সোণালী দিনৰ সুৰীয়া গীত | বিশিষ্ট কণ্ঠশিল্পী, গীতিকাৰ প্ৰয়াত অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ নষ্টালজিয়া |

  Рет қаралды 13,321

Radio Rodali Entertainment

Radio Rodali Entertainment

Күн бұрын

Пікірлер: 11
@rameshchsarma4406
@rameshchsarma4406 Жыл бұрын
❤❤ গীতৰ শৰাই বৰ মনোগ্ৰাহিকৈ সজাইছে । ভল লাগিছে। বাৰন্দাৰ খুটাটোত ওলমাই থোৱা ৰেডিঅ'টোত এই গীতবোৰ শুনাৰ মাদকতাই সূকীয়া আছিল।❤❤
@charubaruah8843
@charubaruah8843 2 жыл бұрын
অনুষ্ঠানটি নতুনকৈ পাই বৰ ভাল লাগিল । ইমান মধুৰ কণ্ঠ আপোনাৰ ! তাতে প্ৰিয় শিল্পীৰ গীত । অশেষ ধন্যবাদ জনালোঁ ।
@RadioRodaliEntertainment
@RadioRodaliEntertainment 2 жыл бұрын
আপোনাৰ সুন্দৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ ।
@hemaborgohain556
@hemaborgohain556 2 жыл бұрын
এইটো দেখুন জিতুল সোণোৱালৰ কণ্ঠ!
@kaminurrahaman8991
@kaminurrahaman8991 2 жыл бұрын
আপোনাৰ কন্ঠ আৰু পৰিবেশন খুবেই ভাল হৈছে। আগলৈ আৰু ভাল ভাল গীত আনিবা
@RadioRodaliEntertainment
@RadioRodaliEntertainment 2 жыл бұрын
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে আমাক উৎসাহিত কৰি যাব বুলি আশা কৰিলোঁ । ধন্যবাদ
@rohanrajborahpro3852
@rohanrajborahpro3852 2 жыл бұрын
Hello... Val loga gaan
@debojitahomrk6645
@debojitahomrk6645 2 жыл бұрын
❤️❤️❤️❤️❤️👍👍👍👍😍😍😍
@kumudkakati7652
@kumudkakati7652 2 жыл бұрын
আপুনি সংগ্ৰহ কৰা সকলো গানেই মোৰ প্ৰিয় আগলৈ আৰু আশাৰে ৰৈ থাকিলো ।
@RadioRodaliEntertainment
@RadioRodaliEntertainment 2 жыл бұрын
আপোনাৰ মতামতৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ । এনেদৰে শুনি থাকিব ৰেডিঅ' ৰ'দালি ।
@rohanrajborahpro3852
@rohanrajborahpro3852 2 жыл бұрын
Jayanta nath dar gan hunabosun
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
36:55
bayGUYS
Рет қаралды 1,8 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
shamo a zango wazirin tambura
11:58
Shamo A zango
Рет қаралды 787
Assamese Radio Song3
21:55
BISWAJIT
Рет қаралды 169 М.