সামৰণি পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ, প্ৰকাশ পালে কেইবাটাও সংস্থাৰ EXIT POLL .....

  Рет қаралды 12,814

Pratidin Time

Pratidin Time

Күн бұрын

সামৰণি পৰিল দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। প্ৰকাশ পালে কেইবাটাও সংস্থাৰ EXIT POLL । একাংশ সংস্থাৰ মতে দিল্লীত বিজেপিয়ে গঠন কৰিব চৰকাৰ। দুই-এক সংস্থাৰ মতে দিল্লীত এইবাৰ হ'ব ওলমা সদন।
#PratidinTime #AssamNews #delhi #ExitPoll

Пікірлер: 14
@hemenchoudhury5917
@hemenchoudhury5917 5 күн бұрын
প্ৰতিদিনৰ বাবে বৰ বেয়া খবৰ৷
@greenworldpicture
@greenworldpicture 4 күн бұрын
বিজেপিৰ নিৰ্বাচন আয়োগ আছে তাৰ বাবে 70 পালে কোৱাৰ একো নাই
@hindusigma
@hindusigma 4 күн бұрын
miya spotted
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 3 күн бұрын
BJP EVM extt poll দুই নম্বৰি মোদী চৰকাৰে ইভিএম বেমেজালি চৰকাৰ গঠন কৰিব
@lachitgogoi5670
@lachitgogoi5670 4 күн бұрын
Bjp sarkar 100% in Delhi
@bhabendoley6151
@bhabendoley6151 5 күн бұрын
এই নিৰ্বাচনৰ পৰা বি যে পি বেয়া দিন আৰম্ভ হব।অসমৰ ছোৱালীয়ে দিল্লীৰ পৰা এই চিগ্নেল দিছে। এটা কথা evm কি কব? উত্তৰ................
@dhritirajkashyap1827
@dhritirajkashyap1827 4 күн бұрын
😂😂😂😂haribo gom pai etiya evm r kotha upai to nai desun na last upai evm a dukh diba lagibo 😂😂
@simantasaikia4369
@simantasaikia4369 4 күн бұрын
Evm temper koribo pora hole central ot BJP a sarkar gothon korile hoi
@RanjitRoy-dw5nr
@RanjitRoy-dw5nr 4 күн бұрын
Protidin 70
@pareshdas2570
@pareshdas2570 5 күн бұрын
Exist poll ভুৱা৷
@AbhijitChutia-q6y
@AbhijitChutia-q6y 4 күн бұрын
App❤❤
@babulkalita5845
@babulkalita5845 4 күн бұрын
অসমীয়া ভাষাতে ভালদৰে ক'ব নোৱাৰা। আৰু কেতিয়াবা হিন্দী ইংৰাজী ভাষাত বাতৰি ক'ব লাগিলে কিডাল কবি।
@mahendrakalita8549
@mahendrakalita8549 4 күн бұрын
BJP
@AbubkkrAli-hd9eb
@AbubkkrAli-hd9eb 4 күн бұрын
Bjp,pabo,80,pra90,pabo
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19
Cat mode and a glass of water #family #humor #fun
00:22
Kotiki_Z
Рет қаралды 42 МЛН
Seizure of Russian tankers / Strategic defeat
12:05
NEXTA Live
Рет қаралды 474 М.
10 FEBRUARY 2025 LPS MIZORAM PAWN
12:21
LPS VISION
Рет қаралды 28 М.
Что-что Мурсдей говорит? 💭 #симбочка #симба #мурсдей
00:19