Rama Gosai Karohu Gohari // Borgeet

  Рет қаралды 28,354

Riju moni Goswami

Riju moni Goswami

Күн бұрын

Пікірлер: 36
@snigdhagogoi4439
@snigdhagogoi4439 Ай бұрын
অতি সুন্দৰ প্ৰদৰ্শন। জয় শ্ৰী কৃষ্ণ
@rijumonigoswami691
@rijumonigoswami691 Ай бұрын
অশেষ ধন্যবাদ 🙏🙏
@pranjoldutta7038
@pranjoldutta7038 3 жыл бұрын
বৰ সুন্দৰ হৈছে 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿 সেৱা জনালোঁ 🙏🏿🙏🏿🙏🏿
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ 🙏🙏
@sarbanandasingh269
@sarbanandasingh269 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
🙏🙏
@bhadrakantadas6101
@bhadrakantadas6101 Жыл бұрын
সুন্দৰ সুন্দৰ অতি উত্তম।
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
অশেষ ধন্যবাদ 🙏
@rajivgoswami3455
@rajivgoswami3455 3 жыл бұрын
মন প্ৰাণ হৰি নিলে।🙏
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ 🙏
@archanadas2147
@archanadas2147 Жыл бұрын
🙏
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
🙏
@nilakshikakati117
@nilakshikakati117 7 ай бұрын
❤❤
@rijumonigoswami691
@rijumonigoswami691 7 ай бұрын
🙏🙏
@pabitraprangoswami4514
@pabitraprangoswami4514 3 жыл бұрын
সুন্দৰ ঋজু, মোৰ বহু দিনীয়া আশা এটা পূৰণ কৰিলা তুমি। পিছে এয়া আৰম্ভণিহে। আৰু বহু দূৰ যাবলৈ আছে।
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
অশেষ ধন্যবাদ চাৰ, আপুনি সুখী হোৱা বাবে বৰ ভাল লাগিছে, আপোনাৰ আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়িব পাৰিম 🙏
@rajanibaruah2848
@rajanibaruah2848 2 жыл бұрын
সুমধুৰ কণ্ঠ, শুনি আপ্লুত হ’লো।
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
অশেষ ধন্যবাদ জনালোঁ 🙏
@jnanendramahanta5603
@jnanendramahanta5603 2 жыл бұрын
Excellent !!
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
Thank you so much 🙏
@runimasharma6951
@runimasharma6951 3 жыл бұрын
Excellent
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
Thank you
@bhogeswaridas5790
@bhogeswaridas5790 2 жыл бұрын
বোৱাৰী ভাল লাগিছে
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
অশেষ ধন্যবাদ 🙏
@nilanjanaborah498
@nilanjanaborah498 2 жыл бұрын
❤️🙏
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
🙏🙏
@bulapaul6721
@bulapaul6721 3 жыл бұрын
❤️ Superb
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
Thank you
@joganandabhuyan6568
@joganandabhuyan6568 Жыл бұрын
সুন্দৰ পৰিবেশন।কোনটো থুলৰ গায়ন শৈলী? অপূৰ্ব। যোগানন্দ ভূঞা।
@rijumonigoswami691
@rijumonigoswami691 Жыл бұрын
অশেষ ধন্যবাদ , যোৰহাটৰ সাউকুছি সত্ৰৰ শ্ৰদ্ধেয় ড° পবিত্ৰ প্ৰাণ গোস্বামী চাৰৰ তত্বাবধানত এই গীত ভাগ পৰিবেশন কৰা হৈছে 🙏
@MeghnathBiswakarma
@MeghnathBiswakarma 4 ай бұрын
Meghnn
@mantudeka4954
@mantudeka4954 3 жыл бұрын
ভক্তি ৰস ত দুবিলো
@rijumonigoswami691
@rijumonigoswami691 3 жыл бұрын
🙏🙏
@dimpusarma334
@dimpusarma334 2 жыл бұрын
সুন্দৰ কণ্ঠ। কিন্তু বৰগীতটো একেটা লাইন বহুবাৰ গোৱা কাৰণে শুনিবলৈ বিৰক্তিৰ হৈছে। সৰু বৰগীত হ'লেও বেছিকৈ দীঘলীয়া কৈ গাই থকাতো আমনিদায়ক হৈছে।
@rijumonigoswami691
@rijumonigoswami691 2 жыл бұрын
গাওঁতে ময়ো অনুভৱ কৰিছো, পিচে প্ৰসঙ্গীয়া শৈলীত হেনো এনেকৈয়ে গাব লাগে, গুৰু পবিত্ৰপ্ৰাণ গোস্বামী দেৱে মোক এনেদৰে গোৱাইছে, আপুনি গীতটো আগ্ৰহেৰে শুনা বাবে অশেষ ধন্যবাদ জনালোঁ , মোৰ অন্য বৰগীত বোৰ শুনিব বুলি আশা কৰিলো 🙏
@amulyadeka2201
@amulyadeka2201 8 ай бұрын
বৰগীতত তাল মানৰ বহু শৈলী আছে বুলি গায়ন বায়ন মুখেৰে শুনিছোঁ আৰু গোৱা শুনিছোঁ দেখিছোঁ নামঘৰত ভাওনাৰ সময়ত এনে সুৰ তাল শুনি কোনো আমনিদায়ক পোৱা নাই বৰঞ্চ আমি আমাৰ সমাজত অতীতত ব্যৱহাৰ হোৱা ধমীয় তাল মানৰ ৰক্ষা কৰা বৰগীত গোৱাৰ বাবে ধন্যবাদ থাকিল
MADHURA MURUTI MURARU - BORGEET by Riju moni Goswami
11:31
Riju moni Goswami
Рет қаралды 22 М.
Shreeman Narayan Narayan Hari Hari.. Hari Om Namo Narayana..
29:19
Kitkit. .official vlogs
Рет қаралды 18 М.
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН
黑天使被操控了#short #angel #clown
00:40
Super Beauty team
Рет қаралды 61 МЛН
The Best Band 😅 #toshleh #viralshort
00:11
Toshleh
Рет қаралды 22 МЛН
Sigma Kid Mistake #funny #sigma
00:17
CRAZY GREAPA
Рет қаралды 30 МЛН
Udhavo Chalahu
6:35
Zubeen Garg Music
Рет қаралды 71 М.
UTHO RE UTHO BAPU - Borgeet
10:04
Riju moni Goswami
Рет қаралды 572 М.
Syama Chanda Mukh //Prasangia Borgeet By Nandita Baruah.
13:35
Nandita Baruah
Рет қаралды 18 М.
To Brawl AND BEYOND!
00:51
Brawl Stars
Рет қаралды 17 МЛН