ৰিষ্মা কিন্তু বেয়া নহয় আকৌ ব্যক্তিত্বও ভাল ৷ গান গোৱা পর্ব যিটো শ্ব ৰাইজক সাধাৰনতে আমোদ প্রমোদ দিব পৰাটো কম ক্থা নহয় ৷ ৰিম্মাৰ ক্ষেত্রত এই গুনা গুনটো আছে l খুব ভাল সুকন্ঠি গায়িকা হয় ৷ আমোদ-প্রমোদ কৰিব পাৰে দর্শকক মন জয় কৰিব পাৰে ৷হৃদয় জিনিব পৰা গুন এটা আছে ছোৱালীজনীৰ ৷ দ্বিতীয় গৰাকী তৰুলতা পাংগিং বৰ ভাল পালো দেই অংগী- ভংগী লয়লাসবোৰ খুব ভাল লাগিল ৷ তৰু বালৈ মনত পৰি গলো ৷👍 ভৱিষ্যত আছে ৷
@richmapanging479. Жыл бұрын
Tq you 🙏🌸
@dokpunmina1505 Жыл бұрын
@@richmapanging479. Richma Tumi Kenekoi dekhila mur ei comment tu . NLP t Tumar progam saisutu heibabe Koisu .👍👍 you are great . Moi hoday proud Korim Lakhimpur t jadi program hole Akou sabo Jam .