Рет қаралды 23,184
NKTV PLUS
▶️ আৰম্ভ হ'ল অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ থিয়েটাৰৰ ৪৯ সংখ্যক বৰ্ষৰ যাত্ৰা। জেষ্ঠ অভিনেতা কৃষ্ণমণি নাথ আৰু জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউপোষ্টৰ জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱাক সাৰথি কৰি এইবাৰ আগবাঢ়িব কহিনুৰ থিয়েটাৰ।