Ramen Baruah Missing : কালজয়ী সৃষ্টিৰ জীয়া সাক্ষী এটা ঘৰ | Dwipen Baruah

  Рет қаралды 62,980

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Ramen Baruah Missing | কালজয়ী সৃষ্টিৰ জীয়া সাক্ষী এটা ঘৰ
১০১বছৰ গৰকা ঘৰটো সাক্ষী বহু উত্থান-পতনৰ
লতাশিলৰ ঘৰটোৰ পৰাই হৈছিল চিৰ সেউজ সৃষ্টি
সংস্কৃতিৰ পৰা ক্ৰীড়ালৈ, সাহিত্যৰ পৰা ৰাজনীতিলৈ...
এটা সময়ত ঘৰটো গিজগিজাই গঠনমুখী চৰ্চাৰে
আমাৰ ঘৰ, ডক্তৰ বেজবৰুৱা সৃষ্টি এই ঘৰৰ পৰাই
এই ঘৰতেই সৃষ্টি বৰুৱাৰ সংসাৰ, আজলী নবৌ
ককাদেউতা নাতি আৰু হাতীও অন্যতম
অসমৰ বৰঘৰ চহকী কৰা বৰুৱাৰ সংসাৰ
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#ramenbaruah #barnikabaruah
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 30
@bijumonigoswami6083
@bijumonigoswami6083 2 ай бұрын
সংৰক্ষণৰ বহুত প্ৰায়োজন।অসমীয়া মানুহৰ আৱেগ, সন্মান আৰু অভিমান জৰিত হৈ আছে।
@purabidevi5524
@purabidevi5524 2 ай бұрын
সুন্দৰ পৰিৱেশন ।
@chitradas1191
@chitradas1191 2 ай бұрын
পৰিবেশন কৰিব লাগে নে ৰমেন দাক কোনে এনেগতি কৰিলে ওলিয়াব লাগে????)
@Reality-x5p
@Reality-x5p 2 ай бұрын
ইমান দিনে এইখিনি তথ্য কোনেও প্ৰচাৰ কৰাৰ আগ্ৰহী নাছিল, বিশিষ্ট ব্যক্তিজন নিৰুদ্দেশ হোৱালৈ 😢। ভাল লাগিল জানিব পাৰি কথাখিনি।তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা যাচিলো ।সকলোৰে আন্তৰিক আশা ৰমেন বৰুৱা ঘুৰি আহক....😥
@RunumeeBorah
@RunumeeBorah 2 ай бұрын
ৰমেন বৰুৱাই কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে
@nirusaikia7631
@nirusaikia7631 2 ай бұрын
বহুতো নজনা কথা জানিব পাৰিলো । কিন্তু এই কথাবিলাক বহু আগতেই সাক্ষাৎ হ'ব পাৰিলেহেতেন আৰু বঁটা , সন্মান আদি জনাই তেওঁকক সন্মান জনাই মনত সুখ,আনন্দ পালে হেঁতেন। আমাৰ দেশত জীয়াই থাকোঁতে সন্মান দিব নেজানে ।🙏
@santonooacharjyya3422
@santonooacharjyya3422 2 ай бұрын
Xundor New...Bipodor Dinot Maanuhok Eenekoi Utshahito koribo laage...Government should preserve this sweet Home...
@RanuBuragohain-h2z
@RanuBuragohain-h2z 2 ай бұрын
অসমৰ ইমান গুৰুত্ব পূৰ্ণ দিশ অতদিনে সুপ্ত অৱস্থাত আছিল।সঙৰক্ষনৰ প্ৰয়োজন।
@pranayeenath
@pranayeenath 2 ай бұрын
বহু কথা জানিব পাৰি ভাল লাগিল।❤
@saratkalita7685
@saratkalita7685 2 ай бұрын
এখন ঐতিহ্যপূৰ্ণ ঘৰ
@lnl6069
@lnl6069 2 ай бұрын
Eman Atijjo purnno ghar huar pisoto ei Gharto pruti, teulokr proti Sarkaror kuno khadissa nai...? Karon Ami Okhomr huar upori tate Kamrupor hua babe...? Ei ghartu Johi khoji jab nedi yeak khongrokshon kori rakhib lage... gharto bor khundor ghar hoi. Val lagile...🙏🙏
@dhrubakalita8970
@dhrubakalita8970 2 ай бұрын
ঐতিহাসিক ঘৰটো চৰকাৰে নিজৰ তত্ত্বাৱধানলৈ আনি সংৰক্ষিত কৰিব লাগে। ই অসমৰ জাতিয় সম্পদ।
@sauravbarua9035
@sauravbarua9035 2 ай бұрын
Government should preserve this sweet home 🙏
@bimansaikia4305
@bimansaikia4305 2 ай бұрын
সচায় আমি কমলাকান্ত ভট্টাচাৰ্য্য দেৱে কোৱাৰ দৰে উলংগ দেশৰ কামকি ধোৱাৰ নোশোভে লোকৰ কাপোৰ সাজে। সচায় আমি গুনিৰ মোল নুবুজা ৰাজ্যত আছো।
@saratkalita7685
@saratkalita7685 2 ай бұрын
অসমৰ এগৰাকী প্ৰখ্যাত ব্যক্তিসকলৰ ভিতৰত এজন তেখেতৰ
@chitradas1191
@chitradas1191 2 ай бұрын
History গাই লাভ নাই সকলোৱে জানে কথা হৈছে ৰমেন দা কত??? আৰু কোনে এনে গতি কৰিলে? তেওঁক কিয় নিজৰ মতে জীয়াই থাকিব নিদিলে? ঈশ্বৰে তেওঁক দীঘায়ু দিলে আৰু আত্মীয়ই তেওঁক জীয়াই থকাটো নিবিচাৰিলে । অতনু ভূ্ঞাদেৱে কুৱাৰ দৰে আত্মীয় দুয়োজনী ফুলনদেৱীক পুলিচে জেৰা কৰক 😡😡😡😡😡
@DhananjoyKalita-g6c
@DhananjoyKalita-g6c 2 ай бұрын
ঐতিহ্যপূর্ণ ঘৰটো বহু বছৰ ধৰি মেৰামতি তথা ৰঙ আদি কৰা নাই । সেইতো কৰা হলে ঘৰটো দেখিবলৈ আৰু ধুনীয়া হলহেতেন !
@S.M.8439
@S.M.8439 2 ай бұрын
অঘটন নঘটালৈকে ৰাইজ সচেতন নহয়।
@santonooacharjyya3422
@santonooacharjyya3422 2 ай бұрын
Maanoshik Aahare Maanuhok jiyai thaki Srishti Kori Prithibi Sohoki koriboloi Saamol jugai...
@boonsaikia8526
@boonsaikia8526 2 ай бұрын
Tea gardenor sahebor Bungalow bur enekuwa hoi ,upor tola ghor khini kathor floor hoi ,moi Baruah family r ghor tut ebar goisilu bahut bosoror agate.
@uresha1000
@uresha1000 2 ай бұрын
বহুতো নজনা কথা জানিব পৰিলো ।
@surenboruah3241
@surenboruah3241 2 ай бұрын
🙏🙏🙏🙏🙏
@BharatiBorah-t3v
@BharatiBorah-t3v 2 ай бұрын
Kote gosi gol baru . Khub dokhor bikhoi.
@himanibanikya8168
@himanibanikya8168 2 ай бұрын
মিউজিয়াম বনাব লাগে❤❤❤❤❤❤❤❤❤❤❤❤❤🙏🙏🙏🙏🙏🙏🙏
@deboborah5858
@deboborah5858 2 ай бұрын
বহুত বেয়া ধৰণে আঘাত পাবলাগিব।
@chatradharborah8479
@chatradharborah8479 2 ай бұрын
Tekhetor gharkhan Assam Governmente preseve koribo lage
@RanjanKrneog
@RanjanKrneog 2 ай бұрын
Eai oeitihahik ghartu sanrasan kori meuseum koribo lage
@TCF573
@TCF573 2 ай бұрын
Teu korbat ase
@saratkalita7685
@saratkalita7685 2 ай бұрын
😂
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН
This mother's baby is too unreliable.
00:13
FUNNY XIAOTING 666
Рет қаралды 38 МЛН
How it feels when u walk through first class
00:52
Adam W
Рет қаралды 21 МЛН
Who’s the Real Dad Doll Squid? Can You Guess in 60 Seconds? | Roblox 3D
00:34
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН