Ratan Tata Was real RATAN - কেনেকৈ কি কৰিলে ৰতন টাটাই আমাৰ বাবে - Dimpu Baruah

  Рет қаралды 57,282

Dimpu Baruah

Dimpu Baruah

Күн бұрын

#ratantata #ratantatafacts #assamesevideo #dimpubaruah
ratan tata ..... and his dedication

Пікірлер: 534
@kanakrabha3239
@kanakrabha3239 3 сағат бұрын
Tata মানে বিশ্বাস আৰু আজি সেইজন মহান ব্যক্তি ক একেবাৰে আমাৰ মাজৰ পৰা অজান দেশলৈ লৈ গল । "ওম শান্তি,"
@RashmiBoruah-d8l
@RashmiBoruah-d8l Сағат бұрын
সঁচাকৈ আজি এটা দুখৰ দিন।এটি উজ্বলি থকা হিয়াৰ ৰতন নাইকীয়া হৈ গল।তেওঁ শৰীৰহে নাইকীয়া হৈছে কিন্তু আদৰ্শ আৰু কৰ্ম চিৰযুগমীয়া হৈ জিলিকি থাকিব।🙏🙏🙏🙏
@Withhprcreation
@Withhprcreation 2 сағат бұрын
আজি প্ৰতিজন ভাৰতীয়ৰ এনেকুৱা অনুভৱ হৈছে যে পৰিয়ালৰ কোনোবা এজন মানুহ নোহোৱা হৈ গ'ল
@hawk_tv_
@hawk_tv_ 2 сағат бұрын
Hoi dia 😢😢
@Guddugaming12347
@Guddugaming12347 Сағат бұрын
😢😢hosake
@LasitBrahma
@LasitBrahma Сағат бұрын
Hosake 🥺
@lipa8951
@lipa8951 31 минут бұрын
Akdom xhosa kotha
@ansumangogoi216
@ansumangogoi216 2 сағат бұрын
ভাল মানুহ এজন গুচি গল।দাতা কৰ্ণ পিছত এনেকুৱা লাগে ৰতন টাটা দাতা হিচাপে মই ভাবোঁ।বাকী আম্বানী আৰু আদানি লুটিহে থাকে আমাক।
@rajibulsikdar6993
@rajibulsikdar6993 3 сағат бұрын
Ratan tata k kone kone miss kori asa
@phulengogoi510
@phulengogoi510 2 сағат бұрын
Moi gf k miss krisu
@SamujjalKalitaxzy
@SamujjalKalitaxzy Сағат бұрын
Moi😢😢😢
@ritupanmixture4493
@ritupanmixture4493 Сағат бұрын
😢
@AsobAli-tl1kr
@AsobAli-tl1kr 41 минут бұрын
Moi
@lipa8951
@lipa8951 31 минут бұрын
Moi Kori asu 😢
@tridipsarma8664
@tridipsarma8664 2 сағат бұрын
🙏।। ঔম শান্তি ।। 🙏 🪔🪔🪔আপোনাৰ আত্মাৰ চিৰ শান্তি কামনা কৰিলো Sir Ratan Tata 🪔🪔🪔
@abhijeethdr5920
@abhijeethdr5920 Сағат бұрын
ৰতন টাটা জী তেওঁৰ অনবদ্য কৰ্মৰাজিৰ মাজত আমাৰ মাজত সদায় জীয়াই থাকিব।❤
@dhurbahazarika9709
@dhurbahazarika9709 2 сағат бұрын
দেশবাসীৰ বাবে দুখজনক খৱৰ ৷ প্ৰখ্যাত উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান ৮৬ বছৰ বয়সত মুম্বাইৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ প্ৰখ্যাত উদ্যোগপতি তথা টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষগৰাকীৰ 🙏🙏
@DeepJyoti-t9n
@DeepJyoti-t9n 3 сағат бұрын
ভাল মানুহ এজন গুচি গ'ল তেখেতৰ আত্মাই চিৰৰ শান্তি লাভ কৰক 🥲🥲🙏
@Priyangshu-
@Priyangshu- 3 сағат бұрын
তাকেই 😢
@psbabagaming445
@psbabagaming445 Сағат бұрын
Teuk vogobane bonise a tenedore salute to Tata Sir Jamshed ji tata to Ratan TATA❤
@pranjitঅসম
@pranjitঅসম 3 сағат бұрын
জীৱিত কালছোৱাত তেখেতক ভাৰত চৰকাৰে ভাৰত ৰত্ন প্ৰদান নকৰিলে। কিন্তু, এতিয়া মৰণোত্তৰভাৱে তেখেতক ভাৰত ৰত্ন প্ৰদান কৰিবলৈ চৰকাৰ তৎপৰ হৈছে।
@Nur_Alam_All_Videos
@Nur_Alam_All_Videos 3 сағат бұрын
Amar sorkor sipira je
@papul914
@papul914 3 сағат бұрын
ভাৰতবৰ্ষ হৈছে মৃত ব্যক্তিক সন্মান দিয়া এখন বিখ্যাত দেশ 😅
@Nur_Alam_All_Videos
@Nur_Alam_All_Videos 3 сағат бұрын
Apuni India r Nohoi neki dada
@HarajyotiKalita-sp3co
@HarajyotiKalita-sp3co 3 сағат бұрын
Bro Ratan Tata jiyai thakoteo teuk xonman krisil aru etiau kore
@dipangkarsarkar2009
@dipangkarsarkar2009 3 сағат бұрын
@@papul914 ami amar ratan sir ok honman koru tur ki hol
@222pradip
@222pradip 3 сағат бұрын
​@@Nur_Alam_All_Videos হৈ জনে সঁচা কথা কৈ চে আপোনাৰ বুজা 2 ভুল হৈচে
@papul914
@papul914 3 сағат бұрын
@@dipangkarsarkar2009 জিয়াই থাকোতে তেখেতৰ ফটো status লগাই কিবা এষাৰ লিখি পাইছিলা নে ?
@binuddeka7799
@binuddeka7799 17 минут бұрын
Tata কিবা এটা হেৰুৱাৰ অনুভৱ হৈছে দেশ খনে হেৰুৱাইছে এজন মহান ব‍্যক্তি 😢😢
@Jintu-j6q
@Jintu-j6q 2 сағат бұрын
নিজৰ মানুহ ধুকালে মনত বহুত আঘাত পায়, কিন্তু বেলেগ ঢুকালে এনেই অলপ বেয়া লাগে পিছত ঠিক হৈ যায় কিন্তু দুজন মানুহ ঢুকোৱাত মোৰ মনটো বৰ বেয়া লাগিছে এজন জয়ন্ত দাস মানে অভিনেতা আৰু ৰতন টাটা Zubin দাৰ কিবা হলে কি হব😢😢 ভাবি পোৱা নাই😢😢
@EusabAli-y2w
@EusabAli-y2w 3 сағат бұрын
Miss you roton tata Sir 😢😢😢
@emonborah22
@emonborah22 Сағат бұрын
Love from Morigaon Dimpu da❤
@DeepSarkar-eg2kq
@DeepSarkar-eg2kq 3 сағат бұрын
Tq Ratan Tata sir om Santi 😔😔🥺🥺
@Srikaushikdas
@Srikaushikdas 3 сағат бұрын
Ambani morib lagisil ratan tat jagat.....Apunar atma xanti lov korok 🕉
@rustamvlogs7916
@rustamvlogs7916 2 сағат бұрын
👍 right
@pulinbora9246
@pulinbora9246 2 сағат бұрын
Right
@kangkan-k7y
@kangkan-k7y 2 сағат бұрын
Right
@lipa8951
@lipa8951 31 минут бұрын
Right
@rocktimborah8500
@rocktimborah8500 3 сағат бұрын
মোৰ জীৱনৰ আদৰ্শ ব্যক্তিজনক আজি হেৰুৱালো😢😢😢
@PROYXYZ
@PROYXYZ Сағат бұрын
🙏🏻 Sat Sat Naman Ratan Tata 🙏🏻
@SanjibRajbongshi-bt4re
@SanjibRajbongshi-bt4re 3 сағат бұрын
আমাৰ মাজত সদায় অমৰ হৈ থাকিব 🙏
@salamali1481
@salamali1481 3 сағат бұрын
এই জন বিশেষ ব্যক্তিৰ "ধৰ্ময়" আছিল "কর্ম"। মানুহ জনে আমাৰ দেশ খনৰ বাবে শিক্ষা, স্বাস্থ্য, উদ্যোগ আৰু ভবিষ্যতৰ প্ৰজন্মৰ কাৰণে বহু কাম কৰি থৈ আমাৰ মাজৰ পৰা বিদায় মাগিলে। কিন্তু, তেওঁ জীয়াই থাকোঁতে যিমান সন্মান পাব লাগিছিল সিমান তেওঁ নাপালে। তেওঁ "ভাৰত ৰত্ন" ৰ বাবে এজন যোগ্য মানুহ আছিল। কিন্তু, তেওঁ কোনো ৰাজনৈতিক দলৰ অংশীদাৰী নোহোৱাৰ বাবে তেওঁ বঞ্চিত হ'ল। বহু ৰাজনৈতিক দল শাসন লৈ আহিল আৰু গ'ল কিন্তু, তেওঁক সন্মানৰ সৈতে "ভাৰত ৰত্ন" দিয়া কোনো এটা ৰাজনৈতিক দলৰ সাহস নহ'ল !!😢
@UCITACHI444
@UCITACHI444 34 минут бұрын
😢 Miss you 😢
@sanjibkashyap5646
@sanjibkashyap5646 Сағат бұрын
RIP ,,The Legend 😢,, Dimpu bhai tomi Ratan Tata respect jonai tata car ekhn loa ,,2 khn car japanese lbo nalge
@arnabtamuli7000
@arnabtamuli7000 3 сағат бұрын
Write dimpu daa❤
@Debasish206
@Debasish206 3 сағат бұрын
Write ❌ right ✅
@dhanjitgamer6093
@dhanjitgamer6093 Сағат бұрын
মহান ব্যক্তিজনৰ আত্মাই চিৰ শান্তি লাভ কৰক 😢
@himontagohain736
@himontagohain736 55 минут бұрын
Om Shanti
@anjalibrahma9958
@anjalibrahma9958 3 сағат бұрын
Your great sir 👏
@quotesofsahiil
@quotesofsahiil 3 сағат бұрын
1st one ❤
@mitv9526
@mitv9526 3 сағат бұрын
First like and comment
@AziborRahman
@AziborRahman 3 сағат бұрын
Rip Ratan tata❤❤
@moonmikalita
@moonmikalita Сағат бұрын
মহান ৰতন টাটা এনে এজন মহান ব্যক্তি পাবলৈ হযতো বহু বছৰ অপেক্ষা কৰিব লাগিব প্ৰতিজন ভাৰতীয়ই, তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক 🙏
@mr.extremer6250
@mr.extremer6250 3 сағат бұрын
Tata Is In Every Corner of India 🫡
@mahim_kr_nath_GPL
@mahim_kr_nath_GPL 3 сағат бұрын
Miss you😢😢😢TATA
@UnknownFacts77777
@UnknownFacts77777 2 сағат бұрын
Rip ratan tata ji❤😊
@HemansuKhakhlari
@HemansuKhakhlari 3 сағат бұрын
Love you dada
@Rishie_ditss
@Rishie_ditss 3 сағат бұрын
Love from golaghat ❤
@BabluTudu-np4qs
@BabluTudu-np4qs 3 сағат бұрын
🙏Om Shanti 🙏Ratan Tata
@MunSaikia-r4o
@MunSaikia-r4o 2 сағат бұрын
Ji koisa vi akdom thik❤❤❤
@AnnadaDevi-dq9qw
@AnnadaDevi-dq9qw Сағат бұрын
চিৰ নমস্তস্যৈ বক্তি পতন টাটা। শান্তি শান্তি।
@nayanmoninath9416
@nayanmoninath9416 3 сағат бұрын
Moi apunak bohut val paw i love you dimpu da 💓💓💓💓
@pubggangster5525
@pubggangster5525 3 сағат бұрын
Rest in peace 🪦 we lost Indian dimond 😊God bless him
@Deepdarshan186
@Deepdarshan186 3 сағат бұрын
Rest In Peace Sir 🕊️ 🙏
@r.atechmotivation556
@r.atechmotivation556 3 сағат бұрын
From Dhubri
@rahmanbepari6795
@rahmanbepari6795 2 сағат бұрын
Dhubri kot
@r.atechmotivation556
@r.atechmotivation556 2 сағат бұрын
@@rahmanbepari6795 gauripur
@samiulhoque-bt3fg
@samiulhoque-bt3fg Сағат бұрын
Love from Dhubri
@danswrangbaro8483
@danswrangbaro8483 3 сағат бұрын
Such a great humble ❤❤
@Deva-cd6tr
@Deva-cd6tr 38 минут бұрын
ভাল মানুহ বোৰক ভগবানে আগতে লৈ যায় কিয়বা।
@Chisato_Nishikigii
@Chisato_Nishikigii 3 сағат бұрын
Fly high🕊️🕊️ Ratan Tata from 🇨🇭🇨🇭 Switzerland
@AKONIBORA_707
@AKONIBORA_707 Сағат бұрын
🙏ঔম শান্তি 🙏আপোৰ আত্মাৰ শান্তি কামনা কৰিলো 🙏🕉️
@lxbiki-hf8kh
@lxbiki-hf8kh Сағат бұрын
From majuli❤❤
@SaifulIslam-bw1cj
@SaifulIslam-bw1cj 2 сағат бұрын
Ratan tata miss you😂😂
@sboy5766
@sboy5766 Сағат бұрын
Om santi 🙏🙏🙏
@kuldeepbaishya3639
@kuldeepbaishya3639 Сағат бұрын
Om shanti ratan tata 🙏😭
@ANJANA1324
@ANJANA1324 Сағат бұрын
ওমঃ শান্তি 😢
@Mainadhemaji
@Mainadhemaji 3 сағат бұрын
From dhemaji 💖
@rijumonidutta1271
@rijumonidutta1271 Сағат бұрын
পৰিয়ালৰ সদস্য এজন হেৰুৱাৰ দৰে অনুভৱ কৰিছো😢 ।।ওম শান্তি।।
@air33-ias53
@air33-ias53 2 сағат бұрын
ভাৰতবাসীয়ে এজন ভগবান হেৰুৱালে। ভাৰত চৰকাৰৰ সেইকন কাণ্ডজ্ঞান নহল যে তেওঁক জীৱিত কালত ভাৰত ৰত্ন বঁটা প্ৰদান কৰাৰ।
@Sunflower-on7et
@Sunflower-on7et 2 сағат бұрын
ভগৱানৰ গুণ কিমান অসীম, বুজি পোৱা নে নাই! মূৰ্খৰ দৰে মুখত যি আহে প্ৰকাশ কৰি নিদিবা কাৰণ মানুহক মানুহৰ দৰে শ্ৰদ্ধাঞ্জলি জনালেই উত্তম নহ'লে তোমাৰ ভগৱান ক অপমান কৰা হয় 😊
@air33-ias53
@air33-ias53 2 сағат бұрын
@@Sunflower-on7et তুমি এইবোৰ কৈ নিজৰ লগতে তোমাৰ ঘৰ খনে দিয়া মূৰ্খামি শিক্ষাৰ প্ৰমাণ দিছা । ৰতন টাটাই যি কৰি গৈছে সেইয়াই আজিৰ যুগত অসীম। জ্ঞানী জনে জ্ঞানী জনক বা জ্ঞানক সদাই ভগবানৰ দৃষ্টিৰে চাই। তোমাৰ সিমান কণ জ্ঞান হোৱা নাই গতিকে বুজি নাপাবা। সৰু হৈ আছা।
@Sunflower-on7et
@Sunflower-on7et 2 сағат бұрын
@@air33-ias53 ক'ত শুনিছাঃ ভগৱানৰ মৃত্যু হয় বুলি? তোমাৰ ভগৱান ইমানেই দুৰ্বল নে ১০০ বছৰ জীয়াই থাকিব নোৱাৰিলে!
@DSRAI-v7p
@DSRAI-v7p Сағат бұрын
Puja koro neki toi ratan tata k , hoi manuh jone bohut kori goise hybuli vogoban r homan t rokha tu murkho manuh r porisoy .. ​@@air33-ias53
@ankuraxom6771
@ankuraxom6771 3 сағат бұрын
1:19 নাতিনীয়েক নহয়, নাতিয়েক কি যে কোৱা দিম্পু দা😢
@assamgang-1425
@assamgang-1425 3 сағат бұрын
Aaji mur feed t bohut reel ahil RIP ratan Tata moi bisshash nkru kintu atiya dimpu Dai video dile xosake ratan Tata nai buli jani bohut dukh hol😢😭
@Gamer-k3i4m
@Gamer-k3i4m 2 сағат бұрын
RIP Ratan Tata sir
@Syma800
@Syma800 Сағат бұрын
God bless to Ratan TATA,, His spritual body live in heaven by blessing of God. Nila kanta chandi
@tarundas2247
@tarundas2247 23 минут бұрын
বহুত নজনা কথা জানিব পাৰিলো। ধন্যবাদ দিম্পু
@Pijush072
@Pijush072 3 сағат бұрын
Ratan tata the emotional man 🥹
@parthapratimkalita983
@parthapratimkalita983 57 минут бұрын
2:47 তেওঁ ভাৰত উভতি অহাৰ একমাত্ৰ কাৰণ তেওঁৰ আইতাক। মৃত্যু ৰ শেষ সময়ত আইতাকে ৰতন টাটা ক চোৱাৰ ইচ্ছা ৰাখিছিল , তাৰ বাবে তেওঁক ভাৰত মাতি অনা হ'ল। নহ'লে ভাৰত ৰ বাহিৰত এ কৰ্মৰত হৈ থাকিলে হেঁতেন । আইতাকৰ এই শেষ ইচ্ছা ৰ বাবে ভাৰতবাসী চিৰ কৃতজ্ঞ , যাৰ বাবে ৰতন টাটাৰ দৰে ব্যক্তিক ভাৰতে লাভ কৰিলে।
@Abhiassam-n9w
@Abhiassam-n9w 3 сағат бұрын
Last বাৰ ৰতন টাটাক jai hind 🥹🫡🫡🫡
@dimbeswarborah4040
@dimbeswarborah4040 Сағат бұрын
তেখেতলৈ অশেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো ।
@sonumahi8935
@sonumahi8935 13 минут бұрын
You will always shine in our heart's generation after generation
@alittleboybanajit__3902
@alittleboybanajit__3902 Сағат бұрын
From Nagarbera
@suprotim1.2k63
@suprotim1.2k63 3 сағат бұрын
পূজা নহয়❌ৰাস মেইন✨কাৰণ আমি মাজুলীয়ান😇
@suprotim1.2k63
@suprotim1.2k63 3 сағат бұрын
🎉
@suprotim1.2k63
@suprotim1.2k63 3 сағат бұрын
🎉
@suprotim1.2k63
@suprotim1.2k63 3 сағат бұрын
like🎉
@Assameseshorts333
@Assameseshorts333 20 минут бұрын
😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢
@ShahSadullahVlogs
@ShahSadullahVlogs 3 сағат бұрын
Fast comment korilo bhai
@Arnab_045
@Arnab_045 3 сағат бұрын
First like view❤
@Assam-vlogs234
@Assam-vlogs234 3 сағат бұрын
First comment ❤❤
@HaseenAli-s1b
@HaseenAli-s1b 3 сағат бұрын
Fly high ratan tata from swizerznd😊
@Ikbal-ox5un
@Ikbal-ox5un 3 сағат бұрын
First like.....👍👍👍
@Priyangshu-
@Priyangshu- 3 сағат бұрын
Dimpu da moi bhakhare bujabo pora nai😭😭😭 bohut beya lagise mon to😢 iman bhal manuh ejon dhukai gol😭🌺♥️♥️♥️♥️♥️
@Dragon-ew4rg
@Dragon-ew4rg 2 сағат бұрын
Dimpuk koi ki bl hbo , e views r krne video bonaise poisa ghotise , dukh prakash koribo iar agt ki dorkar
@MigangkuliMigangkuli
@MigangkuliMigangkuli 45 минут бұрын
Ki valor kota boki aso Val manuh nomore nki 😂😂😂😂
@Prince_ahmed20
@Prince_ahmed20 Сағат бұрын
Legend man ratan tata ❤️🙌
@bijitttt
@bijitttt Сағат бұрын
Rest in peace sir ❤. You will stay forever in our hearts ❤
@sanigaming1226
@sanigaming1226 Сағат бұрын
Also he was a great philanthropist....He donated 102 biliion dollars to Charity..... Respect Ratan Tata 🙏
@harensharma8877
@harensharma8877 2 сағат бұрын
Bharat ratna Ratan tata advanced India in manufacturing sector, creator of modern India. God loves you.
@1nja__
@1nja__ 3 сағат бұрын
Rest in peace @real legend 🥺
@gamingwithshivanan7299
@gamingwithshivanan7299 3 сағат бұрын
First view❤🎉
@rinkumoni961
@rinkumoni961 Сағат бұрын
Grand Salute to Mr Tata❤❤
@makibulislam5568
@makibulislam5568 Сағат бұрын
Love you Dimpu Da
@HoriBoruah-v8j
@HoriBoruah-v8j 3 сағат бұрын
Tata❤❤❤❤❤❤❤
@ShheshshShhsshsj
@ShheshshShhsshsj 3 сағат бұрын
First view❤
@DebajitBaruwati-qy2xi
@DebajitBaruwati-qy2xi 3 сағат бұрын
Ratan Tata is Great ❤❤❤
@indianchenel4015
@indianchenel4015 3 сағат бұрын
Fast comment dimpu da
@BikiSawashi-x9y
@BikiSawashi-x9y 7 минут бұрын
Love from dibrugarh
@Krishna-d9v
@Krishna-d9v 3 сағат бұрын
Legend never die . Ratan Tata ❤❤❤❤
@bscphysicsdost7036
@bscphysicsdost7036 3 сағат бұрын
First Viewer
@VillageLife5801
@VillageLife5801 3 сағат бұрын
👍
@Shonatoni7
@Shonatoni7 Сағат бұрын
Ratan tata miss all time ❤ future India
@mamoniborgohain3421
@mamoniborgohain3421 3 сағат бұрын
First comment
@DeepSarkar-eg2kq
@DeepSarkar-eg2kq 3 сағат бұрын
Thank you Ratan Tata 😔😔😔😔🥺🥺
@samujwaldas2127
@samujwaldas2127 2 сағат бұрын
🥹 really tata siro donor krne omor hoi robo khokolu Bharat bakhir krne...❤️😭ata jug khotom hoi gol
@Dhuliya_Sachin
@Dhuliya_Sachin 3 сағат бұрын
First viewer dimpu daa ❤️ Love from guwahati ❤
@FireGaming-jp5li
@FireGaming-jp5li 3 сағат бұрын
Love you ratan tata ❤❤
@Assam-vlogs234
@Assam-vlogs234 3 сағат бұрын
Miss you Ratan Tata sir❤
@akhilmaxing
@akhilmaxing Сағат бұрын
ওঁম শান্তি
@UtpalKutum-rz1dq
@UtpalKutum-rz1dq Сағат бұрын
Tata Groups respect botton ❤
@BhaskarJyotiBorah-sg6qw
@BhaskarJyotiBorah-sg6qw 3 сағат бұрын
Rip legend ❤
Un coup venu de l’espace 😂😂😂
00:19
Nicocapone
Рет қаралды 8 МЛН
India vs Bangladesh Full Highlights 2nd T20 2024 | IND VS BAN
14:36
Hafiz Zaman Rizvi official
Рет қаралды 52 М.
Convincing Star Reaction !!
14:37
Arjyou
Рет қаралды 680 М.
The Men who Built India | Untold Story of Tata | Dhruv Rathee
16:51
Dhruv Rathee
Рет қаралды 10 МЛН