Рет қаралды 85,617
অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সন্থা, ৰজাবাৰী চাহ বাগিছাৰ শ্ৰমিক আৰু ৰাইজৰ সহযোগত কৰম পৰৱ উদযাপনৰ কিছু দৃশ্য।
কণ্ঠ- অনাতাঁৰ শিল্পী অৰ্জুন চাহু আৰু বিনন্দ কন্ধ।
মাদল বাদক- থানেশ্বৰ গোৱালা, জিতেন কুৰ্মী...
কেমেৰা- ৰাজীৱ চাহু।
বি:দ্ৰ: ভিডিঅটো অন্য চেনেলত নকল নকৰিব। নতুবা আইনী ব্যবস্থা লোৱা হব।