Рет қаралды 23,094
🔴 ৰাজ্যৰ সৰ্ববৃহত নিযুক্তি প্ৰক্ৰিয়া, ভিক্টৰ দাসৰ বিস্ফোৰণ আৰু ধাৰাবাহিক বিতৰ্ক
🔴 মোৰ লগত প্ৰমাণ আছে, এই বুলি বিস্ফোৰক অভিযোগ কৰি আৰক্ষীৰ অনুসন্ধানৰ সন্মুখীন হোৱা ভিক্টৰ দাসে দিব পৰা নাই কোনো প্ৰমাণ
🔴 সাংবাদিকৰ কেমেৰা দেখিলেই ভিত্তিহীন বক্তব্যৰে লাখ লাখ চাকৰি প্ৰাৰ্থীক বিপথে পৰিচালিত কৰা অনুচিত, প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ
🔴 পৰীক্ষাৰ ফলাফল আহিলেই কোনো চাকৰি পাব সেয়া স্পষ্টকৈ সকলোৱে দেখিব, ক'লে মুখ্যমন্ত্ৰীয়ে
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/