Report@30 || তামোলৰবাৰীত ৰোপণ কৰিব পাৰি চকলেট গছ || বান্দৰ কে‍ঁকোৱাৰ পৰা উপাৰ্জন ১ৰ পৰা ডেৰ কোটি টকা

  Рет қаралды 808,628

DY365

DY365

5 жыл бұрын

Report@30 || তামোলৰবাৰীত ৰোপণ কৰিব পাৰি চকলেট গছ || বান্দৰ কে‍ঁকোৱাৰ পৰা উপাৰ্জন ১ৰ পৰা ডেৰ কোটি টকা
#ChocolateProduction #Moringa #Nutmeg #MucunaPruriens # InsulinPlant

Пікірлер: 989
@mukulchandrabaruah3631
@mukulchandrabaruah3631 2 жыл бұрын
ভাল লাগিছে। অসমৰ মানুহ আগবাঢ়ি যোৱা দেখিলে, exceptional কিবা কৰি উন্নতি কৰা দেখিলে বহুত বহুত আনন্দ লাগে।
@rebotnath7962
@rebotnath7962 5 жыл бұрын
বহুতে মতামত দিছে সকলোৱে সুধিছে কি দৰে বীজ পোৱা যাব কিন্তু দুখৰ কথা যে dy365 ৰ ফালৰ পৰা কোনো সহাৰি পোৱা নাই আপোন লোকক অনুৰোধ কৰিছোঁ যে কথা খিনিৰ উত্তৰ দিয়ক আৰু আমাৰ দৰে নিবনুৱা লৰা ছোৱালী বোৰক প্ৰেৰণা জনাব যাতে আমি তাৰ খেতি কৰি স্বাৱলম্বী হব পাৰো ধন্যবাদ
@futurelife5828
@futurelife5828 5 жыл бұрын
🙏 কৃষ্ণ
@garimadeka3771
@garimadeka3771 4 жыл бұрын
Amar gaont bandor kekua ase dada..
@garimadeka3771
@garimadeka3771 4 жыл бұрын
@@rupeshrabhaswargiary1444 nai nuari..gaat kibakoi lagilbo lagile moribo lagibo😊
@garimadeka3771
@garimadeka3771 4 жыл бұрын
@@rupeshrabhaswargiary1444 hoi neki..etat 1000 dile nissoi ksto kori holeu anim😁😁
@garimadeka3771
@garimadeka3771 4 жыл бұрын
@@rupeshrabhaswargiary1444 ki korubo aapuni kini loi??
@basisthaacharya6590
@basisthaacharya6590 3 жыл бұрын
এইটো এটা উল্লেখযোগ্য প্ৰেৰণাদায়ক অনুষ্ঠান। অসমৰ বহুকেইখন গাঁৱত এই কামটো কৰিবলৈ সুবিধা আছে, পিছে এই অজাত শত্ৰু বান্দৰৰ জাকৰ পৰা ইয়াক ৰক্ষা কৰা সম্ভৱ নহয়। গতিকে বান্দৰৰ পৰা কিদৰে এই খেতি বাতি বোৰ ৰক্ষা কৰিব পাৰি তাৰ বাবে কিছুমান উপায় প্ৰচাৰিত কৰিলে ৰাইজৰ বহুত উপকাৰ হ'ব। উদ্যোগী ব্যক্তি সকলৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছো।
@adityanath2552
@adityanath2552 5 жыл бұрын
২ কেজি গুড় ২০০ লিটাৰ পানী ৰ লগত ২০ টকা দামৰ এটা বটল মিহলাই মাটিত দিলে মাটিৰ উৰ্বৰতা বাঢ়ে । বাঃ ইমান ধুনীয়া informetion । ধন্যবাদ
@nomadicassamese618
@nomadicassamese618 5 жыл бұрын
সুন্দৰ পদক্ষেপ!! এই গছৰ বীজ কেনেকৈ পোৱা পোৱা যাব!! এই বীজবোৰ আৰু এই খেতিৰ প্ৰক্ৰিয়াটো আমাৰ নৱপ্ৰজন্মক যোগান ধৰি প্ৰশিক্ষণ দিলে অসমৰ অৰ্থনীতিত যথেস্ট উন্নত হ'লহেতেন!! চৰকাৰে skill devlopmnt ৰ নামত কি কৰি আছে সিহঁতে জানিব!!
@UjjaldasBubul
@UjjaldasBubul 5 жыл бұрын
ভাল কথা কৈচা তুমি
@ranarabha2547
@ranarabha2547 5 жыл бұрын
Atiya kot jai pam ami ei bustu bor
@paragborah7998
@paragborah7998 5 жыл бұрын
বাতৰিটো প্ৰচাৰ কৰিছে ভাল পাইছোঁ । কিন্তু বাকী সহায় সহযোগিতাবোৰো যদি কৈ দিলে হয় ভাল লাগিল হয় ।
@RupamKamrup
@RupamKamrup 5 жыл бұрын
বলক হে এদিন যাওঁগৈ | লগ কৰোগৈ
@bijuphukan5634
@bijuphukan5634 5 жыл бұрын
Hh
@jeetoxom3897
@jeetoxom3897 5 жыл бұрын
Great job. This is what people actually want. Keep it up. 💯
@Sarat933
@Sarat933 5 жыл бұрын
সচাকৈয়ে অতি সুন্দৰ পদক্ষেপ ।।। সাধাৰণতে সঠিক যোগাযোগৰ অভাৱতে বহুতে ইচ্ছা আৰু সামৰ্থ থাকিও এইক্ষেত্ৰত আগুৱাই যাবলৈ কুণ্ঠাবোধ কৰে ।।
@niyoresmiofficialmusic8161
@niyoresmiofficialmusic8161 5 жыл бұрын
বহুত ধুনিয়া লাগিল
@dhrubajyotigogoi2228
@dhrubajyotigogoi2228 5 жыл бұрын
thanks .... kin2 bojar kot ase kwa hole vl asil .....
@dambaruspersonalblog5541
@dambaruspersonalblog5541 5 жыл бұрын
আমাৰ অসমৰ মানুহে বিভিন্ন খেতি কৰে যদিও উপযুক্ত বজাৰ তথা মধ্যভোগী আৰু বিভিন্ন কাৰণৰ বাবে উপযুক্ত মূল্য নাপাই মাজতে এৰি দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।গতিকে যিকোনো খেতি কৰাৰ আগতে চৰকাৰে নিদিষ্ট ব্যৱস্থাপনাৰ যোগেদি কৃষকৰ বাবে সুলভ বজাৰ এখন সৃষ্টি কৰিব নোৱাৰিলে যিমান খেতি কৰিলেও লাভ নাই।আশা কৰিছোঁ ৰাইজে কৃষি বিপ্লৱত অংশগ্ৰহণ কৰি এনেকুৱা অনুষ্ঠান বোৰৰ পৰা লাভবান হ‌ওঁক।
@achyutkalita5332
@achyutkalita5332 2 жыл бұрын
Sarkare kio agbhag nlai
@borokhasakia535
@borokhasakia535 2 жыл бұрын
কৰ হয়
@bkumar1288
@bkumar1288 3 жыл бұрын
We should encourage unemployed youths to grow with guidance.Nice programme
@hridoydeka2150
@hridoydeka2150 5 жыл бұрын
ভাল পদক্ষেপ....
@kirihanse2403
@kirihanse2403 5 жыл бұрын
Xundor idea koribo lagibo
@chandonpaponborah.4240
@chandonpaponborah.4240 5 жыл бұрын
সুন্দৰ প্ৰচেষ্টা আপোনালোকৰ। এইবোৰ আৰম্ভ কৰিবলৈ হলে কেনেকৈ আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিম।
@hiteshgogoi9409
@hiteshgogoi9409 4 жыл бұрын
বৰ সুন্দৰ নিদৰ্শন, আমাৰ নৱপ্ৰজন্মই এইবোৰৰ প্ৰতি আকৰ্ষিত হব,আৰু নিবনুৱা সমস্যা দূৰ হব,চৰকাৰৰ লগতে তেখেতে বাট দেখুৱাবলৈ প্রাৰ্থনা জনাইছোঁ(ঠিকনা দিব বুলি অনুৰোধ জনাইছোঁ)🙏🙏🙏
@bhabensahariah8526
@bhabensahariah8526 Жыл бұрын
প্ৰগেমটো ধাৰাবাহিক ভাবে দি থাকি অসমৰ খেতিয়কক আগবঢ়াই নিয়াত সহায় কৰে যেন ।
@himanibanikya8168
@himanibanikya8168 3 жыл бұрын
সুচিল পাটোৱাৰী আপুনাৰ কথা বোৰ খুবভাল ধিৰ স্থিৰ আজিৰ পৰা বহুত কথা জানিব পাৰিলো বৰভাল লাগিল আমি নজনা কথা বহুত আচে সকলোৰে ভাল হওক খেতি কৰা জুবক কেইজনক শুভেচ্চা দিলো তেওলোকৰ উন্নতি কামনা কৰিলো
@Bhattapapu
@Bhattapapu 5 жыл бұрын
One of the best programmes by Dy
@anupamsaikia735
@anupamsaikia735 5 жыл бұрын
তেওলোকক লগ কৰিব বিছাৰো ৷ তেওলোকৰ ঠিকনা দিলে উপকৃত হলো হয় ৷
@Bikram12344
@Bikram12344 5 жыл бұрын
সাৰ খোৱা অসমীয়া অ' কোনো নকয়।
@jyotishmedhi4116
@jyotishmedhi4116 Жыл бұрын
@@Bikram12344 sob Pakistani hoí
@prabalbharali376
@prabalbharali376 4 жыл бұрын
Great reporting... Very very Awesome , Knowledge oriented.
@dabajitgogoi9581
@dabajitgogoi9581 5 жыл бұрын
very precious report...expect more report like this...superb.
@palashkakati7166
@palashkakati7166 3 жыл бұрын
Amar কুঁহিয়াৰ খেতি বাৰিৰ বান্দৰ কেঁকোৰা বহুত আছে
@user-rm2iq6lp4e
@user-rm2iq6lp4e 5 жыл бұрын
Enekua news sabo mn jai
@rueeborah8033
@rueeborah8033 3 жыл бұрын
সুন্দৰ পদক্ষেপ
@SriCCDas
@SriCCDas 3 жыл бұрын
ধন্যবাদ আপোনাৰ এই চকলেট খেতি কৰাৰ বাবে।
@user-th7sk1vm2f
@user-th7sk1vm2f 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
@trikendrajitkalita9511
@trikendrajitkalita9511 5 жыл бұрын
All time good Vedio l am interested l am science graduate and have nursery firm also l hope if a proper counseling is initiated then it can promote our poor firmer....
@deepankarchutia1413
@deepankarchutia1413 5 жыл бұрын
Coffee gos jupak j bandor kekura koi moi dy365 pora hey gom palu..by d way dy365 a bandor kekura use kori sabo adin
@indrajityt8023
@indrajityt8023 4 жыл бұрын
Val koisa bondhu
@mriduldas1032
@mriduldas1032 5 жыл бұрын
Excellent steps for the benefits of our farmers...congratulations and go ahead...nature will definitely help you along with our farrmers...
@dreamprojectofindia
@dreamprojectofindia 5 жыл бұрын
Well-done Good information. Negative r majh Di positive news. Jai Aai Axom.
@mohammadabdulmotalibhussai1713
@mohammadabdulmotalibhussai1713 4 жыл бұрын
Allah is only one (1) ek
@himangshukashyap3365
@himangshukashyap3365 5 жыл бұрын
aneke news korile lav nai ...bitong kotha jonabo lage ...lgt xokolu jugajug ba bazaar xnr kotha o janibo lgibo ..nhle Ami jdi sojina Pat 1kg besibo jao kune kinibo ..pagol buli hahibo najana manuhe
@ranarabha2547
@ranarabha2547 5 жыл бұрын
Ohh hy de luwa manuh ase jdi kimn ase na bhai
@Joyee590
@Joyee590 5 жыл бұрын
Ya
@pranajitchangmaji7379
@pranajitchangmaji7379 5 жыл бұрын
Hoi khosa kotha hahibo manuhe amak
@garimadeka3771
@garimadeka3771 4 жыл бұрын
Umm thiky koise kothakhar
@ruralblog
@ruralblog 4 жыл бұрын
Thik kotha ke koise
@narjinaparbin7406
@narjinaparbin7406 3 жыл бұрын
Supper program, thanks
@janubaruah7363
@janubaruah7363 3 жыл бұрын
Lovely video
@adityanath2552
@adityanath2552 5 жыл бұрын
news টো হয়তু সচাঁ । কিন্তু এনেধৰনৰ news এ কাৰো উপকাৰ কৰিব নোৱাৰে ।
@indprajit1590
@indprajit1590 3 жыл бұрын
Hoi naki bupa...tumak game kheli poisa lage
@nitubayan7092
@nitubayan7092 5 жыл бұрын
Bhal lagil bekar Lora babe bhal khbr
@sihvadeka6825
@sihvadeka6825 5 жыл бұрын
Jane aapuni....
@anupamboruah2862
@anupamboruah2862 5 жыл бұрын
Original assamese
@user-th7sk1vm2f
@user-th7sk1vm2f 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।
@atulchandragogoi7716
@atulchandragogoi7716 3 жыл бұрын
Wow!!! It's an amazing program for all of us
@B.Sarmah1
@B.Sarmah1 4 жыл бұрын
আপোনালোকৰ এই প্ৰচেচ দেখি সচাকৈয়ে ভাল লাগিছে ।আৰু বহলভাবে কৰক তাৰেই কামনা কৰিছো ।লগতে দ্ৰেগন ফ্ৰুইতৰ খেতিতো কৰিলে বহুত লাভজনক বুলি জানো । পাৰিলে দ্ৰেগন ফ্ৰুইট লগাওক । মই জানুৱাৰী মাহত ২ কিলো দ্ৰেগন ফ্ৰুইট আনিছো ৯৫০ টকাত দুকিলোট ৮ টা উঠিছে।গতিকে পাৰিলে চেষ্টা কৰক চোন ।
@pinkuutpal6032
@pinkuutpal6032 5 жыл бұрын
গুটি/পুলি বাৰু হৈ যাব। মাৰ্কেট টো কত? সেইটো গুৰুত্ত নিদিলে ভিডিঅ টোত।
@bikashbarman5748
@bikashbarman5748 5 жыл бұрын
আমাৰ ঘৰত আছে বানদৰ কেকুৰা আপোনালোকৰ তাত বেছিব খুজু
@raktimsaikiaproduction4733
@raktimsaikiaproduction4733 5 жыл бұрын
Bikash Barman phn no tu dibo ne?
@KochYoutuber
@KochYoutuber 4 жыл бұрын
Apunar phone number diya
@someswarbrahma2406
@someswarbrahma2406 3 жыл бұрын
wow ! Feeling so much proud ,watching this video ! Cordial thanks to tween Discoverer ;
@WHOfficial
@WHOfficial 5 жыл бұрын
Val khabar
@palashrabha4398
@palashrabha4398 5 жыл бұрын
100g dam 1300 toka... 1kg dam 101300 toka faltu DY365..... aponalokok bandor kekowa logai dibo loga hoise...
@a2ztechandfun241
@a2ztechandfun241 5 жыл бұрын
চজিনাৰ পাত ক'ত কেনেকৈ বিক্ৰী কৰিব পৰা যাব? #a2ztechandfun
@AsadAli-du3hg
@AsadAli-du3hg 4 жыл бұрын
চজিনার পাত কত বিক্ৰী করিম
@ekramhussainmir3903
@ekramhussainmir3903 4 жыл бұрын
No reply nai, this is problem
@priorava1902
@priorava1902 5 жыл бұрын
Wow.....bht bhal concept dada
@colorsne
@colorsne 5 жыл бұрын
Wow... Great....
@kasinathtanti1155
@kasinathtanti1155 5 жыл бұрын
বহুতৰ coment চাইছোঁ কিন্তু dy বা কাৰো reply নাই। kindly reply বা যোগাযোগৰ ঠিকনা দিয়ক
@advlog432
@advlog432 4 жыл бұрын
Faltu khamkori homoi nosto nokora Jan .aruki ki balor Khan ASA.jubokburok maybe gilanokoribo
@arabpragoti9744
@arabpragoti9744 4 жыл бұрын
fal2
@user-th7sk1vm2f
@user-th7sk1vm2f 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
@jyotishmedhi4116
@jyotishmedhi4116 2 жыл бұрын
@@user-th7sk1vm2f Sir , Mok dibone apunar mushroom training , Kamrup (r) . Jodi diye Moi apunak contact korim
@user-th7sk1vm2f
@user-th7sk1vm2f 2 жыл бұрын
@@jyotishmedhi4116 okk call me
@bikug1610
@bikug1610 5 жыл бұрын
Kebol kolpona Kori bohe pari kintu reality t sage noho bo 😐😐⚠️
@newlifelessonassamese4032
@newlifelessonassamese4032 5 жыл бұрын
বহুত ভাল খবৰ।
@mehmudabbas5382
@mehmudabbas5382 3 жыл бұрын
Very useful vdo
@adityaboruah9529
@adityaboruah9529 5 жыл бұрын
তেখেত লোকৰ লগত যোগাযোগ কৰিব বিচাৰো।। অনুগ্ৰহ কৰি ম'বাইল নম্বৰটো দিয়কচোন।
@sinmoyfitnesstips6344
@sinmoyfitnesstips6344 5 жыл бұрын
Aditya Boll.
@rebiccasonowal8749
@rebiccasonowal8749 5 жыл бұрын
Dada apunar contracts number aru full address Pamnaki, guwahati city pora Kun rootot jam.
@user-th7sk1vm2f
@user-th7sk1vm2f 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।।
@JituAssam564
@JituAssam564 5 жыл бұрын
Bhut vl lagil jani kinie...
@lachithazarika1142
@lachithazarika1142 5 жыл бұрын
ধন্যবাদ DY365 এনে তথ্য জনোৱাৰ বাবে
@bidyabaruah3226
@bidyabaruah3226 5 жыл бұрын
আমাৰ ঘৰত আছে বন্দৰ কেকূৰা
@tankeswardas8175
@tankeswardas8175 5 жыл бұрын
bidya baruah kot tumar ghr
@a2ztechandfun241
@a2ztechandfun241 5 жыл бұрын
bidya baruah বহুত ভ'য় লাগে মোৰ এইবিধ বস্তু ।
@hirakjyotisonowal3941
@hirakjyotisonowal3941 4 жыл бұрын
আপোনাৰ ঘৰ কত
@utpalmodularkitchen937
@utpalmodularkitchen937 5 жыл бұрын
যোগাযোগৰ ঠিকনা দিব নিকী ।।
@nirengogoi4665
@nirengogoi4665 3 жыл бұрын
যোগাযোগৰ ঠিকনা, আৰু ছাৰহতৰ মবাইল নং দিয়কচোন
@bg_gayero9267
@bg_gayero9267 3 жыл бұрын
Bandor kekua pabor babe adress dile upoker hobo
@utpalmodularkitchen937
@utpalmodularkitchen937 3 жыл бұрын
@@bg_gayero9267 7892574541
@voiceofpeace9821
@voiceofpeace9821 4 жыл бұрын
Very good progressive farmer and inventor of new variety of high value plantation for the Assamese people. Need modelization and unification for this farming
@rimaborah6242
@rimaborah6242 5 жыл бұрын
Great 👍
@rajuronghang6941
@rajuronghang6941 5 жыл бұрын
marketing link tu he diyak.
@user-th7sk1vm2f
@user-th7sk1vm2f 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻।
@upantapathak5346
@upantapathak5346 5 жыл бұрын
চজিনা পাট বোৰ কত আৰু কেনেকৈ বেচিব পাৰি এইবোৰ কোনে কিনে।
@manashaxom578
@manashaxom578 5 жыл бұрын
আমি কিনো।। supply দিয়াৰ দায়িত্ব আমাৰ।।
@AbdulMannan-lf9hx
@AbdulMannan-lf9hx 5 жыл бұрын
Manash pls give me ur mobile phone number
@realassamenjoylife6751
@realassamenjoylife6751 5 жыл бұрын
@@manashaxom578 . pls share ur contac no
@hirakjyotisonowal3941
@hirakjyotisonowal3941 4 жыл бұрын
মানচ দা‌ কত বিক্ৰি কৰে কব নেকি? ফোন নম্বৰটো দিব চোন।
@Gunda0506
@Gunda0506 5 жыл бұрын
Bahut encouraging video.......Aakha koru natun projonmoi bahut kotha hikibo paribo
@roncartoon3407
@roncartoon3407 5 жыл бұрын
Vl lgil..
@ahmedadil1334
@ahmedadil1334 5 жыл бұрын
মই খেতি কৰিম বুলি ভাবিছো পুলি কত পাম
@UjjaldasBubul
@UjjaldasBubul 5 жыл бұрын
ময় ও ভাবিছো
@chiranjibhazarika8879
@chiranjibhazarika8879 5 жыл бұрын
Moiu vabisu.. Eibur kot pam...
@manashaxom578
@manashaxom578 5 жыл бұрын
Johora hot
@sanjaibasumatary8203
@sanjaibasumatary8203 5 жыл бұрын
moi vabu xokolu kerela'r pora xiki goise ..karon kerela't xokolu bostu kamot lage 1'ta bostu peloniya bostu nai....aru moi atiya keralat prai 3 years par hoise
@manjitr.4391
@manjitr.4391 5 жыл бұрын
Tumi tate i thaka etiao?
@manjitr.4391
@manjitr.4391 5 жыл бұрын
Sanjai Basumatary ktha eta kua sun axom t chocolate kheti khon HBO pare ne nai, thaikhonot boroxun pani joma hole HBO janu?
@sanjaibasumatary8203
@sanjaibasumatary8203 5 жыл бұрын
oo ...hobo kio nohoi seshtar oxaidho eku nai
@sanjaibasumatary8203
@sanjaibasumatary8203 5 жыл бұрын
5'6 years above hol..
@sanjaibasumatary8203
@sanjaibasumatary8203 5 жыл бұрын
pani joma hobo nihibo pani joma hobo diley gos mori jabo.karon pani xarot"koi besi xokti korey..
@prasantabora1
@prasantabora1 5 жыл бұрын
Good news
@dhrubajyotigogoi2269
@dhrubajyotigogoi2269 5 жыл бұрын
🌿 🌴🌳 Agote najona kotha bur Janilu , Bujilu ▪Huni Val lagil .
@shaanali6072
@shaanali6072 5 жыл бұрын
Dy365 ,আপোনালোকে news টু দিলা ভাল লাগিছে লগতে যোগাযোগর number টু দিবা নে? Please দিয়া,,
@user-th7sk1vm2f
@user-th7sk1vm2f 3 жыл бұрын
আহক আমি কাঠফুলা খেতিৰ দ্বাৰা নিয়েও স্বাবলম্বী হও আৰু আন এজনকো স্বাবলম্বী হোৱাৰ পথ বাচি দিওঁ ।।🙏🙏☺️☺️ নিবনুৱা সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ এটা নতুন পথত আগবাঢ়ো আহক সকলো মিলি ।।🙏🙏☺️☺️🥰🥰 কাঠফুলা খেতি কৰিব বাবে 6900415811নম্বৰত যোগাযোগ কৰক।অসমৰ সকলো জিলাতে সম্পূৰ্ন বিনামূলীয়া প্ৰশিক্ষণ ৰ লগতে আপোনাৰ দ্বাৰা উৎপাদিত কাঠফুলাখিনি কিনি আনাৰ দায়িত্ত্ব আমাৰ।১কেজি শুকান কাঠফুলাৰ দাম ৮০০ টকা দিয়া হব।অধিক তথ্যৰ বাবে যোগাযোগ কৰক ধন্যবাদ🙏🏻🙏🏻
@jyotishmedhi4116
@jyotishmedhi4116 2 жыл бұрын
@@user-th7sk1vm2f Trining ketiya hobo , 12 month khati koribo parine ? Please reply
@mohammadabdulmotalibhussai1713
@mohammadabdulmotalibhussai1713 4 жыл бұрын
Allah ek hai Allah ka akhiri rasul Hazrat Mohammad s.a.w hai
@ayatullahsheikh3118
@ayatullahsheikh3118 3 жыл бұрын
মোৰ মৰমৰ সুশীল দা আজি বহুত দিনৰ মূৰত দেখা পাইছো, ভাল লাগিল আমাৰ ওচৰত দাদাৰ ঘৰ, ভালে থাকক কুখলে থাকক.
@munindrasarma2508
@munindrasarma2508 3 жыл бұрын
apunar anusthan tur pora manuh khosai lavambito hobo thank you
@biswajitgogoi6583
@biswajitgogoi6583 5 жыл бұрын
Phone number tu dela val asel
@babachetia3876
@babachetia3876 5 жыл бұрын
Kiba link axe nki bikibo porakoi mr usart guti 1 kg mn axe
@manashaxom578
@manashaxom578 5 жыл бұрын
Ami kinu.. Supply dia kaam amar..
@sd-ru3fg
@sd-ru3fg 5 жыл бұрын
@@manashaxom578 price kiman diba 1 kg t??
@manashaxom578
@manashaxom578 5 жыл бұрын
@@sd-ru3fg per kg 1000.. Kiman ase.. Address dia
@smrjt9102
@smrjt9102 5 жыл бұрын
Amazing
@greentomato2638
@greentomato2638 3 жыл бұрын
Great job
@faridurrahman1731
@faridurrahman1731 5 жыл бұрын
১00 গ্ৰামৰ দাম ১৩০০ টকা হলে ১কেজিৰ দাম কেনেকৈ ১লাখ ৩০ হাজাৰ হয় ? এয়াই নেকি আমাৰ অসমৰ বাতৰি।
@GangofRobul
@GangofRobul 5 жыл бұрын
Oi ghadaa aitu medicine or damm
@lupumoni3438
@lupumoni3438 5 жыл бұрын
a mojjjjjjjjjjjjjjjjjjjjjjjja disa
@raghunathdasdas8815
@raghunathdasdas8815 5 жыл бұрын
math ok
@faridurrahman1731
@faridurrahman1731 5 жыл бұрын
Moi a atya gadha holo. Valke sa line to pohri.
@rrc7055
@rrc7055 5 жыл бұрын
Bhal disa kin2
@jitulnj
@jitulnj 5 жыл бұрын
Teo lokor mobile number dibo nki
@AbdulMannan-lf9hx
@AbdulMannan-lf9hx 5 жыл бұрын
Mobile number to debo sun
@allassamesevideoassam7672
@allassamesevideoassam7672 5 жыл бұрын
Dada jodi pare number tu dibo sun
@mrigankasaikia723
@mrigankasaikia723 5 жыл бұрын
Muk u lage phn no 2 tew lukor....
@intothenature9726
@intothenature9726 5 жыл бұрын
9957663603
@mexi1344
@mexi1344 3 жыл бұрын
বুজি পাইছোঁ ৰবৰ্ খেতি কি হল মাৰ্কেট নাই অসমৰ বস্তু সদাই দাম নাই বুজা শেষ ভাল idea ।খেতি কৰিম আনে ক্ৰীম খাব সুন্দৰ idea thank you sir
@startingpointslife1422
@startingpointslife1422 5 жыл бұрын
I salute you sir keep it up
@ah6493
@ah6493 5 жыл бұрын
Salute to our farmers
@vibration7071
@vibration7071 5 жыл бұрын
wow..very nice
@debajitkonwar709
@debajitkonwar709 3 жыл бұрын
Great job sir .
@lakulakurajput6886
@lakulakurajput6886 4 жыл бұрын
Moja lagil
@bidyasingengleng1014
@bidyasingengleng1014 5 жыл бұрын
Kheti kori Raijor dekuwar babe bohut bhal lagise gotike apunalukok bohut bohut dhaibad namaskar..
@migolpegumigolpegu3717
@migolpegumigolpegu3717 5 жыл бұрын
verry nice new.....
@digantadas6507
@digantadas6507 4 жыл бұрын
Good concept,go forever and give us advice
@news7creative950
@news7creative950 5 жыл бұрын
Good presentation
@amitgour5649
@amitgour5649 4 жыл бұрын
বৰ ভাল
@krishnakathar7472
@krishnakathar7472 Жыл бұрын
Supper all the best ,god bless u, be continue
@allomullah4192
@allomullah4192 3 жыл бұрын
Good
@florenceamsong8987
@florenceamsong8987 3 жыл бұрын
Thankyou sir aponar nasari ekdin saboloi jai
@litulbhuyan8963
@litulbhuyan8963 5 жыл бұрын
Nice video
@bhupenkakati5973
@bhupenkakati5973 5 жыл бұрын
Moi Bhupen kakateye apunar natun poyashar babe bohut bahut Thanks,
@PrabinBLimbu
@PrabinBLimbu 5 жыл бұрын
very nice job
@sauravmajumdar733
@sauravmajumdar733 5 жыл бұрын
its realy a good show from dy 365
@assamwildlifeanimals2421
@assamwildlifeanimals2421 5 жыл бұрын
Dhunia
@jaandoley
@jaandoley 5 жыл бұрын
Enekua dhoronor news bure bahut help koribo. Keet it up
@mohammadabdulmotalibhussai1713
@mohammadabdulmotalibhussai1713 4 жыл бұрын
Laa ilaha illal lahu muhammadur rasulullah s.a.w
@hafizabdul7713
@hafizabdul7713 5 жыл бұрын
Very very good
@jituadhikari1172
@jituadhikari1172 4 жыл бұрын
Nice job
@PRANJIT01
@PRANJIT01 5 жыл бұрын
Thanks dy ..
@romanticvideo485
@romanticvideo485 5 жыл бұрын
Very nice
@bkvlog94
@bkvlog94 5 жыл бұрын
Great
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,5 МЛН
ROCK PAPER SCISSOR! (55 MLN SUBS!) feat @PANDAGIRLOFFICIAL #shorts
00:31
Жайдарман | Туған күн 2024 | Алматы
2:22:55
Jaidarman OFFICIAL / JCI
Рет қаралды 1,5 МЛН