
@dhrupaddeka4239
@dhrupaddeka4239 3 жыл бұрын
আশা 💚 নতুন আশাৰে জীৱনক নকৈ চোৱাৰ হেঁপাহ 😇 হৃদয়স্পৰ্শী গীত 🙏🏻
@Boxonto
@Boxonto 3 жыл бұрын
Abhi Saikia back with another masterpiece ❤ Music ❤ Lyrics ❤ Different types of music video story ❤ Really Abhi Saikia is unique 💥🤟🏻 Thank you Abhi Saikia and The Team Inspired 🖤
@GauravDutta143
@GauravDutta143 3 жыл бұрын
Abhi saikia should be a synonym of uniqueness and goosebumps!🥺✨
@Commando_888
@Commando_888 3 жыл бұрын
Hridoy sui gol ❤️... Right in the feels... Amazing job Abhi Saikia, Arindam Gohain and team 👏👏
@sauravdeka4615
@sauravdeka4615 3 жыл бұрын
How this song is not a legend yet man! Very inspiring song for the aspirants
@bikashfactory3547
@bikashfactory3547 3 жыл бұрын
Love u Rakesh da
@ABmusicland
@ABmusicland 3 жыл бұрын
❤️🤗
@sjshhdddum
@sjshhdddum 3 жыл бұрын
@@ABmusicland Tumar name Rakesh nii ?
@ABmusicland
@ABmusicland 3 жыл бұрын
@@sjshhdddum kio 🙄😒 bikash daak val pau so love ru care react dsu bro 😎
@pompidas370
@pompidas370 3 жыл бұрын
❤️❤️😘😘
@pompidas370
@pompidas370 3 жыл бұрын
love uhhhh Bikash da❤️❤️😘
@abhigyankashyap5298
@abhigyankashyap5298 3 жыл бұрын
Kenekua dhuniya hoise Arindam da ❤️❤️ Seraphic voice as always! An emotional storytelling, yet showing the brighter side of the moon! When there's a will, there's a way 🔥 I don't know what happened to the dog! But hehotor nisina thaki najabo karonei amak beleg ke bonaise. Aaxha ❤️
@pujahatimuria57
@pujahatimuria57 3 жыл бұрын
নালাগে নাহিবি সোঁৱৰণী মোৰ নাথাকো আৰু বিচাৰি / জীৱনে কি দিলে আৰু কি নিদিলে নাথাকো অতীত সাৱটি ❤❤
@utpalborah5398
@utpalborah5398 3 жыл бұрын
😊
@dimpibora6570
@dimpibora6570 3 жыл бұрын
কি বুলি ধন্যবাদ দিম। বহুত শুভেচ্ছা যাচিলোঁ।
@sanchitadas929
@sanchitadas929 3 жыл бұрын
This is really like a revolution for Assamese industry....for autowala moy like songs now we are in this era.. it's been a big change for meh...u guys are hidden gem....such fresh music.... hat's off.. just goooo on n on n give us such masterpiece again n again...👍👍
@lakhijyotineog2696
@lakhijyotineog2696 3 жыл бұрын
Dada k usoror pora log paisu....tewr jibon kahini hunisu,tewr mukhere.....bhut bhut val lagil gan tu....hunile huni thakibo Mon Jai.... This is the most beautiful song in the world I think🥰🥰🥰🥰 love this.
@parthibkashyapsarma2245
@parthibkashyapsarma2245 3 жыл бұрын
Lots of love to you guys. Such an amazing song in this pandemic. Giving us hope to lead a new life nd overcome this hardship. Thank you guys. Turning out to be one of my favorite songs. A huge respect to the Para cyclist. Rise and Shine brother. Thanks once again.
@barnalibaruah941
@barnalibaruah941 3 жыл бұрын
Emman dhuniya🥺🥺 'Hope' itself is a beautiful word and can change anyone's life❤️ Great concept... Great lyrics💕
@kalpitahazarika8546
@kalpitahazarika8546 3 жыл бұрын
So true
@manashpratimmedhi7801
@manashpratimmedhi7801 3 жыл бұрын
Love you
@jyotirmoysaikia8357
@jyotirmoysaikia8357 3 жыл бұрын
Bohut bohut dhuniaa hoise.... Mur goosebumps ahi gol❤️
@travellerdhruba7952
@travellerdhruba7952 Жыл бұрын
Oh my God. Oh my God. An outstanding song team abhi. God bless you all. So great to listen. Awesome. Simply outstanding. ❤❤❤.
@susantadutta7698
@susantadutta7698 3 жыл бұрын
জীৱনে কি দিলে আৰু কি নিদিলে নাথাকোঁ অতিত সাবটি.. This line😘😘😘
@dailycarzycarvideos
@dailycarzycarvideos 3 жыл бұрын
I want to appreciate the whole team for this awesome work. Samiran da is also not forgotten.
@abhiraaj1169
@abhiraaj1169 3 жыл бұрын
বহুত শক্তিদায়ক গীত 👌👌🙏💓চুই গ'ল 🎧একেৰাহে কিমানবাৰ শুনিলো হিচাব নাই.. 👍
@kandarpasonowal6971
@kandarpasonowal6971 3 жыл бұрын
Rakesh Banik is really an inspiration. And the song, can't resist myself to listen it more and more.🥰
@pankajdutta1769
@pankajdutta1769 3 жыл бұрын
সচাই ভিডিঅটো চাই বহুত ভাল লাগিল । আপোনালোকক অশেষ ধন্যবাদ এনে এটা গীত আমাক উপহাৰ দিয়াৰ বাবে ।
@dr.plabanjyotibharali528
@dr.plabanjyotibharali528 3 жыл бұрын
Mour jibanr skalutkoi inspired moments ❤️ eikhan mhnuk abar log paba man
@BituponMahanta
@BituponMahanta 3 жыл бұрын
Ohhh . our EDM hero is back in the game again .
@sravanakonwar8470
@sravanakonwar8470 3 жыл бұрын
Aaxha ❤️ very inspiring , there's always hope for those who try and don't give up ..love the song 😊👌👌
@dipjyotibaglari
@dipjyotibaglari 3 жыл бұрын
What an inspiring song!!!! it is truly perfect from all aspects, be it singing, music, theme, videography and everything... thank you for this materpiece...
@marinkakoti7720
@marinkakoti7720 3 жыл бұрын
Best Assamese song ever.Revolution of Assamese music is in its peak.This video deserves awards accolades and record breaking view.
@promilamunda5657
@promilamunda5657 Жыл бұрын
ধন্যবাদ দাদা। এনেকোৱা‌ মটিভ বিষয়ক গান বোৰ ভাল লাগে। আপোনাৰ সুৰ, কন্ঠ আৰু মিউজিক ভাল লাগে।
Abhi Saikia - Nakhyatra (feat. Shankuraj Konwar) | Official Static Video
6:26
Rainforest Records
Рет қаралды 12 МЛН
Nodir Dore | Bhaskar Opswel x Ellana | Static Video
5:58
BHASKAR OPSWEL
Рет қаралды 3,5 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
人是不能做到吗?#火影忍者 #家人  #佐助
00:20
火影忍者一家
Рет қаралды 20 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН