Ranjit Dutta VS Gaurav Gogoi | লোকেল-চালানীৰ প্ৰসংগই উত্তাল কৰি ৰাখিছে বিহালীৰ ৰাজনীতি | N18V

  Рет қаралды 6,114

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 26
@MukulHazarika-zi7yx
@MukulHazarika-zi7yx 2 сағат бұрын
আপোনালোকৰ কথা বোৰ সঁচা কৈ ভাল নহয় । অসমৰ কাৰণে আপুনি কি অৱদান আগবঢ়াই আহিছে ।লাজ লগা নাই আপোনাৰ ।
@AnandaKhound-jr3te
@AnandaKhound-jr3te 4 сағат бұрын
হিমন্তই পৃথিবীৰ আটাইতকৈ মূল্য বৃদ্ধি কৰা মূখ্যমন্ত্ৰী ৰেকৰ্ড গঢ়ি বলৈ গৈ আছে ।বিজেপি সমথক বোৰৰ লাজ নাই ।
@mirzanali3368
@mirzanali3368 4 сағат бұрын
Gourab gogoi jindabad congress jindabad
@NripenThakuria
@NripenThakuria 5 сағат бұрын
মাৰ্ঘেৰিটাৰ পৰা নগাওত নিৰ্বাচন খেলিলে লোকেল ৷ চামগুৰিৰ পৰা ধুবুৰীত খেলিলে লোকেল হয় ৷ যোৰহাটৰ পৰা কলিয়াবৰত নিৰ্বাচন খেলিলে লোকেল ৷ কেৱল বিশ্বনাথ চাৰিআলিৰ পৰা বিহালীত নিৰ্বাচন খেলিলে চালানী ৷ গৌৰৱ ফৰমূলা
@kumudbaruah2001
@kumudbaruah2001 4 сағат бұрын
মটা মাছ মাইকি মাছৰ গবেষণা কৰি গৌৰব গগৈয়ে যি ফৰ্মুলা উদ্ভাবন কৰিলে। সেই ফৰ্মুলাৰ প্ৰভাৱতকৈয়ো লোকেল চালানীৰ প্ৰভাৱ আৰু বেচি। তেওঁ লুঙ্গি টুপি পিন্ধি নামাজ আদায় কৰি মিঞা মুছলমানত দিখ্যা লৈ অসম মুলুকত ধূমকেতু হবলৈ গৈ আছে।
@BirinchiPathak
@BirinchiPathak 2 сағат бұрын
কংগ্ৰেছ আহিলে অসমীয়াৰ অস্তিত্ব নোহোৱা হব
@NijaraDeka-l2d
@NijaraDeka-l2d 5 сағат бұрын
Gaurav gogoi next c m
@MonjitSaikia-k9p
@MonjitSaikia-k9p 3 сағат бұрын
Nedekhibo loga dekhibor mon nai val nalage hai jonar bidekhi pritee tat koi mama thik aase
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 3 сағат бұрын
সকলো একে সকলোকে ক্ষমতা লাগে ।এম গল এৰ পুতেকে এম এল এৰ পুতেকে এম হল এ হব লাগে লাখ কোটি ঋণৰ বোজাৰে অসম উন্নয়ন ।
@SURENBorah-z8j
@SURENBorah-z8j 4 сағат бұрын
আপুনি একো কাম কৰিব নোৱাৰে
@SubashChetry-g7i
@SubashChetry-g7i 3 сағат бұрын
Congress jindabad
@PujaBarman-fh7sk
@PujaBarman-fh7sk 4 сағат бұрын
Aidal topar lebel sa
@rajumonihazarika3282
@rajumonihazarika3282 Сағат бұрын
GG zinndabad❤❤❤❤❤❤❤❤❤❤❤❤
@pompipatgiri
@pompipatgiri 2 сағат бұрын
আপুনি।।কোচ। ৰাজবংশী ক।।এচ।টি।নকৰে।।কিয়।।আৰু।কিমান।।দিন।মোদীৰ।।ভৰি।মালিচ।।কৰিব।।নিজৰ।।জাতি তোৰ।।কথা।কবলৈ।নোৱাৰা।কাপুৰুষ।আপুনি
@SubhashKafle
@SubhashKafle 2 сағат бұрын
Congress zindabad
@jibongogoi6940
@jibongogoi6940 3 сағат бұрын
Who is Ranjit Dutta?
@HithaureKamaar
@HithaureKamaar 3 сағат бұрын
Amar poisa re amak ghor dise.amar tax r poisa re amak ghor dise.bjp r poisa di ghor dia ny.😅
@paragmahanta6158
@paragmahanta6158 3 сағат бұрын
BJP zindabad
@darkmine11
@darkmine11 57 минут бұрын
BJP Jindabad
@alpajitborgohain5942
@alpajitborgohain5942 Сағат бұрын
Johora klaa
@MonjitSaikia-k9p
@MonjitSaikia-k9p 3 сағат бұрын
Bjp ❤❤
@rinkushivam8759
@rinkushivam8759 4 сағат бұрын
বিহালীত বিজেপি জিকিৱ ,BJP ZINDABAD
@DhirenMahajon
@DhirenMahajon 3 сағат бұрын
Apuna.lu.kok.mia.la.ne.ko.la.ge.
@Eve-d2e
@Eve-d2e 3 сағат бұрын
কলিয়াবৰত গৌৰৱ গগৈ কি আছিল?চালানীয়া।ধুবুৰীত ৰকিবুল কি? চালানীয়া। অখিল গগৈ শিৱসাগৰত কি? চালানীয়া। আৰু নকওঁৱেই যেনিবা। কংগ্ৰেছৰ মুখৰ কিবা লেকাম আছিল,আছে নে থাকিব? কংগ্ৰেছীৰ কথা আৰু কৰ্মৰ মাজত মিল কেতিয়াও নাথাকে।কংগ্ৰেছৰ সুদীৰ্ঘ শাসন কাল কেৱল দুৰ্নীতি,ভ্ৰষ্টাচাৰ,প্ৰতাৰণা, পৰোচনাৰে ভৰপূৰ। অসমৰ ৰাজনীতি গুণ্ডা বাহিনী, মধ্যভোগী দালালৰ সৃষ্টিকৰ্তা কোন চৰকাৰ বাৰু?APSCৰ চাকৰিৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ টুকুৰা আলিটোলৈকে মুকলি বেহা পতা,অনিয়ম কৰা চৰকাৰখন কাৰ আছিল বাৰু? সভাই সমিতিয়ে তেওঁলোকে আকৌ দুৰ্নীতি নিৰ্মূলৰ কথা কয়। উন্নয়নৰ কথা বাদেই সাধাৰণ আলি-পদূলিবোৰকে ঠিক-ঠাক কৰিব নোৱাৰা দলটোৱে আকৌ আনক সমালোচনা কৰে।
@ProvinProdsnia
@ProvinProdsnia 4 сағат бұрын
বিজেপি জিন্দাবাদ। বিজেপিক ভোট দিম।
@sonjibbara342
@sonjibbara342 4 сағат бұрын
BJP zindabad ❤
Ouch.. 🤕⚽️
00:25
Celine Dept
Рет қаралды 30 МЛН
Wait for the last one 🤣🤣 #shorts #minecraft
00:28
Cosmo Guy
Рет қаралды 19 МЛН
Ouch.. 🤕⚽️
00:25
Celine Dept
Рет қаралды 30 МЛН