Рет қаралды 136,282
ৰজত পাৱেৰ সফলতাৰ কাহিনী || UPARJAN ||
বি এ পাছ কৰি দুকথা মাটিত আৰম্ভ কৰিছিল খেতি
লাহে লাহে নদীৰ বালিয়ে পোতা পথাৰ কিনি বঢ়াই গ’ল খেতি
আৰু এতিয়া তেওঁ ২৫ বিঘা জুৰি থকা ৰ’দালি কৃষি ফাৰ্মৰ স্বত্তাধিকৰী
লখিমপুৰ ১ নং বঙালমৰাৰ ৰজত পাৱেৰ সফলতাৰ কাহিনী এয়া
Contact . 9101735732
uparjan.in