KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
Swahid Pranamu Tumak | Dr. Bhupen Hazarika | Morome Morom Bichare | Exclusive Lyrical Video
6:56
ভূপেন হাজৰিকাৰ, অসমীয়া জনপ্ৰিয় গীত
36:49
黑天使只对C罗有感觉#short #angel #clown
00:39
Không phải tự nhiên các nước châu Phi yêu mến nước Nga. Bởi nước Nga có một TT đáng yêu #putin
00:19
Этот беспредельщик ПЕРЕШЁЛ ЧЕРТУ и за это был СЕРЬЁЗНО НАКАЗАН #shorts
01:41
VIP ACCESS
00:47
Oo Mur Dhoritri Aai | Dr. Bhupen Hazarika | Morome Morom Bichare | Exclusive Lyrical Video
Рет қаралды 4,906,708
Facebook
Twitter
Жүктеу
1
Жазылу 167 М.
Regional Music Centre
Күн бұрын
Пікірлер: 831
@poetry_pulse2705
8 ай бұрын
সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ সংগীতশিল্পী🙏🙏🙏
@hirakjyotibarmanofficial
2 жыл бұрын
ভাৰতৰত্ন✨......সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱক তেখেতৰ ওপজা দিনত শ্ৰদ্ধাৰে সোঁৱৰিছো ।
@FollowmeUnknownQueen
Ай бұрын
BIDISHA DAS
@priyanshudhemaji4840
2 жыл бұрын
সৰ্বকালৰ এজন মহান শিল্পী Dr ভূপেন হাজৰিকা, তেওঁ সৃষ্টি কৰি, থৈ যোৱা, এই অমৰ গীতটোবে আমক বাস্তৱ জীৱনৰ খেতিয়কৰ দুখ -দুৰ্দশাৰ, বানপানীত সকলো হেৰুৱাই হৰ্বছান হৈ খেতিয়কে ধৰিত্ৰী আইক কাকতি মিনতি কৰা, বাস্তৱ ছবিখন জিলিকি উঠিছে! তুমি অতুলনীয় ভূপেন দা,, তোমাক প্ৰণাম 🙏🙏🙏
@cmsharma3896
5 ай бұрын
Right ❤❤❤❤❤
@MrinmoyBora-zw2jg
9 ай бұрын
ভূপেনদাৰ গীতবোৰ আমাৰ বাবে সদায়ে চিৰ যুগমিয়া হৈ ৰৱ....... Any one 2024
@abhijitgogoi8073
4 ай бұрын
👋
@riyanpathak6483
2 ай бұрын
Right
@mukutasaikia9020
7 ай бұрын
তেও যেনেকৈ মাটিৰ গোন্ধ ভাল পায় তেনেদৰেই গীত ৰচিছিল....তেও আছিল মানুহক ভাল পোৱা লোক আজিৰ দৰে গায়কৰ নিচিনা পইচাৰ খক নাছিল❤
@krofficial2374
6 ай бұрын
মৰমৰ ভূপেন দা.... কিমান যে ভাল পাওঁ আপোনাক... আপুনি যদি আজি জীয়াই থাকিলেহেতেন।
@Bharat_india_Lover
Жыл бұрын
সচাকে হৃদয় খনত এক শান্তিৰ প্ৰবাহ অনোভৱ কৰিলোঁ
@balendas4511
Жыл бұрын
বিশ্ব ৰ অমৰ শিল্পী ড, ভূপেন হাজৰিকা তোমাক প্ৰণাম 🙏🙏
@ajayrayray8142
Жыл бұрын
এই বোৰ হে প্ৰকৃতাৰ্থত অসমীয়া গীত, গাৰ নোম xiori উঠে ❤❤❤
@bitopankalita8042
2 жыл бұрын
ভূপেন হাজৰিকা দেৱৰ পৱিত্ৰ ৯৬ সংখ্যক জন্মদিনত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।🙏🙏
@bhabeshch.kalita7226
4 ай бұрын
Moi bhupen dar geetbor bor val pao
@sulavdeka6383
Жыл бұрын
Bhupendra gan val powa keijen .bhuepda krne like ata diya ❤❤❤
@abadahmed8209
Жыл бұрын
Bor hundor git ❤❤❤❤❤❤
@bhagabansarma8679
10 ай бұрын
Really you are one of the greatest singers in the world. You are immortal not only in India but also in the world.May your rest in peace in heaven.
@tintiamuslimnarayanpur5808
Жыл бұрын
আমাৰ মৰমৰ ভূপেনদাৰ গীত কোনে কোনে শুনি বৰ ভাল পাই। এটা লাইক/like কৰক। ❤❤❤😢😢😢😂😂😂🎉🎉🎉😅😅😅😊😊😊😊😊😊😊😊
@biiikash__00
Жыл бұрын
কি সুন্দৰ গীত। ভূপেন হাজৰিকা দেৱ যদি থাকিল হেঁতেন।
@ritumonidasritumonidas9806
Жыл бұрын
সচাকৈ , ভূপেনদাৰ গীতবোৰ শুনিলে শুনি থাকিব মন যায়
@rumabegam6700
Жыл бұрын
কােনে কোনে ভূপেন হাজৰিকাৰ গীত ভাল পায় এটা like কৰক😮
@himu-kn
Жыл бұрын
কি সুন্দৰ গীত ৰচনা কৰি থৈ গৈছে😢😢
@Rupam_ZG_Kakati1845
Жыл бұрын
কি সুন্দৰ কালজয়ী গীত ভাৰতৰত্ন ভূপেন হাজৰিকা দেৱৰ কণ্ঠত । আপোনাক সশ্ৰদ্ধ প্ৰণাম 🙏🙏 আপোনি যতে আছে ভালে কুশলে থাকক ।
@techingzone7927
3 жыл бұрын
আমাৰ মৰমৰ ভূপেন দাৰ গান কোনে কোনে শুনে এটা লাইক কৰিব 😭😭
@travellerdhruba7952
Жыл бұрын
Sir r geet hadai amar amaar baabe
@Kakolisarkar7281
Жыл бұрын
@@travellerdhruba7952😊😊😊😊
@joynandinichutia1507
Жыл бұрын
😢😢😢😢❤❤❤❤❤❤
@hunsengyoutubechannel6372
Жыл бұрын
Muk korok
@rumabegam6700
Жыл бұрын
বেষ়া
@rajibnewvlog12
10 ай бұрын
Ki kom ভাষা বিচাৰি পোৱা নাই ❤ love you ভূপেন দা আমাৰ মাজৰ xdai থাকক
@iqbal123rahman6
Жыл бұрын
সাঁচকৈ গাৰ নুম শিয়ঁৰী উঠে❤❤
@balendas4511
Ай бұрын
মোৰ পিতৃ আছিল এজন খেতিয়ক তেওঁৰ জীৱন সংগ্ৰামৰ লগত ভূপেন দাৰ গীত টোৰ সম্পূৰ্ণ মিল আছে। সুন্দৰ গীতৰ কথা আৰু সুৰ।❤❤❤
@deepnath2513
3 жыл бұрын
Location bilak bhal lagise, khati Akhomiya, Dhanya aponar proyakh.
@babulkalita6128
3 жыл бұрын
ভূপেন দা, সদায়ে আমাৰ মাজত জীয়াই থাকিব। তেওঁৰ আত্মাই চিৰ শান্তি লাভ কৰক। এয়াই ভগবানৰ ওচৰত মোৰ প্ৰাৰ্থনা।
@SurenBoro-mv7tq
9 ай бұрын
Amor Dr. Bhupen Hazarika da apunar kaljoyi geet bur jug jug dhori thakibo. Bhupen Da pronamu tumak.🙏🙏🙏
@NabinKachari
Ай бұрын
সঁচাকৈ ভূপেন হাজৰিকাৰ দেৱৰ গীতবোৰ অসমৰ আপুৰুগীয়া সম্পদ। 🌹🌹🌹🌹
@jitulpatar3863
8 ай бұрын
Moi holu maao lora mur aai nai kabu koru dhariti mur tumi hoba aai 😭😭😭😭
@basantikachakraborty1892
4 ай бұрын
Sradharere Dhannabad..Assam Word.."Dr.Hazarika Sir..,
@aleyabebe2525
5 ай бұрын
Proud to be a অসমীয়া ❣️
@THUNDERSTORM_Music
2 жыл бұрын
আকৌ ঘূৰি আহকচোন আপুনি 🥺 আপোনাৰ অবিহনে চোন একোৱেই নাই 💔
@hunsengyoutubechannel6372
2 ай бұрын
ভাৰতৰত্ন ❤ সুধা কন্ঠ ডʼ ভুপেন হাজৰিকাদেৱৰ গীত বোৰ আগতে স্কুল কলেজ বিশ্ববিদ্যালয় সকলোতে গায় মই বহুত সুখী আৰু আজিও সুখী আগলৈকে সুখী আৰু সদায় ভুপেনদাৰ গীত গায় যাম 😢❤
@kangkandas434
Жыл бұрын
,🙏 ও মোৰ ধৰিত্ৰী মা। তোমাৰ চৰণত দিয়া অকমান ঠাই
@HABIBUR_RAHMAN_2002
Жыл бұрын
সৰ্বশ্ৰেষ্ঠ বুলি আখ্যা দিলোঁ।
@its_avhi163
Ай бұрын
কৃষক সকলক দি থৈ যোৱা এটি চিৰযুগমিয়া গীত ❤❤️❤️
@dipmonisaikia5603
Жыл бұрын
গানটো শুনিলে শুক শুকাই কান্দি দিবৰ মন যায়। বাৰে বাৰে গানটো শুনি থাকিলেও হেঁপাহ নপলাই মোৰ !!
@dorshanadorothi784
4 ай бұрын
Dr ভূপেন হাজৰিকাৰ গীতবোৰ সচায় অতুলনীয়
@sksajjubhai543
2 жыл бұрын
মই আধুনিক যদিও এনেবোৰ গীত বহুত ভাল পাওঁ ❤️❤️❤️🙏🙏
@santanujaishreeram7582
Ай бұрын
ভূপেন দাৰ গীতত আছে কেঁচা মাটিৰ গোন্ধ। ভূপেন দাৰ কণ্ঠই যেন অসমীয়া জাতিৰ গৰ্ব।
@LipikaDutta-rv8es
Жыл бұрын
অতি সুন্দৰ আকৰ্ষণীয় গান গোৱা বেলেগ জন নাই।
@FollowmeUnknownQueen
Ай бұрын
BIDHITzj udlgigogpcu CR
@Barbibhuyan
Жыл бұрын
মোৰ নাম বাবি মোৰ বৰ ভাল লাগিছে গীতটো 🇮🇳 জয় আই অসম
@sunuthapa2717
11 ай бұрын
😮😮😮😮😮😮😮😮😮 O my God
@Noitik166
11 ай бұрын
Oh my God 🙏
@GhanakantaPegu-z7r
2 күн бұрын
🥰
@sosankarpetuwa9441
Жыл бұрын
কি সন্দৰ গীত 🥰❤️
@jayantanath2011
4 ай бұрын
যেনেকুৱা অসাধাৰণ আছিল এই গণ আন্দোলন, তেনেকুৱাই অসাধাৰণ এই গীত !
@nirankaman8032
Жыл бұрын
Aei bilak gaan xunile gaar num uthi jai❤❤
@BiplobDasmusic1
28 күн бұрын
Apuner gitr jorioye amer axomr khokolure pran suhi loi gola apuner git amer mone prane thakibo ❤
@promodborah3768
2 ай бұрын
ভুপেণ দাৰ গীতৰ কথা ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিম চিয় জোগমীয় হৈ থাকিব ❤❤❤❤
@nandinislittleworld4091
2 жыл бұрын
অতুলনীয়...কথা,সুৰ কন্ঠৰ অপূৰ্ব্ব সমাহাৰ।
@ganapathibhat888
Жыл бұрын
What a melody and meaningful as well.
@drieditz2338
Жыл бұрын
Bhupen Hazarika is the greatest singer and poetry in the whole world ❤️
@bandanadevi1714
Жыл бұрын
Yes
@_wILD_FOX617
2 жыл бұрын
Jitna bhi stress ho Bhupen Da ka song realy best ❤️
@SotishMedhi
5 күн бұрын
Dr. Bhupen Hazarika গান টো ভাল লাগিল আরু দিব বহুত বহুত ধন্যবাদ ❤❤❤🙏🙏🙏🙏✨️✨️👑🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇭🇷🎈
@hirendas3850
2 жыл бұрын
Very ADORABLE and can't be expressed in words. Too MELODIOUS and MEANINGFUL.
@জেউতিশৰ্মা
3 жыл бұрын
ৰচনা, কণ্ঠ, দৃশ্য সকলোবোৰ অতুলনীয়।।।
@trba-bj
3 жыл бұрын
kzbin.info/www/bejne/mGWxc6WHZ8t2f5Y
@Allinone-cx6nm
3 жыл бұрын
হয়।
@sonjibboruah7347
2 жыл бұрын
Sonjib
@dibyajyotigogoidibyajyotig6448
Жыл бұрын
Ok
@bitopankalita8042
2 жыл бұрын
দেহ-মন জুৰ পৰি যোৱা গীত। অপূৰ্ব তথা অতুলনীয়।💛💛💛💛💛
@AnowarHussain-zz5ct
2 жыл бұрын
হয়
@bitopankalita8042
2 жыл бұрын
@@AnowarHussain-zz5ct 💛💛
@bubukalita6232
3 жыл бұрын
বহুত ধুনিয়া 🙏🙏🙏🙏🙏🙏
@herambakalita
7 ай бұрын
Hiramda kailta
@herambakalita
7 ай бұрын
😊
@arpanahaloi9018
2 жыл бұрын
Nice song. Bhupan daa r atmi santi pi zan❤❤
@himu-kn
Жыл бұрын
আমাৰ মৰমৰ ভূপেন দাৰ গান শুনি কোনে কোনে ভাল পায় তেওঁলোকে লাইক কৰিব ❤❤
@bipulsaloi3570
5 ай бұрын
❤Pankhi
@TigaruBoro
4 ай бұрын
Juun🎉😊deep bhul teen@@bipulsaloi3570
@TMN-y2h
Жыл бұрын
Evergreen song 🌿🌿
@dipendas3184
2 жыл бұрын
ভূপেনদাই অসমৰ বাবে বহুতো অবদান আগবঢ়াইছিল ❤️😢😭
@arifulali4922
2 жыл бұрын
Ritu,ali😔😞😫
@ankursaikia9153
2 жыл бұрын
O
@karishmagogoi8998
2 жыл бұрын
কি সুন্দৰ গীত শুনিলে শুনি থাকিব মন যায়❤️
@momimoran7105
2 жыл бұрын
গীতটি যিহে ভাল
@priyankanath4275
Жыл бұрын
@@momimoran7105 😂😂😂😂😂😂😂😂😂😂😂😀😂😂😂😂😂😂😂😂😂😂😀😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😎😂😂😂😂😂
@AnisurRahman-kx6zf
Жыл бұрын
@@priyankanath4275 ??
@ManabNath-td3ei
Жыл бұрын
@@priyankanath4275Mane ki😠😠😠😠🦵
@bichitraboruah5385
10 ай бұрын
❤❤
@gawoliamasti8515
Жыл бұрын
Miss you legend❤❤.. My heartthrob 🥺🥺❤❤
@prasannaphookan7727
2 жыл бұрын
কি সুন্দৰ গীত। অকল গীতেই নে ? গীতটিৰ ৰছনা, মূৰ্চ্ছনাভৰা কালজয়ী সংগীত সৃষ্টি, কৃষকৰ নিৰ্ভেজাল মানসিকতাৰ পূৰ্ণ প্ৰকাশ নহয়নে? ভূপেনদা তোমাৰ সৃষ্টিৰাজি অমৰ।
@indranath4833
Жыл бұрын
u😅y😅Uu😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊suaaa
@kumbheswardekaboruah4013
Жыл бұрын
@@indranath4833❤😊l BH huf wo wo am. To see ji BH CT, Loko ei 4:27 4:27 4:27 4:27 4:27 4:27
@rumidas807
Жыл бұрын
Ufff ki dhuniya xobdor lohor vale lagi gol
@balinsVlogs
Жыл бұрын
@@indranath4833😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊
@balinsVlogs
Жыл бұрын
😊
@karanrajbongsgi2443
2 жыл бұрын
Miss you Dr bhupen hazarika 😭😭
@padumikalita6229
3 жыл бұрын
মন প্ৰাণ ভৰি যায়৷
@PinkumaniChoudhury111
2 жыл бұрын
সৰ্বকালৰ অতি আদৰণীয় আৰু জনপ্ৰিয় গীত🙏🙏🙏
@assameseater4987
3 жыл бұрын
অতি সুন্দৰ
@SKYLIGHT_42
Жыл бұрын
মই এওঁক মিছ নকৰো কিয়নো এওঁ মোৰ মনত আছে। যেতিয়া সোঁৱৰো মনটো সুখী হৈ উঠে😃🤲🙏
@ratulgiri686
3 жыл бұрын
ভূপেন দাৰ সুৰে আমাৰ অসমীয়া জাতিক পেৰনা দি যাব।
@prasantabhuyan7221
Жыл бұрын
@Rishabh Pratha Creation w🏏🏏👌👌🏏🏏🏏🏏🏏🏏👌🏏🏏
@dhrubakalita6407
Жыл бұрын
@RishabhPrathaCreation😊😊😊😊😊
@dhrubakalita6407
Жыл бұрын
@@prasantabhuyan7221😊uu0
@JungleBook-sq7dk
Жыл бұрын
পেৰণা নহয় অ ককাই পেঅনা হে
@krishnaborang9535
11 ай бұрын
@@JungleBook-sq7dkকি পেঅনা বুলি কয় নেকি প্ৰেৰণা বুলি হে কয়😊😊
@shyambhuyan435
3 жыл бұрын
Oti xundor ❤️❤️❤️❤️
@rinkudutta1512
3 жыл бұрын
বহুত ধুনীয়া লাগিছে শুনি।
@bimalsaikia2552
Жыл бұрын
Love is voice and song ❤️❤️❤️
@prince2.073
3 жыл бұрын
ভূপেনদাৰ আত্মা য'তেই আছে শান্তিৰে থাকক ।🙏🕯️
@indiahindi70
3 жыл бұрын
🙏 bhupen da..
@mithundebnath2582
2 жыл бұрын
@@indiahindi70 11q1 11
@majiburrahman1878
Жыл бұрын
❤
@ASSAMMUSICMIX73
2 жыл бұрын
Ufff Ki Gaan Asl Eibur Eta Eta Word Or Meaning Asl
@UNCUTEgamer1
Жыл бұрын
আমাৰ অসমৰ এগৰাকী অসমীয়া শিল্পী😢
@Godzilla_superhero
11 ай бұрын
When I listen Bhupen da song I emotions😢 miss my legend
@as07vlog77
3 жыл бұрын
Dr. Bhupen Hazarika sir great great very great and proud of assam❤️❤️❤️❤️ and god gifted gift
@deepcreation6010
3 жыл бұрын
Wowww
@hemawatiborahboruah7485
Жыл бұрын
এই গীত সমূহ শুনি থাকিলে শুনিয়ে থাকিব মন যায় 😍😍
@champakbaishya3931
Жыл бұрын
9l9ooplopplpoo
@MridulaDeka-ij7nh
2 күн бұрын
ভূপেন হাজৰিকাদেৱৰ এই গীত বহুত বহুত ভাল লাগিছে❤
@manjyopirabha7244
3 жыл бұрын
Amar Bhupen Da nathaki liyo mur babe zindabad 💅🙏💯🌷❤️🌷
@rumabegam6700
Жыл бұрын
বৰ ধুনীয়া
@dhanjitgamer6093
3 жыл бұрын
🌾🌾অ মোৰ সোঁনৰ অসম🌾🌾
@bidurgurung7388
2 жыл бұрын
Love his voice... though I am Nepali but do listen to his soul touching voice and song .May his soul rest in peace.🙏🙏🙏
@udhavmajuli553
2 жыл бұрын
Pre tip majuli
@bijithazarika9014
2 жыл бұрын
Bijit hazarika jorhat
@AmarendraMedhi-fg8sl
4 ай бұрын
Bhupen Hazarika + Zubeen garg = 91% of assam.
@Sayanika458
Жыл бұрын
Thank you sir ❤
@zubeenmainazg8588
Жыл бұрын
অতীতত যদি ভবিষ্যত হ'লে হৈ 💖💖💖
@jibanbarman4631
Ай бұрын
🙏🌼🇮🇳🌿🏹🌺🕉️🔱 নম সুন্দৰ গান জয় আই অসম আৰু ভাৰত মাতা কী হিন্দ জয় জয় শ্ৰী ভুপেন হাজৰীকা জী জয়
@RajaPameh-ko8xe
Жыл бұрын
Motivational song❤️
@AkashPirtre-h9r
3 ай бұрын
বৰ্তমান সময়ত এই গীতৰ বৰকৈ প্ৰয়োজন
@AjayThakur-hp3vy
6 ай бұрын
এনেকুৱা গীত গোৱা অসমত দ্বিতীয়জন নাই ❤❤I love bhupen da
@sivavallabhapurapu7708
11 ай бұрын
The only reason I found so far to like Assam is this legend Dr. Bhupen Hazarika
@mousumvlogs9660
2 жыл бұрын
Bhut vll lagil vupen Hazarika get tu sai
@janmonirabha7958
Жыл бұрын
Bohut besi val lagil gantu xuni
@worldtime3892
Жыл бұрын
মন প্ৰবিত্ৰ হৈ যোৱা গীত
@jayantahirahira-jn1ht
6 ай бұрын
Bhout bhout Val lagila....
@jyotikrishifishfarm1987
3 жыл бұрын
Evergreen song. সৰ্বকালৰ জনপ্ৰিয় গীত।
@jintullpwi7186
Жыл бұрын
Iyi8i0put7
@kuchnayasikhe610
2 жыл бұрын
Awesome voice 😱😱
@arunhazarika5949
3 жыл бұрын
Every green song Very very nice song I love you sir 👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👏👌👌
@জীৱন-ফ৯শ
Жыл бұрын
My favourite singer is Dr. Bhupen Hazarika.❤❤❤❤
@AbdulJalil-pi4fg
3 ай бұрын
Ba
@HilokDas
4 ай бұрын
Moja❤❤❤❤❤❤❤❤
6:56
Swahid Pranamu Tumak | Dr. Bhupen Hazarika | Morome Morom Bichare | Exclusive Lyrical Video
Regional Music Centre
Рет қаралды 1,7 МЛН
36:49
ভূপেন হাজৰিকাৰ, অসমীয়া জনপ্ৰিয় গীত
ajay talukdar YouTube
Рет қаралды 835 М.
00:39
黑天使只对C罗有感觉#short #angel #clown
Super Beauty team
Рет қаралды 33 МЛН
00:19
Không phải tự nhiên các nước châu Phi yêu mến nước Nga. Bởi nước Nga có một TT đáng yêu #putin
THẾ GIỚI 24H
Рет қаралды 9 МЛН
01:41
Этот беспредельщик ПЕРЕШЁЛ ЧЕРТУ и за это был СЕРЬЁЗНО НАКАЗАН #shorts
BalcevMMA_BOXING
Рет қаралды 15 МЛН
00:47
VIP ACCESS
Natan por Aí
Рет қаралды 20 МЛН
28:41
অসমীয়া জনপ্রিয় পুৰণি গীত / অনিমা চৌধুৰী/দ্বীপেন বৰুৱাৰ/নমিতা ভট্টাচার্য্য/কুইন দাস গীতৰ শৰাই
Jaan Dipankar
Рет қаралды 42 М.
8:12
2070 Gaan 🔥😱🤣 Assamese Funny Comedy ll Assamese Cartoon ll Raktim Chiring
Raktim chiring
Рет қаралды 475 М.
7:50
Prem prem buli.... Dr Bhupen Hazarika. Lyrics.. Laksminath Bezbaruah..
roonie wahab
Рет қаралды 110 М.
12:00
Celebrating Kalpana Patowary’s Timeless Voice ♫ ও জীৱন ৰে | O JIBON RE (#LIVE) ♫ কল্পনা পাটোৱাৰী
Kalpana Patowary Assamese
Рет қаралды 258 М.
6:45
Jui a Pora Tiraxir | Dr. Bhupen Hazarika | Morome Morom Bichare | Exclusive Lyrical Video
Regional Music Centre
Рет қаралды 1,2 МЛН
26:27
মহেন্দ্ৰ হাজৰিকাৰ গীত ll Assamese Song ll Mahendh Hajarika All Song
Nishant baishya
Рет қаралды 2,5 МЛН
29:30
Best Assamese Songs of Bhupen Hazarika (Part 2) | ড° ভূপেন হাজৰিকাৰ নিৰ্বাচিত অসমীয়া গীত
অ' মোৰ সুৰীয়া মাত
Рет қаралды 676 М.
7:32
Jiwan Bhora Nadit - জুবীন গাৰ্গ - ভক্তিমুলাক টোকাৰী গীত - New Bhakti Hit Song 2018
Wave Music Assam
Рет қаралды 14 МЛН
41:52
ভূপেন হাজৰিকা গীত। Bhupen Hazarika All hits Songs. Assamese Song Bhupen Hazarika.
Biman Bora Musical
Рет қаралды 33 М.
6:03
অসম দেশৰ বাগিচাৰে ছোৱালী | Asom Deshor Bagisare Sowali | Chameli Memsaab | Dr Bhupen Hazarika
Ramdhenu
Рет қаралды 293 М.
00:39
黑天使只对C罗有感觉#short #angel #clown
Super Beauty team
Рет қаралды 33 МЛН