RAMEN NATH EJON XUKHEE LOK - Rupam Bhuyan | Rana Buragohain | Chandana Pathak | Bulbul Das

  Рет қаралды 210,709

Dhwani Records

Dhwani Records

Күн бұрын

Пікірлер: 2 300
@santanudasofficial4560
@santanudasofficial4560 2 жыл бұрын
কি ক'ম ভাষা নাই । হিমালয়তকৈও বহু বেছি ওখ এই গীত। গীতৰ কথা কি আচৰিত আমাৰ দৰে লোকৰ চিন্তাৰ সিপাৰে। ৰূপম দা এজন বিশাল কণ্ঠশিল্পী। আন্তৰিক শুভেচ্ছা ও অভিনন্দন গীতটোৰ সৈতে জড়িত প্ৰত্যেক জনলৈ।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
অশেষ ধন্যবাদ
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@dr.ankumanidas2783
@dr.ankumanidas2783 2 жыл бұрын
কালিৰ পৰা অকল এই গানটোৱে শুনি আছো। বৰ্তমানৰ এই সময়ত এনে এক গান শুনিবলৈ পাই আপ্লুত হৈছোঁ।গানৰ কথা, সুৰ, এনিমেশন আটাইবোৰ দিশেই অনন্য।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@sanskritashivam5140
@sanskritashivam5140 2 жыл бұрын
অন্য সোৱাদ পালো। আৰুনো কি লাগে আমাক। এয়াই সুখ। গানত সুখ বিচাৰি ফুৰা মানুহ আমি। চন্দনা পাঠকলৈ বহুত বহুত ধন্যবাদ
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
স্বাগতম৷ বহুত ধন্যবাদ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@nilotpalkalita8985
@nilotpalkalita8985 2 жыл бұрын
ক'বলৈ ভাষা নাই… কি সুন্দৰকৈ কথাখিনি উপস্থাপন কৰা হৈছে গীতটিৰ মাজেৰে। গীতটিত যি কোৱা হৈছে সেইখনেই হয়তো আমাৰ সমাজ, আমাৰ ঘৰ। গীতটিৰ লগত জড়িত সকলোকে ধন্যবাদ জনাইছো ইমান ধুনীয়া গীত এটি উপহাৰ দিয়া বাবে, এনেকুৱা গীতৰ আকৌ সৃষ্টি হওঁক।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@rahulgautamsharma8056
@rahulgautamsharma8056 3 жыл бұрын
কালিৰ পৰা বেলেগ একো গান শুনা নাই৷ কালিও লিখিছোঁ, আজিও কওঁ - বহুত ওখ গান৷ মোৰ দৰে গান লিখা মানুহৰ চিন্তাৰ সিপাৰৰ গান! Salute!
@hiteshsarma1295
@hiteshsarma1295 2 жыл бұрын
😊😊
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@ujjalsaikia618
@ujjalsaikia618 2 жыл бұрын
Rahul Tumiu jui 🔥
@rounnokmazumdar8401
@rounnokmazumdar8401 2 жыл бұрын
kzbin.info/www/bejne/Z3XGhoiLjspri8k
@prasantas94
@prasantas94 2 жыл бұрын
ধুই, ক্লিছে ক্লেদাক্ত গান!
@mozoomdar.
@mozoomdar. 3 жыл бұрын
আগতে আমি প্ৰায়ে কথা পাতো, অসমীয়া গানবোৰৰ কথা কেতিয়া আমাৰ সাধাৰণ মানুহৰ কথা হ'ব। আগতে আমি বাংলা গানৰ কথা শুনি আচৰিত হও। নিজে নিজক সান্তনা দিও, অসমীয়াত চাগে নোৱাৰি এনে গান লিখিব। কিন্তু আমাৰ সেই আশা পূৰ্ণ হ'ল। বহুত ভাল লাগিছে। জীৱন নাইবা এনেকুৱা আমাৰ চিনাকী কিছুমান কাহিনীক লৈ কৰা গানবোৰ অসমীয়াত কম আছিলে। বাকী ৰূপম ভূঞাৰ মাতত যাদু আছে। হেৰাই যাব পাৰোঁ তেওঁৰ মাতত। গানটোৰ লগত জড়িত সকলো লৈকে শুভেচ্ছা থাকিল। আৰু ভাল লগা গান শুনিবলৈ পাম বুলি আশা থাকিল।
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@Captain-zr3go
@Captain-zr3go 2 жыл бұрын
Exactly, গানৰ lyrics সদায় চিম্পল হ'ব লাগে। শুনাত ভাল লগা অথচ অৰ্থৰ সামঞ্জস্য নথকা শব্দ কিছুমান ব্যৱহাৰ কৰাৰ সলনি এনেকুৱা সহজ সৰল কথাই গানৰ বাবে উপযোগী
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
@@Captain-zr3go Thank you so much
@deepashreedas
@deepashreedas 2 жыл бұрын
Exactly. Moi enekua manuh log paisilu jiye dictionary meli taan xobdo bur uliyai kiba eta kheli meli kobita likhi diye. Prize o pai. Ajikali okhomiya gaan kisuman o tenekuai laga hoise. Moi bhabi asilu ketiya j okhomiya gaan e megh, borokhun, botah, xewali, dhuniya dhuniya sualir naam r porixoror pora bahir ulabo, xadharon bhakhat oxadharon kotha kobo.
@ABINASHCREATION7600
@ABINASHCREATION7600 2 жыл бұрын
গানটো এটা কবিতাও,এটা গল্পও, এখন উপন্যাসো। বাস্তৱৰ ফটফটীয়া প্ৰতিফলন গানটো।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ, অবিনাশ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@evergreensongs-ur
@evergreensongs-ur 2 жыл бұрын
vocal,lyrics,composition কৰা তিনিওজন মহান ব্যক্তিকে শৰীৰৰ মনৰ একোণৰ পৰা দীঘলীয়াকৈ হুমুনিয়াহ কাঢ়ি ধন্যবাদ,আচলতে এইবোৰ তেনেকুৱা গান নহয় যিবোৰ শৰীৰ নচাব পাৰিব এইবোৰ তেনকুৱা গান যিয়ে সমাজৰ ইকোণৰ পৰা সিকোণলৈ চুই যায়।আচলতে মই কোৱা নাই যে বাকীবিলাক শিল্পীৰ গান বেয়া প্ৰত্যেকৰে নিজা নিজা ঠাইত নিজা এটা জনপ্ৰিয়তা আছে,কিন্তু মই কওঁ যে শৰীৰৰ নোমৰ গুড়িয়ে গুড়িয়ে বিন্ধি যোৱা গীতৰ সুৰৰ তৰংগৰ গৰাকী এজন হ'ল Rupam Bhuyan দা।অৱশেষত এটাই অনুৰোধ বাকী একাংশ নাচি ফুৰা গীতক আদৰি লয় তেনেদৰে এনেকুৱা গীতবোৰকো আদৰি লওক।প্ৰথমতে lyrics বুজি চাওঁক গীতটো শুনি চাওঁক ভালকে,তাৰপিছত জানি বুজি আদৰি লওঁ‌ক।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@bitupandoley6436
@bitupandoley6436 2 жыл бұрын
@@ranaburagohain6514 lv from Majuli ❤️
@evergreensongs-ur
@evergreensongs-ur 2 жыл бұрын
@@ranaburagohain6514 welcome dada
@arindom_only3980
@arindom_only3980 2 жыл бұрын
Gaantu huni aamiu hoi porisu.... Hukhi luk... Hukhi luk....😊
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@mrinaltalukdar7624
@mrinaltalukdar7624 2 жыл бұрын
Such freshness, amazing story telling..thanks Rupam..now it is in my loop
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much, sir.
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@JyotiFilms1
@JyotiFilms1 2 жыл бұрын
Thanks a lot 🙏
@rounnokmazumdar8401
@rounnokmazumdar8401 2 жыл бұрын
kzbin.info/www/bejne/Z3XGhoiLjspri8k
@dhirajojha5855
@dhirajojha5855 2 жыл бұрын
Very nice song rana buragohain sir
@rathangapaaniboruah3743
@rathangapaaniboruah3743 3 жыл бұрын
বহুত বেছি ধুনীয়া! এনেকুৱা এটা গান যে এদিন শুনিবলৈ পাম বা এনেকুৱাকৈ এটা গান হ'ব পাৰে সেয়া সপোনৰো অগোচৰ আছিল। ৰমেন নাথ এজন সুখী লোকৰ পৰিয়ালৰ সকলোলৈকে শুভকামনা!❤
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ParijatChutia.
@ParijatChutia. 3 жыл бұрын
অন্তৰ্নিহিত হৈ থকা অৰ্থবোৰে আহ্!! মোক চুই গ'ল...
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ParijatChutia.
@ParijatChutia. 3 жыл бұрын
@@chandanapathak7201 আজিৰ সমাজত এনে গীতৰ আৰু প্ৰয়োজন, লিখি যাব🌼🌼...
@pulakcreations6547
@pulakcreations6547 2 жыл бұрын
Salute for this song....🖖 কি গান গাইছে গানটো ক প্ৰসংসা কৰিবলে মোৰ ভাষা নাই।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@anupamkakati9165
@anupamkakati9165 2 жыл бұрын
এই গীতটোৱেই হাতী মাৰি ভুৰুকাত ভৰোৱা নিচিনা অসাধ্য সাধন কৰিছে। এটা গীতত ইমানবোৰ অভিব্যক্তি, সচাই আদৰণীয় আৰু অতুলনীয়। Kudos to the entire team..Hats ♥ off
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@amlanbaruah6421
@amlanbaruah6421 2 жыл бұрын
সঢা
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
@@amlanbaruah6421 বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
অশেষ ধন্যবাদ
@arunjoutigogoi3319
@arunjoutigogoi3319 2 жыл бұрын
অতুলনীয় ৷ মুগ্ধ হ’লোঁ ৷
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@kushalkumar5715
@kushalkumar5715 2 жыл бұрын
বৰ্তমানৰ সমাজৰ সচা আৰু বাস্তৱ ছবি। ডাঙি ধৰাৰ চেষ্টাৰ বাবে বহুত ধন্যবাদ।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
স্বাগতম৷ বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@jashasyanandini2098
@jashasyanandini2098 2 жыл бұрын
এই গীতটোৱে অসমীয়া সংগীতৰ ইতিহাসলৈ নতুনত্ব আনিছে৷ ভাল পাইছোঁ৷গীতটোৰ কথাৰ লগত সুৰ আৰু কণ্ঠৰ অপূৰ্ব সমন্বয় ঘটিছে৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@thelifevlogzs7211
@thelifevlogzs7211 3 жыл бұрын
সাংঘাতিক সাংঘাতিক সাংঘাতিক ৷ অসমীয়া সংগীতত এক নতুনত্বৰ সংযোজন ৷
@ranaburagohain6514
@ranaburagohain6514 3 жыл бұрын
Thanks
@JyotiFilms1
@JyotiFilms1 3 жыл бұрын
Thank you so much
@rajdeepmahanta5741
@rajdeepmahanta5741 3 жыл бұрын
"নেদেখা সপোনে,নাভাঙে টোপনি", সুখী মানুহবোৰেই আজিৰ দিনত পৃথিৱীখন অসুখী কৰাৰ মূল। গীতটিত জড়িত সকলোৰে প্ৰতি ধন্যবাদ যাচিলোঁ,এনে এটি গীত আমাক দিয়াৰ বাবে।
@JyotiFilms1
@JyotiFilms1 3 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@anaditasa6003
@anaditasa6003 2 жыл бұрын
অসমীয়া সংগীতজগতৰ বাবে এক মাইলৰ খুঁটি ৷ ইয়াৰ পাছত মানুহে আলোচনা কৰিব pre ৰমেন নাথ আৰু post ৰমেন নাথ ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
অশেষ ধন্যবাদ!
@IAm_Bikash
@IAm_Bikash 2 жыл бұрын
Most practical Assamese song, jot neki life ase 😍
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you
@AnudutiRoy
@AnudutiRoy 2 жыл бұрын
Such a Beautiful Story ❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
@@AnudutiRoy thank you
@GirijaNandaDas
@GirijaNandaDas 3 жыл бұрын
গীতটো শুনি এটি নতুন চিন্তা মনৰ ভিতৰত ভুমুকি মাৰি থৈ গ’ল ৷ অত্যন্ত ব্যতিক্ৰমী গানৰ সত্বা ৷
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@JBmusical8882
@JBmusical8882 2 жыл бұрын
Amazing and heart touching........., নেদেখা সপোনে, নাভাঙে টোপনি।।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@rtrahul1751
@rtrahul1751 3 жыл бұрын
Amazing.... Keneke Vabe egla Concept.... Great
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@JyotiFilms1
@JyotiFilms1 2 жыл бұрын
Thank you 😊
@ashikzaman7081
@ashikzaman7081 2 жыл бұрын
গীতটিৰ এই সুমধুৰ সৃষ্টিৰ বাবে ভাষা নাই প্ৰকাশ কৰিবলৈ কিমান যে ভাল লাগিল । সঁচাকৈ অতুলনীয়, অবিশ্বাস্য, অনবদ্য ।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@madhurjyamanditnath2178
@madhurjyamanditnath2178 2 жыл бұрын
Eman dhuniya je dukh logai dise 🖤🖤
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@PMSN99
@PMSN99 2 жыл бұрын
অপূৰ্ব... সুন্দৰ কন্ঠ, শব্দ, সুৰ ৰ লগতে গ্ৰাফিক্স ...
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@madhurjyatamuli6935
@madhurjyatamuli6935 2 жыл бұрын
এটা গল্প যেতিয়া সুৰীয়া হয় ❤️ !
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@mrigankabhattacharyya757
@mrigankabhattacharyya757 2 жыл бұрын
Ki lyrics be wah ki composition .. ki video.. best Assamese song ....
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@simasharma1077
@simasharma1077 Жыл бұрын
What a composition.....just wowwww ❤️🥰
@luhitnath9688
@luhitnath9688 2 жыл бұрын
সাধাৰণ কথাৰ অসাধাৰণ উপস্থাপন | আপ্লুত হ'লো |
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@north-eastindia2835
@north-eastindia2835 3 жыл бұрын
oxomiya xongitor ek onyo jatra....krimoxo ussor pora ussoloi...❤️❤️❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@arunjyotidas7
@arunjyotidas7 2 жыл бұрын
সুখীৰ সংজ্ঞা ইয়াতকৈ আৰু কোনে ভালদৰে দিব। চিন্তনীয় হৈছে এই পৃথিৱীত ন প্ৰজন্মক সঠিক দিশেৰে আগুৱাই নিয়াটোয়েই..
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@সপোনৰৰং-ঘ৭ঢ
@সপোনৰৰং-ঘ৭ঢ 2 жыл бұрын
কবলৈ ভাষা নাই। সুন্দৰ👌❤️। বাস্তৱ জীৱনৰ সুন্দৰ প্ৰতিচ্ছবি।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@arjundeka9938
@arjundeka9938 2 жыл бұрын
ভাষা নাই বুজাবলৈ কিমান ভাল লাগিছে কবলৈ....its too deep but too simple..😍😍😍😍😍😍😍🥰🥰
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@manikakalita55
@manikakalita55 2 жыл бұрын
Oh my god ...moi pagol hoi jam gan tu xuni😯
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@prabaldac5666
@prabaldac5666 2 жыл бұрын
Heard 1st time in assamese music industry dis kund of song. Hats off.
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@gyanktamuli
@gyanktamuli 3 жыл бұрын
Speechless...this one is probably one of the best assamese songs in last 2 decades
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
Thank you so much!
@JyotiFilms1
@JyotiFilms1 3 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@hiruscreation2315
@hiruscreation2315 2 жыл бұрын
Excellent... ৰূপম ভুঞাৰ মাতত যাদু আছে । ৰাতি শুনিলে এখন বেলেগ জগতলৈ লৈ যায় । আপুনি কুশলে থাকক ।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
ধন্যবাদ
@nayan.j
@nayan.j 2 жыл бұрын
কি সাংঘাটিক সৃষ্টি! সাধাৰণ শব্দৰ কেনে এক অসাধাৰণ আউটপুট!!
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@punamNathofficial
@punamNathofficial 3 жыл бұрын
সচাকৈয়ে ভাল লাগিল। সাংঘাটিক বেলেগ কিবা এটা।
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@ankitagoswami9816
@ankitagoswami9816 3 жыл бұрын
Bosor tu xekh hobo ru 10 din.. protibosore hoi , tothapiu ata blg anuvob.. gaan tuo jen tenekuwai kiba ata.. xodai ghoti thoka kothai , kintu imn xundor uposthapon.. bohut vl lagill💓💖💓.
@JyotiFilms1
@JyotiFilms1 3 жыл бұрын
বহুত ধন্যবাদ অংকিতা
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@dharitrisaikia2403
@dharitrisaikia2403 2 жыл бұрын
This is something far beyond.. Respect to the team.
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@tapanempire4511
@tapanempire4511 Жыл бұрын
Wow , Day by day assamese music industry ❤ Growing up
@cdohutia
@cdohutia Жыл бұрын
Marvelous story telling in the form of a song...
@parthapratim694
@parthapratim694 2 жыл бұрын
"ৰমেন নাথ এজন সুখী লোক" অন্তৰ চুই গল... অতুলনীয় ❤❤❤❤
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@sidharthborgohain9140
@sidharthborgohain9140 2 жыл бұрын
Taking deep breath.......my inner soul to me hve got courage to play dis vdo in front of ur parents😇😇😍...
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@sidharthborgohain9140
@sidharthborgohain9140 2 жыл бұрын
@@ranaburagohain6514 hi🙏
@sidharthborgohain9140
@sidharthborgohain9140 2 жыл бұрын
@@chandanapathak7201 hi🙏
@parishmitaparashar2122
@parishmitaparashar2122 3 жыл бұрын
গীতটিৰ কথাই মন চুই গ'ল। এনেকুৱা ধৰণৰ গীত মই কেতিয়াও শুনা নাছিলো। গীতৰ কন্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ আৰু গীতটিৰ লগত জড়িত আটাইলৈকে মোৰ সশ্রদ্ধ প্রণাম। 🙏🙏🙏👌👌👌
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@ManjeelKrDas
@ManjeelKrDas 9 ай бұрын
Very Realistic Song. Well Done Rupam Da
@manashchetia1836
@manashchetia1836 2 жыл бұрын
As always..classically classic rupam bhuyan..so simple but what a mix..aru lage...superb
@romonimahanta4845
@romonimahanta4845 2 жыл бұрын
সকলোৰে এক অনন্য সুন্দৰ প্ৰতিভা প্ৰদৰ্শন হৈছে , গীতিকাৰৰ ৰচনা, কাহিনীৰ উপস্থাপন, এনিমেছনৰ পাৰদৰ্শিতা, সকলো প্ৰশংসনীয়। ভাল লাগিল।
@JyotiFilms1
@JyotiFilms1 2 жыл бұрын
আন্তৰিক ধন্যবাদ
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@jintisaikia05
@jintisaikia05 2 жыл бұрын
Kalir pora aitu gan huni asu.. khub val lagil logote animation khiniu..
@JyotiFilms1
@JyotiFilms1 2 жыл бұрын
thank you
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@pabanpranab9391
@pabanpranab9391 3 жыл бұрын
কবলৈ ভাষা বিচাৰি পোৱা নাই ৷ গানটো শুনি সুখ অনুভৱ কৰিলোঁ ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@dupardiptadas6735
@dupardiptadas6735 3 жыл бұрын
Gave me the vibes of Bob Dylan and Anjan Dutta at the same time. But saying that Rupam Bhuyan has his own flavour. Thank you for this masterpiece
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
welcome and thank you so much!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@abhishekdsl
@abhishekdsl 2 жыл бұрын
Completely agree with you
@mousamkashyap7732
@mousamkashyap7732 2 жыл бұрын
ki ee babu dada👍
@rongbirong7684
@rongbirong7684 3 жыл бұрын
গীতৰ কথাই বহু সময় নিৰৱ কৰি ৰাখিলে। যেন এক বাস্তৱ সাধুকথা। সংগীত আৰু সুৰ সুন্দৰ। চিত্ৰাংকণ অনন্য।
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 3 жыл бұрын
Thanks
@pohor5108
@pohor5108 3 жыл бұрын
বহুত বহুত ধুনিয়া হৈছে , এক নতুন সোৱাদ পোৱা গৈছে , গানটোৰ লগত জৰিত সকলোকে অভিনন্দন জনালোঁ |
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@criticismwithpositiveminds8122
@criticismwithpositiveminds8122 2 жыл бұрын
Realistic song...Val lagise bastob jibnr uprt enekua hundor gan..Rupam da ejon hundor gayak
@santanumahanta
@santanumahanta 2 жыл бұрын
ৰমেন নাথৰ জন্মই এটা সুখ!
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@Motionguy.
@Motionguy. 2 жыл бұрын
The song is accidentally come to my you tube recommend videos . The song is ultimate ..
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@ridip2009
@ridip2009 2 жыл бұрын
Speechless..... Brilliant!!! One of the best Assamese songs in recent times.
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@sprihassphere8884
@sprihassphere8884 3 жыл бұрын
Ufff the deepest thought provoking lyrics !!
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
Thank you so much!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@pallav-v3z
@pallav-v3z 2 жыл бұрын
সাধাৰণ শব্দৰ জোৱাৰ অসাধৰণ অৰ্থ ,ধন্যবাদ ৰূপম দাদা 😊🥰
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@debanandaborah6704
@debanandaborah6704 2 жыл бұрын
ব্যতিক্ৰমী প্ৰয়াস। বাস্তৱক অসাধাৰণ ৰূপত উপস্থাপন।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@amlanJdewry
@amlanJdewry 3 жыл бұрын
Wow wow wow wow! Amazing!
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
Thank you so much!
@abhijeetsaikia9855
@abhijeetsaikia9855 2 жыл бұрын
Ramen Nath took me on a roller coaster ride of emotions... Questions started emerging.. Should I be happy for Ramen Nath or be sad for Bharali Khura.. and Kakati Jethi ?? 🥺 Uff the harsh contrasts... Lyrics, singing, composition and the animation 💓✨ HATS OFF !!
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@kartikkurmitutorialinassam6927
@kartikkurmitutorialinassam6927 2 жыл бұрын
নিজেই গীত লিখিবলৈ যত্ন কৰিছো এই গীত টি শুনি নৱপ্ৰজন্ম ৰ হৈ আপ্লুত হৈছো আৰু সৌভাগ্য ভাবিছো।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@nabasarmah6849
@nabasarmah6849 2 жыл бұрын
Such a realistic singing that contrast the confusion of society.... 👒off
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you
@imfusss
@imfusss Жыл бұрын
Why is this masterpiece so underrated 🥺it deserves sooo much more❤️
@sourovhazarika9790
@sourovhazarika9790 3 жыл бұрын
I am intoxicated by this song ....
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
Thank you so much!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@Santanunath39
@Santanunath39 2 жыл бұрын
This song is better than the most of the recent songs and the concept/story is better than recent Assamese movies.
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@pinkujitdas3000
@pinkujitdas3000 3 жыл бұрын
মজা লাগিছে। চিনেমা এখন যেন চাই আছোঁ--- বুকু খান্দিছে। অভিনন্দন সকলোলৈ।
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ, পিংকু৷
@ranaburagohain6514
@ranaburagohain6514 3 жыл бұрын
Thanks
@akashdeepofficial5014
@akashdeepofficial5014 2 жыл бұрын
Just awesome 💕💕 . Congratulations to all 🙏🎉
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@anamikakalita2028
@anamikakalita2028 3 жыл бұрын
Bhal gaan xunar xujug palu... Congratulations to the entire team 🎉
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@bikashtamuli5530
@bikashtamuli5530 2 жыл бұрын
It's going to be one of the best songs of this century. Hats off to the lyricist, singer Rupam Bhuyan da,music composer and all associated with the song.
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@anuraagsshortsvid8946
@anuraagsshortsvid8946 2 жыл бұрын
একাকী অনুভৱ হৈছে... ৰমেন নাথ সুখী জানোঁ🙂🙂🙂 Composition, lyrics,,vocal❤️ just awesome
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you
@exploringlife3327
@exploringlife3327 2 жыл бұрын
Gaan bht hunisu ajiloi kintu emn sprostho kotha aru xur tate aku rupam daar voice gute khini milai ata blg zone create kori dile.. Kudos to the whole team.. U all are doing great job in an unique and impressive way really. Appreciated🙏❤❤❤
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@hemanfreefly
@hemanfreefly 2 жыл бұрын
Rupam bhuyan r pora bohut asha koru, tew proti bare bohut diye... One of the underrated tallented singer
@islandboy3841
@islandboy3841 2 жыл бұрын
বহুত ভাল লাগিল । গীতৰ কথা আৰু সুৰ খুব ভাল লাগিছে ৰূপম দা'ৰ কণ্ঠত ।
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ashishsaikia5880
@ashishsaikia5880 3 жыл бұрын
I don't know whom to thank for this song. Assamese music is getting better.❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thanks a lot
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@parthaxa3110
@parthaxa3110 3 жыл бұрын
এটি অগতানুগতিক গীত। মন ভৰি গ'ল। সংশ্লিষ্ট আটাইলৈ অভিনন্দন। আগলৈ বাট চাই ৰ'লো।
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ!
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@jenivakalita7693
@jenivakalita7693 3 жыл бұрын
Mon sui gol ❤️❤️ hukhi luk
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@manojdowarah2910
@manojdowarah2910 2 жыл бұрын
অসমীয়া সংগীতত এক নতুন ধাৰাৰ সৃষ্টি কৰিছে গীতটোৱে। অপূৰ্ব।
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@zenithbg
@zenithbg 2 жыл бұрын
ৱাহ কি অপূৰ্ব শব্দৰ গাথা ...ৰূপম দা অসাধাৰন গাইছা ❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@Nilotpal14
@Nilotpal14 2 жыл бұрын
Brilliant composition.💛💛
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@pallavdutta2587
@pallavdutta2587 2 жыл бұрын
I am leaving this comment here so after a month or a year when someone likes it, I get reminded to listen to this beautiful song!! ❤️❤️
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thanks a lot
@varnayujr
@varnayujr 6 ай бұрын
Aha xunibo akou
@chinmoiborah4792
@chinmoiborah4792 Ай бұрын
Same comment to this song but please don't read this as a beautiful comment only it has been publishing much more gorgeous and peaceful meaning 🙏🏿
@educationforall8167
@educationforall8167 15 күн бұрын
Hi
@debasishsharma5315
@debasishsharma5315 3 жыл бұрын
BYATIKROMERE JIBONTU IMAN DHUNIAKE UPOSTHAPON KORISE..VAL LAGIL❤️❤️❤️❤️
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@debasishsharma5315
@debasishsharma5315 2 жыл бұрын
@@chandanapathak7201 wlcm❤️❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
@@debasishsharma5315My pleasure
@basantaborgohain5568
@basantaborgohain5568 10 ай бұрын
Superb 🎉🎉🎉
@NathHimangshu
@NathHimangshu 2 жыл бұрын
This is the Assamese ever..... After Jantra this is one of the best story teller song. Feels the flavour of softness.
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@digantasarmah4779
@digantasarmah4779 3 жыл бұрын
ব্যতিক্রমী গীত....অতি সুন্দৰ👌
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@rajibnath4593
@rajibnath4593 3 жыл бұрын
অগতানুগতিক । ভাললগা গানটোৰ বাবে গীতিকাৰ চন্দনা পাঠক সহিতে সকলোকে ধন্যবাদ জনাইছো
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ, ৰাজীৱ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@srishtishreyam3828
@srishtishreyam3828 3 жыл бұрын
Well, who to name 1st! The singer? The composer? The lyricist? The animator? Who not!!! All are doing their due to strike the right chord. A different taste to Assamese music. The socially aware short-story writer Chandana Pathak leaves her mark in her new lyricist avataar too. A treat to the ears & eyes. Congratulations to the entire team. 💗
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
Thanks a lot, dear!
@JyotiFilms1
@JyotiFilms1 3 жыл бұрын
Thank you so much. I am overwhelmed😊🙏
@prashaantaarjyajyotishaalo136
@prashaantaarjyajyotishaalo136 3 жыл бұрын
Numerology 2022 : Prediction for People Born Dates 8, 17, 26 by Assamese Astrology KZbin link : kzbin.info/www/bejne/apeUfmSDbpimlck
@ranaburagohain6514
@ranaburagohain6514 3 жыл бұрын
Thank you
@kangkanthakuria4122
@kangkanthakuria4122 3 жыл бұрын
Heart touching.. Excellent lyrics
@amitmahanta8827
@amitmahanta8827 2 жыл бұрын
wah.. what a song.. new in assamese music.. kudos to the team..❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@devashankarboruah3410
@devashankarboruah3410 2 жыл бұрын
Something different. OUTSTANDING 👍👍
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@bornaliborgohain5336
@bornaliborgohain5336 2 жыл бұрын
আনবোৰতকৈ বহুত বেলেগ। নতুনত্ব, তথাপি শুনিলে সুখী হো‍ৱা গীত...
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ৷
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
ধন্যবাদ
@kulaholrecords4192
@kulaholrecords4192 3 жыл бұрын
Just wow 💕🙌🏼 Kobole bhakha nai 👈🏼 aei baikyoxarir asol aortho aji bujisu 💕
@chandanapathak7201
@chandanapathak7201 3 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you
@jonakchetia
@jonakchetia 2 жыл бұрын
Mark my words: This is going to be the new camping song.. we will sing this around bonfires with just a guitar.. ❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@pankajkumarbora6591
@pankajkumarbora6591 2 жыл бұрын
এটাই শব্দ "অপূৰ্ব"
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
বহুত ধন্যবাদ
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
@upakulbordoloi9378
@upakulbordoloi9378 2 жыл бұрын
'Winds of Change' slowly & surely blowing through our Assamese music industry. Hope we get more of songs like these in comming days which brings a revelation altogether. Kudos to the whole team!! Keep hustling!! Thank you so much❤️
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thank you so much
@franckon2564
@franckon2564 2 жыл бұрын
I want the next part of this wonderful thought..
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Hmmm
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you. We will see...
@kulendubhuyan7253
@kulendubhuyan7253 2 жыл бұрын
Eta golpo.. aibur geet hit kio nahai? Manuhor mukhe mukhe hobo lage.. salute to all the team members.. soecially Rupam da ❤...
@chandanapathak7201
@chandanapathak7201 2 жыл бұрын
Thank you so much
@ranaburagohain6514
@ranaburagohain6514 2 жыл бұрын
Thanks
From Small To Giant 0%🍫 VS 100%🍫 #katebrush #shorts #gummy
00:19
Lamborghini vs Smoke 😱
00:38
Topper Guild
Рет қаралды 57 МЛН
গধূলি বেলা(Gadhuli bela)
4:53
Gitimallika Gogoi
Рет қаралды 31 М.
TOR SAHAR (Letter 2) Project Postbox
4:21
Rupam Bhuyan
Рет қаралды 178 М.
RAINING SESSIONS | CULTIVATORS | MANUHOR DAAM | SEASON 1.4
6:28
Raining Sessions
Рет қаралды 510 М.
From Small To Giant 0%🍫 VS 100%🍫 #katebrush #shorts #gummy
00:19