Rinima Borah BREAKS DOWN in the Assamese PODCAST || Sex Drives, Affairs, Love Jihad - 143 (4K)

  Рет қаралды 476,215

UNTOLD by Aboyob Bhuyan

UNTOLD by Aboyob Bhuyan

Күн бұрын

Пікірлер: 2 700
@Dikshitaa13
@Dikshitaa13 2 ай бұрын
এনেকুৱা স্পষ্টবাদী মহিলা আমাৰ সমাজৰ বাবে অতি প্ৰয়োজনীয় ❤❤ বহুত ভাল লাগিল ❤ সাহস পাইছোঁ ❤ আগুৱাই যাওঁক আপুনি❤
@Danirojasfc6
@Danirojasfc6 2 ай бұрын
Absolutely
@jyotikalita3572
@jyotikalita3572 2 ай бұрын
Agree with you
@Sundry7227
@Sundry7227 2 ай бұрын
@@Dikshitaa13 theek koisa..tumiu juwa eta musalmanor lgt affair soluwa ge
@Ayeshadibrugarh-x9e
@Ayeshadibrugarh-x9e 2 ай бұрын
​@@Sundry7227 gu khuwa😂 tur pokor puril kio😂
@Ayeshadibrugarh-x9e
@Ayeshadibrugarh-x9e 2 ай бұрын
Thik koice Baideu
@phuljyotigoswami7232
@phuljyotigoswami7232 2 ай бұрын
ইমান সাধাৰণ ইমান স্পষ্টবাদী ইমান মুকলি মুৰীয়া মনৰ শুদ্ধ কৈ কথাবোৰ কোৱা ৰিনি জনীয়ে মোৰো হৃদয় জিনিলে ৰাইজৰ লগতে।সত্যত আছা বাবেই এইয়া প্ৰাপ্য।বৰ মোহনীয় কথাবোৰ শুনি মনটো সচাই গৌৰৱ বোধ কৰিছো।অসমৰ মান ৰাখিলা অ আইজনী।আগলৈ আজুৰি আনিবা তোমাৰ প্ৰাপ্য।
@GunaBorgohain-c5g
@GunaBorgohain-c5g 2 ай бұрын
Bor honder lagesa
@ankurraj8350
@ankurraj8350 2 ай бұрын
তাই যিমান যি নকওক তাই এজনী মুছলমান ছোৱালী । ভাল কথা কৈছে যদিও তাই আগতে বহুত বেয়া কৰিছে । কথাখিনি ভাল হলে কি হব মুছলমানৰ লৰাৰ লগত ৰিলেশ্বনত থাকি এতিয়া বেলেগক দিহা দি কি লাভ
@AimoniAimoni-p4f
@AimoniAimoni-p4f 2 ай бұрын
​@@ankurraj8350Muslim mnuh nhoi nki .jate dhrmok kio tani ane protetu kothate .
@KrishnaBorah-e8c
@KrishnaBorah-e8c 2 ай бұрын
​@@ankurraj8350 Tai Muslim nhoi Assamese hoi borah likhe tai jdi aku njne then ktha nkbo ...apunar kthar pora anekuwa lgil Jen apuni 1st r pora podcast tu nsle any olp saii cmnt dile ...apunlkr nsina mnuheii kre wife k misbehaviour ❤
@jyotidasmoran3490
@jyotidasmoran3490 2 ай бұрын
Can somebody be so sweet,strong,open minded n what else should I say ! Hats off to this young lady of my daughter's age !God bless you...m a lady of 61+... I 'v drawn tattoos in my hand...just after my retirement...what's there to judge a person by the tattoos he/she has it !!! Proud of you Rinima...আৰু আগবাঢ়ি যোৱা...lv lots from Tinsukia
@priyankarai7227
@priyankarai7227 2 ай бұрын
From Bihar love jihad exists I know I feel... Same by school friends
@robysaikia6727
@robysaikia6727 2 ай бұрын
গংগা জলে কাকো শুদ্ধ কৰিব নোৱাৰে। মন আৰু মানসিকতা শুদ্ধ হ'ব লাগিব। সমাজত আপোনাৰ মা আৰু দেউতাৰ দৰে মানুহৰ প্ৰয়োজন বাইদেউ।❤
@Gitanjalichangmai8140
@Gitanjalichangmai8140 2 ай бұрын
আমাৰ ছোৱালীৰ বাবে ‌এইটো এটা নতুন ধুনীয়া উপহাৰ যেন লাগিল, ধন্যবাদ।
@barshabora8081
@barshabora8081 2 ай бұрын
কি কম ভাষা নাই, গোটেই podcast টো শুনিলো, অনুভব কৰিলোঁ। গোটেই podcast টো মই মাত্ৰ এটা কথাই ৰিঙিয়াই আছিল যে মাত টো কাৰ লগত মিলিছে, at the end বুজি পালোঁ একেবাৰে প্ৰস্তুতি পৰাশৰ ৰ দৰে একেই। বহুত বেছি মৰম সদায় হাঁহি থাকক।।
@monisharai3967
@monisharai3967 2 ай бұрын
This podcast is amazing 🤩 and Mam is so sweet 🫶🏻❤️ vohut val lagile 1st time moi full podcast salu aji
@barshabora8081
@barshabora8081 2 ай бұрын
@@monisharai3967 moiu full podcast saisu olpu nuruake.
@dharmeswar63
@dharmeswar63 2 ай бұрын
এইটো চেনেলৰ পডকাষ্টবোৰ আগতেও চাইছো যদিও কন্দা নাছিলোঁ। আজি নজনাকৈ চকুৰ পানী বৈ আহিল। মইও মোৰ গাৰ্লফ্ৰেণ্ডক অজানিতে তাইৰ দোষ থকা স্বত্বেও মই তাইক কেনেকুৱা ব্যৱহাৰ কৰিছোঁ যিয়ে তাইক মনোকষ্ট দিছে; আৰু সেই কষ্টই তাইৰ মানসিক অৱস্থাৰ কি ক্ষতি কৰিছে এইবোৰ প্ৰশ্ন মনলৈ আহে যদিও ইমান গভীৰলৈ চিন্তা কৰা নাছিলো। আপোনাৰ কথাবোৰে বুকু কঁপাই তুলিলে। কাৰোবাক ভাল পালেই নহয়, ভালে ৰাখিব পৰাটোহে আঁচল কথা। আপোনাৰ আৰু ভাল হওঁক, কুশলে থাকক।
@sangitamazumdar7725
@sangitamazumdar7725 2 ай бұрын
আজি 10 নৱেম্বৰৰ ৰাতিপুৱা শুই উঠয়েই podcast তু চালো। ইমান সুন্দৰ মনৰ মানুহজনী। তেখেতৰ কথা কোৱাৰ ধৰণ , স্পস্তাবাদিত্ব দেখি জীৱন টো চোৱাৰ ধাৰণাটোৱে সলনি হৈ গল মোৰ। আগুৱাই যাওঁক সুন্দৰ মনৰ , মৰমিয়াল নাৰী গৰাকী। মোৰ বাবে এগৰাকী প্ৰিয় নাৰী বিচাৰি পালোঁ।
@madhusmitagogoi7380
@madhusmitagogoi7380 2 ай бұрын
ৰিনিমা বৰা অসমৰ উজ্জ্বল নক্ষত্ৰ আৰু আগোৱাই জোৱা আশীৰ্বাদ কৰিছো।
@DibyangeeDutta
@DibyangeeDutta 2 ай бұрын
She definitely nailed it......... Never ever saw such a strong and beautiful woman ever in my 17years of life.... Even if it's short..... My idol... Hat's off to her.
@OnlineExam-ox9kt
@OnlineExam-ox9kt 2 ай бұрын
Ohh God.. enekuwa manuhor lgt ktha patibo mon jai.. life r view burei change kori dise 1hr podcast t.. uff personally jodi ktha patibo parilu hoi😢❤
@MayurakshiMahanta
@MayurakshiMahanta 2 ай бұрын
অৱয়ৱ ভূঞাৰ এইটো বোধকৰোঁ আটাইতকৈ মূল্যবান আৰু অনন্য সুন্দৰ podcast. অনুপ্ৰাণিত হ'লো। ৰিণিমালৈ বহুত মৰম আৰু শুভকামনা ❤️❤️❤️
@simantadas1616
@simantadas1616 2 ай бұрын
বহুত বেছি মৰম থাকিল আপোনালৈ ভালে থাকক সদায় ।আৰু এই হাঁহিটো সদায় জিলিকি থাকক ❤ আপোনাক লৈ অসমবাসী বহুত গৌৰৱান্বিত ❤ বহুত কথা শিকিলোঁ আপোনাৰ পৰা বহুতে বেছি । আকৌ এবাৰ ভগবানৰ ওচৰত সেৱা ধৰিছো কুশলে থাকক ❤
@jugosmitadas5821
@jugosmitadas5821 20 күн бұрын
I just love this lady she's so open-minded and motivating❤❤❤ keep achieving success in life
@hdhirakjyoti6091
@hdhirakjyoti6091 2 ай бұрын
আজি কালি এইবিলাক কথা পাতিবলৈ মানুহ নোহোৱা হল। সেইদিনা মনতো ই সকাহ পায় যিদিনা মাল খাই এজন প্রিয় বন্ধু ৰ সৈতে এইবিলাক চিন্তা কৰিয়েই আলাপ আলোচনা হয়।পদকাষ্ট 2 ভাল লগিছে।অভিনন্দন জনালোঁ আপোনাক🎉🎉
@runuminath2818
@runuminath2818 2 ай бұрын
The aura she holds is so fascinating. Loved the podcast . More power and love to this strong woman. ✨
@Sundry7227
@Sundry7227 2 ай бұрын
@@runuminath2818 getting fooked and used by a mulla is the benchmark of a strong woman according to these dimwits😂😂
@Ainuu123
@Ainuu123 2 ай бұрын
Podcast টো চাই ভাল লাগিল বিশেষকৈ বাইদেউগৰাকীৰ মানসিকতা বাৰুকৈয়ে প্ৰশংসনীয়.. ❤😊
@rubimedhi7066
@rubimedhi7066 2 ай бұрын
এই মনুহগৰাকীলৈ মোৰ মৰম লাগি গল। ইমান সহজ সৰল আজিৰ পৃথিৱীত। আপোনালৈ বহুত মৰম আৰু বহুত আগুৱাই যাওক আপুনি ❤️
@rupamjyoti8412
@rupamjyoti8412 2 ай бұрын
Inspirational story ❤ সপোন যদি দেখিছা তাক পাৱলৈ নিজৰ সমস্ত দিৱই লাগিৱ Best 2 line 1)Survival is the key 2)Hardwork + Spirituality+ Positivity - is the key for getting everything
@munuhzk
@munuhzk 2 ай бұрын
সচাঁকৈ ক'বলৈ ভাষা নাই😢আৰু আগুৱাই যোৱা।শুনিয়েই থাকিবৰ মন গৈছে❤
@chumpiboruah9025
@chumpiboruah9025 2 ай бұрын
নিশা 2:30 লৈকে skip নকৰাকৈ গোটেই ভিডিও টো চাইছোঁ। ভাল লগা কথাবোৰ rewind কৰি কৰি চাইছোঁ। বহুত ভাল লাগিল। কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। ৰিণিমা বৰাৰ মনৰ আশা পূৰণ হওঁক । Best wishes to her.
@smitadeka2422
@smitadeka2422 2 ай бұрын
ইমান এড ৰ মাজতো শেষ কৰি চালোঁ তেখেতৰ অনুপ্ৰেৰণা মূলক কথাখিনি। মাজে মাজে লাগিছে যেন প্ৰস্তুতি পৰাশৰ বাইদেউৰ কথাহে শুনি আছোঁ।
@Prarthana808
@Prarthana808 2 ай бұрын
This woman has an absolute reason to rise higher.. so much love ❤❤
@mallikanath2034
@mallikanath2034 2 ай бұрын
Kthat dom ase and bht clearly ktha kheni koisa val lagise❤
@Sundry7227
@Sundry7227 2 ай бұрын
@@Prarthana808 what an idiotic statement....nowadays being fooked and used by a katwa is a reason for dumb women to rise higher...level of our Assamese women😂😂😂
@Umesh-im9to
@Umesh-im9to 2 ай бұрын
Jake prem nokora kio muslim k ketiao nokoriba.
@gayatrikonwar860
@gayatrikonwar860 2 ай бұрын
বহুত উৎসাহিত ব্যক্তিত্ব। অভিনন্দন আৰু শুভেচ্ছা ❤ ------ৰখি আছোঁ, ছটা বজা----এনেকুৱা কথাবোৰ শুধৰাই ক'বা। মৰম অশেষ---
@DipankarBhuyan-dv7rd
@DipankarBhuyan-dv7rd 2 ай бұрын
​@@Umesh-im9to Kele mur logor tu assamiya muslim ami akeloge 30 basar asu .Tetiya hole marwari ku bishakh koribo nuari .Marwari business kori amar pora lutise he .
@tinadas5711
@tinadas5711 2 ай бұрын
আপোনাৰ কথাৰ পৰা আগবাঢ়ি যাবলৈ বহুত উৎসাহ আৰু প্ৰেৰণা পালো, মোৰ এবছৰীয়া এটা ল'ৰা আছে আৰু মই বৰ্তমান পঢ়ি আছোঁ আৰু বহুতে মোক সমালোচনা কৰে যে কেঁচুৱা‌ লৈ পঢ়ি ফালিব এই বোৰ আওকাণ কৰি‌ আগবাঢ়ি যাব পাৰো যাতে। বহুত ভাল লাগিল কথাবোৰ আৰু আপোনাক ও বহুত ভাল লাগে
@assamvillagefood7897
@assamvillagefood7897 2 ай бұрын
এজনী সাহসী নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনী শুনিলোঁ, চকুপানী ওলাই গ'ল.... মই নিজেই এজনী ছোৱালী হিচাপে এখোজ আগুৱাই যাৱলৈ সাহস পালোঁ.... বহুত বহুত ধন্যবাদ দুজনকে 🙏❤️
@KunjalataNath-u8m
@KunjalataNath-u8m 2 ай бұрын
তোমাৰ সাহস মানিছো ৰিনিমা
@Nirmali19
@Nirmali19 2 ай бұрын
তুমি ‌ সদায় আগবাঢ়ি ‌যোৱা ❤ইমান ধুনীয়া কৈ কথা বোৰ কৈছা.... তোমাৰ পৰা মই লগতে প্ৰতিজনী ছোৱালী, প্ৰত্যেক গৰাকী নাৰী এই আগবাঢ়ি ‌আহিব পাৰিব❤ tmr journey tu a Assam r nm ujolaisa baa thanks u baa❤❤ lot's of love 💕💕
@Biki-l9r
@Biki-l9r 2 ай бұрын
বিৰাট ভাল লাগিল PODCAST টো ❤️❤️ বা গৰাকীয়ে মনৰ পৰা কথা খিনি কৈছে ।ইমান ধুনীয়া কৈ বুজাই দিছে ,এনেকুৱা স্পষ্ট বাদী ,আৰু সাহসী মানুহৰ আমাৰ সমাজত প্ৰয়োজন আছে।তেখেতৰ স্পষ্ট বাদি তা আৰু সাহ সিকতাই বাৰুকৈয়ে মুগ্ধ কৰিলে। কোনো লাজ ভয় নোহোৱাকৈ কথা বোৰ কৈ গৈছে ।বহু সংগ্ৰাম ,বহু কষ্ট কৰি তেখেতে এইখিনি সন্মান পাইছে।মানুহৰ জীৱনটো সহজ নহয়,আমি যিমান সহজ বুলি ভাবো। আৰু মানুহে তেতিয়া হে আপোনাৰ ওচৰলৈ দৌৰিব যেতিয়া ধন ,সন্মান থাকিব ,ভাল সময়ত সকলো থাকে ,কিন্তু বেয়া সময়ত কোনো নাথাকে।যিখিনি সময়ত সেই মানুহ খিনিক প্রয়ো জন আছিল আছিল।নিজৰ অভিজ্ঞতাৰ পৰা কৈছো।মই ভাবো মাক দেউতাক first যিয়ে তোমাক নিস্বাৰ্থ ভাৱে ভাল পায়,আৰু বিপদৰ সময়ত লগত থিয় হয় ,সকলো নহয় বাৰু ,,,কিন্তু 99 % মাক দেউতাক e কোনো স্বাৰ্থ নোহোৱা কৈ লৰা ছোৱালী ক মৰম কৰে।গতিকে তেখেত সকলক সন্মান কৰাটো আমাৰ দায়িত্ব,আৰু কৰণীয়। তেখেতক বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন জনালো ✨💐🌷ভাল হওঁক তেখেতৰ ,আৰু আগুৱাই যাওক❤️✨
@MonHazarika-h9c
@MonHazarika-h9c 2 ай бұрын
Okay eitu video viral huar bohut e joruri. That's called PODCAST. MR BHUYAN this is one of your best video
@dhirajkalita6362
@dhirajkalita6362 2 ай бұрын
অতি সুন্দৰ। বহুত ভাল লাগিল বহুত অনুপ্ৰাণিত হলোঁ। ধন্যবাদ ৰিনীমা বা ইমান স্পষ্ট ভাবে কথাবোৰ বুজাই দিয়াবাবে।
@pallabipriyam7579
@pallabipriyam7579 2 ай бұрын
আমাৰ সমাজ খনত আগুৱাই যোৱাটো বেয়া পাই।। ভালৰ গুণ নাগাই।। যোনে যি কওক মোৰ বা জনি খুবেই প্ৰিয়।। আমাৰ এই মধ্য বৃত্ত পৰিয়াল বোৰত সৰু সৰু মূহুৰ্ই বহুত ডাঙৰ।। ভাল হওক তোমাৰ।।❤🎉 অভিনন্দন ৰিনিমা বা❤
@IndiavillagesmanM
@IndiavillagesmanM 2 ай бұрын
মূৰ্খ আনে কাকো ধৰি থকা নাই নিজেই আগোৱাই যাব লাগিব
@karinataid8708
@karinataid8708 2 ай бұрын
বহুত বেছি ভাল লাগিল। ইমান বেছি স্পষ্টবাদী আৰু সহজ সৰল ❤
@TusharjeetNeog
@TusharjeetNeog 2 ай бұрын
Till now this was the best podcast 🫂
@Poli_Devii
@Poli_Devii 2 ай бұрын
200% true
@Sushmita-e5o
@Sushmita-e5o 2 ай бұрын
Agree
@RatiSaikia
@RatiSaikia 2 ай бұрын
Yess brother it's true
@JourneyofLove-মৰমৰযাত্ৰা
@JourneyofLove-মৰমৰযাত্ৰা 2 ай бұрын
1000% True
@akankhyaduttaakankhya5063
@akankhyaduttaakankhya5063 2 ай бұрын
পোন পথমে ‌ৰিনিমাক শুভ কামনা জনালো ।তুমি খুউব স্পষ্টভাবে কথা খিনি কোৱাৰ বাবে ভাল লাগিছে ।তুমি আমাৰ অসমীয়াৰ চিনাকী ❤❤❤❤❤
@DipankarBhuyan-dv7rd
@DipankarBhuyan-dv7rd 2 ай бұрын
বাইদেওঁ বেয়া নাপাব "আমাৰ অসমীয়া চিনাকি " বুলি কৈছে কিন্তু সকলো অসমীয়া চিনাকি নহয় ।মাৰুৱাৰীলৈ বিয়া হৈছে যেতিয়া তেওঁ এতিয়া মাৰুৱাৰীও চিনাকি ।
@moheshsahu5729
@moheshsahu5729 Ай бұрын
সঁচাই ভাল লাগিল ❤ আমাৰ সমাজ ৰ এক কলা অধ্যায় স্পট কৈ উজাগৰ কৰিলে এই podcast ৰ দ্বাৰা। Lot's of love from Sivasagar ❤
@AsharaniBoruah-123
@AsharaniBoruah-123 2 ай бұрын
খুব বেছি ভাল লাগিল, ইমান সুন্দৰকৈ কৈছে কথা বোৰ, স্পষ্ট অসমীয়া, সকলো ভাল লাগিল, বিশেষকৈ শেষত যে ক'লে এদিন অকল অসমীয়াতে পাতিম, এটাও ইংলিছ শব্দ ব্যবহাৰ নকৰোঁ❤ ৱাও, সঁচাই আপোনালোক দুইজনক ধন্যবাদ দেই🙏❤️
@bikashitakalita597
@bikashitakalita597 2 ай бұрын
সমাজৰ বিশেষ মৌলিক কথাবোৰ স্পষ্টকৈ প্ৰকাশ কৰাটো খুবেই প্ৰয়োজন। ভাল লগা খণ্ড এটা।❤❤
@petejohnes8442
@petejohnes8442 2 ай бұрын
Can't believe someone could change me so much in only an hour!? 😭 Ekdomm REAL kotha koi ase! Eman bosore I had a different way of thinking...areh bhaii moi ei2 POV pa ketiyau vabai nasilu YAAR!!😢❤ THANK YOU SO MUCH Rinima ba and Aboyob da!🙏❤
@loyaagarwala4798
@loyaagarwala4798 2 ай бұрын
Totally engaging till the end! I cried with you, laughed with you! What a life story Mamon. You embody the spirit of a woman with grit, love and determination! Way to go, my beautiful niece! Keep empowered, keep empowering. Love you 🥰
@kangkita_devi
@kangkita_devi 2 ай бұрын
কোনো আধুনিকতা নাই একদম সহজ সৰল ভাষা ৰে মুখত হাঁহিটোৰে ইমান স্পষ্ট কৈ কথাখিনি কৈছে সঁচাকৈ ভাল লাগিছে ❤️🥺 this video is really inspiration for us because our parents feels shy to teach us about this topic.... thanks to aboyob da for this podcast
@Majonidas-c4e
@Majonidas-c4e 2 ай бұрын
বহুত বেছি ভাল লাগিল 🎉🎉,,,,সচাকে বহুত জানিব লগীয়া কথা কলে তেখেতে,,,, আৰু ইমান শক্তিশালী ব্যক্তিত্ব,,, ইমান সহজ সৰলকে ৰাইজৰ মাজত সজাগতা আনি দিয়াৰ এক মহৎ উদ্দেশ্য আগত ৰাখি কথাবোৰ আলোচনা কৰা হৈছে,,,, বহুত বহুত বহুত বেছি ভাল লাগিল,,,ৰিণিমা অশেষ ধন্যবাদ থাকিল ❤❤❤
@simashreeneog4116
@simashreeneog4116 2 ай бұрын
বহুত বেছি ভাল লাগিল, সুন্দৰ, যোগাত্মক আলোচনা লগতে তেওঁ ইমান সৰল আৰু স্পষ্টকৈ প্রকাশ কৰিছে, বহুত ভাল লাগিল। তেওঁৰ লগত "সৰল "শব্দটো এই কাৰণেই সকলোৱে ব্যবহাৰ কৰিছে কিয়নো বৰ্তমান সকলোতে সৰলতাৰ তুলনাত কৃত্রিমতা বেছি দেখা যায়। মই ভাবো,আপোনাৰ podcast সমূহৰ ভিতৰত এইটো episode best ❤
@jborgohain2116
@jborgohain2116 2 ай бұрын
ৰীনিমা বৰালৈ আন্তৰিক অভিনন্দন জনালো। অনুষ্ঠান টো চাই খুব ভাল লাগিল অবয়ব। শিৱসাগৰৰপৰা মৰম দিলো ❤❤❤
@NatkhatGopal1
@NatkhatGopal1 2 ай бұрын
These issues should be addressed with strict law and also awareness in society is important. People like her should come forward to educate society.
@NijaraGogoi-sk7nn
@NijaraGogoi-sk7nn 2 ай бұрын
তোমালোকৰ কথাবোৰ শুনি খুউব ভাল লাগিছে। এনেধৰণৰ কথা বতৰাৰ পৰা বহুতো মানুহ উপকৃত হ'ব। ৰিণিমা তোমাক হবটি ধৰি মৰম কৰিবলৈ মন গৈছে। তোমাৰ পৰা ইংৰাজী শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰিছো। আৰু বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক আগুৱাই নিব বিচাৰো। মই এগৰাকী শিক্ষয়িত্ৰী 57 years old. District - Lakhimpur
@monalishakalita3530
@monalishakalita3530 2 ай бұрын
PODCAST tu xuni bhut val lagil Rinima Borah xasai agoraki xahahi spostbadi khola monr nari Assamor ujjol vbisst aponi agh bhari juwa dhynbad. ❤🌹
@anjaliboruah2035
@anjaliboruah2035 2 ай бұрын
এটাই বুজিলো মাক দেউতাক যদি সন্তানৰ পক্ষত থাকে তেন্তে সন্তানে সেই মাক বাপেকৰ বাবে সকলো কৰিবলৈ সন্তানটোৱে জী-জান লগাই দিব😊❤ .... Any one agree with me 🙂
@smritipsarma6457
@smritipsarma6457 2 ай бұрын
Bohut dinor pachot eman strong lady dekhi bohut proud feel korisu Tumaloi bohut morom aru blessings..
@debashreesworld1m517
@debashreesworld1m517 2 ай бұрын
বহুত ভাল লাগিল ইমান খোলা কৈ কথা বিলাক কৈছে, খুবেই সাহসী নাৰী আপুনি ইমান খিনি পোৱাৰ যোগ্য ❤️ আগলৈ আৰু বহুত খিনি পাব বহুত বহুত মৰম আপোনালৈ❤ইমান স্পষ্টবাদি মহিলা আমাৰ সমাজত থকাটো খুবেই প্ৰয়োজন❤
@priyambada5414
@priyambada5414 2 ай бұрын
So inspiring... enekua discussion hua tu bohut besi important....khub bhal lagil....👏👏👏
@silpadavi5575
@silpadavi5575 Ай бұрын
Ahhh I just love the lady her words🥺❤️her lines 💯 she is wonderful ✨
@santoshkumargorh5080
@santoshkumargorh5080 2 ай бұрын
It's contagious....... Her excitement and gratitude for being alive. Thank you 🙏.
@the_melodious_world3657
@the_melodious_world3657 2 ай бұрын
ইমান সুন্দৰ মনৰ মানুহ। অন্তৰ চুই গৈছে কথাবোৰে💚
@sayanikagogoi2756
@sayanikagogoi2756 2 ай бұрын
Mur suwali 2.5years now.but i will make sure ja tai jetia teenage pabo moi aitu podcast taik hunam.😊
@BishnuKhrinpu
@BishnuKhrinpu 2 ай бұрын
Give her knowledge about our roots...Keep a Frank relationship with her...Share every opinion with her ...I hope u will give her a good personality ma'am
@JaylaksmiBaruah
@JaylaksmiBaruah 2 ай бұрын
Nijor Dharma mane Hindu dharma bikhoye porhaba ...
@monalishasangma1778
@monalishasangma1778 2 ай бұрын
Exactly...
@trishanath7100
@trishanath7100 2 ай бұрын
​@@JaylaksmiBaruah agot mnuh hua tu.. nd sob religions eh equal nd imp hoi so sobb eh hikaa jbo agot bss val mnuh bonile eh hol..
@JaylaksmiBaruah
@JaylaksmiBaruah 2 ай бұрын
@@trishanath7100 val manhuor defination ki ???? Kashmiri Hindus hbo mon nai mur ...
@joonmoniiii
@joonmoniiii 2 ай бұрын
আপুনি বৰ স্পষ্টবাদী। আপুনি জীৱনত আগুৱাই যাওঁক। আপোনালৈ বহুত বহুত শুভ কামনা থাকিল ❤।
@jharnapun4152
@jharnapun4152 2 ай бұрын
More power to you Rini ba , keep shining 🌟 Aboyob tumi u aguwai jua , khub bhal lagil aei podcast tu sai 😊
@spndn25
@spndn25 2 ай бұрын
প্ৰত্যেকটো কথাই প্ৰয়োজনীয় এটাও পেলাই দিব নোৱাৰি।বহুত প্ৰেৰণাদায়ক , খুব ভাল লাগিল চাই , কথাবোৰ শুনি । ❤❤❤
@JurunaDas
@JurunaDas 2 ай бұрын
আন্তৰিক অভিনন্দন জনালোঁ🎉ৰিনিমা বৰা বাইদেউলৈ❤কথাবোৰ ইমান ধুনীয়া কৈ কৈছে যে🤗 বহুত ভাল লাগিল কামৰূপ বকোৰ পৰা চাইছোঁ ❤❤❤
@Doinondin-wu6gf
@Doinondin-wu6gf 2 ай бұрын
জীৱনত পোৱা অভিজ্ঞতাক মূলধন হিচপে লৈ আগবাঢ়ি যোৱা মানুহে আৰু পিছলৈ ঘূৰি চাব লগা নহয়।❤️❤️❤️
@parileenadas8765
@parileenadas8765 2 ай бұрын
You're right
@geetapathak5633
@geetapathak5633 2 ай бұрын
ইমান সুন্দৰ মনৰ মানুহজনী। সছায় বহুত বহুত ভাল লাগিল। মই নলবাৰী পৰা কৈছো❤❤❤
@juntiborah3548
@juntiborah3548 2 ай бұрын
ৰিনিমা বৰা লৈ আন্তৰিক অভিনন্দন জনালো । 🎉🎉💐💐❤❤❤❤ যোৰহাট ৰ পৰা মৰম দিলো ।
@RitaRita-r7n
@RitaRita-r7n 2 ай бұрын
Khub besi vll lagil ai podcast tuu❤বহুত শুভেচ্ছা থাকিল বা গৰাকীলৈ🎉
@Wineedeka2000
@Wineedeka2000 2 ай бұрын
I don’t really comment on YT but what a strong personality and such a beautiful perspective towards life.Thank you for inviting her.
@santanachetia7874
@santanachetia7874 2 ай бұрын
Tai bohut brave aru real person hoi..bor monkhola nika.. respect puar kabil hoi tai...ki comment dim likhi jonabo bisora ni..moi taik salute jonaisu..tekhe agbahi goi thakok aru success achieve korok...bohut bhal lagil...tekhetok aku abar podcast loi anibor babe request thakil.. thankyou
@ManuDeviaww
@ManuDeviaww 2 ай бұрын
বহুত ভাল লাগিল। এনে মনৰ ব্যক্তি আজিৰ দিনত বিৰল। ধন্যবাদ
@tarungogoi8841
@tarungogoi8841 2 ай бұрын
ৰিনীমাৰ স্পষ্টবাদী কথাবোৰ সঁচাই বহুত ভাল লাগিছে ।তোমাৰ সাহস আৰু প্ৰেৰণা দেখি ইমান ভাল লাগিছে বুজাবলৈ ভাষা নাই ।তুমি আগবাঢ়ি যোৱা আমাৰ আৰ্শীবাদ সদায় আছে ।তোমাৰ নিচিনা সাহসী আৰু স্পষ্টবাদী ছোৱালী আমাৰ সমাজত আৰু লাগে ।ভগৱানে তোমাক কৃপা কৰক ।🙏
@babitaborthakur7125
@babitaborthakur7125 2 ай бұрын
অতি সুন্দৰ পৰ্য্যালোচনা ,এই মুক্ত আলোচনাই বহুজনৰ চিন্তা-চেতনাক যুক্তিবাদী হৈ পোহৰৰ বাট দেখুৱাব❤❤❤আন্তৰিক শুভ কামনা💐💐💐
@Nikki-sr4kj
@Nikki-sr4kj 2 ай бұрын
She is absolutely inspirational 🥺🤍 I was crying with her, laughing with her , smiling with her. I felt proud of her achievements 🤍 I felt like kunuba ghoror manuh ei emankhini gourab korhiyaise🤍 Thank you for this podcast. More power to you, Rinima Ba and more power to you as well, Aboyob and your team 😊
@bhaskarglitz1
@bhaskarglitz1 2 ай бұрын
The majority of your podcast episodes are truly exceptional. I am a dedicated viewer of your channel all the way from Washington D.C.
@Sunusaikia8287
@Sunusaikia8287 2 ай бұрын
This podcast is amazing seriously ❤ bht besi important topic discuss kora hl and bht janibo pora gl, thnq Aboyob da bak tumar podcast invite kora babe . God bless both of u 🙏
@anamikachoudhury803
@anamikachoudhury803 2 ай бұрын
What to say.... It's a mind blown podcast episode!!😍😌Thank you so much . ❤❤ God bless you all❤ Lots of love and respect from Kokrajhar ❤
@Zbzkhxdhkzjijvbv
@Zbzkhxdhkzjijvbv 2 ай бұрын
Got goosebumps while listening to her.... So bold, so intellectual ... This is the real definition of beauty... Keep growing..
@parismitapatar1521
@parismitapatar1521 2 ай бұрын
3rd time sai asu bar joni interview.....khosa koi bare bare saboloi alah nlgibo......bohut kotha ase baar pra khikibo loga🥰... love from Morigaon ❤
@juryduttaboruah3121
@juryduttaboruah3121 2 ай бұрын
আজিৰ সময়ত এইধৰণৰ আলোচনাৰ বহুত প্ৰয়োজন আছিল,বহুত সুন্দৰ ❤ শিৱসাগৰৰ পৰা
@dikshitabaruah6589
@dikshitabaruah6589 2 ай бұрын
এনেকুৱা স্পষ্টবাদী মহিলাৰ আমাৰ সমাজত অতি প্ৰয়োজন। ইমান সাধাৰণ ভাবে মুকলি কৈ কথা খিনি কৈছে, শুনিয়েই ভাল লাগিছে । সকলো ছোৱালীৰ বাবে আপুনি এটা উদাহৰণ। বহুত কষ্টৰ পিছতো যে সফলতা পাব পাৰি সেয়া আপোনাৰ পৰা শিকিব পাৰিছো । ❤❤
@berileenahazarika2951
@berileenahazarika2951 2 ай бұрын
One of the best podcast♥️ Cried a lot listening to her story... Huge respect to her🙏🙏 What a beautiful lady🥹🫶 Keep shining maam❤️❤️❤️
@Pratyasha-dfv
@Pratyasha-dfv 2 ай бұрын
Personally This is one of the best podcast for me so far.....I mean look at her she is kind,she is brave, she is beautiful....she is everything that a modern woman should be..I got to know her only through this podcast and I'm in love with her❤❤❤
@ArcSine-
@ArcSine- 2 ай бұрын
R u retarded ?
@Rijuwanasaikia
@Rijuwanasaikia 2 ай бұрын
ভাল লাগিল৷তেখেতৰ স্পষ্টবাদীতাক সন্মান জনাইছোঁ৷বহুত প্ৰয়োজনীয় কথা শিকিলোঁ৷মইও মোৰ পৰিয়ালৰ বিপক্ষে গৈ মোৰ ছোৱালীৰ হাতত টেটু কৰাইছোঁ৷যিহেতু সেইটো তাইৰ সপোন আছিল
@banditasarma3839
@banditasarma3839 2 ай бұрын
I'm in love with her vibrant personality ❤
@nilufarahmed2364
@nilufarahmed2364 2 ай бұрын
She is a wonderful woman I have ever seen. I'm fully supporting her.❤❤❤❤❤
@bornaliboruah2555
@bornaliboruah2555 2 ай бұрын
বহুত বেছি ভাল লাগিল। এনেকুৱা স্পষ্টভাবে কথা কোৱা মানুহ আমাৰ সমাজত খুবেই প্ৰয়োজন। কথাবোৰ ইমান সুন্দৰকৈ আৰু মুকলি মনেৰে কৈছে। সঁচাই খুব খোলা মনৰ ছোৱালী। আগুৱাই যাওক।
@DasRanjita-y7e
@DasRanjita-y7e 2 ай бұрын
She is the ultimate epitome of unwavering confidence, truly inspiring .
@priyanchigoswami94
@priyanchigoswami94 2 ай бұрын
জীৱনত আগবাঢ়ি যাবলৈ নিজৰ কষ্ট আৰু ত্যাগৰ লগতে মাক বাপেকৰ বিশ্বাস কিমান প্ৰয়োজন আপুনি তাৰ এটা perfect example ।বহুত বহুত শুভেচ্ছা আপোনালৈ ।
@KreativeTale
@KreativeTale 2 ай бұрын
Why people are so much bothered about her tattoo..I personally have seen most kind hearted people covered in tattoos and most wicked minded people visting temples/churches/mosques..Tatoo is an Art,it's a creative artistic piece created by an artist..Though i have none but i always love beautiful tattoos..She's very confident and powerful..More power to you❤
@mrigankahazarika9976
@mrigankahazarika9976 2 ай бұрын
One thing I would like to say to you is that she has been beaten by your religion boy means a muslim boy who has been beaten her for 16 yrs. After hearing this I feel very sad for her.
@debajanidutta6239
@debajanidutta6239 2 ай бұрын
She was also beaten by a hindu in that case you didn't felt sad? ​@@mrigankahazarika9976
@ZaredMirakle
@ZaredMirakle 2 ай бұрын
​@@mrigankahazarika9976so in every relationship man and women fight but after breaking up he becomes muslim or your religion....so don't instill your brains with gober chap thinking......how can you judge someone by a podcast .....?? I have seen my friends in relationship with muslim girls and they fight but it didn't occur as love jihad ....I propose to Satya ,stop doing this muslim hindu concept between Assamese people since muslim or Hindu relationship has its darker side on every section of society......
@mrigankahazarika9976
@mrigankahazarika9976 2 ай бұрын
@@ZaredMirakle hey don't use slang word okk. I am not a gobar chap or so called andhbhakt. I am the man of my own terms and I did not target any religion I just say my opinion that's all. And second thing I do not do hindu muslim concept bcz it's not my buisness. I am a kind hearted person that's all
@ZaredMirakle
@ZaredMirakle 2 ай бұрын
@@mrigankahazarika9976 but you pointed someone here as your religion....just don't get this in our society....
@meenakshidas1542
@meenakshidas1542 2 ай бұрын
বহুত মৰম আৰু আশীৰ্বাদ থাকিল ❤আপোনাৰ প্ৰতি টো কথাই মোৰ মন চুই যাই 🥰শুনি আমনি নালাগে 🥰ভালে থাকক সদায় এনেকৈ সুখী হৈ থাকক ❤️
@itztorahh2130
@itztorahh2130 2 ай бұрын
This was the best podcast I've ever watched ❤
@nikitagogoi6564
@nikitagogoi6564 2 ай бұрын
Aboyob thank you a lot....the podcast brought tears in my eyes....Thank you Rinima Ba for being an inspiration❤️
@ShreeyaGogoi
@ShreeyaGogoi 2 ай бұрын
Hosake Baa joni bht hahokhi ru spostobadi ... bht besi morom aru akhirwab jonalu ❤ ru aguwai jua. Manuh bur bht beleg hoi , apunak eta homoyot apunar bea homoy konot hahile ru jetya apuni nijoke proved kri dekhale apunak Ako akuwali loise. Asolote manuhe Established ru success hle ha manuhok gurutto diye , nhole j Manuh jen manuhe nhi bli vabe. Apunar dukhor homoy khini ktha huni buku kopi gol gat goosebumps ahi gol , such a brave and strong girl u r. ❤❤❤ Ru hopun bur hofol hok ru aguwai jua , ru jitu manuhe apunak emn oityosar krisile he apunak mukhor agt log ple voiyot jate kopi uthe anxiety hoi panic attack ahe hei dinor krne Akha krilu . Lots of love to u baa ❤
@JessicaGogoi-f8w
@JessicaGogoi-f8w 2 ай бұрын
How confident and strong she is 😍🔥 May she receive great heights ❤️
@garryjadeja8683
@garryjadeja8683 2 ай бұрын
So be aware of love jihad
@Sundry7227
@Sundry7227 2 ай бұрын
@@JessicaGogoi-f8w yes...getting banged and used by a katwa is a yardstick to measure confidence and strength...salute to ur iq level
@Jesslife07
@Jesslife07 2 ай бұрын
Moiu Jessica
@topanpegu8999
@topanpegu8999 2 ай бұрын
বহুত বহুত ভাল লাগিল❤❤👌👌👍🏼👍🏼so interesting.
@Tunmoni-wm8xr
@Tunmoni-wm8xr 2 ай бұрын
Bhut besi val lagile aru aguyai jua tare kamna korisu This woman has an absolute reason to rise higher. So much ❤❤
@priyamdnayan8791
@priyamdnayan8791 2 ай бұрын
we need more women like her in our society…. lots of love and best wishes to Rinima…. ❤
@dipanjalinath8385
@dipanjalinath8385 2 ай бұрын
ইমান স্পষ্টবাদী বা জনী, এক কথাত real influencer। খুব ভাল লাগিল podcast টো।
@_barsha_rb
@_barsha_rb 2 ай бұрын
How strong she is❤
@diya182d
@diya182d 2 ай бұрын
Bahut bahut bahut din pisot podcast tu salu. Bahut val lagil. Inspiration palu Love u rinima baa..❤❤
@aninditadevi20
@aninditadevi20 2 ай бұрын
একেবাৰে শেষলৈ চালোঁ । বহুত ভাল লাগিল দেই। আৰু শুনি থাকিব মন আছিল ❤❤❤
@ritadeka195
@ritadeka195 2 ай бұрын
বহুত খোলা খুলিকৈ কথা বোৰ কৈছে ভাল লাগিল ।।❤❤❤
@JeshanChutia
@JeshanChutia 2 ай бұрын
Thank you soooo much.. Bohut vl lagil sai.. Moi u ajoni single mother. Moi 19 years t widow hoisu.. Bohut kosto koresu jebon to gorhebola.. But nuearesu mur lora ata asa tak bohut kosto kore aje 18 years korelu.. Horuta bidhoba huwar karona atya muk homajot ajoni rnde bule a koi.... Kintu moi neja jnu moi nohoi.. Aje bohut hahok palu video to sai.. Thanks one's again.
@ImeeRabha
@ImeeRabha 2 ай бұрын
Stay strong
@creationwithbinoy
@creationwithbinoy 2 ай бұрын
খুবেই সাহসী মহিলা , আপোনাৰ স্পষ্টবাদী কথাবোৰে আন দুজনক অনুপ্ৰাণিত কৰিব । শুভেচ্ছা থাকিল ❤
@IndiavillagesmanM
@IndiavillagesmanM 2 ай бұрын
কিয় ভাৰত স্বাধীন কৰিছিল নি
@nasir4ghy
@nasir4ghy 2 ай бұрын
1:29:23 -could clearly see the anguish in the hosts face wen the guest didnt fall in line with the hosts ideology of love jihad, clearly knows where’s the money in this industry. Rinima is a super women, they dont make such women nowadays with such high intellect and self believe,she must be in the helm of affairs of this state, and surely she can guide much better than many at present.Loads of love ❤❤ for her and her furure🤲
@nilutpalbora1549
@nilutpalbora1549 2 ай бұрын
Nije pork khbi toi?? Al bl koi ase je.. Miya loi jua swalir kihor imn utpat
@nobitasvlog4709
@nobitasvlog4709 2 ай бұрын
“অ' ৰিনিমা এইটো তোমাৰ কৰ্ম দেই”..... Such a great PODCAST.... Really she is a wonderful woman ❤ Thank you Abayab.... 😊
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
VIP ACCESS
00:47
Natan por Aí
Рет қаралды 30 МЛН
1% vs 100% #beatbox #tiktok
01:10
BeatboxJCOP
Рет қаралды 67 МЛН
Day in my life: surrogacy prep, pilates, cooking and more!
16:53
Riniemaa Borah
Рет қаралды 154 М.