Dam huni poisa nidiya dada tat mal kimn ulabo kimn profit hbo tar mote poisa dibo apunak.sob poisa di moi horoke kole buli hihoti lost kriboge nuare nhoi hihotr uu fmly ase dada solibole.😂😂😂😂😂😂😂
@bharatiborah8630 Жыл бұрын
সকলোৱে কেৱল ভিদিও বনাই কেৱল কিন্তু সাছি গছ কিনা মানুহ বিছাৰিলেহে কোনো নোলায় আজি কালি প্ৰায়বোৰ ভিদিওতে সাছি গছ কিনা মানুহ বিছাৰি ফুৰা পঢ়িবলৈ পোৱা দেখিছোঁ গতিকে ভিদিওবোৰ বনাই লাইক কমেন্টৰ কথা কিয় কৈ থাকে বুজি নাপালো।
@madhurjyavlogs61809 ай бұрын
সঁচাকৈ এইবোৰ ভিডিঅ' দিয়ে কিন্তু সাচি গছ লোৱা মানুহ নাই। ম'বাইল নম্বৰ খুজিলে দিব নোখোজে।যদি কোনো ব্যক্তিৰে গছ নলয়ে তেতিয়া হ'লে মিছাকৈ ভিডিঅ' বনোৱা অৰ্থহীন বুলি ভাবোঁ।