Rajib Sadiya | প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ওলাই আহিছে অসংখ্য গুণমুগ্ধ | N18V

  Рет қаралды 81,201

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Rajib Sadiya | প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ উপলক্ষে ওলাই আহিছে অসংখ্য গুণমুগ্ধ | N18V
প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধ সম্পন্ন হব অহা ৯ ফেব্ৰুৱাৰীত। প্ৰয়াত শিল্পী গৰাকীৰ শদিয়াৰ টুপছিঙাৰ বাসগৃহত সম্পন্ন হব আদ্যশ্ৰাদ্ধ । প্ৰায় ডেৰ লাখ অতিথিৰ বাবে 33 টা লংগৰত অতিথিক আপ্যায়ন কৰাৰ বৃহৎ প্ৰস্তুতি শদিয়াবাসীৰ আতিথ্যত।
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#rajibsadiya #digboi
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 83
@Monuranjan_buragohain
@Monuranjan_buragohain 5 күн бұрын
আমি যিবিলাকক তথাকথিত শিল্পী বুলি অভিহিত কৰো সেইবিলাকহে আচলতে গায়ক আৰু সাংবাদিক গৰাকীয়ে যিগৰাকী ব্যক্তিক বিশিষ্ট গায়ক বুলি সম্বোধন কৰিছে তেওঁ আচলতে প্ৰকৃত শিল্পী ❤ । সময় পালে সাংবাদিক গৰাকীক শিল্পী লোহিত গগৈৰ মাটি আৰু জাতিৰ গোন্ধ পোৱা গীতবোৰ শুনিবলৈ অনুৰোধ জনালো ।
@SanjibaniGogoi-y2j
@SanjibaniGogoi-y2j 4 күн бұрын
গণশিল্পী ৰাজীৱ শদিয়াৰ আদ্য শ্ৰাদ্ধ ৰ প্ৰস্তুতি দেখা পাই ভাল লাগিল। লগতে সংগ্ৰামী নেতা জীতেন দত্তৰ সুন্দৰ বক্তব্য আৰু জনতাৰ শিল্পী লোহিত গগৈ দেৱৰ স্পষ্টবাদী বক্তব্য ও শুনি অনুপ্ৰাণিত হ'লো
@brothersglobe5706
@brothersglobe5706 5 күн бұрын
নিজকে নিজে সাংবাদিক বুলি কোৱা সকলক কৈছোঁ,, কাৰোবাক প্ৰশ্ন কৰাৰ আগতে বা কাৰোবাৰ চিনাকি দিয়াৰ আগতে ব্যক্তিজনৰ বিষয়ে সম্যক জ্ঞান আহৰণ কৰি লোৱা ভাল। নহ'লে ৰাজীৱ শদিয়াৰ দৰে সত্বাবোৰ সৃষ্টিৰ লাইখুটা স্বৰূপ লোহিত গগৈৰ দৰে শিল্পীক পাতলীয়া চিনাকিৰে তাচ্ছিল্য কৰাৰ মৰসাহ নকৰিলেই ভাল। ৰাজীৱৰ বিদেহ আত্মাৰ শান্তিৰ প্ৰাৰ্থনা জনাইছোঁ 🌹
@rahulkhanikar8797
@rahulkhanikar8797 4 күн бұрын
Hsake dei ... luhit kokaidewk kene dhorane kotha hudhise sauk
@progyashreekachari396
@progyashreekachari396 5 күн бұрын
ৰাজীবৰ আশা বোৰ পুৰন কৰিবলৈ নতুন প্রজন্ম ওলায় আহক. তাৰ কামনা কৰো.
@nipamonibora5501
@nipamonibora5501 5 күн бұрын
সমাধিক্ষেত্র নিৰ্মাণ কৰক,,,যাতে তেওঁৰ স্মৃতি যুগ যুগ থাকে।
@RahulGogoi-fu8dq
@RahulGogoi-fu8dq 3 күн бұрын
বৰ সুন্দৰ মন্তব্যয়ে তেওঁ আমাৰ গন সমাজক বুজাই কৈছে। গতিকে আমাৰ ৰাইজে এতিয়া ভাবক ভাবিবৰ হ'ল। এখন মঞ্চত গায়ক এজন মাতি মনুৰঞ্জ্যন কৰাতুৱেই আছল কথা নহয় গতিকে আমাৰ প্ৰজন্ম ল'ৰা ছোৱালী বিলাকক দেশৰ হকে জাতীমাটিৰ হকে আগ বাঢ়ায়লৈ যাব হ'ল।🙏🙏🙏
@PadmaLalung-iq7ik
@PadmaLalung-iq7ik 5 күн бұрын
অসম আৰু অসমীয়া বুলি আমাক পৰিচয় নেলাগে বৰলুইতৰ দুয়ো পাৰৰ চিৰ চেনেহী ভাষা সাহিত্যৰ আৰু চিৰ সুন্দৰ বাৰেবৰনীয়া সংস্কৃতিৰ যাৰ পৰিচয়। লুইতপৰীয়া সহজ সৰল কৃষকক নেতা গিৰি আৰু ক্ষমতাৰ লোভত উচ্চ নিচ বিভাজনৰ বীজাণু ভৰাই জাতিটোক পঙ্গু কৰি পেলোৱা হৈছে। যাৰ ফলত বিদেশীঘুমলাই ছাতি ধৰি অসমীয়া সংস্কৃতিৰ আৰু ভাষাটোকে নিগনিৰ দৰে গাত খান্দি বিকৃতকৰি পেলাইছে। জ্ঞানী জনেও, ৰজাইয়ো বদনৰ অভিশাপত আক্ৰান্ত। সম্পত্তি আৰু সম্পদ বোৰ বিদেশীৰ হাতত বন্ধকত গ'ল। সুপৰিকল্পনা আৰু সু-ব্যৱস্থা নকৰাকৈ চিঞৰ বাখৰ কৰা সকল কেতিয়াবাই শ্বহীদ হ'ল।কোন গ'ল, কোন আহিল, কোনে পালে,কোনে খালে,টুনীয়ে ধান খাই বিদেশী শিয়ালে গৰালৰ হাহ ছাগলী,বাৰীৰ গছজোপা কাটি নিলেও কাৰোৱে গাত লগা নাই, বাধা দিব লৈয়ো নাই। যিয়ে মাতে,বাধা দিয়ে ৰাইজৰ ৰজাৰ ৰাঙকুকুৰে বখলিয়াই তেজমঙহ খাই । সেয়েহে লাচিতৰ নিশকতীয়া নাতি পুতি। সাৱধান হেৰ অসমীয়া।জয় আই অসম।
@Mr..nayan..0
@Mr..nayan..0 5 күн бұрын
Hundor ❤
@RaktimGogoi-bi9qt
@RaktimGogoi-bi9qt 4 күн бұрын
ভাল প্ৰকাশ
@SanjibaniGogoi-y2j
@SanjibaniGogoi-y2j 4 күн бұрын
ভাল লাগিল আপোনাৰ সঁচা অনুভৱ খিনি। সুন্দৰ বিশ্লেষণ আগবঢ়োৱা বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ
@ArupGogoi-h7w
@ArupGogoi-h7w 5 күн бұрын
Great great ❤❤❤
@monjulahon7712
@monjulahon7712 3 күн бұрын
লুহিত গগৈ দেৱলৈ বহুত বহুত ধন্যবাদ , সুন্দৰ বক্তব্য দাঙি ধৰিলে লগতে জিতেন দত্ত দেৱলৈ ও ধন্যবাদ থাকিল ।
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 4 күн бұрын
ৰাজীৱ সদীয়া আমাৰ মাজত সদায় জিয়াই থাকিব
@kanaktalukdar2847
@kanaktalukdar2847 3 күн бұрын
মহান শিল্পী গৰাকী প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় থাকিব ।
@thaneswardoley3380
@thaneswardoley3380 5 күн бұрын
বৰ ভাল কথা। এনে বোৰ কথাই ভৱিষ্যতৰ দিন বোৰ ত মানুহৰ মাজত ভাতৃ--------তোলে ।
@DipulRajbongshi-e7s
@DipulRajbongshi-e7s 2 күн бұрын
🙏🙏🙏 জয় আই অসম
@bulensonowal9023
@bulensonowal9023 4 күн бұрын
Right kotha koise👍👌💖💖💖🙏🙏🙏
@PSonuwal
@PSonuwal 5 күн бұрын
বহুত সুন্দৰ জীতেনদা ।
@Kapilmedhi-w1e
@Kapilmedhi-w1e 5 күн бұрын
ৰাজীব শদীয়াক প্রতিজন জাতি প্রেমী অসমীয়াই চিৰদিন স্মৰণ কৰিব | জয় আই অসম |
@Mr..nayan..0
@Mr..nayan..0 5 күн бұрын
Right ❤
@MohanDas-r5b
@MohanDas-r5b 4 күн бұрын
অনুষ্ঠান তোৰ সুকলমে চলাই নিয়াত আপোনালোকলৈ অশেষ ধন্যবাদ
@muhigogoi-hr6tx
@muhigogoi-hr6tx 5 күн бұрын
ৰাজীৱ শদিয়া আদ্য শ্ৰাদ্ধ দিনা দুজন মান চিকিৎসক আনি ৰাখক
@BiswajitMohan-pf3qo
@BiswajitMohan-pf3qo 5 күн бұрын
Right 👍👍👍👍
@ulgimingul4197
@ulgimingul4197 4 күн бұрын
শতকুতি প্ৰণিপাত জনালো
@RajibSangmai-d4f
@RajibSangmai-d4f 5 күн бұрын
Jiten duta. Zindabad. Jai ai ashom. Gono. Silpi. Lohit. Gogoi. Zindabad. Jai. Ashom.
@AnjuDutta-bl9yn
@AnjuDutta-bl9yn 3 күн бұрын
Good good good ❤❤❤🎉🎉🎉
@dipugogoi4459
@dipugogoi4459 3 күн бұрын
সুন্দৰ
@BikuThengal
@BikuThengal 5 күн бұрын
Bohot ball lagese agi mor
@munindeka3213
@munindeka3213 4 күн бұрын
জুবিন হতৰ দৰে এটা চামে অসমৰ জাতীয়তাবাদী ধাৰাটো শেষ কৰি দিলে কিছুমান বিনোদনধৰ্মী বাৰে ভচহু গীতেৰে ডেকা ডেকেৰী চামক ব্যস্ত ৰাখি। তেওঁ আচলতে অসমীয়াৰ জাতীয়তাবাদী ধাৰাটো শেষ কৰাৰ কাৰণে ৰাষ্ট্ৰযন্ত্ৰৰ দালালি কৰি আছে।
@MahendraSunari-e6v
@MahendraSunari-e6v Күн бұрын
Joi aai Assam
@DigontaGogoi-u1s
@DigontaGogoi-u1s 4 күн бұрын
জয় আই অসম ♥️
@rupeswarsaikia430
@rupeswarsaikia430 4 күн бұрын
বৰ হৃদয় বিদাৰক বক্তব্য জীতেন ভাই।
@PrasannaGogoi-tg9my
@PrasannaGogoi-tg9my 5 күн бұрын
Sri dutta has delivered great speech. ❤❤❤
@East4090
@East4090 4 күн бұрын
জিতেন দা জিন্দাবাদ।
@assamprabhatyoutubs5510
@assamprabhatyoutubs5510 14 сағат бұрын
ভাল কথাবোৰ
@krishnadas201
@krishnadas201 5 күн бұрын
Great news
@arnabdas9949
@arnabdas9949 4 күн бұрын
ভাল লাগিল
@Durnadeep-b6u
@Durnadeep-b6u 5 күн бұрын
সকলো শগুন এক লগ হৈ আকৌ এবাৰ মাৰিব।
@HAKICHARLPS
@HAKICHARLPS 5 күн бұрын
Great News
@seemaborah101
@seemaborah101 5 күн бұрын
লোহিত গগৈ ডাঙৰীয়াক গায়ক নকয় শিল্গী বুলি চিনাকী দিয়া হ'লে বেছি সুখী হ'লো হয় ।
@Mr..nayan..0
@Mr..nayan..0 5 күн бұрын
.m huddho ❤
@bulendeka-cy3ti
@bulendeka-cy3ti 4 күн бұрын
Good sir
@lipikapathak9093
@lipikapathak9093 5 күн бұрын
🙏🙏🙏
@roctimsk
@roctimsk 4 күн бұрын
5.20 r pora jijone kotha koise teu mohan..teur kotha bohut val lagile
@binudas8708
@binudas8708 3 күн бұрын
আমি সকলোৱে ৰাজীৱক জীয়াই ৰাখিবৈ লাগিব। তেখেতৰ গীতবিলাক আন জাতীয়তাবাদী শিল্পীয়ে মন্চত পৰিবেশন কৰি তেখেতক অমৰ কৰিবলৈ চেস্তা কৰক। তেখেতৰ বন্ধুসকললৈ মোৰ অনুৰোধ থাকিল।কাৰন পৰিবেশন কৰিলেহে আজিৰ প্ৰজন্ময়ে শুনিব আৰু শুনি দেশৰ বাবে অলপ হলেও চিন্তা কৰিব।
@cyber9345
@cyber9345 4 күн бұрын
Rajib daa ⭐ asil aru hodai ⭐ hoi jiliki thakibo hodai axomia jatir krna..bhul hol jaa tauk darkoi sini palu.
@krishnagogoi1657
@krishnagogoi1657 4 күн бұрын
লোহিত গগৈ ডাঙৰীয়া গায়ক নহয় | এজন শিল্পী শিল্পী হয় |
@KamalSonowal-o9i
@KamalSonowal-o9i 4 күн бұрын
🙏🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍
@NabajitGogoi-d6u
@NabajitGogoi-d6u 4 күн бұрын
❤❤❤❤❤❤❤❤
@bulendeka-cy3ti
@bulendeka-cy3ti 4 күн бұрын
Good medam
@pradipkalita6363
@pradipkalita6363 5 күн бұрын
Xeya thakil , Aponalokar chestta,k 🎉🎉🎉
@rupesorbora3636
@rupesorbora3636 5 күн бұрын
Dhnobad ulfa moiu golu heten
@RasmitaRasbonshi
@RasmitaRasbonshi 4 күн бұрын
Moi janu keneke
@AtulGogoi-s4n
@AtulGogoi-s4n 5 күн бұрын
mojaa👌
@digantasaikia1658
@digantasaikia1658 4 күн бұрын
ৰাজীৱ শদিয়া কথা পাহৰি লে অধিৱেশন আৰম্ভ হল
@anantamech5645
@anantamech5645 4 күн бұрын
hoi dada apuni thilk kotha koise
@MamusonowalgogoiMamu
@MamusonowalgogoiMamu 4 күн бұрын
Achcha Insan ko burai sochta hai jo Bura hota hai usko achcha hi sochta hai
@nareswardoley1444
@nareswardoley1444 2 күн бұрын
গণ শিল্পী প্ৰয়াত ৰাজীৱ শদিয়া দাৰ আদ্যশ্ৰাদ্ধ লৈ যাবলৈ মন আছিল কিন্তু নিজৰ ব্যক্তিগত কাৰণত যাব নোৱাৰিলো। যাব নোৱাৰিলেও আদ্যশ্ৰাদ্ধ কাৰণে কিবাএটা আগবঢ়াব বিচাৰিছো সদাশয় ব্যক্তিয়ে তেখেতৰ পৰিয়ালৰ কাৰোবাৰ ফোনপে গুগল পে স্কেনাৰ ছেয়াৰ কৰা হলে ভাল আছিল
@Tularam-n1b
@Tularam-n1b 5 күн бұрын
Hasaka bahut dukh lagisa dai kintu,
@krishnagogoi1657
@krishnagogoi1657 4 күн бұрын
লোহিত গগৈ ডাঙৰীয়াই সচা কথাই কৈ দিলে |
@abhijitcoo55
@abhijitcoo55 5 күн бұрын
Om shanti
@joya-n9j
@joya-n9j 4 күн бұрын
Hai tu kunu deya nai
@AbanKoch-uf1sx
@AbanKoch-uf1sx 5 күн бұрын
Rajibor. Kotha. Ba. Batori. Hunile. Huni. Thakibo. Mon. Jai
@RudraMohanSaikia
@RudraMohanSaikia 2 күн бұрын
আজি আপুনি এটা বৰ ডাঙৰ কথা ক'লে যিটো প্ৰত্যেক জন অসমীয়াই উপলব্ধি কৰাটো ভাল
@MonikaChetiya-q2l
@MonikaChetiya-q2l 4 күн бұрын
Hii
@rantugogoi1070
@rantugogoi1070 5 күн бұрын
🙏🙏🙏💝😭😭😭😭😭😭😭😭😭😭😭😭😭😭
@rameshboruah4953
@rameshboruah4953 4 күн бұрын
Hosaa ke daa
@KalyanChetia-t4y
@KalyanChetia-t4y 5 күн бұрын
ইয়াৰ মূল কাৰণ হৈছে আমাৰ দ'ল সংগঠন অসমীয়া বিছাৰি নোপোৱা।
@AnupamChutia-x5y
@AnupamChutia-x5y 2 күн бұрын
Eitu honman zubben a life ot napai,,,. Iyate gom pua jai j... Mnuh horu holeu honman hdai pai
@DONYI5
@DONYI5 4 күн бұрын
Rajib sodiya hejon asil bupen হাজৰিকা 😂😂 bupen hazorika pitibit natakileu jinda hoi asie😂😂😂😂😂😂😂😂😂😂😂
@Jaiaiiaxom123
@Jaiaiiaxom123 3 күн бұрын
Oi murkho.......ki koi aso toi ....????
@MamusonowalgogoiMamu
@MamusonowalgogoiMamu 4 күн бұрын
Jo achcha karta hai usko achcha hi hota hai lekin jo Insan Jinda rahata hai tabhi achcha nahin hota hai jo jata hai chala jata hai tabhi usko achcha hota hai
@SurjyaPhukon-f8r
@SurjyaPhukon-f8r 5 күн бұрын
Pun prothomai Luhit Gogoi dangoriak kotha khar koboloi dibo lagisil niki baru? Jiten dutta u parile heten Rajib Hodiya k Senaki diboloi... Atiya kiyo?
@PronitaNoroh
@PronitaNoroh 2 күн бұрын
Take ki ky dhukiya
@pronabdas5348
@pronabdas5348 4 күн бұрын
অসমত অসমীয়া নাই বাকয়
@love-z2s8p
@love-z2s8p 2 күн бұрын
aetu byte diatu bisakh koribo nuari. e ketra je rup loi koboi nuari. hogune sati dhori d dhorise.
@happyboy4579
@happyboy4579 4 күн бұрын
Tau la mont pore kintu mora pist ja emn manu agt ki kore asela apuna luka
@shashankarchamua-pt1vm
@shashankarchamua-pt1vm 5 күн бұрын
BAD de hihoti nomora agote kiyo help nkoril.atiya tv olaboloi goose
@MridulGogoi-vj3hv
@MridulGogoi-vj3hv 5 күн бұрын
Manuh bilakok disku gan lage jati mati gan gale namatai program ot hehoti akhomiya nohoi sala miya hoi
@pradipmedhi6669
@pradipmedhi6669 4 күн бұрын
জয় আই অসম ❤❤❤
Непосредственно Каха - бургер
00:27
К-Media
Рет қаралды 3,2 МЛН
КОТЁНОК МНОГО ПОЁТ #cat
00:21
Лайки Like
Рет қаралды 2,8 МЛН