সোণালী কুকুৰাৰে ভৰা এখন ফাৰ্ম , এবছৰতে ৫ লাখ টকাৰ কুকুৰা বিক্ৰী | Sunali Murgi Farm in Assam

  Рет қаралды 158,853

UPARJAN

UPARJAN

Күн бұрын

সোণালী কুকুৰাৰে ভৰা এখন ফাৰ্ম , এবছৰতে ৫ লাখ টকাৰ কুকুৰা বিক্ৰী | Sunali Murgi Farm in Assam
১০০ কয়লাৰ মুৰ্গীৰে আৰম্ভ কৰা এই ফাৰ্মখন আছে উত্তৰ লখিমপুৰৰ নুৰা গাঁৱত ৷ যোৱা বছৰৰ আগষ্ট মাহত আৰম্ভ কৰা উদয় পউলট্ৰী ফাৰ্মৰ পৰা এবছৰত উদয় ডেকাই ব্যৱসায় কৰিছে ৫ লাখ টকাৰ ৷
সোণালী মুৰ্গীৰ বাবে গ্ৰাহকৰ মাজত জনজাত হৈ পৰা এই ফাৰ্মৰ স্বত্তাধিকাৰী উদয় ডেকাৰ লগত কথা পাতো আহক ৷ কেনেধৰণে কম পুজিৰে সোণালী মুৰ্গী ফাৰ্ম এখন আৰম্ভ কৰিব পাৰি কেনেকৈ মুৰ্গীবোৰৰ যত্ন ল’ব লাগে সকলো বিষয় জানো আহক ৷

Пікірлер: 163
How Strong is Tin Foil? 💪
00:26
Preston
Рет қаралды 137 МЛН
Worst flight ever
00:55
Adam W
Рет қаралды 29 МЛН