Рет қаралды 8,132
'সোনতুমি' কন্ঠ শিল্পী গিৰিমণি চেতিয়া গগৈ, কথা সুৰ তপনদ্বীপ লাহৰ, আজি ২৯ ডিচেম্বৰ ২০২৪ তাৰিখে নিজ বাসগৃহত শুভ মুক্তি দিয়া হয় ।
সকলো অসম বাসী ৰাইজৰ আৰ্শীষ কামনা কৰিলো।
সকলোৱে যাতে গীতটি আকোৱালি লয় তাৰ বাবে অনুৰোধ জনালো ।
#New Assamese song
#2025
#bihusong